• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আকৌ ক্লীণ ব’ল্ড অৰুণ লাল, ৩৮ বছৰীয়া যুৱতীৰে দ্বিতীয় বিবাহ প্ৰাক্তন ক্ৰিকেটাৰগৰাকীৰ

আকৌ ক্লীণ ব’ল্ড অৰুণ লাল, ৩৮ বছৰীয়া যুৱতীৰে দ্বিতীয় বিবাহ প্ৰাক্তন ক্ৰিকেটাৰগৰাকীৰ

4 years ago
১০ লাখৰ পৰা ১ কোটি পৰ্যন্ত ঋণ! SC, ST আৰু মহিলাসকলৰ বাবে কেন্দ্ৰই আনিছে নতুন, ষ্টেণ্ড আপ ইণ্ডিয়া’ প্ৰকল্প, কেনেকৈ লাভ কৰিব এই ধন?

১০ লাখৰ পৰা ১ কোটি পৰ্যন্ত ঋণ! SC, ST আৰু মহিলাসকলৰ বাবে কেন্দ্ৰই আনিছে নতুন, ষ্টেণ্ড আপ ইণ্ডিয়া’ প্ৰকল্প, কেনেকৈ লাভ কৰিব এই ধন?

24 minutes ago
কাইলৈৰ ৰাশিফলঃ সাধ্য যোগত শতভিষা নক্ষত্ৰ, গণেশৰ কৃপাত ভাগ্য চমকিব কাৰ কাৰ?

কাইলৈৰ ৰাশিফলঃ সাধ্য যোগত শতভিষা নক্ষত্ৰ, গণেশৰ কৃপাত ভাগ্য চমকিব কাৰ কাৰ?

50 minutes ago
এই স্কিম কেৱল মহিলাৰ বাবে, ৫০০০ টকাৰ পৰা ১১০০০ টকা পৰ্যন্ত চৰকাৰী সাহায্য পাব মহিলাই, কেনেকৈ কৰিব আবেদন?

এই স্কিম কেৱল মহিলাৰ বাবে, ৫০০০ টকাৰ পৰা ১১০০০ টকা পৰ্যন্ত চৰকাৰী সাহায্য পাব মহিলাই, কেনেকৈ কৰিব আবেদন?

2 hours ago
১৩৮ দিন বক্ৰী থাকিব শনি, দীপাৱলি পৰ্যন্ত গোল্ডেন টাইম ৩ৰাশিৰ

১৩৮ দিন বক্ৰী থাকিব শনি, দীপাৱলি পৰ্যন্ত গোল্ডেন টাইম ৩ৰাশিৰ

2 hours ago
ইউনিয়ন বেংকৰ ৪৪৪ দিনৰ FDত ২লাখ টকা জমা ৰাখিলে কিমান ৰিটাৰ্ণ পাব?

ইউনিয়ন বেংকৰ ৪৪৪ দিনৰ FDত ২লাখ টকা জমা ৰাখিলে কিমান ৰিটাৰ্ণ পাব?

3 hours ago
বিবাহৰ পাছতেই জোছ কমি যায়? পত্নী কেটক লৈয়েই এই মন্তব্য কৰিছে নেকি অভিনেতা বিকি কৌশলে? বিতৰ্কত বিকি কৌশল, ক’ত কিয় এনেকৈ কৈছে বিকিয়ে?

বিবাহৰ পাছতেই জোছ কমি যায়? পত্নী কেটক লৈয়েই এই মন্তব্য কৰিছে নেকি অভিনেতা বিকি কৌশলে? বিতৰ্কত বিকি কৌশল, ক’ত কিয় এনেকৈ কৈছে বিকিয়ে?

3 hours ago
৩ এপ্ৰিলৰ পৰা ৩ৰাশিৰ গল্ডেন টাইম আৰম্ভ হ’ব, নৱপঞ্চম ৰাজযোগত কাৰ কাৰ ধনলাভৰ যোগ আছে?

৩ এপ্ৰিলৰ পৰা ৩ৰাশিৰ গল্ডেন টাইম আৰম্ভ হ’ব, নৱপঞ্চম ৰাজযোগত কাৰ কাৰ ধনলাভৰ যোগ আছে?

4 hours ago
এপ্ৰিলত জ্ঞান-বুদ্ধি-সাহসেৰে উজ্জ্বল হ’ব মেষ, মিথুনসহ ৪ৰাশি, মঙ্গল-বুধৰ মিলনে আনিছে ভাল খবৰ

এপ্ৰিলত জ্ঞান-বুদ্ধি-সাহসেৰে উজ্জ্বল হ’ব মেষ, মিথুনসহ ৪ৰাশি, মঙ্গল-বুধৰ মিলনে আনিছে ভাল খবৰ

4 hours ago
সঘনাই মুখত ঘাঁ হৈছে নেকি? নকৰিব আওকাণ

সঘনাই মুখত ঘাঁ হৈছে নেকি? নকৰিব আওকাণ

4 hours ago
বৈবাহিক জীৱনত সুখী নহয় নেকি? জানক আঁৰৰ কাৰণ

বৈবাহিক জীৱনত সুখী নহয় নেকি? জানক আঁৰৰ কাৰণ

5 hours ago
কণীৰ বাবে বিপদত পৰিব আপুনি! ভুলতো নকৰিব এনে কাম

কণীৰ বাবে বিপদত পৰিব আপুনি! ভুলতো নকৰিব এনে কাম

6 hours ago
Tax Alert: ১ এপ্ৰিলৰ পৰা সলনি হ’ব আয়কৰৰ নিয়ম

Tax Alert: ১ এপ্ৰিলৰ পৰা সলনি হ’ব আয়কৰৰ নিয়ম

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, March 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

আকৌ ক্লীণ ব’ল্ড অৰুণ লাল, ৩৮ বছৰীয়া যুৱতীৰে দ্বিতীয় বিবাহ প্ৰাক্তন ক্ৰিকেটাৰগৰাকীৰ

editor by editor
May 3, 2022
in ক্ৰীড়া, ভাৰত
0
আকৌ ক্লীণ ব’ল্ড অৰুণ লাল, ৩৮ বছৰীয়া যুৱতীৰে দ্বিতীয় বিবাহ প্ৰাক্তন ক্ৰিকেটাৰগৰাকীৰ
0
SHARES
139
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভাৰতৰ প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰ অৰুণ লালে ৬৬ বছৰৰ বয়সত দ্বিতীয় বিবাহ কৰাইছে৷ সোমবাৰে কলকতাত প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰগৰাকীয়ে বুলবুল সাহা নামৰ ৩৮ বছৰীয়া এগৰাকী যুৱতীৰে বিবাহপাশত আৱদ্ধ হয়৷

উল্লেখ্য যে কিছুদিন পূৰ্বে অৰুণ লাল আৰু বুলবুল সাহাৰ বিয়াৰ বাগদান কাৰ্যসূচীৰ ফ’টোসহ বাতৰি প্ৰকাশ পাইছিল৷

প্ৰথমা পত্নীৰ সন্মতিতে প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে ৩৮ বছৰীয়া বুলবুল সাহাৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱা বুলি জানিব পৰা গৈছে৷

লগতে পঢ়ক Love Vs Money : ধন নে প্ৰেম, মানুহে জীৱনত কোনটো অধিক বিচাৰে?

উল্লেখ্য নিজেও দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ সুস্থ হৈ উঠা অৰুণ লালৰ প্ৰথমা পত্নী ৰীণা বৰ্তমান গুৰুতৰভাৱে অসুস্থ আৰু দ্বিতীয় বিবাহৰ পিছতে দ্বিতীয়া পত্নী বুলবুল সাহাই ৰীণাৰ দায়িত্ব ল’ব বুলিও প্ৰকাশ পাইছে৷

ভাৰতীয় জাতীয় দলৰ হৈ টেষ্ট আৰু এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেট মেচত প্ৰতিনিধিত্ব কৰা অৰুণ লালে পৰৱৰ্তী সময়ত ক্ৰিকেটৰ ধাৰাভাষ্যকাৰ পেচা আৰম্ভ কৰিছিল৷ ১৯৫৫ চনত পঞ্জাৱৰ কাপুৰথালাত জন্ম গ্ৰহণ কৰা অৰুণ লালে ভাৰতৰ হৈ ১৬ খন টেষ্ট আৰু ১৩ খন আন্তঃৰাষ্ট্ৰীয় এদিনীয়া মেচত অংশগ্ৰহণ কৰিছিল ৷

ইয়াৰ পিছতে তেওঁ ক্ৰিকেটৰ প্ৰশিক্ষক হিচাপেও আত্মপ্ৰকাশ কৰে৷ বৰ্তমান অৰুণ লাল বংগ ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক আৰু তেওঁৰ প্ৰশিক্ষণতে বংগই ২০২১-২২ বৰ্ষৰ ৰঞ্জী ট্ৰফীৰ ফাইনেলত প্ৰৱেশ কৰিছিল৷

লগতে পঢ়ক আপোনাৰ শিশুৰ হাতৰ আখৰ বেয়া নেকি? ৫টা পৰামৰ্শৰে ভাল হ’ব শিশুৰ হাতৰ আখৰ

ইফালে ঘণিষ্ঠ বন্ধু মহলৰ উপস্থিতিত কলকতাত সম্পন্ন হোৱা অৰুণ লালৰ দ্বিতীয় বিবাহৰ পিছতে দ্বিতীয়া পত্নী বুলবুল সাহাই তেওঁলোকৰ বিবাহৰ ফ’টো সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে৷

‘‘অফিচিয়েলি মিচেছ লাল, আমাক সমৰ্থন কৰাৰ বাবে পৰিয়ালৰ লগতে সকলো বন্ধু-বান্ধৱকে ধন্যবাদ জ্ঞাপন কৰিছো৷’’ সামাজিক মাধ্যমত বিবাহৰ ফ’টো শ্বেয়াৰ কৰি বুলবুল সাহাই এইদৰে লিখিছে৷

উল্লেখ্য যে যোৱা সপ্তাহত নিজৰ ফেচবুকত অৰুণ লালেৰে বাগদানৰ ফ’টো শ্বেয়াৰ কৰি বুলবুল সাহা ইন্টাৰনেটৰ পৃথিৱীত খলকনি তুলিছিল৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Arun Lalasom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBulbul Sahaformer cricketer arun lal
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

১০ লাখৰ পৰা ১ কোটি পৰ্যন্ত ঋণ! SC, ST আৰু মহিলাসকলৰ বাবে কেন্দ্ৰই আনিছে নতুন, ষ্টেণ্ড আপ ইণ্ডিয়া’ প্ৰকল্প, কেনেকৈ লাভ কৰিব এই ধন?
জীৱনশৈলী

১০ লাখৰ পৰা ১ কোটি পৰ্যন্ত ঋণ! SC, ST আৰু মহিলাসকলৰ বাবে কেন্দ্ৰই আনিছে নতুন, ষ্টেণ্ড আপ ইণ্ডিয়া’ প্ৰকল্প, কেনেকৈ লাভ কৰিব এই ধন?

March 17, 2026
বিয়াত বহিবলৈ অমান্তি প্ৰেমিকা, প্ৰেমিকে সংঘটিত কৰিলে আচৰিত কাণ্ড!
ভাৰত

বিয়াত বহিবলৈ অমান্তি প্ৰেমিকা, প্ৰেমিকে সংঘটিত কৰিলে আচৰিত কাণ্ড!

March 15, 2026
পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ
জীৱনশৈলী

পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

March 14, 2026
পোষ্ট অফিচৰ এই স্কিমত ২লাখ বিনিয়োগ কৰিলে ৯০০০০ লাভ, জানি থওক হিচাপ
জীৱনশৈলী

পোষ্ট অফিচৰ এই স্কিমত ২লাখ বিনিয়োগ কৰিলে ৯০০০০ লাভ, জানি থওক হিচাপ

March 14, 2026
Next Post
প্ৰদেশ কংগ্ৰেছত আভ্যন্তৰীণ সংঘাত : কোন কোন জ্যেষ্ঠ নেতাই লেং মাৰিলে ভূপেন বৰাক?

প্ৰদেশ কংগ্ৰেছত আভ্যন্তৰীণ সংঘাত : কোন কোন জ্যেষ্ঠ নেতাই লেং মাৰিলে ভূপেন বৰাক?

দূৰাৰোগ্য ৰোগত আক্ৰান্ত ৰাষ্ট্ৰপতি পুটিন : হস্তান্তৰ কৰিব ৰাজ ক্ষমতা!

দূৰাৰোগ্য ৰোগত আক্ৰান্ত ৰাষ্ট্ৰপতি পুটিন : হস্তান্তৰ কৰিব ৰাজ ক্ষমতা!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.