• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বোৰ্খাৰ তলৰ জীৱন অতীত! ছৌদীত খোলা হ’ল প্ৰথমটো নাইট ক্লাব, দিয়া হ’ল মহিলা প্ৰৱেশৰো অনুমতি

বোৰ্খাৰ তলৰ জীৱন অতীত! ছৌদীত খোলা হ’ল প্ৰথমটো নাইট ক্লাব, দিয়া হ’ল মহিলা প্ৰৱেশৰো অনুমতি

1 year ago
SIP ত ১০ লাখ টকা ৰিটাৰ্ণ আশা কৰিছে? ১০ লাখ ধন গোটাবলৈ কিমান দিন সময় লাগিব? মাহিলী বিনিয়োগ কিমান হ’লে কম সময়তে পাব এই ধন?

SIP ত ১০ লাখ টকা ৰিটাৰ্ণ আশা কৰিছে? ১০ লাখ ধন গোটাবলৈ কিমান দিন সময় লাগিব? মাহিলী বিনিয়োগ কিমান হ’লে কম সময়তে পাব এই ধন?

23 hours ago
মহাদেৱৰ কৃপা আপোনাৰ ওপৰতো আছে, চন্দ্ৰৰ কুম্ভ ৰাশিত অৱস্থানে খুলিছে এই ৫ৰাশিৰ জাতকৰ ভাগ্য

মহাদেৱৰ কৃপা আপোনাৰ ওপৰতো আছে, চন্দ্ৰৰ কুম্ভ ৰাশিত অৱস্থানে খুলিছে এই ৫ৰাশিৰ জাতকৰ ভাগ্য

24 hours ago
কোটি কোটি মোবাইল ইউজাৰৰ বাবে বিৰাট অফাৰ দিছে JIOই! ৮৪ দিনৰ এই প্লেনত কি কি বিনামূলীয়া সুবিধা?

কোটি কোটি মোবাইল ইউজাৰৰ বাবে বিৰাট অফাৰ দিছে JIOই! ৮৪ দিনৰ এই প্লেনত কি কি বিনামূলীয়া সুবিধা?

1 day ago
শাওনতেই উপচি পৰিব সম্পদ, ৭২ বছৰৰ পাছত শাওনত শনি, বুধ, ৰাহু আৰু কেতুৰ বক্ৰী চলন, কোন ৩ৰাশিয়ে লাভ কৰিব সফলতা?

শাওনতেই উপচি পৰিব সম্পদ, ৭২ বছৰৰ পাছত শাওনত শনি, বুধ, ৰাহু আৰু কেতুৰ বক্ৰী চলন, কোন ৩ৰাশিয়ে লাভ কৰিব সফলতা?

1 day ago
পৰীক্ষামূলক ব্যৱহাৰ সফল, এইবাৰ যাত্ৰীসুৰক্ষাৰ বাবে ট্ৰেইনৰ সকলো ডবাতেই CCTV লগাব ৰে’ল মন্ত্ৰণালয়ে

পৰীক্ষামূলক ব্যৱহাৰ সফল, এইবাৰ যাত্ৰীসুৰক্ষাৰ বাবে ট্ৰেইনৰ সকলো ডবাতেই CCTV লগাব ৰে’ল মন্ত্ৰণালয়ে

1 day ago
শনি-বুধৰ ভয়ংকৰ খেলাই কঁপাব ত্ৰিভুৱন! অৰ্থহানি, শান্তি বিঘ্নিত হোৱাৰ ওপৰিও স্বাস্থ্যজনিত সমস্যাত পৰিব পাৰে এইকেইটা ৰাশিৰ জাতক

শনি-বুধৰ ভয়ংকৰ খেলাই কঁপাব ত্ৰিভুৱন! অৰ্থহানি, শান্তি বিঘ্নিত হোৱাৰ ওপৰিও স্বাস্থ্যজনিত সমস্যাত পৰিব পাৰে এইকেইটা ৰাশিৰ জাতক

1 day ago
‘মাজে মাজে জীৱনে অন্য পথেৰে যাত্ৰা কৰে…আমি পৃথক হোৱাটোৱেই সঠিক ভাৱিছো!’ বিবাহ ভাঙিল বেডমিণ্টৰ খেলুৱৈ ছাইনা নেহৱালৰ

‘মাজে মাজে জীৱনে অন্য পথেৰে যাত্ৰা কৰে…আমি পৃথক হোৱাটোৱেই সঠিক ভাৱিছো!’ বিবাহ ভাঙিল বেডমিণ্টৰ খেলুৱৈ ছাইনা নেহৱালৰ

1 day ago
১৮ জুলাইত কৰ্কট ৰাশিত অস্ত যাব বুধ, ৪ ৰাশিৰ উদয় হ’ব ভাগ্য

১৮ জুলাইত কৰ্কট ৰাশিত অস্ত যাব বুধ, ৪ ৰাশিৰ উদয় হ’ব ভাগ্য

2 days ago
ভাৰতীয় বলাৰৰ ত্ৰাস, ১০০ নহওঁতেই ইংলেণ্ডে হেৰুৱালে ৪ টা উইকেট

ভাৰতীয় বলাৰৰ ত্ৰাস, ১০০ নহওঁতেই ইংলেণ্ডে হেৰুৱালে ৪ টা উইকেট

2 days ago
বিবাহ বিচ্ছেদ পাইয়ে ফুৰ্তিতে ৪০ লিটাৰ গাখীৰেৰে গা ধুলে নলবাৰীৰ মাণিকে

বিবাহ বিচ্ছেদ পাইয়ে ফুৰ্তিতে ৪০ লিটাৰ গাখীৰেৰে গা ধুলে নলবাৰীৰ মাণিকে

2 days ago
ভাৰতীয় সকলৰ বাবে দুঃসংবাদ, ট্ৰাম্পে দুগুণলৈ বৃদ্ধি কৰিলে আমেৰিকাৰ ভিছাৰ মাচুল

ভাৰতীয় সকলৰ বাবে দুঃসংবাদ, ট্ৰাম্পে দুগুণলৈ বৃদ্ধি কৰিলে আমেৰিকাৰ ভিছাৰ মাচুল

2 days ago
চকু পানী টুকি চিৰ বিদায় দিলে সতীৰ্থ অভিনেতা কোটা শ্ৰীনিবাস ৰাওক

চকু পানী টুকি চিৰ বিদায় দিলে সতীৰ্থ অভিনেতা কোটা শ্ৰীনিবাস ৰাওক

2 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, July 15, 2025
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বোৰ্খাৰ তলৰ জীৱন অতীত! ছৌদীত খোলা হ’ল প্ৰথমটো নাইট ক্লাব, দিয়া হ’ল মহিলা প্ৰৱেশৰো অনুমতি

বোৰ্খাৰ তলৰ জীৱন অতীত! ছৌদীত খোলা হ’ল প্ৰথমটো নাইট ক্লাব, দিয়া হ’ল মহিলা প্ৰৱেশৰো অনুমতি

editor by editor
May 25, 2024
in জীৱনশৈলী, বিবিধ, বিশ্ব, লেখা
0
বোৰ্খাৰ তলৰ জীৱন অতীত! ছৌদীত খোলা হ’ল প্ৰথমটো নাইট ক্লাব, দিয়া হ’ল মহিলা প্ৰৱেশৰো অনুমতি
0
SHARES
154
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ৰক্ষণশীলতাৰ পৰা লাহে লাহে নিজেই ওলাই আহিছে ছৌদী আৰৱ৷ এটাৰ পাছত আনটো ঐতিহ্যগত মৌলবাদী ইছলামী আইন পৰিবৰ্তনৰ গতি তৰাম্বিত কৰিছে মক্কা আৰু মদিনাৰ দেশ ছৌদীয়ে৷ ছৌদী আৰৱৰ বৰ্তমান ক্ৰাউন প্ৰিন্স মহম্মজ বিন ছলমানৰ হাতত ধৰি এটাৰ পাছত আনটো নিয়মৰ বেৰ ভাঙি ওলাই আহিছে ছৌদী৷

সেয়া লাগে বিশ্ব সুন্দৰীৰ প্ৰতিযোগীতাত নিজৰ দেশৰ প্ৰতিযোগী পঠিয়াই হওক কিংবা প্ৰথম বাৰৰ বাবে দেশৰ মাটিত ছুইমিং কষ্টিওমৰ RAMP শ্ব’ অনুষ্ঠিত কৰাই হওক৷ এইবাৰ আধুনিকতাৰ তালিকাত ছৌদীত নতুন সংযোজন হ’ল নাইট ক্লাব৷ ক্ৰাউন প্ৰিন্স মহম্মদ বিন ছলমানৰ প্ৰচেষ্টাতেই তৈয়াৰ হৈ উঠিছে এই নাইট ক্লাব৷ পাৰ্টী প্ৰেমী তৰুণসকলক আকৃষ্ট কৰিবৰ বাবেই প্ৰথমখন নাইট ক্লাব মুকলি কৰা হৈছে ৰাজধানী ৰিয়াধত৷

ছৌদী আৰৱৰ প্ৰথম নাই ক্লাবটোৰ নাম দিয়া হৈছে ‘নিউ লাইফ’৷ ৰাজধানী ৰিয়াধত এই নাইট ক্লাবটো দ্যা বিষ্ট হাউছ নামেৰে পৰিচিত৷ এই নাইট ক্লাবত প্ৰৱেশ কৰাটো মদ্যপায়ীসকলৰ বাবে কিন্তু সহজ নহয়৷ ছৌদীৰ এই নাইট ক্লাবত অত্যন্ত বিলাসবহুল ইণ্টেৰিয়ৰ তৈয়াৰ কৰা হৈছে৷ ইয়াৰোপৰি বিলাসবহুল সুবিধাও দিয়া হৈছে৷ এই নাইট ক্লাবৰ গৰাকীৰ আশা যে এই ক্লাব শিল্প আৰু সংগীতৰ কেন্দ্ৰ হৈ উঠিব৷ এই নাইট ক্লাবটোত আছে কেইবাটাও ষ্টুডিঅ’৷ ইয়াৰোপৰি আছে ডাইনিং এৰিয়াও৷  ডিজে আৰু সংগীত প্ৰযোজকসকলেও এই নাইট ক্লাবত অনুষ্ঠান কৰিব৷ ছৌদীয়ে এই নাইট ক্লাবলৈ বিদেশীসকলক আমন্ত্ৰণ জনাইছে৷ বিদেশী পৰ্যটকসকলৰো এই ক্লাব পছন্দৰ হ’ব বুলি দাবী কৰিছে নাইট ক্লাবৰ গৰাকীয়ে৷

কাৰণ বৰ্তমানলৈকে ছৌদী আৰৱৰ কোনো স্থানতেই বিদেশীসকলে কোনো পাৰ্টী কৰিব নোৱাৰে৷ ছৌদী আৰৱত ডিজে নাইটৰ ক’তোৱেই অনুমতি নাই৷ কোনোৱে ডিজে নাইটৰ আনন্দ ল’ব খুজিলে দেশৰ বাহিৰলৈ যাব লাগে৷ ছৌদীৰ ডিজে বজোৱা বহু বেণ্ডে এই খবৰৰ অন্ততেই নিজৰ প্ৰতিক্ৰিয়াও ব্যক্ত কৰিছে৷ তেঁওলোকৰ মত, ‘আমি আজি অত্যন্ত সুখী৷ আমাৰ দেশত ক্লাব এটা হৈছে৷ এই ক্লাব আমাৰ বাবে পৃথিৱী৷ অৱশেষত আমি আমাৰ দেশত আমাৰ সংগীত দক্ষতা প্ৰদৰ্শন কৰিব পাৰিম৷’

এই নাইট ক্লাবত প্ৰৱেশ কৰাটো অৱশ্যে খুব এটা সস্তা নহ’ব৷ ছৌদীৰ প্ৰথম নাইট ক্লাৱত প্ৰৱেশ কৰিবলৈ হ’লে এই ক্লাবৰ সৰ্বনিম্ন বাৰ্ষিক সদস্য ফি হিচাপে দিব লাগিব ১ লাখ ৭১ হাজাৰ টকা৷ কেৱল সেয়াই নহয়, অত্যধিক সুবিধা বিচাৰিলে ২ লাখ ৫১ হাজাৰ টকা দিব লাগিব মেম্বাৰচিপৰ বাবে৷ পূৰ্বৰ বাধা নিষেধ আঁতৰাই এই ক্লাৱত সোমাবলৈ দিয়া হ’ব  মহিলাকো৷ সেই দেশৰ মহিলাৰ বাবে এয়া এক নতুন জীৱনৰ দৰে৷ একাংশ মহিলাৰ মত, ‘এইয়া আমাৰ নতুন জীৱন৷ আমি জীয়াই উঠিছো৷’

ছৌদী আৰৱ এখন ইছলামিক দেশ হোৱাৰ বাবে ইয়াত মদ একেবাৰেই নিষিদ্ধ৷ সেয়ে এই নাইট ক্লাবত মদ নিষিদ্ধ কৰা হৈছে৷ কেৱল সেয়াই নহয় কোনোৱে তাত মদ খাই প্ৰৱেশ কৰিলেও তেওঁলোকক বিহা হ’ব মোটা অংকৰ জৰিমনা৷ এই নাইট ক্লাবত অতিথিক মদৰ পৰিবৰ্তে মকটেইল দিয়া হ’ব৷ উল্লেখ্য যে ছৌদীত ১৯৫০ চনৰ পৰা এলকহল ব্যৱহাৰ নিষিদ্ধ কৰা হৈছে৷ ছৌদীত অৱশ্যে শেহতীয়াকৈ বিদেশী দূতাবাসৰ বাবে এখন ৱাইন শ্বপ খোলাৰ অনুমতি দিয়া হৈছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assam ka tazza khabaraxom live 24Best Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

SIP ত ১০ লাখ টকা ৰিটাৰ্ণ আশা কৰিছে? ১০ লাখ ধন গোটাবলৈ কিমান দিন সময় লাগিব? মাহিলী বিনিয়োগ কিমান হ’লে কম সময়তে পাব এই ধন?
জীৱনশৈলী

SIP ত ১০ লাখ টকা ৰিটাৰ্ণ আশা কৰিছে? ১০ লাখ ধন গোটাবলৈ কিমান দিন সময় লাগিব? মাহিলী বিনিয়োগ কিমান হ’লে কম সময়তে পাব এই ধন?

July 14, 2025
মহাদেৱৰ কৃপা আপোনাৰ ওপৰতো আছে, চন্দ্ৰৰ কুম্ভ ৰাশিত অৱস্থানে খুলিছে এই ৫ৰাশিৰ জাতকৰ ভাগ্য
জীৱনশৈলী

মহাদেৱৰ কৃপা আপোনাৰ ওপৰতো আছে, চন্দ্ৰৰ কুম্ভ ৰাশিত অৱস্থানে খুলিছে এই ৫ৰাশিৰ জাতকৰ ভাগ্য

July 14, 2025
কোটি কোটি মোবাইল ইউজাৰৰ বাবে বিৰাট অফাৰ দিছে JIOই! ৮৪ দিনৰ এই প্লেনত কি কি বিনামূলীয়া সুবিধা?
জীৱনশৈলী

কোটি কোটি মোবাইল ইউজাৰৰ বাবে বিৰাট অফাৰ দিছে JIOই! ৮৪ দিনৰ এই প্লেনত কি কি বিনামূলীয়া সুবিধা?

July 14, 2025
শাওনতেই উপচি পৰিব সম্পদ, ৭২ বছৰৰ পাছত শাওনত শনি, বুধ, ৰাহু আৰু কেতুৰ বক্ৰী চলন, কোন ৩ৰাশিয়ে লাভ কৰিব সফলতা?
জীৱনশৈলী

শাওনতেই উপচি পৰিব সম্পদ, ৭২ বছৰৰ পাছত শাওনত শনি, বুধ, ৰাহু আৰু কেতুৰ বক্ৰী চলন, কোন ৩ৰাশিয়ে লাভ কৰিব সফলতা?

July 14, 2025
Next Post
শনিবাৰে চুলি-নখ নাকাটিব, নিকিনিব এইকেইবিধ সামগ্ৰী! আপোনাৰ এইবোৰ ভুলতেই ৰুষ্ট হয় শনি

শনিবাৰে চুলি-নখ নাকাটিব, নিকিনিব এইকেইবিধ সামগ্ৰী! আপোনাৰ এইবোৰ ভুলতেই ৰুষ্ট হয় শনি

শনিৰ আশীৰ্বাদ সকলো সময়তে থাকে এই ৩ৰাশিৰ ওপৰত! এওঁলোকক সকলো বিপদৰ পৰা ৰক্ষা কৰে গ্ৰহৰাজে

শনিৰ আশীৰ্বাদ সকলো সময়তে থাকে এই ৩ৰাশিৰ ওপৰত! এওঁলোকক সকলো বিপদৰ পৰা ৰক্ষা কৰে গ্ৰহৰাজে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.