• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শনিবাৰে চুলি-নখ নাকাটিব, নিকিনিব এইকেইবিধ সামগ্ৰী! আপোনাৰ এইবোৰ ভুলতেই ৰুষ্ট হয় শনি

শনিবাৰে চুলি-নখ নাকাটিব, নিকিনিব এইকেইবিধ সামগ্ৰী! আপোনাৰ এইবোৰ ভুলতেই ৰুষ্ট হয় শনি

2 years ago
পূৰ্বেও ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হৈছিল কেপ্টেইন স্মিট মাছাৰ

পূৰ্বেও ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হৈছিল কেপ্টেইন স্মিট মাছাৰ

27 minutes ago
এইবাৰ শীতত সলনি হ’ব নেকি সমগ্ৰ বিশ্বৰ জলবায়ু?

এইবাৰ শীতত সলনি হ’ব নেকি সমগ্ৰ বিশ্বৰ জলবায়ু?

1 hour ago
বনভোজলৈ যোৱা ৮গৰাকীকৈ ছাত্ৰ-ছাত্ৰীৰ সলিল সমাধি

বনভোজলৈ যোৱা ৮গৰাকীকৈ ছাত্ৰ-ছাত্ৰীৰ সলিল সমাধি

2 hours ago
এইবাৰ নৱৰাত্ৰিত ১০০ বছৰ পিছত হ’ব এই সংযোগ

এইবাৰ নৱৰাত্ৰিত ১০০ বছৰ পিছত হ’ব এই সংযোগ

3 hours ago
পিছে নিজেই পেলোৱা জালত পৰিল হ*ত্যাকাৰী

পিছে নিজেই পেলোৱা জালত পৰিল হ*ত্যাকাৰী

3 hours ago
ঘৰে ঘৰে গাখীৰ বিক্ৰী কৰা নীতেশৰ সাফল্যত গৌৰৱান্বিত দেশ

ঘৰে ঘৰে গাখীৰ বিক্ৰী কৰা নীতেশৰ সাফল্যত গৌৰৱান্বিত দেশ

4 hours ago
বিৱাহৰ বাবে উপযুক্ত স্বামী বিচাৰি যুৱতীৰ চমৎকাৰী কৌশল

বিৱাহৰ বাবে উপযুক্ত স্বামী বিচাৰি যুৱতীৰ চমৎকাৰী কৌশল

4 hours ago
কনভয় মই একেবাৰে ভাল নাপাওঁঃ হিমন্ত বিশ্ব শৰ্মা

কনভয় মই একেবাৰে ভাল নাপাওঁঃ হিমন্ত বিশ্ব শৰ্মা

5 hours ago
জীৱন যুঁজত কেতিয়াও হাৰি নাযাব…

জীৱন যুঁজত কেতিয়াও হাৰি নাযাব…

5 hours ago
জুবিন গাৰ্গৰ শত্ৰু কোন? জুবিন ঘটনাক লৈ মুখ খোলাৰ সাহস নহ’ল প্ৰৱাসী অসমীয়া তন্ময়ৰ

জুবিন গাৰ্গৰ শত্ৰু কোন? জুবিন ঘটনাক লৈ মুখ খোলাৰ সাহস নহ’ল প্ৰৱাসী অসমীয়া তন্ময়ৰ

7 hours ago
বন্ধ হ’ব ১.৫ কোটি ৰেচন কাৰ্ড, শীঘ্ৰে হওক সাৱধান!

বন্ধ হ’ব ১.৫ কোটি ৰেচন কাৰ্ড, শীঘ্ৰে হওক সাৱধান!

7 hours ago
কালসৰ্প দোষৰ পৰা সাৱধান! ধ্বংস কৰি দিব আপোনাৰ জীৱন

কালসৰ্প দোষ থাকিলে সাৱধান হওক, এটা ভুলে মাতিব বিপদ!

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 1, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

শনিবাৰে চুলি-নখ নাকাটিব, নিকিনিব এইকেইবিধ সামগ্ৰী! আপোনাৰ এইবোৰ ভুলতেই ৰুষ্ট হয় শনি

শনিবাৰে চুলি-নখ নাকাটিব, নিকিনিব এইকেইবিধ সামগ্ৰী! আপোনাৰ এইবোৰ ভুলতেই ৰুষ্ট হয় শনি

editor by editor
May 25, 2024
in জীৱনশৈলী
0
শনিবাৰে চুলি-নখ নাকাটিব, নিকিনিব এইকেইবিধ সামগ্ৰী! আপোনাৰ এইবোৰ ভুলতেই ৰুষ্ট হয় শনি
0
SHARES
274
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

শাস্ত্ৰত শনিক কৰ্মফলৰ দেৱতা বুলি কোৱা হয়৷ শনিয়ে সকলোকে কৰ্ম ফল দান কৰে৷ ভাল কাম কৰিলে যেনেকৈ শনিৰ দয়াত ভাল ফল লাভ কৰে তেনেকৈ বেয়া কাম কৰিচে শনিৰ নিৰ্মম শাস্তিত জীৱন ছাৰখাৰ হৈ যায়৷ কোৱা হৈছে শনিৰ শুভ দৃষ্টিত যেনেকৈ জাতকৰ জীৱন স্বৰ্গত পৰিণত হয় তেনেকৈয়ে শনিৰ কুদৃষ্টিত নৰক যন্ত্ৰণা সহ্য কৰিব লগা হয় জাতকে৷ শনিবাৰ হৈছে শনিৰ প্ৰিয় দিন৷ সেয়ে এই দিনটোত কিছুমান কাম কৰিব নালাগে৷ জ্যোতিষশাস্ত্ৰ অনুসৰি শনিবাৰে কিছুকাম কৰিলে শনি ৰুষ্ট হয়৷ জানি থওক শনিবাৰে কি কি কাম নকৰিব৷

নখ-চুলি নাকাটিব

শাস্ত্ৰ অনুসৰি শনিবাৰে ভুলতো নখ আৰু চুলি নাকাটিব৷ এই দিনটোত দাঢ়ি কটাও অনুচিত৷ ইয়াৰ ফলত শনিৰ অশুভ প্ৰভাৱ আপোনাৰ জীৱনত পৰিব পাৰে৷ শনিবাৰে এই কাম কৰিলে শনিৰ দশাই আপোনাৰ জীৱন নৰক কৰি পেলাব পাৰে৷

লো ক্ৰয় নকৰিব

লো শনিৰ সৈতে সম্পৰ্কযুক্ত৷ সেয়ে লোহাৰে তৈয়াৰ কৰা কোনো সামগ্ৰী শনিবাৰে ক্ৰয় কৰা অনুচিত৷ শনিবাৰে লোহাৰে তৈয়াৰ কৰা সামগ্ৰী ক্ৰয় কৰিলে আপোনাৰ সাংসৰিক জীৱনত অশান্তি তৈয়াৰ কৰিব পাৰে৷ পাৰিবাৰিক সম্পৰ্কসমূহৰ প্ৰভাৱ ব্যাহত হয়৷ শনিবাৰে যদি ভুলতে কোনো বিশেষ প্ৰয়োজনত লোহা ক্ৰয় কৰে তেন্তে ঘৰলৈ নানিব বাহিৰতেই ৰাখি থব৷ শনিবাৰে লোহাৰ সামগ্ৰী ক্ৰয় কৰিলে শনিৰ ৰোষত পৰিব আপুনি৷

নিমখ ক্ৰয় নকৰিব

শনিবাৰে নিমখ ক্ৰয় কৰা উচিত নহয়৷ শনিবাৰে নিমখ ক্ৰয় কৰিলে ঋণত পৰিব পাৰে আপুনি৷ শনিবাৰে মিঠাতেল ক্ৰয় কৰাও অনুচিত৷ যদি শনিবাৰে ঘৰত তেল ক্ৰয় কৰে তেন্তে তীব্ৰ আৰ্থিক সংকটৰ মুখত পৰিব লগা হয়৷

আমিষ নাখাব

শনিবাৰে মাছ, মাংসৰ পৰা দূৰত থাকক৷ এই দিনটোত আমিষ ভুলতো নাখাব৷ শনিবাৰে আমিষ খালে তাৰ অশুভ প্ৰভাৱ আমাৰ জীৱনত পৰে৷ শনিবাৰে আমিষ খালে আৰু মদ্যপান কৰিলে নিৰ্দয়ভাৱে শাস্তি দিয়ে শনিদেৱে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24best news channel in assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এইবাৰ নৱৰাত্ৰিত ১০০ বছৰ পিছত হ’ব এই সংযোগ
জীৱনশৈলী

এইবাৰ নৱৰাত্ৰিত ১০০ বছৰ পিছত হ’ব এই সংযোগ

October 1, 2026
কালসৰ্প দোষৰ পৰা সাৱধান! ধ্বংস কৰি দিব আপোনাৰ জীৱন
জীৱনশৈলী

কালসৰ্প দোষ থাকিলে সাৱধান হওক, এটা ভুলে মাতিব বিপদ!

October 1, 2026
বাবা ভাংগাৰ ভয়ংকৰ ভৱিষ্যদ্বাণী, ক’লে ৩ টা ভয়ংকৰ সত্য!
জীৱনশৈলী

বাবা ভাংগাৰ ভয়ংকৰ ভৱিষ্যদ্বাণী, ক’লে ৩ টা ভয়ংকৰ সত্য!

October 1, 2026
নৱৰাত্ৰিৰ ঘট স্থাপনৰ শুভ মুহূৰ্ত কেতিয়া? পূজাত ভুল কৰিলে বিপদ আপোনাৰ!
জীৱনশৈলী

নৱৰাত্ৰিৰ ঘট স্থাপনৰ শুভ মুহূৰ্ত কেতিয়া? পূজাত ভুল কৰিলে বিপদ আপোনাৰ!

October 1, 2026
Next Post
শনিৰ আশীৰ্বাদ সকলো সময়তে থাকে এই ৩ৰাশিৰ ওপৰত! এওঁলোকক সকলো বিপদৰ পৰা ৰক্ষা কৰে গ্ৰহৰাজে

শনিৰ আশীৰ্বাদ সকলো সময়তে থাকে এই ৩ৰাশিৰ ওপৰত! এওঁলোকক সকলো বিপদৰ পৰা ৰক্ষা কৰে গ্ৰহৰাজে

প্ৰেমৰ সম্পৰ্ক ভালে ৰাখিবলৈ সম্পৰ্কত এইকেইটা সমীকৰণ মানি চলাটো জৰুৰী, জানি থওক ১০টা সহজ সমীকৰণ

প্ৰেমৰ সম্পৰ্ক ভালে ৰাখিবলৈ সম্পৰ্কত এইকেইটা সমীকৰণ মানি চলাটো জৰুৰী, জানি থওক ১০টা সহজ সমীকৰণ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.