• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কাল পঞ্চমীত সৌভাগ্যৰ দুৱাৰ খুলিব! লক্ষ্মী-নাৰায়ণৰ কৃপাত ভাগ্যোদয় হ’ব ৫ৰাশিৰ জাতকৰ

কাল পঞ্চমীত সৌভাগ্যৰ দুৱাৰ খুলিব! লক্ষ্মী-নাৰায়ণৰ কৃপাত ভাগ্যোদয় হ’ব ৫ৰাশিৰ জাতকৰ

3 years ago
পৰকীয়া প্ৰেমক আইনত কি বোলে? স্বামীয়ে বিশ্বাসঘাতকতা কৰিলে আইন অনুসৰি কিমান ভৰণপোষণ দাবী কৰিব পাৰে পত্নীয়ে?

পৰকীয়া প্ৰেমক আইনত কি বোলে? স্বামীয়ে বিশ্বাসঘাতকতা কৰিলে আইন অনুসৰি কিমান ভৰণপোষণ দাবী কৰিব পাৰে পত্নীয়ে?

6 minutes ago
দিব্য অস্ত্রৰ ভিতৰত অন্যতম ৰামৰ ধনু, এই ধনুৰ ওজন শুনিলে চকু কঁপালত উঠিব আপোনাৰ

দিব্য অস্ত্রৰ ভিতৰত অন্যতম ৰামৰ ধনু, এই ধনুৰ ওজন শুনিলে চকু কঁপালত উঠিব আপোনাৰ

45 minutes ago
নিঃশব্দে কিডনিত ৰোগে বাঁহ বন্ধাৰ বিপদ সংকেত দিয়ে চকুৱে! কি কি লক্ষণ অৱহেলা কৰিলে বাঢ়িব মৃত্যুৰ শংকা?

নিঃশব্দে কিডনিত ৰোগে বাঁহ বন্ধাৰ বিপদ সংকেত দিয়ে চকুৱে! কি কি লক্ষণ অৱহেলা কৰিলে বাঢ়িব মৃত্যুৰ শংকা?

1 hour ago
ফেটি লিভাৰৰ প্ৰথম সংকেত! ভৰিৰ এই লক্ষণ দেখিলেই সাৱধান

ফেটি লিভাৰৰ প্ৰথম সংকেত! ভৰিৰ এই লক্ষণ দেখিলেই সাৱধান

1 hour ago
আৰু মাত্ৰ কেইটামান দিনৰ অপেক্ষা, শনিৰ কৃপাত সুখবৰ পাব এই ৪ৰাশিয়ে

আৰু মাত্ৰ কেইটামান দিনৰ অপেক্ষা, শনিৰ কৃপাত সুখবৰ পাব এই ৪ৰাশিয়ে

2 hours ago
১২ বছৰ পাছত কৰ্কট ৰাশিত গোচৰ কৰিব দেৱগুৰু বৃহস্পতিয়ে, টকা-সম্পদ বাঢ়িব ৪ৰাশিৰ

১২ বছৰ পাছত কৰ্কট ৰাশিত গোচৰ কৰিব দেৱগুৰু বৃহস্পতিয়ে, টকা-সম্পদ বাঢ়িব ৪ৰাশিৰ

3 hours ago
মুখ্যমন্ত্ৰীৰ আসনক লৈ টনাআঁজোৰা! কংগ্ৰেছশাষিত কৰ্ণাটকত পাঁচ বছৰ নৌহঁওতেই সলনি মুখ্যমন্ত্ৰী, ছিদ্দাৰামাইয়াৰ পদত্যাগ মানেই কৰ্ণাটকে নতুন মুখ্যমন্ত্ৰী হিচাপে পাব ডি কে শিৱকুমাৰক

মুখ্যমন্ত্ৰীৰ আসনক লৈ টনাআঁজোৰা! কংগ্ৰেছশাষিত কৰ্ণাটকত পাঁচ বছৰ নৌহঁওতেই সলনি মুখ্যমন্ত্ৰী, ছিদ্দাৰামাইয়াৰ পদত্যাগ মানেই কৰ্ণাটকে নতুন মুখ্যমন্ত্ৰী হিচাপে পাব ডি কে শিৱকুমাৰক

3 hours ago
কালিয়েই নিজৰ ঘৰলৈ আহিব বুধ, মিথুন ৰাশিত বুধৰ গোচৰ, টকাৰ চমক দেখিব কোন কোন ৰাশিয়ে?

কালিয়েই নিজৰ ঘৰলৈ আহিব বুধ, মিথুন ৰাশিত বুধৰ গোচৰ, টকাৰ চমক দেখিব কোন কোন ৰাশিয়ে?

3 hours ago
UCC গৃহীত হোৱাৰ দিনাই অসমত ডাঙৰ ঘটনা, নগাওঁৰ ইকবালে ১০ মাহে লুকুৱাই ৰখা অসমীয়া বোৱাৰীৰ সন্ধান লাভ

UCC গৃহীত হোৱাৰ দিনাই অসমত ডাঙৰ ঘটনা, নগাওঁৰ ইকবালে ১০ মাহে লুকুৱাই ৰখা অসমীয়া বোৱাৰীৰ সন্ধান লাভ

18 hours ago
ঘৰত ৰাখক এই ৭সামগ্ৰী, বাঢ়িব অৰ্থ সম্পদ, পাব মা লক্ষ্মীৰ আশীৰ্বাদ

ঘৰত ৰাখক এই ৭সামগ্ৰী, বাঢ়িব অৰ্থ সম্পদ, পাব মা লক্ষ্মীৰ আশীৰ্বাদ

18 hours ago
গজলক্ষ্মী যোগত প্ৰভাৱ প্ৰতিপত্তি বাঢ়িব ৫ৰাশিৰ, ২ জুনৰ ভিতৰত লাভ কৰিব সন্মান আৰু অৰ্থ

গজলক্ষ্মী যোগত প্ৰভাৱ প্ৰতিপত্তি বাঢ়িব ৫ৰাশিৰ, ২ জুনৰ ভিতৰত লাভ কৰিব সন্মান আৰু অৰ্থ

19 hours ago
শৰীৰত নিঃশব্দে বাঢ়িছে কলষ্টেৰল? ৫ অভ্যাস সলনি নকৰিলে আহিব চৰম বিপদ

শৰীৰত নিঃশব্দে বাঢ়িছে কলষ্টেৰল? ৫ অভ্যাস সলনি নকৰিলে আহিব চৰম বিপদ

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, May 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কাল পঞ্চমীত সৌভাগ্যৰ দুৱাৰ খুলিব! লক্ষ্মী-নাৰায়ণৰ কৃপাত ভাগ্যোদয় হ’ব ৫ৰাশিৰ জাতকৰ

editor by editor
October 18, 2023
in জীৱনশৈলী, বিবিধ
0
কাল পঞ্চমীত সৌভাগ্যৰ দুৱাৰ খুলিব! লক্ষ্মী-নাৰায়ণৰ কৃপাত ভাগ্যোদয় হ’ব ৫ৰাশিৰ জাতকৰ
0
SHARES
2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ১৯ অক্টোবৰত বৃহস্পতিবাৰে চন্দ্ৰত গোচৰ কৰিব ধনু ৰাশিয়ে। ইয়াৰ সৈতে তুলা ৰাশিত সূৰ্য, বুধ আৰু শুক্ৰৰ ত্ৰিগ্ৰহী যোগ তৈয়াৰ হ’ব। ইয়াৰোপৰি ১৯ তাৰিখে কাল শাৰদীয় পঞ্চমী। পঞ্চমীত দেৱীৰ স্কন্দমাতা ৰূপত পূজা কৰা হয়। এই শুভ দিনতেই গঠিত হ’ব কেইবাটাও শুভ যোগ। এইসমূহ হৈচে ৰবি যোগ, সৌভাগ্য যোগ আৰু শোভন যোগ। ইয়াৰ সৈতে থাকিব জ্যেষ্ঠ্যা নক্ষত্ৰ। এই শুভ যোগত কাল মা লক্ষ্মী আৰু বিষ্ণুৰ আশীৰ্বাদ লাভ কৰিব এইকেইটা ৰাশিৰ জাতকে।

বৃষ ৰাশি
১৯ অক্টোবৰত শ্ৰীবিষ্ণুৰ আশীৰ্বাদত ভাগ্য উদয় হ’ব বৃষ ৰাশিৰ জাতকৰ। নিজৰ কেৰিয়াৰ আৰু আৰ্থিক অৱস্থা টনকীয়াল কৰাৰ সুযোগ লাভ কৰিব এই ৰাশিৰ জাতকে। কেইবাটাও গুৰুত্বপূৰ্ণ কাম কৰাৰ সুযোগ লাভ কৰিব। পৰিয়ালৰ সৈতে সুখৰ সময় অতিবাহিত কৰিব। ব্যৱসায়ত লাভৰ যোগ আছে। নতুন বন্ধুপ্ৰাপ্তিৰো যোগ আছে বৃষ ৰাশিৰ জাতকৰ।

কন্যা ৰাশি
বৃহস্পতিবাৰে যি কামেই হাতত নিদিয়ক কিয় লাভৰ মুখ দেখিব কন্যা ৰাশিৰ জাতকে। নিজৰ লক্ষ্য স্থিৰে ৰাখিব। আপোনাৰ যোগাযোগৰ ক্ষমতা বাঢ়িব। চাকৰিয়ালসকলৰ হাহে নতুন কোনো সাফল্য লাভ কৰিব। নতুন কোনো ব্যৱসায়িক চুক্তি লাভ কৰিব। পৰিয়ালৰ যাৱতীয় সমস্যা সমাধান কৰিব পাৰিব কন্যা ৰাশিৰ জাতকে।

তুলা ৰাশি
সৌভাগ্যৰ যোগ আছে তুলা ৰাশিৰ জাতকৰো। ব্যৱসায়ত লাভ। জনপ্ৰিয়তা বৃদ্ধিৰ সম্ভাৱনা আছে তুলা ৰাশিৰ জাতকৰ। প্ৰেমৰ দিশতো শুভ। বন্ধুৰ সৈতে যাৱতীয় জটিলতা দুৰ হৈ ভাল সময় কটাব এই ৰাশিৰ জাতকে। সন্তানৰ পৰাও শুভ সংবাদ লাভ কৰিব তুলা ৰাশিৰ জাতকে।

মকৰ ৰাশি
লক্ষ্মীৰ কৃপাত পাবলগীয়া ধন লাভ কৰিব মকৰ ৰাশিৰ জাতকে। সংগীৰ সৈতে আপোনাৰ সম্পৰ্ক মজবুত হ’ব। নতুন কিছু মানুহৰ সৈতে আলাপ হ’ব। এই পৰিচয়েই আপোনাৰ লাভৰ ৰাস্তা খুলিব। অফিচতো ভাল পাৰ্ফৰমেন্স দেখুৱাব মকৰ ৰাশিৰ জাতকে। স্বাস্থ্য ভালে থাকিব লগতে কামৰ বাবে প্ৰচুৰ এনাৰ্জী থাকিব।

মীন ৰাশি
এই দিনটো মীন ৰাশিৰ জাতকৰ বাবেও অতি শুভ। সকলোৰে সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্ক বৰ্তাই ৰাখিব পাৰিব। ব্যৱসায়তো লাভৰ যোগ আছে। কৰ্মক্ষেত্ৰত অনুকূল পৰিবেশ। সহকৰ্মী আৰু বছৰ সৈতে ভাল সম্পৰ্ক বৰ্তাই ৰখাত সফল হ’ব। ভাল কোনো কোম্পানীৰ পৰা ভাল চাকৰিৰ অফাৰো লাভ কৰিব এই ৰাশিৰ জাতকে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পৰকীয়া প্ৰেমক আইনত কি বোলে? স্বামীয়ে বিশ্বাসঘাতকতা কৰিলে আইন অনুসৰি কিমান ভৰণপোষণ দাবী কৰিব পাৰে পত্নীয়ে?
Uncategorized

পৰকীয়া প্ৰেমক আইনত কি বোলে? স্বামীয়ে বিশ্বাসঘাতকতা কৰিলে আইন অনুসৰি কিমান ভৰণপোষণ দাবী কৰিব পাৰে পত্নীয়ে?

May 28, 2026
দিব্য অস্ত্রৰ ভিতৰত অন্যতম ৰামৰ ধনু, এই ধনুৰ ওজন শুনিলে চকু কঁপালত উঠিব আপোনাৰ
জীৱনশৈলী

দিব্য অস্ত্রৰ ভিতৰত অন্যতম ৰামৰ ধনু, এই ধনুৰ ওজন শুনিলে চকু কঁপালত উঠিব আপোনাৰ

May 28, 2026
নিঃশব্দে কিডনিত ৰোগে বাঁহ বন্ধাৰ বিপদ সংকেত দিয়ে চকুৱে! কি কি লক্ষণ অৱহেলা কৰিলে বাঢ়িব মৃত্যুৰ শংকা?
জীৱনশৈলী

নিঃশব্দে কিডনিত ৰোগে বাঁহ বন্ধাৰ বিপদ সংকেত দিয়ে চকুৱে! কি কি লক্ষণ অৱহেলা কৰিলে বাঢ়িব মৃত্যুৰ শংকা?

May 28, 2026
ফেটি লিভাৰৰ প্ৰথম সংকেত! ভৰিৰ এই লক্ষণ দেখিলেই সাৱধান
জীৱনশৈলী

ফেটি লিভাৰৰ প্ৰথম সংকেত! ভৰিৰ এই লক্ষণ দেখিলেই সাৱধান

May 28, 2026
Next Post
যুদ্ধই ভাঙিছে নিয়ম! ইজৰাইলী সেনাৰ নিয়ম ভংগ কৰি একেটা তম্বুতেই নাৰী-পুৰুষৰ সহবাস

যুদ্ধই ভাঙিছে নিয়ম! ইজৰাইলী সেনাৰ নিয়ম ভংগ কৰি একেটা তম্বুতেই নাৰী-পুৰুষৰ সহবাস

গপত গংগাটোপ মোদীয়ে ছোনীয়া গান্ধীৰ ট্ৰাষ্টৰ ধন ৰাম মন্দিৰ নিৰ্মাণৰ বাবে নলয়! অমিত শ্বাহে মোদীৰ মতৰ বিপৰীতে কয়, ‘আমি বিদেশীৰ অনুদান ল’ম।’

গপত গংগাটোপ মোদীয়ে ছোনীয়া গান্ধীৰ ট্ৰাষ্টৰ ধন ৰাম মন্দিৰ নিৰ্মাণৰ বাবে নলয়! অমিত শ্বাহে মোদীৰ মতৰ বিপৰীতে কয়, 'আমি বিদেশীৰ অনুদান ল’ম।’

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.