• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এই ৪টা টিপছ মানি চলিলেই সুস্থ থাকিব লিভাৰ, কাষ নাচাপে একাধিক ৰোগে

এই ৪টা টিপছ মানি চলিলেই সুস্থ থাকিব লিভাৰ, কাষ নাচাপে একাধিক ৰোগে

2 years ago
উজনি অসমত নাই এখনো পিছপৰা জিলা!

উজনি অসমত নাই এখনো পিছপৰা জিলা!

18 minutes ago
সাক্ষাৎকাৰৰ ভয় নেকি? এই চৰকাৰী চাকৰিত নাই ইণ্টাৰভিউ

সাক্ষাৎকাৰৰ ভয় নেকি? এই চৰকাৰী চাকৰিত নাই ইণ্টাৰভিউ

1 hour ago
দায়িত্বৰ পৰা আঁতৰোৱা হ’ব নেকি জ্ঞানেশ কুমাৰক?

দায়িত্বৰ পৰা আঁতৰোৱা হ’ব নেকি জ্ঞানেশ কুমাৰক?

2 hours ago
মা দুৰ্গাৰ আশীৰ্বাদ ল’বলৈ কাটিব লাগিব টিকট, গুৱাহাটীৰ এইখন পূজা মণ্ডপে দিব সুকীয়া অভিজ্ঞতা!

মা দুৰ্গাৰ আশীৰ্বাদ ল’বলৈ কাটিব লাগিব টিকট, গুৱাহাটীৰ এইখন পূজা মণ্ডপে দিব সুকীয়া অভিজ্ঞতা!

3 hours ago
হাগ্ৰামা মহিলাৰীৰ বিটিচি পৰিষদৰ এটা বছৰ সম্পূৰ্ণ, দিলে বহু প্ৰতিশ্ৰুতি

হাগ্ৰামা মহিলাৰীৰ বিটিচি পৰিষদৰ এটা বছৰ সম্পূৰ্ণ, দিলে বহু প্ৰতিশ্ৰুতি

4 hours ago
অসমত বান্দৰ ধৰি হওক লাখপতি! বনবিভাগে আৰম্ভ কৰিব লোকপিয়ল

অসমত বান্দৰ ধৰি হওক লাখপতি! বনবিভাগে আৰম্ভ কৰিব লোকপিয়ল

4 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ৫ টা ৰাশিয়ে লাভ কৰিব কেৰিয়াৰত উন্নতি

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, চাকৰি আৰু ব্যৱসায়ত সুবিধা লাভ কৰিব ৫টা ৰাশি

5 hours ago
সোণ নে ৰূপ? কোনবিধ ধাতুৱে সলাব ভাগ্য জানক

সোণ নে ৰূপ? কোনবিধ ধাতুৱে সলাব ভাগ্য জানক

6 hours ago
LPG গ্ৰাহকৰ বাবে সুখবৰ! হ্ৰাস পালে চিলিণ্ডাৰ বুকিঙৰ সময়

LPG Refill EMI: EMI ত উপলব্ধ হ’ব গেছ চিলিণ্ডাৰ! দিব লাগিব মাত্ৰ ১০০ টকা, সুবিধা কেনেকৈ পাব?

6 hours ago
Bank Holidays: ২ দিনৰ বাবে বন্ধ থাকিব বেংক, শীঘ্ৰে সম্পূৰ্ণ কৰক সকলো কাম!

Saturday Bank Holiday Claim: মাহৰ প্ৰতিটো শনিবাৰে থাকিব বেংক বন্ধ? চৰকাৰে প্ৰকাশ কৰিলে সত্য…

7 hours ago
শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই

শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই

8 hours ago
Navratri 2026: শাৰদীয় নৱৰাত্ৰিত ভুলতো নকৰিব এইবোৰ কাম, বিপদৰ পূৰ্বে সাৱধান!

Navratri 2026: শাৰদীয় নৱৰাত্ৰিত ভুলতো নকৰিব এইবোৰ কাম, বিপদৰ পূৰ্বে সাৱধান!

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, October 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

এই ৪টা টিপছ মানি চলিলেই সুস্থ থাকিব লিভাৰ, কাষ নাচাপে একাধিক ৰোগে

এই ৪টা টিপছ মানি চলিলেই সুস্থ থাকিব লিভাৰ, কাষ নাচাপে একাধিক ৰোগে

editor by editor
September 17, 2024
in জীৱনশৈলী, বিজ্ঞান, বিবিধ, ভাৰত, লেখা, স্বাস্থ্য
0
এই ৪টা টিপছ মানি চলিলেই সুস্থ থাকিব লিভাৰ, কাষ নাচাপে একাধিক ৰোগে
0
SHARES
585
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

লিভাৰ হৈছে আমাৰ শৰীৰৰ সকলোতকৈ গুৰুত্বপূৰ্ণ অংগসমূহৰ মাজত এটা৷ সেয়ে চেষ্টা কৰিব লিভাৰৰ স্বাস্থ্যৰ দিশত নজৰ দিয়ক৷ অন্যথা শৰীৰ আৰু স্বাস্থ্য বেয়া হৈ পৰিব পাৰে৷ ফেটি লিভাৰৰ পৰা আৰম্ভ কৰি লিভাৰ চিৰোছিছৰ দৰে একাধিক জটিল অসুখ হ’ব পাৰে৷ সেয়ে চেষ্টা ৰাখক যাতে তেনে প্ৰকাৰণৰ লিভাৰ ডিজিজৰ পৰা দূৰত থাকে৷

এই বিষয়টোক লৈ চিন্তা কৰি লাভ নাই৷ কাৰণ কেইবাটাও সহজ নিয়ম মানি চলিলে অনায়াসে লিভাৰৰ অসুখৰ পৰা দূৰত্ব বজাই ৰাখিব পাৰিব৷ সময় নষ্ট নকৰি সকলো নিয়ম সম্পৰ্কে বিশদভাৱে জানি থওক৷  কি কি কাম কৰিলে আপোনাৰ লিভাৰ সুস্থ থাকিব?

ওজন কমাওক

মনত ৰাখিব, ওজন স্বাভাৱিকৰ পৰা বেছি হ’লেই বিপদ৷ সেইক্ষেত্ৰত একাধিক জটিল অসুখে শৰীৰক অশান্তি দিব পাৰে৷ এই তালিকাত লিভাৰ ডিজিজো আছে৷ সেয়ে আজিৰ পৰা ওজন কমোৱাত মন দিয়ক৷ এই কামত সাফল্য পাবলৈ প্ৰথমেই ফাষ্টফুড খোৱাৰ অভ্যাস ত্যাগ কৰক৷ ঘৰতো পাতল খাদ্য খাওক৷ ইয়াৰোপৰি প্ৰতিদিনে এক্সাৰচাইজ কৰাটো জৰুৰী৷ এনেকৈ নিজা ৰুটিন সলনি কৰি ল’লেই আপোনাৰ ওজন কমাটো খাটাং৷

মদ্যপান নকৰিব

সুৰাই সৰ্বনাশ কৰে লিভাৰৰ৷ এই পানীত চুমুক দিলে শৰীৰ আৰু স্বাস্থ্য নষ্ট হয়৷ বিশেষকৈ লিভাৰৰ ক্ষয়ক্ষতি হোৱাৰ আশংকা বাঢ়ে৷ বিপদত পেলাব আপৰে এলকোহোলিক ফেটি লিভাৰ ডিজিজে৷ সেয়ে চেষ্টা কৰক মদ্যপান যিমান সম্ভৱ এৰাই চলক৷ ইয়াৰ সলনি প্ৰতিদিনে পৰ্যাপ্ত পৰিমানে পানী খাওক৷ ফলত লিভাৰত জমা হৈ থকা টক্সিন শৰীৰৰ পৰা বাহিৰলৈ ওলাই আহে৷ আপোনাক বিপদত নেপেলায়৷ আজিৰে পৰাই এই নিয়ম মানি চলক৷

ফাষ্টফুড এৰক

আজিকালি বহুতেই ফাষ্টফুডৰ প্ৰেমত পাগল৷ নহ’লে তেওঁলোকৰ দিন পাৰ নহয়৷ এই সকলোবোৰ অভ্যাস থাকিলে আপোনাৰ লিভাৰ নষ্ট হ’ব খাটাং৷ এই ধৰণৰ খাদ্য শৰীৰৰ বাবে মুঠেও উপাদেয় নহয়৷ এই ধৰণৰ খাদ্য নিয়মিত খালে একাধিক জটিল ৰোগ হ’ব পাৰে৷ চেষ্টা কৰক ফাষ্টফুড এৰিবলৈ৷ তেতিয়া যকৃত সুস্থ সৱল থাকিব খাটাং৷

ব্যায়াম কৰক

অলস জীৱনযাপনৰ বাবেই শৰীৰত ৰোগে বাহ বান্ধে৷ ইয়াৰ ফলত শৰীৰত একাধিক জটিল ৰোগৰ আশংকা বাঢ়ে৷ আনকি লিভাৰ ডিজিজৰ সম্ভাৱনাও বহু পৰিমাণে বাঢ়ি যায়৷ এই অলস জীৱন কটোৱাৰ অভ্যাস ত্যাগ কৰক৷ ইয়াৰ পৰিবৰ্তে নিয়মিত ব্যায়াম কৰক৷ এই ক্ষেত্ৰত জিম গ’লেও উপকাৰ পাব৷ জীম নোযোৱাসকলে ঘৰত ফ্ৰি হেণ্ড এক্সাৰচাইজ কৰিব পাৰে৷ ফ্ৰি হেণ্ড এক্সাৰছাইজতো অনীহা থাকিলে খোজ কাঢ়ক৷ এই কেইটা নিয়ম মানি আপুনিও এক সুস্থ শৰীৰৰ অধিকাৰী হ’ব পাৰে৷

নিয়মিত চেপআপ জৰুৰী

যকৃতৰ স্বাস্থ্য ঠিকে আছেনে সেয়া বুজিবলৈ লিভাৰৰ ফাংছন টেষ্ট বা এলএফটি কৰক৷ যদি লিভাৰ এনজাইমসমূহৰ মাত্ৰা স্বাভাৱিক থাকে তেন্তে চিন্তাৰ কাৰণ নাই৷ লিভাৰ এনজাইমৰ মাত্ৰা বাঢ়ি গলেই দ্ৰুত চিকিৎসকৰ পৰামৰ্শ লওক৷

Disclaimer: প্রতিবেদনটো সচেতনতাৰ উদ্দেশ্যে লিখা হৈছে। কোনো সিদ্ধান্ত লোৱাৰ পূৰ্বে চিকিৎসকৰ পৰামর্শ লওক।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

উজনি অসমত নাই এখনো পিছপৰা জিলা!
অসম

উজনি অসমত নাই এখনো পিছপৰা জিলা!

October 5, 2026
সাক্ষাৎকাৰৰ ভয় নেকি? এই চৰকাৰী চাকৰিত নাই ইণ্টাৰভিউ
নিয়োগ

সাক্ষাৎকাৰৰ ভয় নেকি? এই চৰকাৰী চাকৰিত নাই ইণ্টাৰভিউ

October 5, 2026
দায়িত্বৰ পৰা আঁতৰোৱা হ’ব নেকি জ্ঞানেশ কুমাৰক?
ভাৰত

দায়িত্বৰ পৰা আঁতৰোৱা হ’ব নেকি জ্ঞানেশ কুমাৰক?

October 5, 2026
মা দুৰ্গাৰ আশীৰ্বাদ ল’বলৈ কাটিব লাগিব টিকট, গুৱাহাটীৰ এইখন পূজা মণ্ডপে দিব সুকীয়া অভিজ্ঞতা!
অসম

মা দুৰ্গাৰ আশীৰ্বাদ ল’বলৈ কাটিব লাগিব টিকট, গুৱাহাটীৰ এইখন পূজা মণ্ডপে দিব সুকীয়া অভিজ্ঞতা!

October 5, 2026
Next Post
ঘনে ঘনে নেটৱৰ্ক নাইকিয়া হৈছে? এই টিপছ মানক, ইণ্টাৰনেট স্পীড ৰকেট গতিত পাবই

ঘনে ঘনে নেটৱৰ্ক নাইকিয়া হৈছে? এই টিপছ মানক, ইণ্টাৰনেট স্পীড ৰকেট গতিত পাবই

গ্লাছ বন্ধ কৰি বাহনত বহিলেও বিষাক্ত বায়ুৱেই সেৱন কৰে আপুনি! বাহনৰ ভিতৰতেই লুকাই থাকে কৰ্কটৰ কাৰক, কি কৈছে গৱেষকে?

গ্লাছ বন্ধ কৰি বাহনত বহিলেও বিষাক্ত বায়ুৱেই সেৱন কৰে আপুনি! বাহনৰ ভিতৰতেই লুকাই থাকে কৰ্কটৰ কাৰক, কি কৈছে গৱেষকে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.