• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভয়ংকৰ ফেৰী দুৰ্ঘটনা, ১৩ গৰাকীয়ে হেৰুৱালে প্ৰাণ, ১০১ গৰাকী কোনোমতে উদ্ধাৰ

ভয়ংকৰ ফেৰী দুৰ্ঘটনা, ১৩ গৰাকীয়ে হেৰুৱালে প্ৰাণ, ১০১ গৰাকী কোনোমতে উদ্ধাৰ

12 months ago
শত্ৰু শনিৰ ৰাশিত প্ৰৱেশ কৰিব সূৰ্যই, এমাহ ধৰি লুটিপুটি খাব এই ৪ৰাশিয়ে

শত্ৰু শনিৰ ৰাশিত প্ৰৱেশ কৰিব সূৰ্যই, এমাহ ধৰি লুটিপুটি খাব এই ৪ৰাশিয়ে

37 mins ago
২৭ ঘণ্টীয়া দিল্লী যাত্ৰাত এবাৰো ভাৰতীয় বাথৰুম ব্যৱহাৰ নকৰে পুটিনে, নাখাই ভাৰতৰ খাদ্যও, কাৰণ জানিলে অবাক হ’ব আপুনি

২৭ ঘণ্টীয়া দিল্লী যাত্ৰাত এবাৰো ভাৰতীয় বাথৰুম ব্যৱহাৰ নকৰে পুটিনে, নাখাই ভাৰতৰ খাদ্যও, কাৰণ জানিলে অবাক হ’ব আপুনি

2 hours ago
বছৰৰ শেষত ৩ ৰাশিত শুভ সূচনা, মঙ্গল-আদিত্য যোগত ৪৫ দিন সুখেই সুখ

বছৰৰ শেষত ৩ ৰাশিত শুভ সূচনা, মঙ্গল-আদিত্য যোগত ৪৫ দিন সুখেই সুখ

3 hours ago
Indigo সংকটৰ মাজতেই পাইলটৰ ছুটীৰ নিয়মৰ সলনি, আপুনিও Indigo ফ্লাইটৰ টিকট কেনচেল কৰিব খুজিছে নেকি? টিকটৰ দাম কেনেকৈ উভতাই পাব?

Indigo সংকটৰ মাজতেই পাইলটৰ ছুটীৰ নিয়মৰ সলনি, আপুনিও Indigo ফ্লাইটৰ টিকট কেনচেল কৰিব খুজিছে নেকি? টিকটৰ দাম কেনেকৈ উভতাই পাব?

3 hours ago
২১ নহয় ১৮ বছৰ হ’লেই লিভ ইনত থাকিব পাৰিব পুৰুষ!  লিভ ইন ৰিলেছনচিপ ভাৰতত অপৰাধ নহয়, নিষিদ্ধও নহয়, ৰায় উচ্চ ন্যায়ালয়ৰ

২১ নহয় ১৮ বছৰ হ’লেই লিভ ইনত থাকিব পাৰিব পুৰুষ! লিভ ইন ৰিলেছনচিপ ভাৰতত অপৰাধ নহয়, নিষিদ্ধও নহয়, ৰায় উচ্চ ন্যায়ালয়ৰ

4 hours ago
RBI য়ে আকৌ কমালে ৰেপো ৰেট, ১০ লাখৰ গৃহঋণত আপোনাৰ EMI কিমান কমিব?

RBI য়ে আকৌ কমালে ৰেপো ৰেট, ১০ লাখৰ গৃহঋণত আপোনাৰ EMI কিমান কমিব?

5 hours ago
ফাইটাৰ জেট,  S-500, Su-57 যুদ্ধবিমান…! পুটিন-মোদীৰ বৈঠকৰ পাছত কি কি অস্ত্ৰ পাব ভাৰতীয় সেনাই?

ফাইটাৰ জেট, S-500, Su-57 যুদ্ধবিমান…! পুটিন-মোদীৰ বৈঠকৰ পাছত কি কি অস্ত্ৰ পাব ভাৰতীয় সেনাই?

6 hours ago
২দিন পাছতেই ধনু ৰাশিত মঙ্গল, ’২৫ৰ শেষত সোণৰ দৰে জিলিকি উঠিব এই ৫ৰাশিৰ জীৱন

২দিন পাছতেই ধনু ৰাশিত মঙ্গল, ’২৫ৰ শেষত সোণৰ দৰে জিলিকি উঠিব এই ৫ৰাশিৰ জীৱন

6 hours ago
নিয়ম ভাঙি প্রধানমন্ত্ৰী মোদীয়ে আদৰিলে পুটিনক, ভাৰতলৈ আহি কেইবাটাও নিয়ম ভাঙিছে পুটিনেও, কি কি নিয়ম ভাঙিছে দুই ৰাষ্ট্ৰনেতাই?

নিয়ম ভাঙি প্রধানমন্ত্ৰী মোদীয়ে আদৰিলে পুটিনক, ভাৰতলৈ আহি কেইবাটাও নিয়ম ভাঙিছে পুটিনেও, কি কি নিয়ম ভাঙিছে দুই ৰাষ্ট্ৰনেতাই?

7 hours ago
১০ ফেব্ৰুৱাৰীলৈকে বাতিল হৈয়েই থাকিব…! বৃহস্পতিবাৰে বাতিল ইণ্ডিগ’ৰ ৫৫০খন বিমান, ঘণ্টাৰ পাছত ঘণ্টা অপেক্ষা যাত্ৰীৰ, কি কি বিজুতিৰ কথা জনালে ইণ্ডিগ’ই?

১০ ফেব্ৰুৱাৰীলৈকে বাতিল হৈয়েই থাকিব…! বৃহস্পতিবাৰে বাতিল ইণ্ডিগ’ৰ ৫৫০খন বিমান, ঘণ্টাৰ পাছত ঘণ্টা অপেক্ষা যাত্ৰীৰ, কি কি বিজুতিৰ কথা জনালে ইণ্ডিগ’ই?

8 hours ago
সমীক্ষণ, অসম লাইভ 24ৰ ছপা মাধ্যমৰ যাত্ৰা

সমীক্ষণ, অসম লাইভ 24ৰ ছপা মাধ্যমৰ যাত্ৰা

4 days ago
ভাল লাভ পাব পাৰে আপুনি! মাহিলী ৪০০০ টকাৰ SIP কৰিলে ১০ বছৰত কিমান ৰিটাৰ্ণ পাব?

ভাল লাভ পাব পাৰে আপুনি! মাহিলী ৪০০০ টকাৰ SIP কৰিলে ১০ বছৰত কিমান ৰিটাৰ্ণ পাব?

2 weeks ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, December 5, 2025
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

ভয়ংকৰ ফেৰী দুৰ্ঘটনা, ১৩ গৰাকীয়ে হেৰুৱালে প্ৰাণ, ১০১ গৰাকী কোনোমতে উদ্ধাৰ

editor by editor
December 19, 2024
in বিবিধ, বিশ্ব, ভাৰত
0
ভয়ংকৰ ফেৰী দুৰ্ঘটনা, ১৩ গৰাকীয়ে হেৰুৱালে প্ৰাণ, ১০১ গৰাকী কোনোমতে উদ্ধাৰ
0
SHARES
1.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভয়ংকৰ ফেৰী দুৰ্ঘটনা, ১৩ গৰাকীয়ে হেৰুৱালে প্ৰাণ, ১০১ গৰাকী কোনোমতে উদ্ধাৰ

মুম্বাইত অতিকে শোকাৱহ দুৰ্ঘটনা। ফেৰী দুৰ্ঘটনা সংঘটিত হৈ বৰ্তমানলৈ প্ৰাণ হেৰুৱালে ১৩গৰাকীকৈ লোকে। ১০১ গৰাকী লোক কোনোমতে উদ্ধাৰ।

ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি, মুম্বাইৰ গেটৱে অৱ ইণ্ডিয়াৰ পৰা এলিফেণ্টা দ্বীপলৈ যোৱাৰ পথত এখন স্পীড বোটে খুন্দা মৰাৰ ফলত যাত্ৰী ভৰ্তি ফেৰী বাগৰি পৰাত ১৩ জন লোকৰ মৃত্যু, আনহাতে ১০১ জন লোকক উদ্ধাৰ কৰা হৈছে বুলি মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নবিছে অৱগত কৰে।

নীলকমল নামৰ ফেৰীখন, মুম্বাইৰ ওচৰৰ জনপ্ৰিয় পৰ্যটনস্থলী এলিফেণ্টা দ্বীপপুঞ্জলৈ গৈ থকা অৱস্থাত স্পীড ব’টখনে ফেৰীখনৰ সৈতে খুন্দা মৰাৰ পূৰ্বে ইয়াৰ চাৰিওফালে ঘূৰি ফুৰিছিল। সাগৰত পৰীক্ষামূলকভাৱে চলি থকা নৌসেনাৰ এই স্পীড ক্ৰাফ্ট নিয়ন্ত্ৰণৰ বাহিৰলৈ গৈ ফেৰীখনত খুন্দা মৰাৰ ফলত এই ঘটনা সংঘটিত হয়।

https://x.com/richapintoi/status/1869349425329676394

শেহতীয়াকৈ নৌসেনাৰ স্পীড বোটখনৰ ইঞ্জিন সলনি কৰি নতুন ইঞ্জিনৰ পৰীক্ষা চলি আছিল। ইঞ্জিনটো সম্পূৰ্ণ থ্ৰ’টলত আবদ্ধ হৈ পৰাত নাওখন নিয়ন্ত্ৰণৰ বাহিৰলৈ গৈ ফেৰীখনত খুন্দা মাৰে।

জানিব পৰা মতে দুৰ্ঘটনাৰ সময়ত ফেৰী খনত ২০ টি শিশুকে ধৰি ১১০ৰো অধিক যাত্ৰী আছিল। ইয়াৰ উপৰিও নৌসেনাৰ দুজন জোৱান আৰু চাৰিজন কৰ্মচাৰীকে ধৰি ছয়জন ব্যক্তি।

দুৰ্ঘটনা সংঘটিত হোৱাৰ লগে লগে উদ্ধাৰকাৰী দল নামি পৰে উদ্ধাৰ অভিযানত। এই অভিযানত ১১ খন নাও, ৩ খন সাগৰীয় আৰক্ষীৰ নাও আৰু এখন কোষ্ট গাৰ্ড আৰক্ষীৰ জাহাজে এলেকাটোত তালাচী চলাই আছে। ইয়াৰ উপৰিও বাকী থকা যিকোনো যাত্ৰীক বিচাৰি উলিয়াবলৈ চাৰ্চ এণ্ড ৰেচকিউ (এছ এ আৰ) অভিযানৰ বাবে চাৰিখন হেলিকপ্টাৰ নিয়োগ কৰা হৈছে।

মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নাবিছে জনোৱা মতে, নৌসেনা তথা ক’ষ্ট গাৰ্ডৰ এখন স্পীড ব’টে নিয়ন্ত্ৰণ হেৰুৱাই সংঘৰ্ষত লিপ্ত হোৱাৰ পিছত ফেৰীখন বাগৰি পৰে। আনহাতে এই অতি দুৰ্ভাগ্যজনক শোকাৱহ দুৰ্ঘটনাৰ বলি হোৱা আত্মীয়ক ৫ লাখ টকাৰ আৰ্থিক সাহায্য ঘোষণা কৰে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা। প্ৰধানমন্ত্ৰী মোদীয়েও এই শোকাৱহ দুৰ্ঘটনাৰ বলি হোৱা আত্মীয়ৰ বাবে ২ লাখ টকা এক্স গ্ৰেটিয়া ঘোষণা কৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Ferry CapsizeGateway of IndiamumbaiMumbai Ferry Capsize
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শত্ৰু শনিৰ ৰাশিত প্ৰৱেশ কৰিব সূৰ্যই, এমাহ ধৰি লুটিপুটি খাব এই ৪ৰাশিয়ে
জীৱনশৈলী

শত্ৰু শনিৰ ৰাশিত প্ৰৱেশ কৰিব সূৰ্যই, এমাহ ধৰি লুটিপুটি খাব এই ৪ৰাশিয়ে

December 5, 2025
২৭ ঘণ্টীয়া দিল্লী যাত্ৰাত এবাৰো ভাৰতীয় বাথৰুম ব্যৱহাৰ নকৰে পুটিনে, নাখাই ভাৰতৰ খাদ্যও, কাৰণ জানিলে অবাক হ’ব আপুনি
জীৱনশৈলী

২৭ ঘণ্টীয়া দিল্লী যাত্ৰাত এবাৰো ভাৰতীয় বাথৰুম ব্যৱহাৰ নকৰে পুটিনে, নাখাই ভাৰতৰ খাদ্যও, কাৰণ জানিলে অবাক হ’ব আপুনি

December 5, 2025
Indigo সংকটৰ মাজতেই পাইলটৰ ছুটীৰ নিয়মৰ সলনি, আপুনিও Indigo ফ্লাইটৰ টিকট কেনচেল কৰিব খুজিছে নেকি? টিকটৰ দাম কেনেকৈ উভতাই পাব?
জীৱনশৈলী

Indigo সংকটৰ মাজতেই পাইলটৰ ছুটীৰ নিয়মৰ সলনি, আপুনিও Indigo ফ্লাইটৰ টিকট কেনচেল কৰিব খুজিছে নেকি? টিকটৰ দাম কেনেকৈ উভতাই পাব?

December 5, 2025
২১ নহয় ১৮ বছৰ হ’লেই লিভ ইনত থাকিব পাৰিব পুৰুষ!  লিভ ইন ৰিলেছনচিপ ভাৰতত অপৰাধ নহয়, নিষিদ্ধও নহয়, ৰায় উচ্চ ন্যায়ালয়ৰ
জীৱনশৈলী

২১ নহয় ১৮ বছৰ হ’লেই লিভ ইনত থাকিব পাৰিব পুৰুষ! লিভ ইন ৰিলেছনচিপ ভাৰতত অপৰাধ নহয়, নিষিদ্ধও নহয়, ৰায় উচ্চ ন্যায়ালয়ৰ

December 5, 2025
Next Post
গুৱাহাটী মহানগৰীত জাৰি ১৬৩ ধাৰা, সমৱেত হ’ব নোৱাৰিব ৫ জনতকৈ অধিক লোক

গুৱাহাটী মহানগৰীত জাৰি ১৬৩ ধাৰা, সমৱেত হ'ব নোৱাৰিব ৫ জনতকৈ অধিক লোক

নাছাৰ ফালৰ পৰা দুখজনক খবৰ, এতিয়াই উভতি আহিব নোৱাৰিব সুনিতা আৰু বুচ উইলম’ৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.