• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বৰষুণৰ বতৰত ছালৰ সংক্ৰমণৰ পৰা কেনেকৈ ৰক্ষা পৰিব?

বৰষুণৰ বতৰত ছালৰ সংক্ৰমণৰ পৰা কেনেকৈ ৰক্ষা পৰিব?

2 months ago
১ নে ২ এপ্ৰিল, কোনদিনা অসমত পালন হ’ব হনুমান জয়ন্তী?

হনুমানে পূৰণ কৰিব মনৰ ইচ্ছা, মঙলবাৰে মন্দিৰলৈ গৈ কৰক মাত্ৰ এইকেইটা কাম!

6 minutes ago
8th Pay Commission: কৰ্মচাৰীয়ে কেতিয়া পাব বকেয়া সহ দৰমহা?

8th Pay Commission: কৰ্মচাৰীয়ে কেতিয়া পাব বকেয়া সহ দৰমহা?

30 minutes ago
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ

৫ ৰাশিৰ লোকে আজি পাব ভাল খবৰ! পঢ়ক দৈনিক ৰাশিফল

1 hour ago
জেন-জি বিপথে যোৱা প্ৰজন্ম বুলি ভৱাসকলক মোক্ষম আঘাত হানিছে এই গৱেষণাই, সংগমৰ প্ৰতি আগ্ৰহ হেৰুৱাইছে জেন-জিয়ে, যৌনজীৱন কিয় গৌণ বিষয় জেন-জিৰ বাবে?

জেন-জি বিপথে যোৱা প্ৰজন্ম বুলি ভৱাসকলক মোক্ষম আঘাত হানিছে এই গৱেষণাই, সংগমৰ প্ৰতি আগ্ৰহ হেৰুৱাইছে জেন-জিয়ে, যৌনজীৱন কিয় গৌণ বিষয় জেন-জিৰ বাবে?

10 hours ago
জুন মাহত সাৱধানে থাকক, মেষ ৰাশিৰ কেনে থাকিব জুন মাহৰ স্বাস্থ্য?

জুন মাহত সাৱধানে থাকক, মেষ ৰাশিৰ কেনে থাকিব জুন মাহৰ স্বাস্থ্য?

11 hours ago
মহিলা ক্ৰিকেট দলৰ অধিনায়ক হৰমনপ্ৰীতে গ্ৰহণ কৰিলে পদ্মশ্ৰী, কিয় পদ্মশ্ৰী সন্মান গ্ৰহণ কৰিবলৈ ৰাষ্ট্ৰপতি ভৱনলৈ নাহিল ৰোহিত শৰ্মা?

মহিলা ক্ৰিকেট দলৰ অধিনায়ক হৰমনপ্ৰীতে গ্ৰহণ কৰিলে পদ্মশ্ৰী, কিয় পদ্মশ্ৰী সন্মান গ্ৰহণ কৰিবলৈ ৰাষ্ট্ৰপতি ভৱনলৈ নাহিল ৰোহিত শৰ্মা?

11 hours ago
কাইলৈৰ ৰাশিফলঃ মঙলবাৰে ৰাজযোগ, হনুমানৰ কৃপাত সাফল্য আহিব ৫ৰাশিৰ জীৱনলৈ

কাইলৈৰ ৰাশিফলঃ মঙলবাৰে ৰাজযোগ, হনুমানৰ কৃপাত সাফল্য আহিব ৫ৰাশিৰ জীৱনলৈ

11 hours ago
EMI-ত সোণ ক্ৰয় কৰিব পাৰিনে? জানি থওক সোণ ক্ৰয়ৰ গুৰুত্বপূৰ্ণ কেইটামান নিয়ম

EMI-ত সোণ ক্ৰয় কৰিব পাৰিনে? জানি থওক সোণ ক্ৰয়ৰ গুৰুত্বপূৰ্ণ কেইটামান নিয়ম

12 hours ago
ইনভাৰ্টাৰ অন কৰি দীৰ্ঘদিনৰ বাবে ফুৰিবলৈ গৈছে? ভয়ংকৰ বিপদ ঘটিব পাৰে, ইনভাৰ্টাৰ থাকিলে কি কি ব্যৱস্থা লৈহে ঘৰৰ পৰা ওলাব?

ইনভাৰ্টাৰ অন কৰি দীৰ্ঘদিনৰ বাবে ফুৰিবলৈ গৈছে? ভয়ংকৰ বিপদ ঘটিব পাৰে, ইনভাৰ্টাৰ থাকিলে কি কি ব্যৱস্থা লৈহে ঘৰৰ পৰা ওলাব?

13 hours ago
মাছাজ পাৰ্লাৰলৈ যাওঁতে সতৰ্ক হওক!  মাছাজ কৰাৰ কথা কৈ কৰিছিল তৰুণীৰ ন**গ্ন ভিডিঅ’, অনিয়ন্ত্ৰিত আৰু বিকৃত লালসাৰ চিকাৰ ৬১ বছৰীয়া মহিলাও, কেনেকৈ কি কৰিছিল মহিলাৰ সৈতে?

মাছাজ পাৰ্লাৰলৈ যাওঁতে সতৰ্ক হওক! মাছাজ কৰাৰ কথা কৈ কৰিছিল তৰুণীৰ ন**গ্ন ভিডিঅ’, অনিয়ন্ত্ৰিত আৰু বিকৃত লালসাৰ চিকাৰ ৬১ বছৰীয়া মহিলাও, কেনেকৈ কি কৰিছিল মহিলাৰ সৈতে?

13 hours ago
বিবাহিত দম্পতিসকল কিয় পৰকীয়াত সোমাই পৰে? কিয় ভাঙে পতি-পত্নীৰ সম্পৰ্ক? কাৰণ জানিলে চমকি উঠিব

বিবাহিত দম্পতিসকল কিয় পৰকীয়াত সোমাই পৰে? কিয় ভাঙে পতি-পত্নীৰ সম্পৰ্ক? কাৰণ জানিলে চমকি উঠিব

14 hours ago
দেৱগুৰু বৃহস্পতিৰ মহাগোচৰ, ৩ৰাশিৰ হাতলৈ আহিব টকাই টকা, লাকী ৰাশি কি কি?

দেৱগুৰু বৃহস্পতিৰ মহাগোচৰ, ৩ৰাশিৰ হাতলৈ আহিব টকাই টকা, লাকী ৰাশি কি কি?

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, May 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বৰষুণৰ বতৰত ছালৰ সংক্ৰমণৰ পৰা কেনেকৈ ৰক্ষা পৰিব?

বৰষুণৰ বতৰত ছালৰ সংক্ৰমণৰ পৰা কেনেকৈ ৰক্ষা পৰিব?

editor by editor
March 24, 2026
in জীৱনশৈলী, বিবিধ, লেখা
0
বৰষুণৰ বতৰত ছালৰ সংক্ৰমণৰ পৰা কেনেকৈ ৰক্ষা পৰিব?
0
SHARES
27
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বৰষুণৰ বতৰত সাধাৰণ ৰাইজৰ বহুতো সমস্যাৰ সৃষ্টি হয়। এই দিনবোৰত চলা-ফুৰাৰ সমস্যাৰ লগতে একাংশক ছালৰ সমস্যায়ো দেখা দিয়ে। বৰষুণৰ দিনত ছালৰ সংক্ৰমণ আৰু এলাৰ্জী সাধাৰণতে দেখা যায়। বৰষুণৰ বতৰত আৰ্দ্ৰতাই ভেঁকুৰৰ সংক্ৰমণ, ফোহা, ব্ৰণ বৃদ্ধি কৰিব পাৰে। নিম, হলধি, গাখীৰ, এলোভেৰা, দৈ আৰু বেচৰ দৰে ঘৰুৱা ঔষধে ছালখন সুস্থ আৰু উজ্জ্বল কৰি ৰখাত সহায় কৰিব পাৰে। ছালৰ যত্নৰ সঠিক নিয়ম মানি চলা, ভাল পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰখা, আৰু পাতল কাপোৰ পিন্ধাটোৱে আপোনাক বাৰিষাৰ ছালৰ সমস্যাৰ পৰা ৰক্ষা কৰাত সহায় কৰিব পাৰে।

আয়ুৰ্বেদত নিম পাতক প্ৰাকৃতিক এন্টিচেপ্টিক আৰু এন্টিফাংগেল বুলি গণ্য কৰা হয়। বাৰিষাৰ সময়ত যেতিয়া ঘাম আৰু আৰ্দ্ৰতাই ভেঁকুৰৰ সংক্ৰমণ বৃদ্ধি কৰিব পাৰে। নিম পাত পানীত উতলাই গা ধোৱাটো অতি উপকাৰী। ই ঘামৰ ফলত হোৱা খজুৱতি, ৰঙা দাগ কমায়, আৰু ছালখনক সংক্ৰমণৰ পৰা ৰক্ষা কৰে।

হালধিত থকা কাৰকুমিন উৎকৃষ্ট প্ৰদাহ নিবাৰণকাৰী, আনহাতে গাখীৰত মইশ্ব’ৰাইজিং আৰু ছাল মসৃণ কৰা গুণ আছে। বাৰিষা কালত যদি আপোনাৰ ছালত খজুৱতি হয় বা ফোহা ওলায়, তেন্তে হালধি আৰু গাখীৰৰ পেষ্ট প্ৰয়োগ কৰিলে বিষ, ৰঙা পৰা আৰু প্ৰদাহ কম কৰিব পাৰে। এই প্ৰতিকাৰে ছালখনক ভিতৰৰ পৰাও পুষ্টি প্ৰদান কৰে আৰু আপোনাৰ ছালৰ ৰংটোক প্ৰাকৃতিক উজ্জ্বলতা প্ৰদান কৰিব।

বাৰিষাৰ বাবে এলোভেৰা ঘৰুৱা ঔষধ অতি ফলপ্ৰসূ। ইয়াৰ শীতল আৰু হাইড্ৰেটিং গুণে ছালৰ খজুৱতি, বিৰক্তি, আৰু ফোহা নিমিষতে শান্ত কৰে। তদুপৰি এলোভেৰা জেলে ছিদ্ৰ পৰিষ্কাৰ কৰে আৰু তেল নিয়ন্ত্ৰণ কৰাত সহায় কৰে। বাৰিষাৰ সময়ত ব্ৰণৰ সমস্যাত ভোগা লোকৰ বাবে এই প্ৰাকৃতিক প্ৰতিকাৰ অত্যন্ত উপকাৰী।

তেলীয়া ছাল থকাসকলে বাৰিষাৰ সময়ত প্ৰায়ে ব্ৰণ আৰু আঠাযুক্ত হোৱাৰ দৰে সমস্যাৰ সন্মুখীন হয়। দৈ আৰু বেচনৰ পেক এটাই ইয়াৰ নিখুঁত সমাধান। দৈয়ে ছালখন ছাফা আৰু মইশ্ব’ৰাইজ কৰে, আনহাতে বেচনে অতিৰিক্ত তেল শোষণ কৰি পৰিষ্কাৰ আৰু সতেজ কৰি ৰাখে। এই পেকটো সপ্তাহত দুবাৰ প্ৰয়োগ কৰিলে ব্ৰণ আৰু ছালৰ এলাৰ্জীৰ আৱিৰ্ভাৱ কমি যায়।

সহজ ঔষধ। গোলাপৰ জলে ছালখন বিষমুক্ত কৰি শান্ত কৰে, আনহাতে চন্দন কাঠৰ পেষ্টে ফোহা, খজুৱতি, ৰঙা দাগ শান্ত কৰে। এই পেক ব্যৱহাৰ কৰিলে ছালখন সতেজ আৰু উজ্জ্বল হয়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24health care
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

১ নে ২ এপ্ৰিল, কোনদিনা অসমত পালন হ’ব হনুমান জয়ন্তী?
জীৱনশৈলী

হনুমানে পূৰণ কৰিব মনৰ ইচ্ছা, মঙলবাৰে মন্দিৰলৈ গৈ কৰক মাত্ৰ এইকেইটা কাম!

May 26, 2026
8th Pay Commission: কৰ্মচাৰীয়ে কেতিয়া পাব বকেয়া সহ দৰমহা?
বাণিজ্য

8th Pay Commission: কৰ্মচাৰীয়ে কেতিয়া পাব বকেয়া সহ দৰমহা?

May 26, 2026
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ
জীৱনশৈলী

৫ ৰাশিৰ লোকে আজি পাব ভাল খবৰ! পঢ়ক দৈনিক ৰাশিফল

May 26, 2026
জেন-জি বিপথে যোৱা প্ৰজন্ম বুলি ভৱাসকলক মোক্ষম আঘাত হানিছে এই গৱেষণাই, সংগমৰ প্ৰতি আগ্ৰহ হেৰুৱাইছে জেন-জিয়ে, যৌনজীৱন কিয় গৌণ বিষয় জেন-জিৰ বাবে?
জীৱনশৈলী

জেন-জি বিপথে যোৱা প্ৰজন্ম বুলি ভৱাসকলক মোক্ষম আঘাত হানিছে এই গৱেষণাই, সংগমৰ প্ৰতি আগ্ৰহ হেৰুৱাইছে জেন-জিয়ে, যৌনজীৱন কিয় গৌণ বিষয় জেন-জিৰ বাবে?

May 25, 2026
Next Post
কাইলৈ কপাল ফুলিব ৩ ৰাশিৰ জাতক-জাতিকাৰ! সকলো দিশৰ পৰা আহিব সফলতা!

প্ৰেমত বাধা, সম্পত্তি নাশ! জানক কোন ৰাশিৰ জাতক-জাতিকাৰ কেনে যাব দিনটো?

ভাগ্য হ’ব সলনি, পাকঘৰৰ এটা ভুলে পেলাব বিপদত!

ভাগ্য হ'ব সলনি, পাকঘৰৰ এটা ভুলে পেলাব বিপদত!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.