• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পৰাজয়ৰ পাছতো আৰ্জেণ্টিনাই লাভ কৰিলে ২৮০ কোটি টকা, স্পেইনে গঢ়িলে ৰেকৰ্ড

পৰাজয়ৰ পাছতো আৰ্জেণ্টিনাই লাভ কৰিলে ২৮০ কোটি টকা, স্পেইনে গঢ়িলে ৰেকৰ্ড

3 months ago
নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বেই অঘটন

নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বেই অঘটন

2 minutes ago
শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি

শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি

45 minutes ago
ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড

ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড

1 hour ago
নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

2 hours ago
মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ

মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ

3 hours ago
শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা

শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা

3 hours ago
উজনি অসমত নাই এখনো পিছপৰা জিলা!

উজনি অসমত নাই এখনো পিছপৰা জিলা!

4 hours ago
সাক্ষাৎকাৰৰ ভয় নেকি? এই চৰকাৰী চাকৰিত নাই ইণ্টাৰভিউ

সাক্ষাৎকাৰৰ ভয় নেকি? এই চৰকাৰী চাকৰিত নাই ইণ্টাৰভিউ

5 hours ago
দায়িত্বৰ পৰা আঁতৰোৱা হ’ব নেকি জ্ঞানেশ কুমাৰক?

দায়িত্বৰ পৰা আঁতৰোৱা হ’ব নেকি জ্ঞানেশ কুমাৰক?

5 hours ago
মা দুৰ্গাৰ আশীৰ্বাদ ল’বলৈ কাটিব লাগিব টিকট, গুৱাহাটীৰ এইখন পূজা মণ্ডপে দিব সুকীয়া অভিজ্ঞতা!

মা দুৰ্গাৰ আশীৰ্বাদ ল’বলৈ কাটিব লাগিব টিকট, গুৱাহাটীৰ এইখন পূজা মণ্ডপে দিব সুকীয়া অভিজ্ঞতা!

6 hours ago
হাগ্ৰামা মহিলাৰীৰ বিটিচি পৰিষদৰ এটা বছৰ সম্পূৰ্ণ, দিলে বহু প্ৰতিশ্ৰুতি

হাগ্ৰামা মহিলাৰীৰ বিটিচি পৰিষদৰ এটা বছৰ সম্পূৰ্ণ, দিলে বহু প্ৰতিশ্ৰুতি

7 hours ago
অসমত বান্দৰ ধৰি হওক লাখপতি! বনবিভাগে আৰম্ভ কৰিব লোকপিয়ল

অসমত বান্দৰ ধৰি হওক লাখপতি! বনবিভাগে আৰম্ভ কৰিব লোকপিয়ল

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, October 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

পৰাজয়ৰ পাছতো আৰ্জেণ্টিনাই লাভ কৰিলে ২৮০ কোটি টকা, স্পেইনে গঢ়িলে ৰেকৰ্ড

ফিফা বিশ্বকাপত স্পেইনে কি কি অভিলেখ গঢ়িলে জানো আহক...

editor by editor
July 20, 2026
in ক্ৰীড়া, বিনোদন, বিবিধ, লেখা
0
পৰাজয়ৰ পাছতো আৰ্জেণ্টিনাই লাভ কৰিলে ২৮০ কোটি টকা, স্পেইনে গঢ়িলে ৰেকৰ্ড
0
SHARES
228
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

FIFA World Cup 2026 Final: স্পেইনে আৰ্জেণ্টিনাক পৰাস্ত কৰি ফিফা বিশ্বকাপৰ বিজয়ৰ মুকুট দখল কৰে।ফিফা বিশ্বকাপৰ ফাইনেলত স্পেইনে আৰ্জেণ্টিনাক ১-০ গ’লত পৰাস্ত কৰে। স্পেইনে দ্বিতীয়বাৰৰ বাবে ফিফা বিশ্বকাপ জয় কৰি আৰ্জেণ্টিনা পৰাজয়ৰ মুখ দেখুৱালে। স্পেইনে আৰ্জেণ্টিনাক প্ৰতিটো ফ্ৰণ্টতে আউটপাৰ্ফৰ্ম কৰিছিল: প’জেছন, পাছ আৰু শ্বট। এই খেলত জয়ৰ পিছত দলটোৰ ওপৰত ধনৰ বৰষুণ হয়। ইয়াৰ লগতে খেলত পাঁচটা বিশেষ অভিলেখো গঢ়িবলৈ সক্ষম হয়।

ফিফা বিশ্বকাপৰ ফাইনেলত আৰ্জেণ্টিনাই লক্ষ্যত এটাও শ্বট মাৰিব নোৱাৰাৰ বিপৰীতে স্পেইনে ১১টা শ্বট দিবলৈ সক্ষম হয়।তদুপৰি স্পেইনে ৬৮ শতাংশ প’ছেছন লাভ কৰাৰ বিপৰীতে আৰ্জেণ্টিনাৰ মাত্ৰ ৩২ শতাংশ প’জেছন আছিল। স্পেইনৰ পাছৰ সঠিকতা ৯০ শতাংশ হোৱাৰ বিপৰীতে আৰ্জেণ্টিনাৰ পাছৰ সঠিকতা মাত্ৰ ৭৮ শতাংশ। স্পেইনৰ খেলুৱৈসকলে কোনো হালধীয়া কাৰ্ড লাভ নকৰাৰ বিপৰীতে আৰ্জেণ্টিনাৰ খেলুৱৈয়ে লাভ কৰে ৫খন হালধীয়া কাৰ্ড আৰু এখন ৰঙা কাৰ্ড।

স্পেইনৰ দলটোৱে আন এক উল্লেখযোগ্য অভিলেখ গঢ়ে। একেৰাহে ৩৮খন মেচ অপৰাজিত হৈ আছে। ফিফা বিশ্বকাপৰ ফাইনেলকে ধৰি যোৱা সাতখন খেলতে জয়লাভ কৰিছে।

ফিফা বিশ্বকাপৰ ফাইনেলত ফেৰ’ন টৰেছক প্লেয়াৰ অৱ দ্য মেচ হিচাপে নিৰ্বাচিত কৰা হয়। বিশ্বকাপৰ ফাইনেলত বিকল্প খেলুৱৈয়ে এই বঁটা লাভ কৰাৰ ১২ বছৰ হ’ল। ইয়াৰ পূৰ্বৰ অভিলেখ ২০১৪ চনত জাৰ্মানীৰ মাৰিঅ’ গটজে অৰ্জন কৰিছিল। স্পেইনৰ লামিন ইয়ামালেও এক অনন্য অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। ফিফা বিশ্বকাপ জয় কৰা স্পেইনৰ আটাইতকৈ কম বয়সীয়া খেলুৱৈ হিচাপে পৰিগণিত হয়। তদুপৰি তেওঁ ইউৰো কাপ আৰু ফিফা বিশ্বকাপ দুয়োটাতে জয়ী হোৱা আটাইতকৈ কম বয়সীয়া খেলুৱৈ হিচাপেও পৰিগণিত হয়।

ফুটবল বিশ্বকাপ জয়ৰ বাবে স্পেইনে লাভ কৰে ফিফা ৪৮১ কোটি টকাৰ পুৰস্কাৰ। আনহাতে আৰ্জেণ্টিনাই লাভ কৰিছিল প্ৰায় ২৮০ কোটি টকা। আৰ্জেণ্টিনা আৰু স্পেইনেও প্ৰতিটো ৰাউণ্ডৰ বাবে যোগ্যতা অৰ্জনৰ বাবে সুকীয়াকৈ ধন লাভ কৰিছিল।

(এই প্ৰতিবেদন যুগুতাইছে বৰষা মিশ্ৰই)

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বেই অঘটন
অসম

নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বেই অঘটন

October 5, 2026
শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি
জীৱনশৈলী

শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি

October 5, 2026
ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড
অপৰাধ

ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড

October 5, 2026
নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ
জীৱনশৈলী

নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

October 5, 2026
Next Post
আজি শাওনৰ প্ৰথমটো সোমবাৰ, কিদৰে সন্তুষ্ট কৰিব শিৱক?

আজি শাওনৰ প্ৰথমটো সোমবাৰ, কিদৰে সন্তুষ্ট কৰিব শিৱক?

FIFA World Cup 2026: হৃদয় ভাঙিলে মেছিৰ, ইয়াতে অন্ত পৰিল বিশ্বকাপ বিজয়ৰ সপোন!

FIFA World Cup 2026: হৃদয় ভাঙিলে মেছিৰ, ইয়াতে অন্ত পৰিল বিশ্বকাপ বিজয়ৰ সপোন!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.