• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ব্ৰিটেইনৰ সাধাৰণ নিৰ্বাচন, প্ৰথমগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰী ঋষি ছুনক পৰাস্ত

ব্ৰিটেইনৰ সাধাৰণ নিৰ্বাচন, প্ৰথমগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰী ঋষি ছুনক পৰাস্ত

2 years ago
দিল্লীৰ CJPৰ আন্দোলনত যোগ দিব নেকি CM জোছেফ বিজয়ে?

দিল্লীৰ CJPৰ আন্দোলনত যোগ দিব নেকি CM জোছেফ বিজয়ে?

12 minutes ago
প্ৰাকৃতিগতভাৱে আপোনাৰ দেহক কেনেকৈ সুগন্ধময় কৰি ৰাখিব?

প্ৰাকৃতিগতভাৱে আপোনাৰ দেহক কেনেকৈ সুগন্ধময় কৰি ৰাখিব?

1 hour ago
হলীউডৰ এইগৰাকী অভিনেত্ৰীৰ আকস্মিক মৃ*ত্যুত শোকৰ ছাঁ

হলীউডৰ এইগৰাকী অভিনেত্ৰীৰ আকস্মিক মৃ*ত্যুত শোকৰ ছাঁ

2 hours ago
‘মেছোপটেমিয়া নহয় সভ্যতাৰ আৰম্ভণি হৈছিল ভাৰতত’

‘মেছোপটেমিয়া নহয় সভ্যতাৰ আৰম্ভণি হৈছিল ভাৰতত’

2 hours ago
মুহূৰ্ততে সকলো শেষ! ১৮ বছৰ বয়সত কৰুণ মৃত্যু জনপ্ৰিয় অভিনেত্ৰীৰ

মুহূৰ্ততে সকলো শেষ! ১৮ বছৰ বয়সত কৰুণ মৃত্যু জনপ্ৰিয় অভিনেত্ৰীৰ

4 hours ago
আগষ্টত সূৰ্য আৰু মংগলকে ধৰি ৪টা গ্ৰহই সলাব গতি, কি কি ৰাশিৰ ওপৰত পৰিব প্ৰভাৱ?

আগষ্টত সূৰ্য আৰু মংগলকে ধৰি ৪টা গ্ৰহই সলাব গতি, কি কি ৰাশিৰ ওপৰত পৰিব প্ৰভাৱ?

5 hours ago
“শিক্ষাৰ্থীসকল ৰাজনীতিৰ আহিলা নহয়,” ৰাহুল গান্ধীক কটাক্ষ শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ

“শিক্ষাৰ্থীসকল ৰাজনীতিৰ আহিলা নহয়,” ৰাহুল গান্ধীক কটাক্ষ শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ

5 hours ago
Pension & DA: ১০০০ টকাৰ সলনি ৭৫০০ টকাৰ পেঞ্চন, মৌলিক দৰমহাত  DA যোগ হ’ব নেকি?

Pension & DA: ১০০০ টকাৰ সলনি ৭৫০০ টকাৰ পেঞ্চন, মৌলিক দৰমহাত DA যোগ হ’ব নেকি?

6 hours ago
বাথটাবত নায়ক-নায়িকাৰ অন্তৰংগ মুহূৰ্ত, মূৰ ঘূৰালে দৰ্শকৰ!

বাথটাবত নায়ক-নায়িকাৰ অন্তৰংগ মুহূৰ্ত, মূৰ ঘূৰালে দৰ্শকৰ!

7 hours ago
পত্নী গৰ্ভৱতী আৰু অভিনেতা অন্য নাৰীৰ সৈতে! পোহৰলৈ আহিছে প্ৰকৃত কাহিনী

পত্নী গৰ্ভৱতী আৰু অভিনেতা অন্য নাৰীৰ সৈতে! পোহৰলৈ আহিছে প্ৰকৃত কাহিনী

7 hours ago
খজুৱতি, ফোঁহা আৰু শৰীৰ ৰঙা পৰা… বাৰিষাত এই সমস্যাই দিয়ে বিপদৰ ইংগিত!

খজুৱতি, ফোঁহা আৰু শৰীৰ ৰঙা পৰা… বাৰিষাত এই সমস্যাই দিয়ে বিপদৰ ইংগিত!

8 hours ago
ডিঙিত মাছৰ কাঁইট লাগিলে নকৰিব আওকাণ, বিপদত পৰাৰ পূৰ্বে হওক সাৱধান!

ডিঙিত মাছৰ কাঁইট লাগিলে নকৰিব আওকাণ, বিপদত পৰাৰ পূৰ্বে হওক সাৱধান!

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, July 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

ব্ৰিটেইনৰ সাধাৰণ নিৰ্বাচন, প্ৰথমগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰী ঋষি ছুনক পৰাস্ত

editor by editor
July 5, 2024
in বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি, লেখা
0
ব্ৰিটেইনৰ সাধাৰণ নিৰ্বাচন, প্ৰথমগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰী ঋষি ছুনক পৰাস্ত
0
SHARES
236
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ব্ৰিটেইনৰ সাধাৰণ নিৰ্বাচন, প্ৰথমগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰী ঋষি ছুনক পৰাস্ত

ইতিহাস ৰচি ভাৰতীয় মূলৰ ঋষি ছুনকে প্ৰথমবাৰৰবাবে এগৰাকী ভাৰতীয় হিচাৰে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীৰ আসনত অধিস্থিত হৈছিল। পাছে সেই আসন এতিয়া ঋষি ছুনকৰ হাতৰ পৰা গুচি যাব। এইবাৰ নতুন প্ৰধানমন্ত্ৰী হবলৈ গৈ আছে কেইৰ ষ্টাৰমাৰ। ভাৰতীয় মূলৰ পাছত এইবাৰ ব্ৰিটেইনৰে লোক হ’ব প্ৰধানমন্ত্ৰী।

ব্ৰিটেইনৰ সাধাৰণ নিৰ্বাচনৰ ফলাফল প্ৰায় স্পষ্ট। ব্ৰিটেইনৰ নতুন প্ৰধানমন্ত্ৰী হ’বলৈ গৈ আছে লেবাৰ পাৰ্টিৰ কেইৰ ষ্টাৰমাৰ। ষ্টাৰমাৰ ছুনকৰ কনজাৰ্ভেটিভ পাৰ্টিতকৈ বহু আগবাঢ়ি আছে আৰু জয়ৰ বাবে সংখ্যাগৰিষ্ঠতাৰ সীমাৰ বহু ওপৰলৈ গৈছে।

মতামত আৰু এগজিট প’ল দুয়োটাতে লেবাৰ পাৰ্টিয়ে ঐতিহাসিক জয় কৰিব বুলি ভৱিষ্যদ্বাণী কৰা হৈছিল, যিটো এতিয়া শুদ্ধ বুলি প্ৰমাণিত হৈছে। ইয়াৰ লগে লগে ঋষি সুনকৰ কনজাৰ্ভেটিভ পাৰ্টিৰ ১৪ বছৰীয়া শাসনৰ অন্ত পৰিল।

১৯৬২ চনৰ ২ ছেপ্টেম্বৰত ব্ৰিটেইনত জন্মগ্ৰহণ কৰা ষ্টাৰমাৰ পেছাত এজন উকীল। লেবাৰ পাৰ্টিৰ মতে, তেওঁৰ সমগ্ৰ পেছাদাৰী জীৱন আৰ্তজনক ন্যায় প্ৰদানৰ ওপৰত নিৰ্ভৰশীল। ২০২০ চনৰ পৰা ব্ৰিটিছ সংসদত বিৰোধী আৰু লেবাৰ পাৰ্টিৰ নেতা। ২০১৫ চনৰ পৰা ২০২৪ চনলৈকে হোলবৰ্ণ আৰু ছেইণ্ট পেনক্ৰাছৰ সাংসদ নিৰ্বাচিত হৈছে। ২০০৮ চনৰ পৰা ২০১৩ চনলৈকে ষ্টাৰমাৰ ৰাজহুৱা অভিযোগৰ সঞ্চালকো আছিল।

অধিবক্তা হোৱাৰ পিছত ষ্টাৰমাৰে দীৰ্ঘদিন ধৰি দুখীয়া লোকক বিনামূলীয়া আইনী পৰামৰ্শ দিছিল আৰু বহু ডাঙৰ ডাঙৰ গোচৰৰ পোষকতা কৰিছিল। মানৱ অধিকাৰৰ সৈতে জড়িত বিষয়ত তেওঁৰ বিশেষজ্ঞতা আছে ষ্টাৰমাৰে উত্তৰ আয়াৰলেণ্ড পুলিচিং ব’ৰ্ডৰ মানৱ অধিকাৰ উপদেষ্টা হিচাপেও কাম কৰি আহিছে। ২০০২ চনত তেওঁক কুইনৰ অধিবক্তা হিচাপে নিযুক্তি দিয়া হয়। আইন আৰু অপৰাধমূলক ন্যায়ৰ সেৱাৰ বাবে ২০১৪ চনত ষ্টাৰমাৰক অৰ্ডাৰ অৱ দ্য বাথৰ নাইট কমাণ্ডাৰ হিচাপে নিযুক্তি দিয়া হৈছিল।

সেই ষ্টাৰমাৰৰ জনপ্ৰিয়তাৰ আগত পৰাস্ত হৈ গ’ল ঋষি ছুনক। ছুনকে পৰাস্ত কৰি দলৰ পৰাজয়ৰ দায়িত্ব নিজে মূৰ পাতি লয়। ইয়াৰ বাহিৰেও অন্য বহু লোকে এই ক্ষেত্ৰত কয় যে, ঋষি ছুনক ভাল আছিল যদিও ৰাজনীতি হিচাপে তেঁওৰ দখল পূৰ্বৰ নেতাসকলৰ তুলনাত বহুলাংশে কম আছিল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: BritainBritain New PMBritain PmIndian Britain PMRishi Sunak
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দিল্লীৰ CJPৰ আন্দোলনত যোগ দিব নেকি CM জোছেফ বিজয়ে?
বিনোদন

দিল্লীৰ CJPৰ আন্দোলনত যোগ দিব নেকি CM জোছেফ বিজয়ে?

July 22, 2026
প্ৰাকৃতিগতভাৱে আপোনাৰ দেহক কেনেকৈ সুগন্ধময় কৰি ৰাখিব?
জীৱনশৈলী

প্ৰাকৃতিগতভাৱে আপোনাৰ দেহক কেনেকৈ সুগন্ধময় কৰি ৰাখিব?

July 22, 2026
হলীউডৰ এইগৰাকী অভিনেত্ৰীৰ আকস্মিক মৃ*ত্যুত শোকৰ ছাঁ
বিনোদন

হলীউডৰ এইগৰাকী অভিনেত্ৰীৰ আকস্মিক মৃ*ত্যুত শোকৰ ছাঁ

July 22, 2026
‘মেছোপটেমিয়া নহয় সভ্যতাৰ আৰম্ভণি হৈছিল ভাৰতত’
বিবিধ

‘মেছোপটেমিয়া নহয় সভ্যতাৰ আৰম্ভণি হৈছিল ভাৰতত’

July 22, 2026
Next Post
বুমৰাহেও ল’ব নেকি অৱসৰ! লাখ লাখ অনুৰাগীৰ আগত ক’লে অৱসৰৰ সময়

বুমৰাহেও ল'ব নেকি অৱসৰ! লাখ লাখ অনুৰাগীৰ আগত ক'লে অৱসৰৰ সময়

অতিকে কৰুণ, কুঁৱাত পৰা এজনক উদ্ধাৰ কৰিবলৈ নামি গৈ আন ৪ জনেও হেৰুাৱলে প্ৰাণ, মুঠ ৫ নিহত

অতিকে কৰুণ, কুঁৱাত পৰা এজনক উদ্ধাৰ কৰিবলৈ নামি গৈ আন ৪ জনেও হেৰুাৱলে প্ৰাণ, মুঠ ৫ নিহত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.