• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
উমা চেত্ৰীৰ পাছত এইবাৰ পুৰুষ ভাৰতীয় দলত স্থান লাভ অসম সন্তান ৰিয়ানৰ

1 year ago
১০ নৱেম্বৰত গজকেশৰী ৰাজযোগ, যিয়ে এই ৪ৰাশিৰ ভাগ্য খুলিব

6 hours ago
এই ৫ সহজ টেকনিকেই বঢ়ায় বেংক বেলেন্স, আপুনিও ধনী হ’ব পাৰিব

7 hours ago
বেটিং এপৰ মাধ্যমেৰে ধন ঘটিছিল! ভাৰতৰ দুই প্ৰাক্তন ক্ৰিকেটাৰৰ ১১.৪২ কোটি টকাৰ সম্পত্তি বাজেয়াপ্ত ইডিৰ

হেৰুৱাবলৈ আৰু কিমান বাকী? হাৰ্টথ্ৰ’ব হে’ৰাল, আহমেদাবাদত প্লেন দুৰ্ঘটনা, ভাৰত-পাক যুদ্ধ! বাকী থকা সময়খিনি কেনে যাব? কি কৈছে জ্যোতিষশাস্ত্ৰই?

8 hours ago
Credit Cardৰ পৰা বেংক একাউণ্টলৈ ধন ট্ৰেন্সফাৰ কৰিব? জানি থওক সহজ উপায়

9 hours ago
পিয়ন, কেৰানিৰ পৰা অফিচাৰ, অষ্টম দৰমহা কমিছনত দৰমহা কাৰ কিমান বাঢ়িব?

10 hours ago
ঘৰত থাকিয়েই পাওক আঢ়ৈ লাখ টকা! বয়স্কসকলৰ বাবে প’ষ্ট অফিচৰ বেষ্ট স্কিম কি কি?

11 hours ago
কেইটামান দিনৰ পাছতেই বক্ৰী হ’ব বৃহস্পতি, গুৰুগ্ৰহৰ ওলোটা চলনত শুভ সময় আৰম্ভ এই ৪ৰাশিৰ

12 hours ago
জুবিন গাৰ্গ মোৰ বৰ মৰমৰ, শ্যামকানুৰ সন্দৰ্ভত একো নকওঁ, ৰাইজৰ যাতে সন্দেহ নহয় তাৰবাবে পদত্যাগ কৰিছোঃ প্ৰাক্তন DGP ভাস্কৰ জ্যোতি মহন্ত

২০ নৱেম্বৰত ৩ ৰাশিৰ অগ্ৰগতি-সাফল্যত বাধা, বুধ আৰু শনিৰ সংযোগত মালামাল হ’ব কোন কোন?

1 day ago
২০২৬ত পদে পদে পৰীক্ষা, এই চৰ্ততেই পাছ কৰাই নিব শনিয়ে, এই তিনি ৰাশিৰ ধৈৰ্য্যই অস্ত্ৰ

এজন নিৰ্ভেজাল কমিউনিষ্টেই হ’ল নিউয়ৰ্কৰ মেয়ৰ! ট্ৰাম্পে হাৰিব বুলি দাবী কৰা মেয়ৰ জোহৰান মামদানিৰ আছে ভাৰতৰ সৈতে বিশেষ সম্পৰ্ক

  • About
  • Advertise
  • Careers
  • English Edition
Friday, November 7, 2025
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

উমা চেত্ৰীৰ পাছত এইবাৰ পুৰুষ ভাৰতীয় দলত স্থান লাভ অসম সন্তান ৰিয়ানৰ

editor by editor
June 24, 2024
in অসম, উত্তৰ-পূব, ক্ৰীড়া, গুৱাহাটী, বিবিধ, বিশ্ব, ভাৰত
0
উমা চেত্ৰীৰ পাছত এইবাৰ পুৰুষ ভাৰতীয় দলত স্থান লাভ অসম সন্তান ৰিয়ানৰ
0
SHARES
184
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

উমা চেত্ৰীৰ পাছত এইবাৰ পুৰুষ ভাৰতীয় দলত স্থান লাভ অসম সন্তান ৰিয়ানৰ

ভাৰতীয় ক্ৰিকেট দলত স্থান লাভ কৰা উমা চেত্ৰীৰ পাছত এইবাৰ সুখবৰ কঢ়িয়াই আনিছে ৰিয়ানে। ভাৰতীয় পুৰুষ দলত স্থান লাভ কৰিলে ৰিয়ান পৰাগে। প্ৰথমগৰাকী অসমীয়া হিচাপে গৌৰৱ কঢ়িয়াই আনিলে ৰিয়ান পৰাগে।

মহিলা ভাৰতীয় ক্ৰিকেট দলত স্থান লাভ কৰা উমা চেত্ৰীৰ সফলতাৰ পাছত এইবাৰ ৰিয়ানে আনিলে এই সুখবৰ। ভাৰতীয় ক্ৰিকেট দলৰ হৈ খেল পথাৰত নামিব অসম সন্তানগৰাকীয়ে।

টি-২০ বিশ্বকাপৰ পাছতে হ’ব লগা জিম্বাবৱেৰ বিৰুদ্ধে ৫খনীয়া টি-২০ শৃংখলাত স্থান পাইছে ৰিয়ানে। ৰিয়ানৰ লগতে এইবাৰ প্ৰথমবাৰৰ বাবে ভাৰতীয় দলত স্থান পাইছে অভিষেক শৰ্মা, হৰ্ষিত ৰানা, নিতিশ ৰেড্ডী, তুষাৰ ৰেড্ডী । অৱশ্যে এতিয়ালৈকে আনুষ্ঠানিক ঘোষণা হোৱা নাই।

অহা ৬ জুলাইৰ পৰা আৰম্ভ হব ভাৰত বনাম জিম্বাবৱেৰ খেল। বিশ্বকাপৰ পাছতে এই খেলত ৰোহিত শৰ্মা সহ কেইবাগৰাকী খেলুৱৈক সকাহ দিয়াৰ সম্ভৱনা।

উল্লেখ্য যে, ভাৰতীয় পুৰুষ জাতীয় দলত স্থান লাভ কৰা ৰিয়ান অসম তথা উত্তৰ-পূবৰ প্ৰথমগৰাকী ক্ৰিকেটাৰ। আনহাতে মহিলা ক্ৰিকেট দলত স্থান পোৱা উমা চেত্ৰী প্ৰথমগৰাকী অসমীয়া মহিলা।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Asom Liveassam live 24 digitalAssam NewsAssamliveassamlive 24axom livedigital media
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

১০ নৱেম্বৰত গজকেশৰী ৰাজযোগ, যিয়ে এই ৪ৰাশিৰ ভাগ্য খুলিব
জীৱনশৈলী

November 6, 2025
হেৰুৱাবলৈ আৰু কিমান বাকী? হাৰ্টথ্ৰ’ব হে’ৰাল, আহমেদাবাদত প্লেন দুৰ্ঘটনা, ভাৰত-পাক যুদ্ধ! বাকী থকা সময়খিনি কেনে যাব? কি কৈছে জ্যোতিষশাস্ত্ৰই?
অসম

হেৰুৱাবলৈ আৰু কিমান বাকী? হাৰ্টথ্ৰ’ব হে’ৰাল, আহমেদাবাদত প্লেন দুৰ্ঘটনা, ভাৰত-পাক যুদ্ধ! বাকী থকা সময়খিনি কেনে যাব? কি কৈছে জ্যোতিষশাস্ত্ৰই?

November 6, 2025
কেইটামান দিনৰ পাছতেই বক্ৰী হ’ব বৃহস্পতি, গুৰুগ্ৰহৰ ওলোটা চলনত শুভ সময় আৰম্ভ এই ৪ৰাশিৰ
জীৱনশৈলী

কেইটামান দিনৰ পাছতেই বক্ৰী হ’ব বৃহস্পতি, গুৰুগ্ৰহৰ ওলোটা চলনত শুভ সময় আৰম্ভ এই ৪ৰাশিৰ

November 6, 2025
জুবিন গাৰ্গ মোৰ বৰ মৰমৰ, শ্যামকানুৰ সন্দৰ্ভত একো নকওঁ, ৰাইজৰ যাতে সন্দেহ নহয় তাৰবাবে পদত্যাগ কৰিছোঃ প্ৰাক্তন DGP ভাস্কৰ জ্যোতি মহন্ত
অসম

জুবিন গাৰ্গ মোৰ বৰ মৰমৰ, শ্যামকানুৰ সন্দৰ্ভত একো নকওঁ, ৰাইজৰ যাতে সন্দেহ নহয় তাৰবাবে পদত্যাগ কৰিছোঃ প্ৰাক্তন DGP ভাস্কৰ জ্যোতি মহন্ত

November 6, 2025
Next Post
শিক্ষক হোৱাৰ মন নেকি, কুণ্ডলীত থকা কি যোগে আপোনাক শিক্ষক বনাই, পঢ়ক ১০ টা বিশেষ যোগ

নাম সলনি হ’ব কেৰালাৰ ! বিধানসভাত দাখিল নতুন প্ৰস্তাৱ

নাম সলনি হ'ব কেৰালাৰ ! বিধানসভাত দাখিল নতুন প্ৰস্তাৱ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন