• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বুমৰাহেও ল’ব নেকি অৱসৰ! লাখ লাখ অনুৰাগীৰ আগত ক’লে অৱসৰৰ সময়

বুমৰাহেও ল’ব নেকি অৱসৰ! লাখ লাখ অনুৰাগীৰ আগত ক’লে অৱসৰৰ সময়

2 years ago
‘বন্যাৰ্তৰ নামত সংগ্ৰহ কৰা ৩১ লাখ টকা YouTuber-এ সোমালে নিজৰ পকেটত’

‘বন্যাৰ্তৰ নামত সংগ্ৰহ কৰা ৩১ লাখ টকা YouTuber-এ সোমালে নিজৰ পকেটত’

5 minutes ago
ভাৰতৰ কিমান শতাংশ মুছলমানে পছন্দ কৰে পাকিস্তানক?

ভাৰতৰ কিমান শতাংশ মুছলমানে পছন্দ কৰে পাকিস্তানক?

45 minutes ago
শ্ৰীলংকা ক্ৰিকেটত ভয়ংকৰ ঘটনা! ক্ৰিকেটাৰৰ প্ৰহাৰত প্ৰশিক্ষকৰ মৃ*ত্যু

শ্ৰীলংকা ক্ৰিকেটত ভয়ংকৰ ঘটনা! ক্ৰিকেটাৰৰ প্ৰহাৰত প্ৰশিক্ষকৰ মৃ*ত্যু

2 hours ago
Ola-Uber-Rapido ৰাইডাৰে বিচাৰিব নোৱাৰিব অতিৰিক্ত ধন!

Ola-Uber-Rapido ৰাইডাৰে বিচাৰিব নোৱাৰিব অতিৰিক্ত ধন!

2 hours ago
অৱশেষত ভাৰতৰ শৰণাপন্ন বাংলাদেশ!

অৱশেষত ভাৰতৰ শৰণাপন্ন বাংলাদেশ!

3 hours ago
দুই বন্ধুৰ প্ৰাণ কাঢ়ি মন্দিৰৰ চৌহদতেই পুঁতি থ’লে মন্দিৰৰ পূজাৰীয়ে

দুই বন্ধুৰ প্ৰাণ কাঢ়ি মন্দিৰৰ চৌহদতেই পুঁতি থ’লে মন্দিৰৰ পূজাৰীয়ে

19 hours ago
জীৱনত সমৃদ্ধি ধৰি ৰাখিব কেনেকৈ? লক্ষ্মীক সন্তুষ্ট কৰাৰ ৭টা উপায়

জীৱনত সমৃদ্ধি ধৰি ৰাখিব কেনেকৈ? লক্ষ্মীক সন্তুষ্ট কৰাৰ ৭টা উপায়

20 hours ago
‘আমি চৰকাৰক পাগল কৰিহে এৰিম’ ‘আমি RSSক সুৰক্ষা দিবলৈ সাজু’- ৰাহুল গান্ধী

‘আমি চৰকাৰক পাগল কৰিহে এৰিম’ ‘আমি RSSক সুৰক্ষা দিবলৈ সাজু’- ৰাহুল গান্ধী

21 hours ago
এইবাৰ বলীউডত এলভিছ যাদৱৰ SUPER ENTRY

এইবাৰ বলীউডত এলভিছ যাদৱৰ SUPER ENTRY

21 hours ago
দাঁত ব্ৰাছ কৰাৰ সময়ত হোৱা ভুলৰ ফলত হৃদৰোগ হ’ব পাৰে! জানক বিশেষজ্ঞৰ মতামত

দাঁত ব্ৰাছ কৰাৰ সময়ত হোৱা ভুলৰ ফলত হৃদৰোগ হ’ব পাৰে! জানক বিশেষজ্ঞৰ মতামত

22 hours ago
বিগত প্ৰায় ১০ বছৰে পুখুৰীৰ পানীয়েই হৈ পৰিছে এইজন কিশোৰৰ জীৱন

বিগত প্ৰায় ১০ বছৰে পুখুৰীৰ পানীয়েই হৈ পৰিছে এইজন কিশোৰৰ জীৱন

23 hours ago
long distance relationshipত ৰিয়ান পৰাগ!

long distance relationshipত ৰিয়ান পৰাগ!

24 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, August 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

বুমৰাহেও ল’ব নেকি অৱসৰ! লাখ লাখ অনুৰাগীৰ আগত ক’লে অৱসৰৰ সময়

editor by editor
July 5, 2024
in ক্ৰীড়া, বিবিধ, বিশ্ব, ভাৰত, লেখা
0
বুমৰাহেও ল’ব নেকি অৱসৰ! লাখ লাখ অনুৰাগীৰ আগত ক’লে অৱসৰৰ সময়
0
SHARES
134
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বুমৰাহেও ল’ব নেকি অৱসৰ! লাখ লাখ অনুৰাগীৰ আগত ক’লে অৱসৰৰ সময়

বুম বুম বুমৰাহ, কালিৰ বাংখেৰে ষ্টেডিয়ামত বুমৰাহে হাতত মাইক লোৱাৰ লগে লগে গুঞ্জৰি উঠে বুমৰাহৰ নামেৰে। বৃহস্পতিবাৰে ৱাংখেৰে ষ্টেডিয়ামত বিশ্বকাপ বিজয়ী টিম ইণ্ডিয়াৰ খেলুৱৈসকলক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে এক অনুষ্ঠান অনুষ্ঠিত হয়। ৱাংখেড়ে ষ্টেডিয়ামত বন্দে মাতৰম গীত গাই টিম ইণ্ডিয়াৰ খেলুৱৈসকলে বিজয় পেৰেডৰ সামৰণি মাৰে।

ইয়াৰ পিছত খেলুৱৈসকলক মঞ্চত মাতি সন্মানিত কৰা হয়। এই সময়ছোৱাত ২০২৪ চনৰ টি-২০ বিশ্বকাপত টুৰ্ণামেণ্টৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে পৰিগণিত হোৱা যশপ্ৰিত বুমৰাহক অৱসৰৰ বিষয়ে সোধাত বুমৰাহে উত্তৰ দিয়ে যে টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা কেতিয়া অৱসৰ ল’ব।

২০২৪ চনৰ টি-২০ বিশ্বকাপ খিতাপ দখল কৰাৰ পাছত টি- ইণ্ডিয়াৰ তিনিগৰাকী প্ৰবীণ খেলুৱৈয়ে টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰে। এই তালিকাত আছে একাদিক্ৰমে ৰোহিত শৰ্মা, বিৰাট কোহলী আৰু ৰবীন্দ্ৰ জাডেজা।

ইয়াৰ পিছত এতিয়া বুমৰাহেও অৱসৰৰ কথা মুকলিকৈ সদৰি কৰে। বুমৰাহে কয় যে এতিয়ালৈকে তেওঁৰ টি-২০ ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ কোনো উদ্দেশ্য নাই বা তেনেধৰণৰ কোনো চিন্তাও কৰা নাই, এয়া তেওঁৰ আৰম্ভণিহে। এতিয়া আৰু বহুদূৰ আগবাঢ়িব আছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: BoomrahcricketCricket Team. Indian cricket team. Word Cupindian team
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘বন্যাৰ্তৰ নামত সংগ্ৰহ কৰা ৩১ লাখ টকা YouTuber-এ সোমালে নিজৰ পকেটত’
অসম

‘বন্যাৰ্তৰ নামত সংগ্ৰহ কৰা ৩১ লাখ টকা YouTuber-এ সোমালে নিজৰ পকেটত’

August 14, 2026
ভাৰতৰ কিমান শতাংশ মুছলমানে পছন্দ কৰে পাকিস্তানক?
ভাৰত

ভাৰতৰ কিমান শতাংশ মুছলমানে পছন্দ কৰে পাকিস্তানক?

August 14, 2026
শ্ৰীলংকা ক্ৰিকেটত ভয়ংকৰ ঘটনা! ক্ৰিকেটাৰৰ প্ৰহাৰত প্ৰশিক্ষকৰ মৃ*ত্যু
বিনোদন

শ্ৰীলংকা ক্ৰিকেটত ভয়ংকৰ ঘটনা! ক্ৰিকেটাৰৰ প্ৰহাৰত প্ৰশিক্ষকৰ মৃ*ত্যু

August 14, 2026
Ola-Uber-Rapido ৰাইডাৰে বিচাৰিব নোৱাৰিব অতিৰিক্ত ধন!
বাণিজ্য

Ola-Uber-Rapido ৰাইডাৰে বিচাৰিব নোৱাৰিব অতিৰিক্ত ধন!

August 14, 2026
Next Post
অতিকে কৰুণ, কুঁৱাত পৰা এজনক উদ্ধাৰ কৰিবলৈ নামি গৈ আন ৪ জনেও হেৰুাৱলে প্ৰাণ, মুঠ ৫ নিহত

অতিকে কৰুণ, কুঁৱাত পৰা এজনক উদ্ধাৰ কৰিবলৈ নামি গৈ আন ৪ জনেও হেৰুাৱলে প্ৰাণ, মুঠ ৫ নিহত

৩৭০০০ কোটি টকাৰ মালিক, ২বাৰকৈ পদ্ম সন্মান লাভ, কিন্তু তাৰ পাছতো ৩০ বছৰে ধৰি কিনা নাই এখনো শাৰী

৩৭০০০ কোটি টকাৰ মালিক, ২বাৰকৈ পদ্ম সন্মান লাভ, কিন্তু তাৰ পাছতো ৩০ বছৰে ধৰি কিনা নাই এখনো শাৰী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.