• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১ আগষ্ট ২০২৫ৰ পৰা UPIৰ নিয়মৰ সালসলনি, কি কি সলনি হ’ব UPI লেনদেনত?

১ আগষ্ট ২০২৫ৰ পৰা UPIৰ নিয়মৰ সালসলনি, কি কি সলনি হ’ব UPI লেনদেনত?

8 months ago
দূৰত থাকিব এই ৪ ৰাশিৰ পৰা, শেষ কৰি দিব আপোনাৰ জীৱন!

দূৰত থাকিব এই ৪ ৰাশিৰ পৰা, শেষ কৰি দিব আপোনাৰ জীৱন!

12 minutes ago
উত্তৰ-পূবৰ লোকৰ বিৰুদ্ধে দেশত জাতিগত বিদ্বেষ, চৰকাৰে দিলে উত্তৰ

উত্তৰ-পূবৰ লোকৰ বিৰুদ্ধে দেশত জাতিগত বিদ্বেষ, চৰকাৰে দিলে উত্তৰ

1 hour ago
২৫ দিনতে নাপাব চিলিণ্ডাৰ! LPG বুকিঙৰ ক্ষেত্ৰত ডাঙৰ আপডেট

২৫ দিনতে নাপাব চিলিণ্ডাৰ! LPG বুকিঙৰ ক্ষেত্ৰত ডাঙৰ আপডেট

2 hours ago
‘হেৰ বাঁহী, তোক বৰ ভালপাওঁ দেহী’, হাৰ্টথ্ৰ’বৰ হৃদয়ত কেৱল তেঁৱেই বজাই সুহুৰি…

হত্যা হোৱা নাছিল জুবিন গাৰ্গৰ, ছিংগাপুৰৰ কৰ’নাৰ্ছ কৰ্টৰ চূড়ান্ত ৰায়দান

3 hours ago
ইমৰাণ হাছমীৰ সৈতে চুম্বনৰ দৃশ্যত উচপ খাই উঠিল তনুশ্ৰী, তাৰ পিছত…

ইমৰাণ হাছমীৰ সৈতে চুম্বনৰ দৃশ্যত উচপ খাই উঠিল তনুশ্ৰী, তাৰ পিছত…

3 hours ago
মাহেকীয়াৰ সময়ত পেড ব্যৱহাৰ কৰিলে নকৰিব ভুল, হ’ব স্বাস্থ্যৰ ক্ষতি !

মাহেকীয়াৰ সময়ত পেড ব্যৱহাৰ কৰিলে নকৰিব ভুল, হ’ব স্বাস্থ্যৰ ক্ষতি !

4 hours ago
UPI পিন পাহৰিলেও চিন্তা নাই, আহিছে নতুন ফিচাৰ!

UPI পিন পাহৰিলেও চিন্তা নাই, আহিছে নতুন ফিচাৰ!

4 hours ago
আপোনাৰ ৰাশিয়ে দিব স্বাস্থ্যৰ ইংগিত, জানক কোনবোৰ ক্ষেত্ৰত সাৱধানে থাকিব!

আপোনাৰ ৰাশিয়ে দিব স্বাস্থ্যৰ ইংগিত, জানক কোনবোৰ ক্ষেত্ৰত সাৱধানে থাকিব!

5 hours ago
ODI World Cup 2027 খেলিব নোৱাৰে ৫ জন খেলুৱৈয়ে, টিম ইণ্ডিয়াত দেখিব নতুন মুখ!

ODI World Cup 2027 খেলিব নোৱাৰে ৫ জন খেলুৱৈয়ে, টিম ইণ্ডিয়াত দেখিব নতুন মুখ!

6 hours ago
ভাগ্য হ’ব সলনি, পাকঘৰৰ এটা ভুলে পেলাব বিপদত!

ভাগ্য হ’ব সলনি, পাকঘৰৰ এটা ভুলে পেলাব বিপদত!

6 hours ago
কাইলৈ কপাল ফুলিব ৩ ৰাশিৰ জাতক-জাতিকাৰ! সকলো দিশৰ পৰা আহিব সফলতা!

প্ৰেমত বাধা, সম্পত্তি নাশ! জানক কোন ৰাশিৰ জাতক-জাতিকাৰ কেনে যাব দিনটো?

7 hours ago
বৰষুণৰ বতৰত ছালৰ সংক্ৰমণৰ পৰা কেনেকৈ ৰক্ষা পৰিব?

বৰষুণৰ বতৰত ছালৰ সংক্ৰমণৰ পৰা কেনেকৈ ৰক্ষা পৰিব?

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, March 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

১ আগষ্ট ২০২৫ৰ পৰা UPIৰ নিয়মৰ সালসলনি, কি কি সলনি হ’ব UPI লেনদেনত?

১ আগষ্ট ২০২৫ৰ পৰা UPIৰ নিয়মৰ সালসলনি, কি কি সলনি হ’ব UPI লেনদেনত?

editor by editor
July 30, 2025
in জীৱনশৈলী, ভাৰত
0
১ আগষ্ট ২০২৫ৰ পৰা UPIৰ নিয়মৰ সালসলনি, কি কি সলনি হ’ব UPI লেনদেনত?
0
SHARES
270
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আপুনি যদি প্ৰতিদিনে নানান কামত UPIৰ সুবিধা ব্যৱহাৰ কৰে তেন্তে এই খবৰটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ৷ প্ৰকৃততে নেশ্ব্যনেল পেমেণ্টছ কৰ্পোৰেছন অফ ইণ্ডিয়াই ১ আগষ্ট ২০২৫ৰ পৰা UPI পেমেণ্ট সম্পৰ্কিত নতুন নিয়ম কাৰ্যকৰ কৰিব৷ এই নিয়মসমূহৰ উদ্দেশ্য হৈছে UPI চিষ্টেমক পূৰ্বতকৈ দ্ৰুত, নিৰাপদ আৰু নিৰ্ভৰযোগ্য কৰি তোলা৷

নিয়মসমূহ

১. বেলেন্স চেক কৰাৰ সীমা

UPI ব্যৱহাৰকাৰীয়ে দিনে মাত্ৰ ৫০ বাৰ এপত তেওঁলোকৰ একাউণ্ট বেলেন্স চেক কৰিব পাৰিব৷ অৰ্থাৎ UPI চিষ্টেমক নিয়ন্ত্ৰণ কৰিবলৈ সীমা আৰোপ কৰা হৈছে৷

২. লিংকড একাউণ্ট তথ্য

যি বেংক একাউণ্টৰ সৈতে আপোনাৰ মোবাইল নম্বৰটো লিংক কৰা আছে সেই মোবাইল নম্বেৰেৰে দিনে মাত্ৰ ২৫ বাৰহে পৰীক্ষা কৰিব পাৰিব আপোনাৰ UPIৰ বেলেন্স তথ্য৷

৩. অটো পে পেমেণ্টৰ বাবে নিৰ্ধাৰিত সময়সীমা

UPIৰ মাধ্যমেৰে চাবস্ক্ৰিপছন ভিত্তিক অটো ডেবিট যেনে Netflix বা SIP ইত্যাদি কেৱল নন পিক সময়তে ব্যৱহাৰ কৰিব পাৰিব৷ অৰ্থাৎ পুৱা ১০ বজাৰ পূৰ্বে আৰু দুপৰীয়া ১ বজাৰ পৰা বিয়লি ৫ বজালৈকে আৰু নিশা ৯.৩০ মিনিটৰ পাছত৷

৪. UPI লেনদেনৰ স্থিতি পৰীক্ষা কৰাৰ সীমা

যদি কোনো পেমেণ্ট ৰৈ গৈছে তেন্তে আপুনি কেৱল তিনিবাৰহে তাৰ স্থিতি পৰীক্ষা কৰিব পাৰিব৷ আৰু প্ৰতিটো পৰীক্ষাৰ মাজত কমপক্ষেও ৯০ ছেকেণ্ডৰ ব্যৱধান থাকিব লাগিব৷

এই নতুন নিয়মসমূহৰ উদ্দেশ্য হৈছে UPI চাৰ্ভাৰৰ ওপৰত লোড কমোৱা আৰু ঘনে ঘনে বিভ্ৰাটৰ দৰে সমস্যা প্ৰতিৰোধ কৰা৷

বিগত ৬মাহৰ ডাঙৰ পৰিবৰ্তন

১. উন্নত গতিৰ বাবে APIৰ সময়সীমা হ্ৰাস

২০২৫ চনৰ জুনত NPCI UPI APIৰ প্ৰতিক্ৰিয়া সময়ক Request-Payআৰু Response-Pay-ৰ বাবে ১৫ ছেকেণ্ড আৰু লেনদেনৰ স্থিতি পৰীক্ষা আৰু ব্যৰ্থ লেনদেন বিপৰীতকৰণৰ বাবে ১০ ছেকেণ্ড কমাই আনিছে৷ ই লেনদেনৰ গতি বৃদ্ধি কৰিছে৷

২. পেমেণ্টৰ পূৰ্বে সুবিধাভোগীৰ নাম দেখা যাব

৩০ জুন ২০২৫ ৰ পৰা প্ৰতিটো ইউ পি আই পেমেণ্ট কৰাৰ পূৰ্বে আপুনি বেংকত নিবন্ধিত গ্ৰাহকৰ নাম দেখা পাব৷ এই পৰিবৰ্তনৰ ফলত জালিয়াতিমূলক লেনদেন ব্যাপকভাৱে হ্ৰাস পাব বুলি আশা কৰা হৈছে৷

৩. চাৰ্জবেক সীমা স্থিৰকৰণ

NPCIয়ে ডিচেম্বৰ ২০২৪ চনত UPI চাৰ্জবেকৰ সীমা নিৰ্ধাৰণ কৰিছে৷ এজন গ্ৰাহকে ৩০ দিনত সৰ্বোচ্চ ১০ বাৰ আৰু একেই ব্যক্তি বা প্ৰতিষ্ঠানৰ সৈতে সৰ্বোচ্চ ৫বাৰ চাৰ্জবেক দাবী কৰিব পাৰিব৷

এই পৰিবৰ্তনসমূহৰ কাৰণ কি?

প্ৰতিমাহে UPIত প্ৰায় ১৬ বিলিয়ন লেনদেন হয়৷ চিষ্টেমত উচ্চ লোডৰ কাৰণে, এপ্ৰিল আৰু মে মাহত প্ৰায়েই বিভ্ৰাটৰ অভিযোগ আহিছিল৷ NPCI য়ে কৈছে যে বেছিভাগ সমস্যা  UPI API-তে অতিৰিক্ত কলৰ কাৰণে হয়৷ যেনেকৈ প্ৰতি ২ মিনিটত বেলেন্স চেক কৰা বা একেই লেনদেন বাৰেবাৰে ৰিফ্ৰেছ কৰা৷ এই নতুন নিয়মসমূহে এই প্ৰক্ৰিয়াসমূহ কমোৱাত সহায় কৰিব, যিয়ে চিষ্টেমটোক আৰু দ্ৰুত আৰু মসৃণ কৰি তুলিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দূৰত থাকিব এই ৪ ৰাশিৰ পৰা, শেষ কৰি দিব আপোনাৰ জীৱন!
জীৱনশৈলী

দূৰত থাকিব এই ৪ ৰাশিৰ পৰা, শেষ কৰি দিব আপোনাৰ জীৱন!

March 25, 2026
২৫ দিনতে নাপাব চিলিণ্ডাৰ! LPG বুকিঙৰ ক্ষেত্ৰত ডাঙৰ আপডেট
বাণিজ্য

২৫ দিনতে নাপাব চিলিণ্ডাৰ! LPG বুকিঙৰ ক্ষেত্ৰত ডাঙৰ আপডেট

March 25, 2026
মাহেকীয়াৰ সময়ত পেড ব্যৱহাৰ কৰিলে নকৰিব ভুল, হ’ব স্বাস্থ্যৰ ক্ষতি !
জীৱনশৈলী

মাহেকীয়াৰ সময়ত পেড ব্যৱহাৰ কৰিলে নকৰিব ভুল, হ’ব স্বাস্থ্যৰ ক্ষতি !

March 25, 2026
আপোনাৰ ৰাশিয়ে দিব স্বাস্থ্যৰ ইংগিত, জানক কোনবোৰ ক্ষেত্ৰত সাৱধানে থাকিব!
জীৱনশৈলী

আপোনাৰ ৰাশিয়ে দিব স্বাস্থ্যৰ ইংগিত, জানক কোনবোৰ ক্ষেত্ৰত সাৱধানে থাকিব!

March 25, 2026
Next Post
ভয়ংকৰ সংকট, ৰাছিয়াত ভূমিকম্পৰ পাছতে ১২ দেশত ছুনামীৰ আশংকা

ভয়ংকৰ সংকট, ৰাছিয়াত ভূমিকম্পৰ পাছতে ১২ দেশত ছুনামীৰ আশংকা

অতিকে লজ্জাজনক, ভিডিঅ’ ভাইৰেল, ১৮ টা বলৰ ১টা অভাৰ, ব্ৰেট লীৰ মূৰ গৰম

অতিকে লজ্জাজনক, ভিডিঅ' ভাইৰেল, ১৮ টা বলৰ ১টা অভাৰ, ব্ৰেট লীৰ মূৰ গৰম

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.