• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মৰ্মান্তিক ঘটনা, ডাম্পাৰৰ খুন্দাত প্ৰাণ হেৰুৱালে একেটা পৰিয়ালৰে ৫ গৰাকী লোকে

মৰ্মান্তিক ঘটনা, ডাম্পাৰৰ খুন্দাত প্ৰাণ হেৰুৱালে একেটা পৰিয়ালৰে ৫ গৰাকী লোকে

2 years ago
অধিকাংশ পুৰুষে নিজতকৈ ওখ মহিলাক জীৱনসংগী হিচাপে নিৰ্বাচন নকৰে কিয়?

অধিকাংশ পুৰুষে নিজতকৈ ওখ মহিলাক জীৱনসংগী হিচাপে নিৰ্বাচন নকৰে কিয়?

6 hours ago
স্মৃতি মন্ধানাৰ নেতৃত্বত টীম ইণ্ডিয়াত যুৱ প্ৰতিভাক সুযোগ

স্মৃতি মন্ধানাৰ নেতৃত্বত টীম ইণ্ডিয়াত যুৱ প্ৰতিভাক সুযোগ

6 hours ago
নিশা উত্তপ্ত ৰাজধানী দিল্লী! হঠাতে ৰাহুল গান্ধীক আটক আৰক্ষীৰ

নিশা উত্তপ্ত ৰাজধানী দিল্লী! হঠাতে ৰাহুল গান্ধীক আটক আৰক্ষীৰ

7 hours ago
পশ্চিমবংগৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়তে উত্তপ্ত পৰিস্থিতি

পশ্চিমবংগৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়তে উত্তপ্ত পৰিস্থিতি

8 hours ago
ভয়ংকৰ ৰোগৰ সংক্ৰমণক লৈ চিন্তিত বিশ্ব

ভয়ংকৰ ৰোগৰ সংক্ৰমণক লৈ চিন্তিত বিশ্ব

8 hours ago
নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণত নিৰ্বাচনী হিংসা

নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণত নিৰ্বাচনী হিংসা

9 hours ago
এইবাৰ থাইলেণ্ডৰ যুৱতীৰে লাভ জেহাদ!

এইবাৰ থাইলেণ্ডৰ যুৱতীৰে লাভ জেহাদ!

9 hours ago
সোণাক্ষী সিনহাৰ গাড়ী চালকৰ অনন্য কাহিনী

সোণাক্ষী সিনহাৰ গাড়ী চালকৰ অনন্য কাহিনী

9 hours ago
কিয় নেতৃত্বৰ দায়িত্ব এৰিলে হৰমনপ্ৰীতে?

কিয় নেতৃত্বৰ দায়িত্ব এৰিলে হৰমনপ্ৰীতে?

10 hours ago
‘আছিকক গু*লীয়ালে, ৰূপম শইকীয়াক এৰি দিলে কিয়?’

‘আছিকক গু*লীয়ালে, ৰূপম শইকীয়াক এৰি দিলে কিয়?’

11 hours ago
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰী আৱসত নিশা হৈছিল কি?

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰী আৱসত নিশা হৈছিল কি?

11 hours ago
ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহ*ত ৭

ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহ*ত ৭

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

মৰ্মান্তিক ঘটনা, ডাম্পাৰৰ খুন্দাত প্ৰাণ হেৰুৱালে একেটা পৰিয়ালৰে ৫ গৰাকী লোকে

editor by editor
June 24, 2024
in বিবিধ, বিশ্ব, ভাৰত
0
মৰ্মান্তিক ঘটনা, ডাম্পাৰৰ খুন্দাত প্ৰাণ হেৰুৱালে একেটা পৰিয়ালৰে ৫ গৰাকী লোকে
0
SHARES
357
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মৰ্মান্তিক ঘটনা, ডাম্পাৰৰ খুন্দাত প্ৰাণ হেৰুৱালে একেটা পৰিয়ালৰে ৫ গৰাকী লোকে

উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজ জিলাত সংঘটিত হৈছে এক মৰ্মান্তিক দুৰ্ঘটনা। দুৰ্ঘটনাত একেটা পৰিয়ালৰ ৫জন লোকৰ মৃত্যু হয়। দুৰ্ঘটনাটোৰ তথ্য পোৱাৰ লগে লগে আৰক্ষীয়ে সেই স্থানত উপস্থিত হয়। আৰক্ষীয়ে মৃতদেহ কেইটা জিম্মাত লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।

ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি, এখন ডাম্পাৰে ৰাজপথত বাইক এখন প্ৰচণ্ড জোৰে খুন্দা মাৰে বহু দুৰলৈ চোচৰাই লৈ যায়। এই দুৰ্ঘটনাত বাইক যাত্ৰা কৰি থকা ৫ জন লোকৰ মৃত্যু হয়। আজি সোমবাৰে পুৱা প্ৰায় ৬ মান বজাত সংঘটিত হয় এই দুৰ্ঘটনা। দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা আটাইকেইজনেই একেটা পৰিয়ালৰ।

দুৰ্ঘটনাটোত আঠ মহীয়া সন্তানসহ পাঁচজন লোক আহিছিল। এই সংঘৰ্ষ ইমানেই ভয়ংকৰ আছিল যে বাইকত থকা শিশুসহ ৫জনৰ থিতাতে মৃত্যু হয়।

নিহতসকলৰ ভিতৰত বিকাশ (২৫), চুম্মাৰী (৬০), জনতা (৩৪) , দীৱানা (৭), লক্ষ্মী (৮ মাহ) । আটাইকেইজনেই আছিল জৌনপুৰ জিলাৰ মিৰগঞ্জ থানা এলেকাৰ চৌকী খুৰদ অঞ্চলৰ বাসিন্দা।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Asom Liveassam live 24 digitalAssam NewsAssamliveassamlive 24axom livedigital media
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অধিকাংশ পুৰুষে নিজতকৈ ওখ মহিলাক জীৱনসংগী হিচাপে নিৰ্বাচন নকৰে কিয়?
জীৱনশৈলী

অধিকাংশ পুৰুষে নিজতকৈ ওখ মহিলাক জীৱনসংগী হিচাপে নিৰ্বাচন নকৰে কিয়?

October 6, 2026
স্মৃতি মন্ধানাৰ নেতৃত্বত টীম ইণ্ডিয়াত যুৱ প্ৰতিভাক সুযোগ
বিনোদন

স্মৃতি মন্ধানাৰ নেতৃত্বত টীম ইণ্ডিয়াত যুৱ প্ৰতিভাক সুযোগ

October 6, 2026
নিশা উত্তপ্ত ৰাজধানী দিল্লী! হঠাতে ৰাহুল গান্ধীক আটক আৰক্ষীৰ
ৰাজনীতি

নিশা উত্তপ্ত ৰাজধানী দিল্লী! হঠাতে ৰাহুল গান্ধীক আটক আৰক্ষীৰ

October 6, 2026
পশ্চিমবংগৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়তে উত্তপ্ত পৰিস্থিতি
ৰাজনীতি

পশ্চিমবংগৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়তে উত্তপ্ত পৰিস্থিতি

October 6, 2026
Next Post
উমা চেত্ৰীৰ পাছত এইবাৰ পুৰুষ ভাৰতীয় দলত স্থান লাভ অসম সন্তান ৰিয়ানৰ

উমা চেত্ৰীৰ পাছত এইবাৰ পুৰুষ ভাৰতীয় দলত স্থান লাভ অসম সন্তান ৰিয়ানৰ

শিক্ষক হোৱাৰ মন নেকি, কুণ্ডলীত থকা কি যোগে আপোনাক শিক্ষক বনাই, পঢ়ক ১০ টা বিশেষ যোগ

শিক্ষক হোৱাৰ মন নেকি, কুণ্ডলীত থকা কি যোগে আপোনাক শিক্ষক বনাই, পঢ়ক ১০ টা বিশেষ যোগ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.