• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নিশাৰ বৰষুণত উটি গ’ল এটি শিশু, পাছে এতিয়াও কৃত্ৰিম বান মহানগৰত, যাত্ৰাৰ কৰাৰ পূৰ্বে জানি লওক কি কি পথত পানী

নিশাৰ বৰষুণত উটি গ’ল এটি শিশু, পাছে এতিয়াও কৃত্ৰিম বান মহানগৰত, যাত্ৰাৰ কৰাৰ পূৰ্বে জানি লওক কি কি পথত পানী

2 years ago
ভিক্ষা কৰা বৃদ্ধাৰ ঘৰত বস্তাই বস্তাই ওলাল ধনৰ পাহাৰ

ভিক্ষা কৰা বৃদ্ধাৰ ঘৰত বস্তাই বস্তাই ওলাল ধনৰ পাহাৰ

17 minutes ago
আগন্তুক মাহত ভাৰতলৈ আহিব চীনৰ ৰাষ্ট্ৰপতি জিনপিং!

আগন্তুক মাহত ভাৰতলৈ আহিব চীনৰ ৰাষ্ট্ৰপতি জিনপিং!

41 minutes ago
জালনোট সৰবৰাহ চক্ৰত কংগ্ৰেছ নেতাৰ পুত্ৰ জড়িতৰ অভিযোগ

জালনোট সৰবৰাহ চক্ৰত কংগ্ৰেছ নেতাৰ পুত্ৰ জড়িতৰ অভিযোগ

1 hour ago
এই ৩ ৰাশিৰ লোকৰ ওপৰত থাকিব ধনলক্ষ্মীৰ কৃপা, মাথোঁ কৰক এই কাম

এই ৩ ৰাশিৰ লোকৰ ওপৰত থাকিব ধনলক্ষ্মীৰ কৃপা, মাথোঁ কৰক এই কাম

2 hours ago
বগীনদীৰ ৰাকেশৰ মৃত্যুৰ প্ৰকৃত কাৰণ কি আছিল?

বগীনদীৰ ৰাকেশৰ মৃত্যুৰ প্ৰকৃত কাৰণ কি আছিল?

2 hours ago
৭৫খনকৈ বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত ওলাল পোক, নিমখৰ সলনি দিলে ডিটাৰ্জেণ্ট পাউডাৰ

৭৫খনকৈ বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত ওলাল পোক, নিমখৰ সলনি দিলে ডিটাৰ্জেণ্ট পাউডাৰ

4 hours ago
ICCৰ ব্যাপক শাস্তিৰ সন্মুখীন যশস্বী জয়ছোৱাল

ICCৰ ব্যাপক শাস্তিৰ সন্মুখীন যশস্বী জয়ছোৱাল

4 hours ago
মুক্তিৰ ৭০ দিনৰ পিছতো মহানগৰীৰ Matrix cinemasত এতিয়াও হাউছফুল ‘চুপা চুপি’

মুক্তিৰ ৭০ দিনৰ পিছতো মহানগৰীৰ Matrix cinemasত এতিয়াও হাউছফুল ‘চুপা চুপি’

4 hours ago
অসম প্ৰীমিয়াৰ লীগৰ ফচল ৰোহিত সেন

অসম প্ৰীমিয়াৰ লীগৰ ফচল ৰোহিত সেন

17 hours ago
কেনে যাব কাইলৈ আপোনাৰ দিনটো?

কেনে যাব কাইলৈ আপোনাৰ দিনটো?

17 hours ago
কায়িকভাৱে ঈশ্বৰপুত্ৰবিহীন এটা বছৰ সম্পূৰ্ণৰ দিশে…

কায়িকভাৱে ঈশ্বৰপুত্ৰবিহীন এটা বছৰ সম্পূৰ্ণৰ দিশে…

18 hours ago
১১ ছেপ্টেম্বৰৰ পূৰ্বেই কৰি লওক বেংকৰ সকলো জৰুৰী কাম

১১ ছেপ্টেম্বৰৰ পূৰ্বেই কৰি লওক বেংকৰ সকলো জৰুৰী কাম

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, August 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

নিশাৰ বৰষুণত উটি গ’ল এটি শিশু, পাছে এতিয়াও কৃত্ৰিম বান মহানগৰত, যাত্ৰাৰ কৰাৰ পূৰ্বে জানি লওক কি কি পথত পানী

editor by editor
July 5, 2024
in অসম, উত্তৰ-পূব, গুৱাহাটী
0
নিশাৰ বৰষুণত উটি গ’ল এটি শিশু, পাছে এতিয়াও কৃত্ৰিম বান মহানগৰত, যাত্ৰাৰ কৰাৰ পূৰ্বে জানি লওক কি কি পথত পানী
0
SHARES
132
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নিশাৰ বৰষুণত উটি গ’ল এটি শিশু, পাছে এতিয়াও কৃত্ৰিম বান মহানগৰত, যাত্ৰাৰ কৰাৰ পূৰ্বে জানি লওক কি কি পথত পানী

নিশাৰ মূষলধাৰ বৰষুণৰ ফলত বৰ্তমানেও কৃত্ৰিম বানত বুৰ গৈ আছে গুৱাহাটী মহানগৰী। মহানগৰ খনৰ বহু বাট পথ এতিয়াও পানীৰ তলত। বহু লোক নিজ নিজ কৰ্মথলীলৈ ওলাই অহাৰ সময়ত সন্মুখিন হৈছে বহু সমস্যাৰ।

এতিয়াও জলমগ্ন গীতানগৰ, হাতীগড় চাৰিআলি, জুৰোড তিনিআলি, জোনালি, চিৰিয়াখানা, হাতীগাঁও, আমবাৰী, ৰুক্মিনীগাঁও, ছয়মাইল, চান্দমাৰী, ৰাজগড় আদি বহু পথ। বহু উপপথো পানীৰ তলত। আহ যাহৰ বাবে ৰিক্সা ব্যৱহাৰ বাসিন্দাৰ । ৰিক্সা বোৰেও সুবিধা পাই অধিৰ ভাৰাৰে যাত্ৰী অনা নিয়া কৰি আছে।

সৰু নলাবোৰ পানী উপচি পৰাৰ লগতে ডাঙৰ ডাঙৰ নলা-নৰ্দমা বোৰো ফেনে ফোটোকাৰে পানী বঢ়াৰ লগতে পানী উপচি ৰাজপথৰ লগত একাকাৰ। পানী কতো ওলাই যাব নোৱাৰি বহু ঠাইত এতিয়াও একঁকাল পানী।

আনহাতে নিশাৰ বৰষুণত এক অতিকে শোকাৱহ ঘটনা সংঘটিত হৈছে। মুহুৰ্ততে কৃত্ৰিম বানৰ বাঢ়নি পানীৰ কোবাল সোঁতত নলাত উটি গ’ল ৮ বছৰীয়া শিশু। জ্যোতিনগৰত সংঘটিত হৈছে এই শোকাৱহ ঘটনা।

জ্যোতিনগৰৰ গণেশ মন্দিৰৰ সমীপত সংঘটিত হয় এই ঘটনা। স্কুটীৰ পৰা নলাত পৰি উটি যায় অবিনাশ সৰকাৰ নামৰ শিশুটি। পুৱতিনিশালৈ SDRF আৰু আৰক্ষীয়ে শিশুটিক উদ্ধাৰৰ বাবে অভিযান চলাই যদিও শিশুটিৰ কোনো সন্ধান উলিয়াব নোৱাৰিলে। পিতৃৰ সৈতে স্কুটীত আহি থাকোতেই পিছলি পৰি সংঘটিত হয় এই শোকাৱহ ঘটনা।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assamAssam. GuwahatifloodguwahatiGuwahati Flood
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বগীনদীৰ ৰাকেশৰ মৃত্যুৰ প্ৰকৃত কাৰণ কি আছিল?
অসম

বগীনদীৰ ৰাকেশৰ মৃত্যুৰ প্ৰকৃত কাৰণ কি আছিল?

August 25, 2026
মুক্তিৰ ৭০ দিনৰ পিছতো মহানগৰীৰ Matrix cinemasত এতিয়াও হাউছফুল ‘চুপা চুপি’
বিনোদন

মুক্তিৰ ৭০ দিনৰ পিছতো মহানগৰীৰ Matrix cinemasত এতিয়াও হাউছফুল ‘চুপা চুপি’

August 25, 2026
অসম প্ৰীমিয়াৰ লীগৰ ফচল ৰোহিত সেন
বিনোদন

অসম প্ৰীমিয়াৰ লীগৰ ফচল ৰোহিত সেন

August 25, 2026
কায়িকভাৱে ঈশ্বৰপুত্ৰবিহীন এটা বছৰ সম্পূৰ্ণৰ দিশে…
অসম

কায়িকভাৱে ঈশ্বৰপুত্ৰবিহীন এটা বছৰ সম্পূৰ্ণৰ দিশে…

August 24, 2026
Next Post
ব্ৰিটেইনৰ সাধাৰণ নিৰ্বাচন, প্ৰথমগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰী ঋষি ছুনক পৰাস্ত

ব্ৰিটেইনৰ সাধাৰণ নিৰ্বাচন, প্ৰথমগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰী ঋষি ছুনক পৰাস্ত

বুমৰাহেও ল’ব নেকি অৱসৰ! লাখ লাখ অনুৰাগীৰ আগত ক’লে অৱসৰৰ সময়

বুমৰাহেও ল'ব নেকি অৱসৰ! লাখ লাখ অনুৰাগীৰ আগত ক'লে অৱসৰৰ সময়

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.