• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
প্ৰকাশ্যে মহিলাক চুম্বন! ৯৯ বাৰ বেত্ৰাঘাতৰ শাস্তি ৰোনাল্ডোক, এই সন্দৰ্ভত কি ক’লে ইৰাণ চৰকাৰে?

প্ৰকাশ্যে মহিলাক চুম্বন! ৯৯ বাৰ বেত্ৰাঘাতৰ শাস্তি ৰোনাল্ডোক, এই সন্দৰ্ভত কি ক’লে ইৰাণ চৰকাৰে?

2 years ago
স্বনক্ষত্ৰত ৰাজকীয় এন্ট্ৰী কেতুৰ, ২০ এপ্ৰিলৰ পৰা ৩ৰাশিৰ বাঢ়িব বেংক বেলেন্স

স্বনক্ষত্ৰত ৰাজকীয় এন্ট্ৰী কেতুৰ, ২০ এপ্ৰিলৰ পৰা ৩ৰাশিৰ বাঢ়িব বেংক বেলেন্স

41 minutes ago
ঘৰত গংগাজল প্লাষ্টিকৰ বটলত থৈছে নেকি? অজানিতেই মাতি আনিছে চৰম দুৰ্ভাগ্য আৰু অৰ্থকষ্ট

ঘৰত গংগাজল প্লাষ্টিকৰ বটলত থৈছে নেকি? অজানিতেই মাতি আনিছে চৰম দুৰ্ভাগ্য আৰু অৰ্থকষ্ট

1 hour ago
পোষ্ট অফিচৰ PPFত এবছৰৰ বাবে ৫০ হাজাৰ টকা ৰাখিলে মেচিউৰিটিত কিমান পাব?

পোষ্ট অফিচৰ PPFত এবছৰৰ বাবে ৫০ হাজাৰ টকা ৰাখিলে মেচিউৰিটিত কিমান পাব?

2 hours ago
১৮ এপ্ৰিলৰ পৰা ইনকাম বাঢ়িব ৩ৰাশিৰ, প্ৰমোছনৰ আশা, শুক্ৰ চন্দ্ৰৰ বৈভৱত লক্ষ্মী ৰাজযোগ

১৮ এপ্ৰিলৰ পৰা ইনকাম বাঢ়িব ৩ৰাশিৰ, প্ৰমোছনৰ আশা, শুক্ৰ চন্দ্ৰৰ বৈভৱত লক্ষ্মী ৰাজযোগ

3 hours ago
সাৱধান হওক! ৫খাদ্যঃ ভাতৰ সৈতে খালে বিপদ হ’ব পাৰে

সাৱধান হওক! ৫খাদ্যঃ ভাতৰ সৈতে খালে বিপদ হ’ব পাৰে

3 hours ago
নেমু, আদা, হালধি, নহৰু, জালুক… বিশেষ গুণসম্পন্ন এই ১০ বিধ খাদ্য খালে বিষাক্ত চৰ্বি সহজেই বাহিৰ হ’ব, লিভাৰৰ সুস্থতাৰ বাবে উপকাৰী খাদ্য কি কি?

নেমু, আদা, হালধি, নহৰু, জালুক… বিশেষ গুণসম্পন্ন এই ১০ বিধ খাদ্য খালে বিষাক্ত চৰ্বি সহজেই বাহিৰ হ’ব, লিভাৰৰ সুস্থতাৰ বাবে উপকাৰী খাদ্য কি কি?

4 hours ago
অক্ষয় তৃতীয়াত তৈয়াৰ হ’ব দুৰ্লভ যোগ, ৪ৰাশিৰ বাবে আহিছে সুসময়, কোনে কোনে লাভ কৰিব সুখবৰ?

অক্ষয় তৃতীয়াত তৈয়াৰ হ’ব দুৰ্লভ যোগ, ৪ৰাশিৰ বাবে আহিছে সুসময়, কোনে কোনে লাভ কৰিব সুখবৰ?

4 hours ago
মিথুন, সিংহৰ পৰা কন্যা, ২১ এপ্ৰিলৰ পৰা ভাগ্য চমকিব ৫ৰাশিৰ, গজকেশৰী ৰাজযোগত আৰম্ভ হ’ব শুভ সময়

মিথুন, সিংহৰ পৰা কন্যা, ২১ এপ্ৰিলৰ পৰা ভাগ্য চমকিব ৫ৰাশিৰ, গজকেশৰী ৰাজযোগত আৰম্ভ হ’ব শুভ সময়

5 hours ago
সাৱধানে থাকক ৩ৰাশি, ১৭ এপ্ৰিলতে শনিয়ে গোচৰ আৰম্ভ কৰিছে উত্তৰভাদ্ৰা নক্ষত্ৰত

সাৱধানে থাকক ৩ৰাশি, ১৭ এপ্ৰিলতে শনিয়ে গোচৰ আৰম্ভ কৰিছে উত্তৰভাদ্ৰা নক্ষত্ৰত

5 hours ago
১৯ এপ্ৰিলৰ পৰা ধন-সম্পদ বাঢ়িব ৫ৰাশিৰ, তৈয়াৰ হৈছে মালব্য ৰাজযোগ

১৯ এপ্ৰিলৰ পৰা ধন-সম্পদ বাঢ়িব ৫ৰাশিৰ, তৈয়াৰ হৈছে মালব্য ৰাজযোগ

5 hours ago
পহিলা ব’হাগত লটাৰী জিকিল, একো একোজনৰ নামত থাৰ, ইনোভাকে ধৰি বিলাসী বাহন, নলবাৰীলৈ বাহন নিবলৈ আহি কিয় মূৰে-কঁপালে হাত লটাৰী জিকা ব্যক্তিৰ?

পহিলা ব’হাগত লটাৰী জিকিল, একো একোজনৰ নামত থাৰ, ইনোভাকে ধৰি বিলাসী বাহন, নলবাৰীলৈ বাহন নিবলৈ আহি কিয় মূৰে-কঁপালে হাত লটাৰী জিকা ব্যক্তিৰ?

16 hours ago
বিতৰ্কত লেন্সকাৰ্টঃ হিজাব পিন্ধিব পাৰিব, কিন্তু বিন্দি বা তিলক নহয়, বিষয়ক লৈ কি কৈছে লেন্সকাৰ্টৰ CEOয়ে?

বিতৰ্কত লেন্সকাৰ্টঃ হিজাব পিন্ধিব পাৰিব, কিন্তু বিন্দি বা তিলক নহয়, বিষয়ক লৈ কি কৈছে লেন্সকাৰ্টৰ CEOয়ে?

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

প্ৰকাশ্যে মহিলাক চুম্বন! ৯৯ বাৰ বেত্ৰাঘাতৰ শাস্তি ৰোনাল্ডোক, এই সন্দৰ্ভত কি ক’লে ইৰাণ চৰকাৰে?

editor by editor
October 18, 2023
in জীৱনশৈলী, বিবিধ, বিশ্ব
0
প্ৰকাশ্যে মহিলাক চুম্বন! ৯৯ বাৰ বেত্ৰাঘাতৰ শাস্তি ৰোনাল্ডোক, এই সন্দৰ্ভত কি ক’লে ইৰাণ চৰকাৰে?
0
SHARES
4.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ আকৌ বিতৰ্কত ক্ৰিষ্টিয়ানো ৰোনাল্ডো। প্ৰকাশ্যে এগৰাকী মহিলাক চুম্বন কৰাৰ অপৰাধত ৯৯ বাৰ বেত্ৰাঘাতৰ শাস্তি দিয়া হৈছে ক্ৰিষ্টিয়ানো ৰোনাল্ডোক বুলি এক সংবাদমাধ্যমে প্ৰকাশো কৰিছে। ঘটনাটো ইৰাণৰ। ৰোনাল্ডোৰ শাস্তিৰ কথা পোহৰলৈ অহাৰ পাছতেই ইৰাণ চৰকাৰে বিষয়টোক লৈ মন্তব্য কৰিছে। ঘটনাটো বিগত মাহৰেই। ছৌদি আৰৱৰ ক্লাব আল নাছেৰৰ হৈ ইৰাণৰ ক্লাবৰ বিৰুদ্ধে এছিয়ান চেম্পিয়ন্স লীগ মেচ খেলিবলৈ ইৰাণলৈ গৈছিল ৰোনাল্ডো। সেই সময়ত ফাতিমা হামামি নামৰ এজন চিত্ৰশিল্পীয়ে ৰোনাল্ডোক লগ কৰিবলৈ আহে। চিত্ৰশিল্পীগৰাকী আছিল বিশেষভাৱে সক্ষম। হাত দুখন সম্পূৰ্ণ অকামিলা যাৰবাবে তেওঁঁ দুভৰিৰ সহায়ত ছবি অংকন কৰে। ৰোনাল্ডোকো তেওঁ দুখনকৈ ছবি উপহাৰ দিছে।

ৰোনাল্ডোৱে বিশেষভাৱে সক্ষম যুৱতীগৰাকীৰ উপহাৰ গ্ৰহণ কৰি তেওঁৰ কঁপালত চুমা খায়। এই ঘটনাক লৈ বিতৰ্ক আৰম্ভ হয় ইৰাণত। সেই দেশৰ আইন অনুসৰি কোনো মহিলাৰ সৈতে সম্পৰ্কত থকা পুৰুষে অন্য নাৰীৰ শৰীৰ স্পৰ্শ কৰাটো অপৰাধ বুলি গণ্য কৰা হয়। ৰোনাল্ডোৱে সেই দেশৰ আইন ভংগ কৰিছে। কাৰণ দীৰ্ঘদিন ধৰি জৰ্জিনাৰ ৰদ্ৰীগেজৰ সৈতে সম্পৰ্ক আছে ৰোনাল্ডোৰ। তেওঁলোকৰ সন্তানো আছে। তাৰপাছতো তেওঁ ইৰাণৰ আইন ভাঙি ফাতিমা নামৰ চিত্ৰশিল্পীগৰাকীক চুম্বন কৰিছে। ইৰাণৰ আইন অনুযায়ী এই কাৰ্যৰ বাবে তেওঁ ৯৯বাৰ বেত্ৰাঘাতৰ শাস্তি পাব পাৰে।

কিন্তু শাস্তিৰ খবৰ মিছা বুলি জনাইছে ইৰাণ চৰকাৰে। এক বিবৃত্তি অনুসৰি, ‘ইৰাণত এজন আন্তৰ্জাতিক ক্ৰীড়াবিদৰ শাস্তিক লৈ যি খবৰ ভাইৰেল হৈ আছে সেই খবৰ একেবাৰে অসত্য। এই ধৰণৰ খবৰে মানুহৰ মনত বিভ্ৰান্তি তৈয়াৰ কৰিছে। এনে ভুৱা খবৰ বিয়পাই নাথাকিব।’ বিবৃত্তিত লগতে কোৱা হৈছে, ‘১৮ আৰু ১৯ ছেপ্টেম্বৰত ফুটবল খেলিবৰ বাবে ইৰাণলৈ আহিছিল ৰোনাল্ডো। তাতেই তেওঁক স্বাগত জনাইছিল ইৰাণৰ বহুসংখ্যক অনুৰাগীয়ে। তাতেই চিত্ৰশিল্পী ফাতিমাৰ সৈতে তেওঁ পৰিচিত হৈছিল।’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

স্বনক্ষত্ৰত ৰাজকীয় এন্ট্ৰী কেতুৰ, ২০ এপ্ৰিলৰ পৰা ৩ৰাশিৰ বাঢ়িব বেংক বেলেন্স
জীৱনশৈলী

স্বনক্ষত্ৰত ৰাজকীয় এন্ট্ৰী কেতুৰ, ২০ এপ্ৰিলৰ পৰা ৩ৰাশিৰ বাঢ়িব বেংক বেলেন্স

April 17, 2026
ঘৰত গংগাজল প্লাষ্টিকৰ বটলত থৈছে নেকি? অজানিতেই মাতি আনিছে চৰম দুৰ্ভাগ্য আৰু অৰ্থকষ্ট
জীৱনশৈলী

ঘৰত গংগাজল প্লাষ্টিকৰ বটলত থৈছে নেকি? অজানিতেই মাতি আনিছে চৰম দুৰ্ভাগ্য আৰু অৰ্থকষ্ট

April 17, 2026
পোষ্ট অফিচৰ PPFত এবছৰৰ বাবে ৫০ হাজাৰ টকা ৰাখিলে মেচিউৰিটিত কিমান পাব?
জীৱনশৈলী

পোষ্ট অফিচৰ PPFত এবছৰৰ বাবে ৫০ হাজাৰ টকা ৰাখিলে মেচিউৰিটিত কিমান পাব?

April 17, 2026
১৮ এপ্ৰিলৰ পৰা ইনকাম বাঢ়িব ৩ৰাশিৰ, প্ৰমোছনৰ আশা, শুক্ৰ চন্দ্ৰৰ বৈভৱত লক্ষ্মী ৰাজযোগ
জীৱনশৈলী

১৮ এপ্ৰিলৰ পৰা ইনকাম বাঢ়িব ৩ৰাশিৰ, প্ৰমোছনৰ আশা, শুক্ৰ চন্দ্ৰৰ বৈভৱত লক্ষ্মী ৰাজযোগ

April 17, 2026
Next Post
ইহুদিৰ মূল্যবোধ আৰু আদৰ্শ আছে! গাজাৰ হাস্পতালৰ বিস্ফোৰণত ইহুদী সেনাক বদনাম নকৰিবলৈ আহ্বান আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনৰ

ইহুদিৰ মূল্যবোধ আৰু আদৰ্শ আছে! গাজাৰ হাস্পতালৰ বিস্ফোৰণত ইহুদী সেনাক বদনাম নকৰিবলৈ আহ্বান আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনৰ

কাল পঞ্চমীত সৌভাগ্যৰ দুৱাৰ খুলিব! লক্ষ্মী-নাৰায়ণৰ কৃপাত ভাগ্যোদয় হ’ব ৫ৰাশিৰ জাতকৰ

কাল পঞ্চমীত সৌভাগ্যৰ দুৱাৰ খুলিব! লক্ষ্মী-নাৰায়ণৰ কৃপাত ভাগ্যোদয় হ’ব ৫ৰাশিৰ জাতকৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.