• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কৰ্নাটকৰ প্ৰাক্তন DGPৰ সৈতে ভয়ংকৰ ঘটনা, পত্নীৰ ওপৰত সন্দেহ, আৰক্ষীৰ আটক

7 months ago
১০ নৱেম্বৰত গজকেশৰী ৰাজযোগ, যিয়ে এই ৪ৰাশিৰ ভাগ্য খুলিব

2 hours ago
এই ৫ সহজ টেকনিকেই বঢ়ায় বেংক বেলেন্স, আপুনিও ধনী হ’ব পাৰিব

3 hours ago
বেটিং এপৰ মাধ্যমেৰে ধন ঘটিছিল! ভাৰতৰ দুই প্ৰাক্তন ক্ৰিকেটাৰৰ ১১.৪২ কোটি টকাৰ সম্পত্তি বাজেয়াপ্ত ইডিৰ

4 hours ago
হেৰুৱাবলৈ আৰু কিমান বাকী? হাৰ্টথ্ৰ’ব হে’ৰাল, আহমেদাবাদত প্লেন দুৰ্ঘটনা, ভাৰত-পাক যুদ্ধ! বাকী থকা সময়খিনি কেনে যাব? কি কৈছে জ্যোতিষশাস্ত্ৰই?

Credit Cardৰ পৰা বেংক একাউণ্টলৈ ধন ট্ৰেন্সফাৰ কৰিব? জানি থওক সহজ উপায়

5 hours ago
পিয়ন, কেৰানিৰ পৰা অফিচাৰ, অষ্টম দৰমহা কমিছনত দৰমহা কাৰ কিমান বাঢ়িব?

7 hours ago
ঘৰত থাকিয়েই পাওক আঢ়ৈ লাখ টকা! বয়স্কসকলৰ বাবে প’ষ্ট অফিচৰ বেষ্ট স্কিম কি কি?

কেইটামান দিনৰ পাছতেই বক্ৰী হ’ব বৃহস্পতি, গুৰুগ্ৰহৰ ওলোটা চলনত শুভ সময় আৰম্ভ এই ৪ৰাশিৰ

8 hours ago
জুবিন গাৰ্গ মোৰ বৰ মৰমৰ, শ্যামকানুৰ সন্দৰ্ভত একো নকওঁ, ৰাইজৰ যাতে সন্দেহ নহয় তাৰবাবে পদত্যাগ কৰিছোঃ প্ৰাক্তন DGP ভাস্কৰ জ্যোতি মহন্ত

9 hours ago
২০ নৱেম্বৰত ৩ ৰাশিৰ অগ্ৰগতি-সাফল্যত বাধা, বুধ আৰু শনিৰ সংযোগত মালামাল হ’ব কোন কোন?

1 day ago
২০২৬ত পদে পদে পৰীক্ষা, এই চৰ্ততেই পাছ কৰাই নিব শনিয়ে, এই তিনি ৰাশিৰ ধৈৰ্য্যই অস্ত্ৰ

এজন নিৰ্ভেজাল কমিউনিষ্টেই হ’ল নিউয়ৰ্কৰ মেয়ৰ! ট্ৰাম্পে হাৰিব বুলি দাবী কৰা মেয়ৰ জোহৰান মামদানিৰ আছে ভাৰতৰ সৈতে বিশেষ সম্পৰ্ক

  • About
  • Advertise
  • Careers
  • English Edition
Thursday, November 6, 2025
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

কৰ্নাটকৰ প্ৰাক্তন DGPৰ সৈতে ভয়ংকৰ ঘটনা, পত্নীৰ ওপৰত সন্দেহ, আৰক্ষীৰ আটক

editor by editor
April 21, 2025
in বিবিধ, বিশ্ব, ভাৰত
0
কৰ্নাটকৰ প্ৰাক্তন DGPৰ সৈতে ভয়ংকৰ ঘটনা, পত্নীৰ ওপৰত সন্দেহ, আৰক্ষীৰ আটক
0
SHARES
1.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কৰ্নাটকৰ প্ৰাক্তন DGPৰ সৈতে ভয়ংকৰ ঘটনা, পত্নীৰ ওপৰত সন্দেহ, আৰক্ষীৰ আটক

দেশ জোকাৰি যোৱা এক ঘটনা। কৰ্ণাটকৰ ৰাজধানী বেংগালুৰুৰ পৰা আহিছে এই ঘটনা। বেংগালুৰুত কৰ্ণাটকৰ প্ৰাক্তন ডিজিপি ওম প্ৰকাশৰ হত্যা। হত্যাৰ সন্দেহ পত্নীৰ ওপৰত। পত্নীয়ে ডিজিপি ওম প্ৰকাশক ছুৰীৰে আঘাত কৰি হত্যা কৰাৰ সন্দেহ।

দেওবাৰ ২০ এপ্ৰিল তাৰিখে সংঘটিত হয় এই ঘটনা । আৰক্ষীয়ে দেওবাৰে উদ্ধাৰ কৰে ডিজিপি গৰাকীৰ মৃতদেহ।

আৰক্ষীয়ে ইতিমধ্যে ঘটনা সন্দৰ্ভত পত্নীক আটক কৰিছে, অৱশ্যে আৰক্ষীয়ে এতিয়াও বিষয়টোৰ তদন্ত অব্যাহত ৰাখিছে। ডিজিপিগৰাকীৰ মৃতদেহ বেংগালুৰুৰ এইচ এছ আৰ লেআউটত থকা তেওঁৰ বাসগৃহৰ পৰা উদ্ধাৰ কৰিছে।

ঘটনাৰ সময়ত ঘৰতে উপস্থিত আছিল ডিজিপিৰ পত্নী আৰু কন্যা। পত্নীয়েই ফোন কৰি এই বিষয়ে আৰক্ষীক অৱগত কৰিছিল।

আৰক্ষীয়ে ঘটনাৰ বিষয়ে জানিব পৰাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হৈ তেজেৰে লুতুৰি পুতুৰি হৈ থকা অৱস্থাত উদ্ধাৰ কৰে ডিজিপি গৰাকীৰ নিথৰ দেহ।

বেংগালুৰুৰ এইচ এছ আৰ লেআউটত পৰিয়ালৰ সৈতে বাস কৰিছিল প্ৰাক্তন ডি জি পি ওম প্ৰকাশ। দেওবাৰে বিয়লি তেওঁৰ বাসগৃহত উদ্ধাৰ হয় তেওঁৰ মৃতদেহ। গোচৰটোৰ তদন্ত অব্যাহত আছে। প্ৰাথমিক তদন্তত প্ৰকাশ পাইছে হত্যা কৰা হৈছে ডিজিপিক।

আৰক্ষীয়ে সন্দেহ কৰিছে যে প্ৰাক্তন ডিজিপি ওম প্ৰকাশক পত্নীয়ে হত্যা কৰিছিল, কিয়নো তেওঁৰ পত্নী আৰু কন্যা ঘৰৰ ড্ৰয়িং ৰূমতে আছিল। ইফালে আৰক্ষীৰ সূত্ৰই জনোৱা মতে, পত্নীয়েই আৰক্ষীক ফোন কৰি হত্যাকাণ্ডৰ বিষয়ে অৱগত কৰিছিল যদিও আৰক্ষীৰ দলটোৱে তেওঁলোকৰ ঘৰত উপস্থিত হোৱাৰ লগে লগে দুৱাৰখন খুলিবলৈ অস্বীকাৰ কৰে।

উল্লেখ্য যে ১৯৮১ বেটচৰ ৬৮ বছৰীয়া আই পি এছ বিষয়া ওম প্ৰকাশ বিহাৰৰ চম্পাৰাণৰ বাসিন্দা আছিল। ২০১৫ চনৰ ১ মাৰ্চত তেওঁক আৰক্ষী সঞ্চালক প্ৰধান হিচাপে নিযুক্তি দিয়া হৈছিল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: DGP Murder CaseKarnatak DGPkarnatak DGP Murder Case
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

১০ নৱেম্বৰত গজকেশৰী ৰাজযোগ, যিয়ে এই ৪ৰাশিৰ ভাগ্য খুলিব
জীৱনশৈলী

November 6, 2025
হেৰুৱাবলৈ আৰু কিমান বাকী? হাৰ্টথ্ৰ’ব হে’ৰাল, আহমেদাবাদত প্লেন দুৰ্ঘটনা, ভাৰত-পাক যুদ্ধ! বাকী থকা সময়খিনি কেনে যাব? কি কৈছে জ্যোতিষশাস্ত্ৰই?
অসম

হেৰুৱাবলৈ আৰু কিমান বাকী? হাৰ্টথ্ৰ’ব হে’ৰাল, আহমেদাবাদত প্লেন দুৰ্ঘটনা, ভাৰত-পাক যুদ্ধ! বাকী থকা সময়খিনি কেনে যাব? কি কৈছে জ্যোতিষশাস্ত্ৰই?

November 6, 2025
কেইটামান দিনৰ পাছতেই বক্ৰী হ’ব বৃহস্পতি, গুৰুগ্ৰহৰ ওলোটা চলনত শুভ সময় আৰম্ভ এই ৪ৰাশিৰ
জীৱনশৈলী

কেইটামান দিনৰ পাছতেই বক্ৰী হ’ব বৃহস্পতি, গুৰুগ্ৰহৰ ওলোটা চলনত শুভ সময় আৰম্ভ এই ৪ৰাশিৰ

November 6, 2025
জুবিন গাৰ্গ মোৰ বৰ মৰমৰ, শ্যামকানুৰ সন্দৰ্ভত একো নকওঁ, ৰাইজৰ যাতে সন্দেহ নহয় তাৰবাবে পদত্যাগ কৰিছোঃ প্ৰাক্তন DGP ভাস্কৰ জ্যোতি মহন্ত
অসম

জুবিন গাৰ্গ মোৰ বৰ মৰমৰ, শ্যামকানুৰ সন্দৰ্ভত একো নকওঁ, ৰাইজৰ যাতে সন্দেহ নহয় তাৰবাবে পদত্যাগ কৰিছোঃ প্ৰাক্তন DGP ভাস্কৰ জ্যোতি মহন্ত

November 6, 2025
Next Post
সুতে-মূলে ওলাব টকা, ৯১ টকাৰ ৰিচাৰ্জ প্লেনত ২৮ দিনৰ বৈধতা

৩০ এপ্ৰিললৈ এই ৩ ৰাশিৰ ওপৰত ধনৰ বৰষুণ, চন্দ্ৰৰ মকৰ ৰাশিত প্ৰৱেশ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন