• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পোৱা-নোপোৱাৰ দুমোজাৰে পাৰ হ’ল ২০২১, সুখ-দুখৰ মাজেৰে পাৰ হ’ল আন এটা বছৰ…

পোৱা-নোপোৱাৰ দুমোজাৰে পাৰ হ’ল ২০২১, সুখ-দুখৰ মাজেৰে পাৰ হ’ল আন এটা বছৰ…

5 years ago
জীৱনৰ পৰা আঁতৰিব বিপদ, মাত্ৰ মঙলবাৰে এইদৰে কৰক হনুমানৰ পূজা

মঙলবাৰে হনুমান মন্দিৰেলৈ গৈ জপ কৰক এইকেইটা মন্ত্ৰ, দূৰ হ’ব সকলো বিপদ!

15 minutes ago
ভয়ংকৰ দুৰ্ঘটনা, ‘অমৰনাথ যাত্ৰা’ৰ তীৰ্থযাত্ৰী কঢ়িওৱা এখন বাছ পৰে দ খাৱৈত

ভয়ংকৰ দুৰ্ঘটনা, ‘অমৰনাথ যাত্ৰা’ৰ তীৰ্থযাত্ৰী কঢ়িওৱা এখন বাছ পৰে দ খাৱৈত

59 minutes ago
বেংকত ওলাইছে চাকৰি, অন্তিম তাৰিখৰ পূৰ্বে কৰক আবেদন

IBPS ত চাকৰি কৰাৰ সুযোগ, শীঘ্ৰে কৰক আবেদন

1 hour ago
বলীউডৰ পৰা ডুৰাণ্ড কাপলৈ… পেছাদাৰী ফুটবলাৰ হিচাপে আত্মপ্ৰকাশ কৰিবলৈ সাজু টাইগাৰ শ্ৰফ

বলীউডৰ পৰা ডুৰাণ্ড কাপলৈ… পেছাদাৰী ফুটবলাৰ হিচাপে আত্মপ্ৰকাশ কৰিবলৈ সাজু টাইগাৰ শ্ৰফ

3 hours ago
হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়: হাতলৈ আহিব ধন, হ’ব উন্নতি…

সপোনত হনুমানক দেখাটো কিহৰ সংকেত? জানি লওক

3 hours ago
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!

আজি কাৰ কাৰ খোল খাব ভাগ্যৰ দুৱাৰ? জানক দৈনিক ৰাশিফল

4 hours ago
দীঘলীয়া অনশনৰ পিছত কিয় কেৱল নাৰিকলৰ পানী বা ফলৰ ৰস দিয়া হয়?

দীঘলীয়া অনশনৰ পিছত কিয় কেৱল নাৰিকলৰ পানী বা ফলৰ ৰস দিয়া হয়?

12 hours ago
বাথৰুমত ৰাখক এইটো বস্তু, ধনেৰে ভৰি পৰিব ঘৰ! আহিব সমৃদ্ধি

বাথৰুমত ৰাখক এইটো বস্তু, ধনেৰে ভৰি পৰিব ঘৰ! আহিব সমৃদ্ধি

12 hours ago
‘অসমৰ বানৰ স্থায়ী সমাধান আজিলৈ নোলাল কিয়?’

‘অসমৰ বানৰ স্থায়ী সমাধান আজিলৈ নোলাল কিয়?’

13 hours ago
ত্ৰিগ্ৰহী যোগ! এই ৪টা ৰাশিৰ লোকৰ বাবে মুকলি হ’ব সৌভাগ্যৰ দুৱাৰ

ত্ৰিগ্ৰহী যোগ! এই ৪টা ৰাশিৰ লোকৰ বাবে মুকলি হ’ব সৌভাগ্যৰ দুৱাৰ

13 hours ago
সুখবৰ! এতিয়াৰ পৰা ৪ ঘণ্টাৰ ভিতৰত ঘৰতে পাব চিলিণ্ডাৰ

সুখবৰ! এতিয়াৰ পৰা ৪ ঘণ্টাৰ ভিতৰত ঘৰতে পাব চিলিণ্ডাৰ

14 hours ago
হলীউডৰ অভিনেত্ৰীয়ে ছচিয়েল মিডিয়াত Follow কৰিলে অভিজিৎ দীপকেক

হলীউডৰ অভিনেত্ৰীয়ে ছচিয়েল মিডিয়াত Follow কৰিলে অভিজিৎ দীপকেক

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, July 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

পোৱা-নোপোৱাৰ দুমোজাৰে পাৰ হ’ল ২০২১, সুখ-দুখৰ মাজেৰে পাৰ হ’ল আন এটা বছৰ…

editor by editor
December 31, 2021
in অসম, গুৱাহাটী, বিবিধ
0
পোৱা-নোপোৱাৰ দুমোজাৰে পাৰ হ’ল ২০২১, সুখ-দুখৰ মাজেৰে পাৰ হ’ল আন এটা বছৰ…
0
SHARES
221
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ নতুন বছৰলৈ মাজত মাথো কেইটামান ক্ষণ বাকী৷ কাইলৈৰ পৰা সলনি হ’ব কেলেণ্ডাৰ৷ পিছে পুৰণি কেলেণ্ডাৰখনত ৰৈ গ’ল কেইটামান উল্লেখনীয় দিন৷ যি কেইটা দিন হৈ ৰ’ব স্মৰণীয়৷

ৰাজনীতিৰ পৰা অৰ্থনীতিলৈ, খেল জগতৰ পৰা সাংস্কৃতিক জগতলৈ বহু ঘটনা, পৰিক্ৰমাৰ সাক্ষী হ’ল ২০২১৷ বছৰটোৰ আৰম্ভনিতে গণৰাজ্য দিৱসৰ দিনটোত দেশৰ অন্নদাতাই উলিয়াইছিল ট্ৰেক্টৰ ৰেলী৷ ৩ বিতৰ্কিত কৃষি আইনৰ বিৰুদ্ধে দেশৰ কৃষকসকলে সাব্যস্ত কৰিছিল তীব্ৰ প্ৰতিবাদ৷ লালকিল্লাৰ প্ৰাচীৰত কৃষকে আঁৰিছিল পতাকা৷

বছৰটো আৰম্ভ হোৱাৰ কিছুদিনৰ পাছতে আহিছিল কোভিডৰ দ্বিতীয় লহৰ৷ আকৌ আৰম্ভ হৈছিল লকডাউন৷ এই দ্বিতীয় লহৰ ইমানেই ভয়াৱহ আছিল যে দেশৰ বহু হাস্পতালত নাটনি হৈছিল অক্সিজেনৰ৷ মৃত্যু হৈছিল বহু লোকৰ৷ পিছে বছৰটোৰ আৰম্ভণিৰ পৰাই আৰম্ভ হৈছিল কোভিড ভেকচিনেচন প্ৰক্ৰিয়া৷

২০২১ চনত অসমকে ধৰি দেশৰ ৫ ৰাজ্যত হৈছিল বিধানসভা নিৰ্বাচন৷ এই নিৰ্বাচনত চৰ্চাৰ মূল কেন্দ্ৰবিন্দু আছিল পশ্চিম বংগ নিৰ্বাচন৷ নন্দীগ্ৰামত পৰাস্ত হৈছিল মমতা বেনাৰ্জী৷ পিছে চৰকাৰ গঠন কৰাত সফল হ’ল TMC৷ অসতো ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত গঠন হৈছিল BJP,AGP, UPPL ৰ চৰকাৰ৷

২০২০ৰ দৰে ২০২১ বলীউডৰ বাবে সুখকৰ নাছিল৷ ২০২১ বৰ্ষত আমি হেৰুৱাইছিলো বৰ্ষীয়ান অভিনেতা দিলীপ কুমাৰক৷ একেদৰে সৰু পৰ্দাৰ জনপ্ৰিয় অভিনেতা সিদ্ধাৰ্থ শুক্লাৰো মৃত্যু হৈছিল ২০২১ বৰ্ষত৷

উল্লেখ্য, খেলজগতৰ বাবে এটি উল্লেখনীয় বছৰ আছিল ২০২১৷ অলিম্পিকত ভাৰতে ৭টাকৈ পদক লাভ কৰি ৰচনা কৰিছিল ইতিহাস৷ জেভলিন থ্ৰ’ত নীৰজ চোপ্ৰাই লাভ কৰিছিল সোণৰ পদক৷ একেদৰে লাভলীনা বৰগোহাঁয়ে ব্ৰঞ্জৰ পদক লাভ কৰি গৌৰাৱান্বিত কৰিছিল ৰাজ্যবাসীক৷

বছৰটোৰ শেষৰফালে নবেম্বৰ মাহত চৰকাৰে বাতিল কৰিছিল তিনি বিতৰ্কিত কৃষি আইন৷ ১১ ডিচেম্বৰত বিজয় দিৱস পালন কৰি ৰাজ্যবাসীলৈ নিজ গৃহলৈ উভতিছিল দেশৰ অন্নদাতা৷

ইয়াৰ উপৰি ২০২১  বৰ্ষতে ২১ বছৰৰ পাছত ভাৰতে লাভ কৰিছিল মিছ ইউনিভাৰ্ছ৷ হৰনাজ সান্ধুৰ সফলতাত গৌৰাৱান্বিত দেশবাসী৷ একেদৰে বিকি-কেটৰিনাৰ বিবাহেও আকৰ্ষণ কৰিছিল সকলোকে৷

ডিচেম্বৰ মাহৰ মাজভাগত নাগালেণ্ডত সংঘটিত হৈছিল হৃদয় বিদাৰক ঘটনা৷ সেনা-বাহিনীৰ গুলীবৰ্ষণত মৃত্যু হৈছিল ১৪ জন নীৰিহ লোকৰ৷ ঘটনাৰ পাছতে উত্তপ্ত হৈ পৰিছিল মন জিলা৷ AFSPA বাতিলৰ দাবীত এতিয়াও প্ৰতিবাদমুখৰ হৈয়ে আছে নগাভূমি৷

বছৰটোৰ শেষত আন এক দুঃখবৰে জোকাৰি গ’ল দেশ৷ এক হেলিকপ্টাৰ দুৰ্ঘটনাত মৃত্যু হয় দেশৰ CDS বিপিন ৰাৱাটৰ৷ এই দুৰ্ঘটনাতে মৃত্যু হৈছিল আন ১৩ জন লোকৰ৷

ইফালে বছৰটোৰ শেষ ক্ষণত অমিক্ৰনে সৃষ্টি কৰিছে আতংকৰ৷ দেশত প্ৰতিদিনেই বৃদ্ধি পাইচে অমিক্ৰণৰ সংক্ৰমণ৷ বৰ্ধিত সংক্ৰমণৰ বাবে দেশৰ কেইবাখনো ৰাজ্যত জাৰি কৰিছে কঠোৰ নিৰ্দেশনা৷

এনেদৰেই ভাল-বেয়াৰ অলেখ ঘটনাৰ সাক্ষী হৈ পাৰ হ’ল  ২০২১৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24Best Assamese News Channelbipin rawatflashback 2021harnaz sandhu
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জীৱনৰ পৰা আঁতৰিব বিপদ, মাত্ৰ মঙলবাৰে এইদৰে কৰক হনুমানৰ পূজা
জীৱনশৈলী

মঙলবাৰে হনুমান মন্দিৰেলৈ গৈ জপ কৰক এইকেইটা মন্ত্ৰ, দূৰ হ’ব সকলো বিপদ!

July 28, 2026
ভয়ংকৰ দুৰ্ঘটনা, ‘অমৰনাথ যাত্ৰা’ৰ তীৰ্থযাত্ৰী কঢ়িওৱা এখন বাছ পৰে দ খাৱৈত
ভাৰত

ভয়ংকৰ দুৰ্ঘটনা, ‘অমৰনাথ যাত্ৰা’ৰ তীৰ্থযাত্ৰী কঢ়িওৱা এখন বাছ পৰে দ খাৱৈত

July 28, 2026
বেংকত ওলাইছে চাকৰি, অন্তিম তাৰিখৰ পূৰ্বে কৰক আবেদন
নিয়োগ

IBPS ত চাকৰি কৰাৰ সুযোগ, শীঘ্ৰে কৰক আবেদন

July 28, 2026
বলীউডৰ পৰা ডুৰাণ্ড কাপলৈ… পেছাদাৰী ফুটবলাৰ হিচাপে আত্মপ্ৰকাশ কৰিবলৈ সাজু টাইগাৰ শ্ৰফ
বিনোদন

বলীউডৰ পৰা ডুৰাণ্ড কাপলৈ… পেছাদাৰী ফুটবলাৰ হিচাপে আত্মপ্ৰকাশ কৰিবলৈ সাজু টাইগাৰ শ্ৰফ

July 28, 2026
Next Post
শিশুৰ বাবে অধিক বিপজ্জনক ‘অমিক্ৰণ’, আপোনাৰ শিশুটিক কি দৰে বচাই ৰাখিব সংক্ৰমণৰ পৰা?

শিশুৰ বাবে অধিক বিপজ্জনক ‘অমিক্ৰণ’, আপোনাৰ শিশুটিক কি দৰে বচাই ৰাখিব সংক্ৰমণৰ পৰা?

happy new year 2022

স্বাগতম ২০২২

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.