• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অতিকে লজ্জাজনক, ভিডিঅ’ ভাইৰেল, ১৮ টা বলৰ ১টা অভাৰ, ব্ৰেট লীৰ মূৰ গৰম

অতিকে লজ্জাজনক, ভিডিঅ’ ভাইৰেল, ১৮ টা বলৰ ১টা অভাৰ, ব্ৰেট লীৰ মূৰ গৰম

10 months ago
আপোনাৰ পত্নীয়ে আপোনাক কিমান ভাল পায়? জন্মৰ তাৰিখৰ পৰা জানক

আপোনাৰ পত্নীয়ে আপোনাক কিমান ভাল পায়? জন্মৰ তাৰিখৰ পৰা জানক

14 minutes ago
বিকিৰ লগত সুখী নহয় নেকি কেটৰিনা? জন্মদিনত এয়া কি ক’লে জানক

বিকিৰ লগত সুখী নহয় নেকি কেটৰিনা? জন্মদিনত এয়া কি ক’লে জানক

1 hour ago
জন্মবাৰ অনুযায়ী জানক আপোনাৰ ভৱিষ্যত!

জন্মবাৰ অনুযায়ী জানক আপোনাৰ ভৱিষ্যত!

2 hours ago
ৰেড ৱাইন শৰীৰৰ বাবে ভাল নে বেয়া? জানি হ’ব আচৰিত

ৰেড ৱাইন শৰীৰৰ বাবে ভাল নে বেয়া? জানি হ’ব আচৰিত

2 hours ago
পৰস্ত্ৰীক নিদিব চকু, যমলোকত পাব ভয়ংকৰ শাস্তি!

পৰস্ত্ৰীক নিদিব চকু, যমলোকত পাব ভয়ংকৰ শাস্তি!

15 hours ago
দুৱাৰৰ পিছফালে বস্তু ওলোমাই ৰাখে নেকি? বিপদক দিছে আমন্ত্ৰণ!

দুৱাৰৰ পিছফালে বস্তু ওলোমাই ৰাখে নেকি? বিপদক দিছে আমন্ত্ৰণ!

15 hours ago
গাখীৰৰ পৰা এলাৰ্জী? তেন্তে দৈ খোৱাটো উচিত নে অনুচিত!

গাখীৰৰ পৰা এলাৰ্জী? তেন্তে দৈ খোৱাটো উচিত নে অনুচিত!

16 hours ago
সন্তান জন্ম দিয়ক আৰু পাওক ৪০ হাজাৰ টকা! জানক সবিশেষ

সন্তান জন্ম দিয়ক আৰু পাওক ৪০ হাজাৰ টকা! জানক সবিশেষ

16 hours ago
ভুলতো আওকাণ নকৰিব ডেংগুৰ এই তিনিটা লক্ষণ, হেৰাব লাগিব জীৱন!

ভুলতো আওকাণ নকৰিব ডেংগুৰ এই তিনিটা লক্ষণ, হেৰাব লাগিব জীৱন!

17 hours ago
টোপনিত ভোৰভোৰাই থকা, এয়া কোনো ৰোগৰ লক্ষণ নেকি?

টোপনিত ভোৰভোৰাই থকা, এয়া কোনো ৰোগৰ লক্ষণ নেকি?

17 hours ago
Image credit- AI

মহে কামুৰি ভাল পায় বিয়েৰ সেৱন কৰা লোকক! গৱেষণাত পোহৰলৈ আহিছে ডাঙৰ সত্য

18 hours ago
মাতৃত্বৰ অনন্য ৰূপ! ৬০ লিটাৰ মাতৃদুগ্ধ দান কৰি চৰ্চাত বেডমিণ্টন খেলুৱৈ জ্বালা গুট্টা

মাতৃত্বৰ অনন্য ৰূপ! ৬০ লিটাৰ মাতৃদুগ্ধ দান কৰি চৰ্চাত বেডমিণ্টন খেলুৱৈ জ্বালা গুট্টা

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, May 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

অতিকে লজ্জাজনক, ভিডিঅ’ ভাইৰেল, ১৮ টা বলৰ ১টা অভাৰ, ব্ৰেট লীৰ মূৰ গৰম

editor by editor
July 30, 2025
in ক্ৰীড়া, বিবিধ, বিশ্ব, ভাৰত
0
অতিকে লজ্জাজনক, ভিডিঅ’ ভাইৰেল, ১৮ টা বলৰ ১টা অভাৰ, ব্ৰেট লীৰ মূৰ গৰম
0
SHARES
1.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অতিকে লজ্জাজনক, ভিডিঅ’ ভাইৰেল, ১৮ টা বলৰ ১টা অভাৰ, ব্ৰেট লীৰ মূৰ গৰম

ক্ৰিকেট জগতত কেতিয়া কি ঘটনা ঘটে সেয়া কোনেও নাজানে, কেতিয়াবা কোনো পাকৈত খেলুৱৈয়ে সুন্দৰ প্ৰদৰ্শন কৰি ৰেকৰ্ড গড়ে। আৰু কেতিয়াবা কোনো খেলুৱৈয়ে নিকৃষ্ট প্ৰদৰ্শন কৰি ৰেকৰ্ড গড়ে। এইবাৰো তেনেই এক ঘটনা সংঘটিত হৈছে।

ক্ৰিকেট বুলিলেই সকলোৱে জানে এটা অভাৰত কেইটা বল থাকে। সাধাৰণতে এটা অভাৰত ৬ টা বল থাকে , যদিও কেতিয়াবা ৱাইড বল হৈ অভাৰটো ৭ বা ৮ টা বললৈ বৃদ্ধি পোৱা পৰিলক্ষিত হয়।

কিন্তু সদ্যহতে এগৰাকী খেলুৱৈয়ে ইমানেই নিকৃষ্ট প্ৰদৰ্শন কৰিলে যে, এটা অভাৰতে বহু কেইটা ৱাইড দি অৱশেষত ১৮ টা বলেৰে সমাপন কৰিলে এটা অভাৰ। যি ঘটনাৰ ভিডিঅ’ বৰ্তমানে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। সকলোৱে এই ঘটনাক লজ্জাজনক আখ্যা দিছে।

https://x.com/cricstate/status/1950272010799419504

ৱৰ্ল্ড চেম্পিয়নশ্বিপ অৱ লিজেণ্ডছ ২০২৫ৰ প্ৰতিযোগিতাত এই ঘটনা সংঘটিত হৈছে। প্ৰতিযোগিতাখনৰ ১৪ সংখ্যক মেচখন ২৯ জুলাইত অষ্ট্ৰেলিয়া চেম্পিয়ন আৰু পাকিস্তান চেম্পিয়নৰ মাজত অনুষ্ঠিত হৈছিল।

এই খেলখনত অষ্ট্ৰেলিয়া চেম্পিয়ন ১০ উইকেটত লজ্জাজনক পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হয়। এই খেলতেই অষ্ট্ৰেলিয়াৰ দলৰ এগৰাকী খেলুৱৈয়ে লজ্জাজনক অভাৰটো কৰে।

প্ৰথমে বেট ধৰি অষ্ট্ৰেলিয়া চেম্পিয়ন দলে ২০ অভাৰো সম্পূৰ্ণ খেলিব নোৱাৰে। মাথো ১১.৫ অভাৰতে কিউটা উইকেট হেৰুৱাই ৭৪ ৰানতে ইনিংছ সামৰে। কিন্তু যেতিয়া পাকিস্তানে বেট ধৰে তেতিয়াও নিৰাশ কৰে অষ্ট্ৰেলিয়া দলে।

অষ্ট্ৰেলিয়াৰ হৈ জন হেষ্টিংগছে এই আচৰিত অভাৰটো কৰে। য’ত আছিল ১২ টা ৱাইড। উল্লেখ্য যে, এই খেলখনত অষ্ট্ৰেলিয়া দলটোৰ কেপ্টেইন আছিল অষ্ট্ৰেলিয়াৰ ইতিহাসৰ অন্যতম সফল বলাৰ ব্ৰেট লী। ব্ৰেট লীয়েও জন হেষ্টিংগছৰ ইনিংগছ দেখি হতভম্ব হৈ পৰে। এতিয়া সমগ্ৰ বিশ্বৰ সমুখতে হাঁহিয়াতৰ পাত্ৰ হৈ পৰিছে জন হেষ্টিংগছ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Australoia Cricket TeamcricketJohn Hasting
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আপোনাৰ পত্নীয়ে আপোনাক কিমান ভাল পায়? জন্মৰ তাৰিখৰ পৰা জানক
জীৱনশৈলী

আপোনাৰ পত্নীয়ে আপোনাক কিমান ভাল পায়? জন্মৰ তাৰিখৰ পৰা জানক

May 17, 2026
বিকিৰ লগত সুখী নহয় নেকি কেটৰিনা? জন্মদিনত এয়া কি ক’লে জানক
বিনোদন

বিকিৰ লগত সুখী নহয় নেকি কেটৰিনা? জন্মদিনত এয়া কি ক’লে জানক

May 17, 2026
জন্মবাৰ অনুযায়ী জানক আপোনাৰ ভৱিষ্যত!
জীৱনশৈলী

জন্মবাৰ অনুযায়ী জানক আপোনাৰ ভৱিষ্যত!

May 17, 2026
ৰেড ৱাইন শৰীৰৰ বাবে ভাল নে বেয়া? জানি হ’ব আচৰিত
জীৱনশৈলী

ৰেড ৱাইন শৰীৰৰ বাবে ভাল নে বেয়া? জানি হ’ব আচৰিত

May 17, 2026
Next Post
ICC টেষ্ট ৰেংকিং সদৰি, শীৰ্ষ ৫ ৰ ভিতৰত নাই এজনো ভাৰতীয়

ICC টেষ্ট ৰেংকিং সদৰি, শীৰ্ষ ৫ ৰ ভিতৰত নাই এজনো ভাৰতীয়

কাইলৈ ৩১ জুলাই, মাহৰ শেষ, ভাগ্যৰ চকৰি ঘূৰি মালামাল হৈ পৰিব ৫ ৰাশি

কাইলৈ ৩১ জুলাই, মাহৰ শেষ, ভাগ্যৰ চকৰি ঘূৰি মালামাল হৈ পৰিব ৫ ৰাশি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.