• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কোকৰাঝাৰত অতিকে শোকাৱহ ঘটনা, ব’ল বমলৈ বুলি গৈ প্ৰাণ হেৰুৱালে ৫জনকৈ ভক্তই

কোকৰাঝাৰত অতিকে শোকাৱহ ঘটনা, ব’ল বমলৈ বুলি গৈ প্ৰাণ হেৰুৱালে ৫জনকৈ ভক্তই

2 years ago
ট্ৰাম্পৰ নতুন চখ, গুগল মেপত আটলাণ্টিক মহাসাগৰৰ সলনি ট্ৰাম্প মহাসাগৰ হোৱাটো বিচাৰে! প্ৰস্তাৱ গুগল’লৈ

ট্ৰাম্পৰ নতুন চখ, গুগল মেপত আটলাণ্টিক মহাসাগৰৰ সলনি ট্ৰাম্প মহাসাগৰ হোৱাটো বিচাৰে! প্ৰস্তাৱ গুগল’লৈ

17 minutes ago
কোটিপতি হ’ব বিচাৰে নেকি? ৯৯৯৯ টকাৰ মাহিলী SIPৰে পূৰণ কৰক সপোন!

কোটিপতি হ’ব বিচাৰে নেকি? ৯৯৯৯ টকাৰ মাহিলী SIPৰে পূৰণ কৰক সপোন!

31 minutes ago
হোটেলৰ কোঠাত উদ্ধাৰ DSP খৰ্গেশ্বৰ ৰাভাৰ মৃতদেহ, কি হৈছিল প্ৰকৃততে?

হোটেলৰ কোঠাত উদ্ধাৰ DSP খৰ্গেশ্বৰ ৰাভাৰ মৃতদেহ, কি হৈছিল প্ৰকৃততে?

1 hour ago
RBI গৱৰ্ণৰে দিছে অৰ্থনৈতিক সতৰ্কবাণী, কিমান হৈছে ভাৰতৰ অৰ্থনীতিৰ উন্নতি?

RBI গৱৰ্ণৰে দিছে অৰ্থনৈতিক সতৰ্কবাণী, কিমান হৈছে ভাৰতৰ অৰ্থনীতিৰ উন্নতি?

2 hours ago
সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?

Gold Silver Price Today: হোৰাহোৰে কমিছে সোণ-ৰূপৰ মূল্য, একেদিনাই ৫,০০০ টকা পৰ্যন্ত হ্ৰাস

3 hours ago
‘ৰাষ্ট্ৰ বিৰোধী বিষয়বস্তু দেখুওৱাৰ পৰা বিৰত থাকক’, টিভি চেনেলসমূহক সকীয়াই দিলে কেন্দ্ৰই

‘ৰাষ্ট্ৰ বিৰোধী বিষয়বস্তু দেখুওৱাৰ পৰা বিৰত থাকক’, টিভি চেনেলসমূহক সকীয়াই দিলে কেন্দ্ৰই

4 hours ago
সৰু সৰু কথা পাহৰি যোৱা অভ্যাস? লক্ষণ দেখাৰ পূৰ্বে হওক সাৱধান

সৰু সৰু কথা পাহৰি যোৱা অভ্যাস? লক্ষণ দেখাৰ পূৰ্বে হওক সাৱধান

5 hours ago
ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!

মাহেকীয়াৰ ভয়ংকৰ পেটৰ বিষ? সহজ উপায়েৰে কৰক দূৰ

5 hours ago
৩ ৰাশিৰ বাবে অত্যন্ত শুভ আগন্তুক ৫ দিন, ধনেৰে উভৈনদী হ’ব ঘৰ!

ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ, জানক কোন কোন ৰাশি আছে তালিকাত

6 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

আজি ভাগ্যই দেখুৱাব ৰং! কেনে যাব ১২ ৰাশিৰ দিনটো?

7 hours ago
সদায় ভাগ্যৱান এইসকল লোক, জীৱনত নাপায় কোনো কষ্ট!

সদায় ভাগ্যৱান এইসকল লোক, জীৱনত নাপায় কোনো কষ্ট!

18 hours ago
ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! হাতলৈ আহিব প্ৰচুৰ ধন

ধন-সম্পত্তিৰ পৰা প্ৰেমলৈ, কাইলৈৰ দিনটোত ভাগ্যৱান এইকেইটা ৰাশি?

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

কোকৰাঝাৰত অতিকে শোকাৱহ ঘটনা, ব’ল বমলৈ বুলি গৈ প্ৰাণ হেৰুৱালে ৫জনকৈ ভক্তই

editor by editor
August 12, 2024
in অসম, উত্তৰ-পূব, গুৱাহাটী
0
কোকৰাঝাৰত অতিকে শোকাৱহ ঘটনা, ব’ল বমলৈ বুলি গৈ প্ৰাণ হেৰুৱালে ৫জনকৈ ভক্তই
0
SHARES
261
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কোকৰাঝাৰত অতিকে শোকাৱহ ঘটনা, ব’ল বমলৈ বুলি গৈ প্ৰাণ হেৰুৱালে ৫জনকৈ ভক্তই

কোকৰাঝাৰৰ পৰা আহিছে এক অতিকে শোকাৱহ দুৰ্ঘটনাৰখবৰ। ব’ল বমলৈ বুলি গৈ প্ৰাণ হেৰুৱালে ৫ জনকৈ ভক্তই। জিলা খনৰ গোসাইগাঁৱত সংঘটিত হৈছে এই খবৰ।

পুৱতি নিশা শিব বাবাৰ পূজা দিয়াৰ উদ্দেশ্য ঘৰৰ পৰা ওলাইছিল কেউজন লোক। পাছে পুৱা শিৱ বাবাৰ পূজা দি উভতি অহাৰ সময়তে ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈ ৫ জনে প্ৰাণ হেৰুৱাৰ লগতে এজন গুৰুতৰভাৱে আহত।

দুই অপৰাধী- ফাৰিদ খান আৰু ছাজিদ খান
দুই অপৰাধী- ফাৰিদ খান আৰু ছাজিদ খান

ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি, গোসাইগাঁৱৰ কচুগাঁওস্থিত মহামায়া মন্দিৰৰ সন্মুখত ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত এই ভয়াবহ পথ দুৰ্ঘটনাটো সংঘটিত হৈছে।

মন্দিৰত পূজা দি বলেৰো পিক আপ ভানত উঠাৰ সময়ত এখন ট্ৰাকে দুৰ্ঘটনা সংঘটিত কৰি গুচি যায়। যাৰ ফলতে গাড়ীৰ চেপাত থিতাতে পাঁচজন নিহত হয়। এজন গুৰুতৰ আহত।

ইতিমধ্যে ঘটনাস্থলীত গোসাইগাঁও মহকুমা আৰক্ষী বিষয়া হিৰেন কুমাৰ ডেকা আৰু কচুগাঁও আৰক্ষী উপস্থিত হৈছে। উল্লেখ্য যে, একেখন ট্ৰাকেই কোকৰাঝাৰৰ বিষমুৰীত আন দুজনক দুৰ্ঘটনা কৰি মৃত্যু মুখত পেলোৱা নিহত হৈছে বুলি জানিব পৰা গৈছে।

দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰা ট্ৰাক
দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰা ট্ৰাক

নিহত ব’ল বম ভক্ত সকল গোসাইগাঁৱৰৰ ১ নং হাতীগড় গাঁৱৰ সুক্ৰমন ৰায়(২০), জয় ৰায়(১১), বাপ্পি ঘোষ(২১), বাসুদেৱ ৰায়(২২), আৰু নৱ ঘোষ(২৬)। আনহাতে আহত বিনন ৰায় (২২)ক আৰক্ষীয়ে কচুগাঁও প্ৰাথমিক চিকিৎসালয়ত ভৰ্তি কৰোৱা বুলি জানিব পৰা গৈছে।

সদ্যহতে দূৰ্ঘটনা সংঘটিত কৰা কণ্টেইনাৰ খন আৰক্ষীয়ে আটক কৰাৰ লগতে কণ্টেইনাৰৰ চালক আৰু সহচালক হাৰিয়ানাৰ ফাৰিদ খান আৰু ছাজিদ খানক আটক কৰি দূৰ্ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হোটেলৰ কোঠাত উদ্ধাৰ DSP খৰ্গেশ্বৰ ৰাভাৰ মৃতদেহ, কি হৈছিল প্ৰকৃততে?
অসম

হোটেলৰ কোঠাত উদ্ধাৰ DSP খৰ্গেশ্বৰ ৰাভাৰ মৃতদেহ, কি হৈছিল প্ৰকৃততে?

October 22, 2026
শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই
অসম

বিজয়া দশমীৰ দিনাই ৰাজ্যবাসীৰ বাবে দুঃখবৰ! পৃথক পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ৬জনৰ

October 21, 2026
‘জুবিন গাৰ্গ জনতাৰ কণ্ঠ’ জুবিনৰ ন্যায়ৰ দাবীত অব্যাহত প্ৰতিবাদক সমৰ্থন গৰিমাৰ
অসম

‘জুবিন গাৰ্গ জনতাৰ কণ্ঠ’ জুবিনৰ ন্যায়ৰ দাবীত অব্যাহত প্ৰতিবাদক সমৰ্থন গৰিমাৰ

October 20, 2026
দাঢ়ি-চুলিৰে ভোবোকাৰ ৰূপত সন্দীপন গাৰ্গ! ওলাইয়ে ক’লে, ‘সত্যৰ সদায় জয় হ’ব’
অসম

দাঢ়ি-চুলিৰে ভোবোকাৰ ৰূপত সন্দীপন গাৰ্গ! ওলাইয়ে ক’লে, ‘সত্যৰ সদায় জয় হ’ব’

October 19, 2026
Next Post
পেৰিছ অলিম্পিকৰ সামৰণি, কোন দেশে পালে সৰ্বাধিক সোণ, কোন শীৰ্ষত, ভাৰতৰ স্থান কিমান

পেৰিছ অলিম্পিকৰ সামৰণি, কোন দেশে পালে সৰ্বাধিক সোণ, কোন শীৰ্ষত, ভাৰতৰ স্থান কিমান

পুনৰ ব’ল বমৰ শোকাৱহ ঘটনা, এইবাৰ পদপিষ্ট হৈ প্ৰাণ হেৰুৱালে ৭ জনকৈ লোকে, নিহতৰ সংখ্যা অধিক বৃদ্ধি পোৱাৰ আশংকা

পুনৰ ব'ল বমৰ শোকাৱহ ঘটনা, এইবাৰ পদপিষ্ট হৈ প্ৰাণ হেৰুৱালে ৭ জনকৈ লোকে, নিহতৰ সংখ্যা অধিক বৃদ্ধি পোৱাৰ আশংকা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.