• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ইহুদিৰ মূল্যবোধ আৰু আদৰ্শ আছে! গাজাৰ হাস্পতালৰ বিস্ফোৰণত ইহুদী সেনাক বদনাম নকৰিবলৈ আহ্বান আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনৰ

ইহুদিৰ মূল্যবোধ আৰু আদৰ্শ আছে! গাজাৰ হাস্পতালৰ বিস্ফোৰণত ইহুদী সেনাক বদনাম নকৰিবলৈ আহ্বান আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনৰ

3 years ago
বিৰল ত্ৰিগ্ৰহী যোগ! ভাগ্য সলনি হ’ব এই ৩ ৰাশিৰ!

বিৰল ত্ৰিগ্ৰহী যোগ! ভাগ্য সলনি হ’ব এই ৩ ৰাশিৰ!

7 hours ago
এইবাৰ সোণম ৱাংচুকৰ হুংকাৰ

এইবাৰ সোণম ৱাংচুকৰ হুংকাৰ

7 hours ago
নৱৰাত্ৰিৰ ৯ দিনত ভুলতো নকৰিব এই ৫টা কাম!

নৱৰাত্ৰিৰ ৯ দিনত ভুলতো নকৰিব এই ৫টা কাম!

8 hours ago
কেতিয়া শান্ত হ’ব মণিপুৰ? পুনৰ হিং*সাৰ দাবানলত জ্বলিছে মণিপুৰ

কেতিয়া শান্ত হ’ব মণিপুৰ? পুনৰ হিং*সাৰ দাবানলত জ্বলিছে মণিপুৰ

8 hours ago
পত্নী অবিহনে শূন্য এই জীৱন! পত্নীৰ মৃত্যুৰ পিছতে স্বামীয়েও এৰিলে প্ৰাণ

পত্নী অবিহনে শূন্য এই জীৱন! পত্নীৰ মৃত্যুৰ পিছতে স্বামীয়েও এৰিলে প্ৰাণ

9 hours ago
কৰ্মচাৰীক মালিকে দিলে ৪৩ লাখ টকীয়া BMW বাহন

কৰ্মচাৰীক মালিকে দিলে ৪৩ লাখ টকীয়া BMW বাহন

10 hours ago
‘গেৰুৱাময় হৈছে মোৰ প্ৰাণ’! অৰিজিৎ সিঙৰ ৰহস্যময় পোষ্টক লৈ ব্যাপক চৰ্চা

‘গেৰুৱাময় হৈছে মোৰ প্ৰাণ’! অৰিজিৎ সিঙৰ ৰহস্যময় পোষ্টক লৈ ব্যাপক চৰ্চা

10 hours ago
তীব্ৰ যান-জঁট, বন্ধ সকলো দোকান, ২০০০ কোটি টকাৰ লোকচানৰ আশংকা

তীব্ৰ যান-জঁট, বন্ধ সকলো দোকান, ২০০০ কোটি টকাৰ লোকচানৰ আশংকা

12 hours ago
তিলক বৰ্মাই যি কৰিলে, T20 ক্ৰিকেটত কোনেও কৰিব পৰা নাই সেই কাম

তিলক বৰ্মাই যি কৰিলে, T20 ক্ৰিকেটত কোনেও কৰিব পৰা নাই সেই কাম

12 hours ago
প্ৰিয়ংকা গান্ধীৰ আইচক্ৰীম, ৰাহুল গান্ধীৰ হাফ ৰুটী!

প্ৰিয়ংকা গান্ধীৰ আইচক্ৰীম, ৰাহুল গান্ধীৰ হাফ ৰুটী!

12 hours ago
Flipkart-Amazonক লৈ চাইবাৰ প্ৰৱঞ্চকৰ নতুন জাল

Flipkart-Amazonক লৈ চাইবাৰ প্ৰৱঞ্চকৰ নতুন জাল

13 hours ago
‘দেশক ভয়ংকৰভাৱে অস্থিৰ কৰাৰ ষড়যন্ত্ৰ’

‘দেশক ভয়ংকৰভাৱে অস্থিৰ কৰাৰ ষড়যন্ত্ৰ’

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, October 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

ইহুদিৰ মূল্যবোধ আৰু আদৰ্শ আছে! গাজাৰ হাস্পতালৰ বিস্ফোৰণত ইহুদী সেনাক বদনাম নকৰিবলৈ আহ্বান আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনৰ

editor by editor
October 18, 2023
in বিবিধ, বিশ্ব, লেখা
0
ইহুদিৰ মূল্যবোধ আৰু আদৰ্শ আছে! গাজাৰ হাস্পতালৰ বিস্ফোৰণত ইহুদী সেনাক বদনাম নকৰিবলৈ আহ্বান আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনৰ
0
SHARES
142
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ইজৰাইল-হামাছ যুদ্ধৰ মাজতেই ইহুদি ভূমিত মাৰ্কিন প্ৰেছিডেণ্ট জ’ বাইডেন। গাজাষ্ট্ৰীপৰ হাস্পতালত হোৱা বিস্ফোৰণক লৈ মুখ খুলিছে মাৰ্কিন প্ৰেছিডেণ্টে। প্ৰত্যাশিতভাৱেই ইজৰাইলৰ হৈ মাত মাতিছে বাইডেনে। ইহুদি প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৰ সৈতে দ্বিপাক্ষিক বৈঠকত বহিছে আমেৰিকাৰ প্ৰেছিডেণ্ট। বুধবাৰে দুপৰীয়া উত্তৰ ইজৰাইলৰ তেল আভিভত উপস্থিত হৈছে বাইডেনৰ বিমান। নেতানিয়াহু প্ৰশাসনৰ সৈতে মিলিত হৈ বাইডেনে যুদ্ধ পৰিস্থিতি সন্দৰ্ভত বাৰ্তালাপত মিলিত হৈছে। তাৰপিছতেই সংবাদমাধ্যমৰ সন্মুখত মন্তব্য ৰাখিছে বাইডেনে। মাৰ্কিন প্ৰেছিডেণ্টে ইজৰাইলৰ ভূমিৰ পৰা কয়, ‘গাজাৰ হাস্পতালত হঠাৎ হোৱা এই বিস্ফোৰণৰ ঘটনাত আমি শোকাহত হোৱাৰ লগতে ক্ষুদ্ধ হৈ পৰিছো। যিমানদুৰ মই বুজিছো যে ইজৰাইলে এই কাম কৰা নাই। এই কামৰ আঁৰত অন্য শক্তি আছে।’

ইয়াৰপাছতেই বাইডেনে ইজৰাইলী মূল্যবোধৰ প্ৰসংগও টানি আনিছে মাৰ্কিন প্ৰেছিডেণ্টে। দুই দেশৰ গণতন্ত্ৰৰ ওপৰত জোৰ দিছে বাইডেনে। সমগ্ৰ বিশ্বই এতিয়া ইজৰাইলৰ ওপৰত দৃষ্টি ৰাখিছে। আমেৰিকা আৰু অন্যান্য গণতান্ত্ৰিক দেশসমূহৰ দৰেই ইজৰাইলৰো মুল্যবোধ আৰু আদৰ্শ আছে। নেতানিয়াহুৰ সৈতে হোৱা বৈঠকৰ পাছতেই এই মন্তব্য কৰিছে বাইডেনে।

মঙলবাৰে নিশা গাজাৰ আল-আহলি হাস্পতালত এক বৃহৎ বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছে। এই বিস্ফোৰণত শিশু আৰু মহিলাসহ মুঠ ৫০০ গৰাকী লোকৰ মৃত্যু হৈছে। নিহতৰ সংখ্যা আৰু বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে বুলি জনাইছে উদ্ধাৰকাৰী দলে। বিস্ফোৰণৰ সময়ৰ ভিডিঅ’ ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল। পেলেষ্টাইনৰ চৰকাৰ আৰু হামাছৰ দাবী যে এই হাস্পতালখনৰ ওপৰত ইজৰাইলী সেনাই এয়াৰষ্ট্ৰাইক চলাইছে ইজৰাইলী বায়ুসেনাই। গাজাক সন্ত্ৰাসমুক্ত কৰিবলৈ বিগত কেইবাদিন ধৰি এয়াৰষ্ট্ৰাইক চলাই আছে ইজৰাইলী সেনাই। এই এয়াৰষ্ট্ৰাইকৰ বাবেই বহুলোকে আশ্ৰয় হৈছিল হাস্পতালত। সেয়ে ইচ্ছাকৃতভাৱেই সেই হাস্পতাল উৰোৱাই দিছে ইজৰাইলে বুলি দাবী কৰিছে পেলেষ্টাইনে।

এই অভিযোগক কিন্তু সম্পূৰ্ণৰূপে অস্বীকাৰ কৰিছে ইজৰাইলে। এক্স হেণ্ডেলত দিয়া পোষ্টত ইহুদি সেনাৰ তৰফৰ পৰা কোৱা হৈছে যে এই হাস্পতালৰ ওপৰত ইহুদি সেনাই এয়াৰষ্ট্ৰাইক চলোৱা নাই। হামাছৰ গুপ্তঘাটিতহে কেৱল ইহুদি সেনাই আক্ৰমণ চলাইছে। ইয়াৰ বাহিৰে আন কোনো স্থানতেই অভিযান চলোৱা নাই ইহুদি সেনাই। ইজৰাইলক বদনাম কৰিবৰ বাবেই কোনো দুষ্কৃতিকাৰীয়ে এই কাম কৰিছে বুলিও জনাইছে ইহুদি সেনাই। গাজাষ্ট্ৰীপত হাস্পতালত হোৱা বিস্ফোৰণক লৈ মুখ খুলিছে আমাৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও। এই সমগ্ৰ ঘটনাক লৈ তেওঁ স্তম্ভিত হোৱা বুলি প্ৰকাশ কৰিছে। এই ঘটনাত জড়িতসকলে শাস্তি পাওক বুলিও প্ৰকাশ কৰিছে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। আমেৰিকাৰ তৰফৰ পৰা ইজৰাইলক অস্ত্ৰ, অৰ্থৰ সাহায্য দিয়াৰো আশ্বাস দিয়া হৈছে। ভূমধ্য সাগৰেৰে মাৰ্কিন যুদ্ধ জাহাজ মোতায়েন কৰা হৈছে বুলিও এক সূত্ৰই প্ৰকাশ কৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিৰল ত্ৰিগ্ৰহী যোগ! ভাগ্য সলনি হ’ব এই ৩ ৰাশিৰ!
জীৱনশৈলী

বিৰল ত্ৰিগ্ৰহী যোগ! ভাগ্য সলনি হ’ব এই ৩ ৰাশিৰ!

October 10, 2026
এইবাৰ সোণম ৱাংচুকৰ হুংকাৰ
ভাৰত

এইবাৰ সোণম ৱাংচুকৰ হুংকাৰ

October 10, 2026
নৱৰাত্ৰিৰ ৯ দিনত ভুলতো নকৰিব এই ৫টা কাম!
জীৱনশৈলী

নৱৰাত্ৰিৰ ৯ দিনত ভুলতো নকৰিব এই ৫টা কাম!

October 10, 2026
কেতিয়া শান্ত হ’ব মণিপুৰ? পুনৰ হিং*সাৰ দাবানলত জ্বলিছে মণিপুৰ
উত্তৰ-পূব

কেতিয়া শান্ত হ’ব মণিপুৰ? পুনৰ হিং*সাৰ দাবানলত জ্বলিছে মণিপুৰ

October 10, 2026
Next Post
কাল পঞ্চমীত সৌভাগ্যৰ দুৱাৰ খুলিব! লক্ষ্মী-নাৰায়ণৰ কৃপাত ভাগ্যোদয় হ’ব ৫ৰাশিৰ জাতকৰ

কাল পঞ্চমীত সৌভাগ্যৰ দুৱাৰ খুলিব! লক্ষ্মী-নাৰায়ণৰ কৃপাত ভাগ্যোদয় হ’ব ৫ৰাশিৰ জাতকৰ

যুদ্ধই ভাঙিছে নিয়ম! ইজৰাইলী সেনাৰ নিয়ম ভংগ কৰি একেটা তম্বুতেই নাৰী-পুৰুষৰ সহবাস

যুদ্ধই ভাঙিছে নিয়ম! ইজৰাইলী সেনাৰ নিয়ম ভংগ কৰি একেটা তম্বুতেই নাৰী-পুৰুষৰ সহবাস

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.