• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
যোগদান কৰাৰ ৩ ঘণ্টাৰ পাছতে বিজেপিৰ পৰা বহিষ্কাৰ পূৰ্ব আপ মন্ত্ৰীক, ভাইৰেল হৈছিল যৌ/ন টেপ

যোগদান কৰাৰ ৩ ঘণ্টাৰ পাছতে বিজেপিৰ পৰা বহিষ্কাৰ পূৰ্ব আপ মন্ত্ৰীক, ভাইৰেল হৈছিল যৌ/ন টেপ

2 years ago
অৱশেষত টীম ইণ্ডিয়াৰ প্ৰশিক্ষকক বিদায় দিলে BCCI-এ

অৱশেষত টীম ইণ্ডিয়াৰ প্ৰশিক্ষকক বিদায় দিলে BCCI-এ

4 minutes ago
এইবাৰ ধৰ্মেন্দ্ৰ প্ৰধানৰ বিৰুদ্ধে এইগৰাকী বিজেপি সাংসদৰ কন্যাৰ পোষ্ট

এইবাৰ ধৰ্মেন্দ্ৰ প্ৰধানৰ বিৰুদ্ধে এইগৰাকী বিজেপি সাংসদৰ কন্যাৰ পোষ্ট

48 minutes ago
হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য! আজি কিমান হ্ৰাস পালে জানো আহক

হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য! আজি কিমান হ্ৰাস পালে জানো আহক

3 hours ago
Post Office Changes: ১ আগষ্টৰ পৰা সলনি হ’ব ডাকঘৰৰ বহু নিয়ম

Post Office Changes: ১ আগষ্টৰ পৰা সলনি হ’ব ডাকঘৰৰ বহু নিয়ম

3 hours ago
প্ৰধানমন্ত্ৰী মোদীৰ পোষ্ট ব্লক কৰি Meta-ই বিচাৰিলে ক্ষমা, ক’লে- ভুলতে হ’ল!

প্ৰধানমন্ত্ৰী মোদীৰ পোষ্ট ব্লক কৰি Meta-ই বিচাৰিলে ক্ষমা, ক’লে- ভুলতে হ’ল!

4 hours ago
৪ ঘণ্টাতে পাব চিলিণ্ডাৰ, ইণ্ডিয়ান অইলে আৰম্ভ কৰিছে নতুন চাৰ্ভিচ

৪ ঘণ্টাতে পাব চিলিণ্ডাৰ, ইণ্ডিয়ান অইলে আৰম্ভ কৰিছে নতুন চাৰ্ভিচ

5 hours ago
মন্ত্ৰীৰ পাৰ্টিত যুৱতী বিচাৰি ৮০০০০ টকাৰ প্ৰলোভন! Asomlive24 ৰ কেমেৰাত বিস্ফোৰক মন্তব্য মডেলৰ

মন্ত্ৰীৰ পাৰ্টিত যুৱতী বিচাৰি ৮০০০০ টকাৰ প্ৰলোভন! Asomlive24 ৰ কেমেৰাত বিস্ফোৰক মন্তব্য মডেলৰ

5 hours ago
জীৱনৰ পৰা আঁতৰিব বিপদ, মাত্ৰ মঙলবাৰে এইদৰে কৰক হনুমানৰ পূজা

মঙলবাৰে হনুমান মন্দিৰেলৈ গৈ জপ কৰক এইকেইটা মন্ত্ৰ, দূৰ হ’ব সকলো বিপদ!

7 hours ago
ভয়ংকৰ দুৰ্ঘটনা, ‘অমৰনাথ যাত্ৰা’ৰ তীৰ্থযাত্ৰী কঢ়িওৱা এখন বাছ পৰে দ খাৱৈত

ভয়ংকৰ দুৰ্ঘটনা, ‘অমৰনাথ যাত্ৰা’ৰ তীৰ্থযাত্ৰী কঢ়িওৱা এখন বাছ পৰে দ খাৱৈত

7 hours ago
বেংকত ওলাইছে চাকৰি, অন্তিম তাৰিখৰ পূৰ্বে কৰক আবেদন

IBPS ত চাকৰি কৰাৰ সুযোগ, শীঘ্ৰে কৰক আবেদন

8 hours ago
বলীউডৰ পৰা ডুৰাণ্ড কাপলৈ… পেছাদাৰী ফুটবলাৰ হিচাপে আত্মপ্ৰকাশ কৰিবলৈ সাজু টাইগাৰ শ্ৰফ

বলীউডৰ পৰা ডুৰাণ্ড কাপলৈ… পেছাদাৰী ফুটবলাৰ হিচাপে আত্মপ্ৰকাশ কৰিবলৈ সাজু টাইগাৰ শ্ৰফ

9 hours ago
হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়: হাতলৈ আহিব ধন, হ’ব উন্নতি…

সপোনত হনুমানক দেখাটো কিহৰ সংকেত? জানি লওক

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, July 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

যোগদান কৰাৰ ৩ ঘণ্টাৰ পাছতে বিজেপিৰ পৰা বহিষ্কাৰ পূৰ্ব আপ মন্ত্ৰীক, ভাইৰেল হৈছিল যৌ/ন টেপ

editor by editor
August 11, 2024
in বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি
0
যোগদান কৰাৰ ৩ ঘণ্টাৰ পাছতে বিজেপিৰ পৰা বহিষ্কাৰ পূৰ্ব আপ মন্ত্ৰীক, ভাইৰেল হৈছিল যৌ/ন টেপ
0
SHARES
663
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

যোগদান কৰাৰ ৩ ঘণ্টাৰ পাছতে বিজেপিৰ পৰা বহিষ্কাৰ পূৰ্ব আপ মন্ত্ৰীক, ভাইৰেল হৈছিল যৌ/ন টেপ

এগৰাকী নেতাৰ বাবে এতিয়া চৰ্চাৰ বিষয় হৈ পৰিছে দেশৰ ৰাজনীতি। এগৰাকী প্ৰাক্তন আম আদমি পাৰ্টিৰ নেতা তথা দিল্লীৰ প্ৰাক্তন মন্ত্ৰীয়ে বিজেপিত যোগদান কৰাৰ মাত্ৰ ৩ ঘণ্টাৰ পাছতে বিজেপিৰ পৰা বহিষ্কাৰ। সেই নেতাগৰাকীৰেই ভাইৰেল হৈ পৰিছেল এক যৌন টেপ।

সেই নেতাগৰাকী হৈছে সন্দীপ বাল্কিকী। শণিবাৰে নেতাগৰাকীয়ে সতীৰ্থৰ সৈতে হাৰিয়ানাত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী নায়ৱ সিং ছৈনীৰ উপস্থিতিত বিজেপিত যোগদান কৰিছিল। কিন্তু যোগদানৰ মাথো তিনিটা ঘণ্টাৰ পাছতে ৰাজ্যিক দল তথা শাসনত থকা দলটোৰ পৰা নেকাগৰাকীক বহিষ্কাৰ কৰা হয়।

তথ্য লুকুৱাই ৰখাৰ অভিযোগ বিজেপিৰ। সেই অভিযোগৰ বাবেই দলটোৰ পৰা বাহিৰ কৰি দিয়ে সন্দীপ বাল্মিকীক। বিতৰ্কৰ সৈতে সন্দীপৰ দীৰ্ঘদিনীয়া সম্পৰ্ক। হাৰিয়ানাৰ পৰা অহা সন্দীপ আম আদমী পাৰ্টিৰ অংশ হৈ পৰিছিল। চিডি কেলেংকাৰীৰ পিছত আপৰ পৰা বহিষ্কাৰ হোৱা সন্দীপ বাল্মিকিয়ে নিজাকৈ দল গঠন কৰি তাৰ পিছত বিজেপিত যোগদান কৰে। বিজেপিত যোগদান কৰাৰ ৩ ঘণ্টাৰ পিছতে সন্দীপক দলৰ পৰা বহিষ্কাৰ কৰা হয়।

হাৰিয়ানাৰ শোনিপতৰ বাসিন্দা সন্দীপ কুমাৰে ২০১৫ চনত বিধানসভা নিৰ্বাচনত ৫ বাৰৰ কংগ্ৰেছ বিধায়ক জয় কিষানক পৰাস্ত কৰি ৰাজনৈতিক মহলৰ এক পৰিচিত মুখ হৈ পৰিছিল। মুখ্যমন্ত্ৰী কেজৰিৱালে তেওঁক দিল্লী চৰকাৰতো মন্ত্ৰীৰ দায়িত্ব প্ৰদান কৰিছিল। সন্দীপ কুমাৰক দিল্লীৰ মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰী হিচাপে নিযুক্তি দিয়া হৈছিল।

দিল্লী চৰকাৰত মন্ত্ৰী হৈ থকাৰ সময়তে সন্দীপ কুমাৰ বাল্মিকীৰ চিডি কেলেংকাৰী ভাইৰেল হৈ পৰিছিল। সন্দীপৰ সৈতে জড়িত এটা চেক্স টেপ ওলাইছিল। য’ত আপত্তিজনক বস্তু উপস্থিত আছিল। ২০১৬ চনতো এগৰাকী মহিলাই সন্দীপৰ বিৰুদ্ধে ৰেচন কাৰ্ড বনোৱাৰ সন্দৰ্ভত গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল।
এই চিডি কেলেংকাৰীৰ পিছত আপে সন্দীপক মন্ত্ৰী পদৰ পৰা অপসাৰণ কৰাই নহয় দলৰ পৰা বাহিৰ কৰি দিছিল। চিডি কেলেংকাৰী সন্দৰ্ভত স্পষ্টীকৰণ দিওঁতে সন্দীপ কুমাৰে কৈছিল যে তেওঁ দলিত সম্প্ৰদায়ৰ। সেয়ে তেওঁক বদনাম কৰিবলৈ এই ষড়যন্ত্ৰ ৰচনা কৰা হৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: aapbjpDelhi Former MinisterIndian PoliticsMinisterpoliticsSandeep Balmiki
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অৱশেষত টীম ইণ্ডিয়াৰ প্ৰশিক্ষকক বিদায় দিলে BCCI-এ
বিনোদন

অৱশেষত টীম ইণ্ডিয়াৰ প্ৰশিক্ষকক বিদায় দিলে BCCI-এ

July 28, 2026
এইবাৰ ধৰ্মেন্দ্ৰ প্ৰধানৰ বিৰুদ্ধে এইগৰাকী বিজেপি সাংসদৰ কন্যাৰ পোষ্ট
ৰাজনীতি

এইবাৰ ধৰ্মেন্দ্ৰ প্ৰধানৰ বিৰুদ্ধে এইগৰাকী বিজেপি সাংসদৰ কন্যাৰ পোষ্ট

July 28, 2026
হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য! আজি কিমান হ্ৰাস পালে জানো আহক
বাণিজ্য

হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য! আজি কিমান হ্ৰাস পালে জানো আহক

July 28, 2026
Post Office Changes: ১ আগষ্টৰ পৰা সলনি হ’ব ডাকঘৰৰ বহু নিয়ম
বাণিজ্য

Post Office Changes: ১ আগষ্টৰ পৰা সলনি হ’ব ডাকঘৰৰ বহু নিয়ম

July 28, 2026
Next Post
৪ জন ডেলিভাৰী বয়ক বনাই দিলে মেনেজাৰ, Zomatoৰ অনন্য পদক্ষেপ

৪ জন ডেলিভাৰী বয়ক বনাই দিলে মেনেজাৰ, Zomatoৰ অনন্য পদক্ষেপ

কোকৰাঝাৰত অতিকে শোকাৱহ ঘটনা, ব’ল বমলৈ বুলি গৈ প্ৰাণ হেৰুৱালে ৫জনকৈ ভক্তই

কোকৰাঝাৰত অতিকে শোকাৱহ ঘটনা, ব'ল বমলৈ বুলি গৈ প্ৰাণ হেৰুৱালে ৫জনকৈ ভক্তই

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.