• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নিদ্ৰাহীনতাত ভূগিছে? নিদ্ৰাহীনতাৰ সমস্যা আঁতৰাবলৈ এইকেইটা উপায় গ্ৰহণ কৰিব পাৰে…

নিদ্ৰাহীনতাত ভূগিছে? নিদ্ৰাহীনতাৰ সমস্যা আঁতৰাবলৈ এইকেইটা উপায় গ্ৰহণ কৰিব পাৰে…

4 years ago
জুবিন দাই কি উপদেশ দিছিল পাপনক? দুখৰ মাজতো কি ভাল খবৰ দিলে পাপনে?

জুবিন দাই কি উপদেশ দিছিল পাপনক? দুখৰ মাজতো কি ভাল খবৰ দিলে পাপনে?

1 hour ago
অসমলৈ আহি কিহৰ বাবে ব্যাপক TROLLৰ সন্মুখীন চেলিম মাৰ্চেণ্ট?

অসমলৈ আহি কিহৰ বাবে ব্যাপক TROLLৰ সন্মুখীন চেলিম মাৰ্চেণ্ট?

3 hours ago
হোটেলত যুৱকক পণবন্দী যুৱতীৰ

হোটেলত যুৱকক পণবন্দী যুৱতীৰ

3 hours ago
মাত্ৰ ৩০ ছেকেণ্ডতে দূৰ হ’ব মানসিক চাপ

মাত্ৰ ৩০ ছেকেণ্ডতে দূৰ হ’ব মানসিক চাপ

4 hours ago
পূজাৰীৰ কা*মনাৰ বলি হ’ল নাবালিকা

পূজাৰীৰ কা*মনাৰ বলি হ’ল নাবালিকা

4 hours ago
‘উদয় হৈছে যেতিয়া, অস্তও এদিন হ’বই, মিছা ভ্ৰমত নাথাকিব’

‘উদয় হৈছে যেতিয়া, অস্তও এদিন হ’বই, মিছা ভ্ৰমত নাথাকিব’

5 hours ago
জীৱনৰ সুখ সমৃদ্ধিৰ বাবে কৰক এই ৫টা কাম

জীৱনৰ সুখ সমৃদ্ধিৰ বাবে কৰক এই ৫টা কাম

5 hours ago
এখন চহৰৰ নীৰৱতাৰে বিশেষ শ্ৰদ্ধাঞ্জলি

এখন চহৰৰ নীৰৱতাৰে বিশেষ শ্ৰদ্ধাঞ্জলি

5 hours ago
নাবালিকাক অপকৰ্ম কৰি হ*ত্যা

নাবালিকাক অপকৰ্ম কৰি হ*ত্যা

6 hours ago
শীঘ্ৰেই চৰকাৰী বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে পাব নতুন খাদ্য

শীঘ্ৰেই চৰকাৰী বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে পাব নতুন খাদ্য

7 hours ago
তেওঁ আমাৰ হৃদয়ত জী আছে, জুবিন দালৈ আমাৰ একাঁজলি শব্দাঞ্জলি

তেওঁ আমাৰ হৃদয়ত জী আছে, জুবিন দালৈ আমাৰ একাঁজলি শব্দাঞ্জলি

7 hours ago
আজি কেইবাটাও ৰাশিয়ে পাব বুধাদিত্য যোগৰ লাভ

আজি কেইবাটাও ৰাশিয়ে পাব বুধাদিত্য যোগৰ লাভ

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, September 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

নিদ্ৰাহীনতাত ভূগিছে? নিদ্ৰাহীনতাৰ সমস্যা আঁতৰাবলৈ এইকেইটা উপায় গ্ৰহণ কৰিব পাৰে…

editor by editor
October 15, 2022
in জীৱনশৈলী, বিশ্ব, ভাৰত, স্বাস্থ্য
0
নিদ্ৰাহীনতাত ভূগিছে? নিদ্ৰাহীনতাৰ সমস্যা আঁতৰাবলৈ এইকেইটা উপায় গ্ৰহণ কৰিব পাৰে…
0
SHARES
4.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ পুৱাতেই কাৰ্যালয়লৈ যাব লাগে, লৰালৰিকৈ টোপনিৰ পৰা উঠিয়েই কাৰ্যালয়লৈ দৌৰা হয়৷ ইপিনে নিশাও টোপনি নাই৷ এই অভ্যাসে শৰীৰৰ ক্ষতি কৰে৷ শৰীৰৰ ক্ষতি হৈ থকা বুলি জানিও নিশা টোপনি নহাৰ অভ্যাস আঁতৰাব নোৱাৰাটো বহু ব্যক্তিৰেই প্ৰধান সমস্যা হৈ পৰে৷

বিশেষজ্ঞৰ মতে এজন সুস্থ ব্যক্তিৰ বাবে দৈনিক ৬ৰ পৰা ৮ঘণ্টা টোপনিৰ প্ৰয়োজন৷ কিন্তু প্ৰায়সংখ্যক লোকৰেই টোপনি ৬-৮ পৰা ঘণ্টা নোহোৱাটো এটা সমস্যা হৈ থিয় দিয়ে৷ টোপনি আনিবলৈ নিজকে কেনেদৰে প্ৰস্তুত কৰিব তাৰ বাবে চিকিৎসকে দিছে বিশেষ কেইটামান উপায়৷

নিশাৰ ভাগত টোপনি আনিবলৈ হ’লে প্ৰথমেই সকলো যোগাযোগ মাধ্যমৰ পৰা বিচ্ছিন্ন হ’ব লাগিব৷ কাৰ্যালয়ৰ পৰা ওভতি আহি সামাজিক মাধ্যমৰ পৰা বিচ্ছিন্ন থকা, ফোন চাইলেণ্ট কৰি ৰখা আদি উপায় অৱলম্বন কৰিব পাৰে৷

নিশাৰ ভাগত মদ্যপান কৰাৰ পৰা বিৰত থাকিব লাগে৷ বহুতৰেই ধাৰণা থাকে, নিশা শুৱাৰ পূৰ্বে মদ্যপান কৰিলে টোপনি ভাল হয়৷ কিন্তু এই ধাৰণা ভুল বুলি চিকিৎসকে প্ৰকাশ কৰিছে৷ যদি মদ্যপানৰ এৰাব নোৱাৰা অভ্যাস থাকে তেন্তে বিছনালৈ যোৱাৰ দুঘণ্টা পূৰ্বে কম পৰিমানে ৱাইন সেৱন কৰিব পাৰে৷

বহুতৰে সমস্যা থাকে টান তুলিত টোপনি ভাল নোহোৱাটো৷ তেনে লোকে আৰামদায়ক তুলিৰ ব্যৱস্থা কৰি ল’ব পাৰে৷ ইয়াৰোপৰি নিশাৰ ভাগত চাহ বা কফি খোৱাৰ অভ্যাস এৰাই চলিলে টোপনি ভাল হয়৷

গৰম পানীত গা ধুলেও টোপনি ভাল হয়৷ দিনৰ সমস্ত ক্লান্তি দূৰ কৰিবৰ বাবে কৰ্মক্ষেত্ৰৰ পৰা ওভতি আহি গৰম পানীত গা ধুলেও নিদ্ৰাহীনতাৰ সমস্যা দূৰ হয়৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হোটেলত যুৱকক পণবন্দী যুৱতীৰ
অপৰাধ

হোটেলত যুৱকক পণবন্দী যুৱতীৰ

September 19, 2026
মাত্ৰ ৩০ ছেকেণ্ডতে দূৰ হ’ব মানসিক চাপ
জীৱনশৈলী

মাত্ৰ ৩০ ছেকেণ্ডতে দূৰ হ’ব মানসিক চাপ

September 19, 2026
‘উদয় হৈছে যেতিয়া, অস্তও এদিন হ’বই, মিছা ভ্ৰমত নাথাকিব’
ৰাজনীতি

‘উদয় হৈছে যেতিয়া, অস্তও এদিন হ’বই, মিছা ভ্ৰমত নাথাকিব’

September 19, 2026
জীৱনৰ সুখ সমৃদ্ধিৰ বাবে কৰক এই ৫টা কাম
জীৱনশৈলী

জীৱনৰ সুখ সমৃদ্ধিৰ বাবে কৰক এই ৫টা কাম

September 19, 2026
Next Post
মৃত মাতৃৰ গৰ্ভৰ পৰা জন্ম হ’ল সুস্থ-সবল সন্তান, মৃত মাতৃয়ে কেনেকৈ জন্ম দিলে সন্তান, সবিশেষ পঢ়িবলৈ ক্লিক কৰক…

মৃত মাতৃৰ গৰ্ভৰ পৰা জন্ম হ’ল সুস্থ-সবল সন্তান, মৃত মাতৃয়ে কেনেকৈ জন্ম দিলে সন্তান, সবিশেষ পঢ়িবলৈ ক্লিক কৰক...

‘মন গ’লে বিকিনি পিন্ধক, কোনে বাধা দিছে? মুছলমান মহিলাক হিজাব খুলিবলৈ কিয় ক’ব?’ হিজাব বিতৰ্কক লৈ কি কয় AIMIM-ৰ নেতা আছাউদ্দিন ওৱেছিয়ে…

'মন গ’লে বিকিনি পিন্ধক, কোনে বাধা দিছে? মুছলমান মহিলাক হিজাব খুলিবলৈ কিয় ক’ব?’ হিজাব বিতৰ্কক লৈ কি কয় AIMIM-ৰ নেতা আছাউদ্দিন ওৱেছিয়ে...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.