• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
প্ৰথম বিশ্বৰ দেশৰ, প্ৰথমগৰাকী যৌন কেলেংকাৰী কৰা ব্যক্তি ডোনাল্ড ট্ৰাম্প, বিশ্বই সমালোচনা কৰা ট্ৰাম্পে কৰিলে আত্মসমৰ্পণ…

প্ৰথম বিশ্বৰ দেশৰ, প্ৰথমগৰাকী যৌন কেলেংকাৰী কৰা ব্যক্তি ডোনাল্ড ট্ৰাম্প, বিশ্বই সমালোচনা কৰা ট্ৰাম্পে কৰিলে আত্মসমৰ্পণ…

4 years ago
গুটখা-তামোল খাওতে সাৱধান, গুৱাহাটীৰ য’তে-ত’তে পেলাব নোৱাৰিব পিক

গুটখা-তামোল খাওতে সাৱধান, গুৱাহাটীৰ য’তে-ত’তে পেলাব নোৱাৰিব পিক

29 minutes ago
৩ সন্তানক এৰি প্ৰেমিকৰ সৈতে পলায়ন কৰিছিল মহিলা…

৩ সন্তানক এৰি প্ৰেমিকৰ সৈতে পলায়ন কৰিছিল মহিলা…

55 minutes ago
মানৱ স্বাস্থ্যত গোলকীয় উষ্ণতাৰ ভয়ংকৰ প্ৰভাৱ!

মানৱ স্বাস্থ্যত গোলকীয় উষ্ণতাৰ ভয়ংকৰ প্ৰভাৱ!

1 hour ago
হিন্দু মহিলাক লৈ বিতৰ্কিত ভিডিঅ’! ‘কণ্টেণ্ট নহয়, যৌ*ন নিৰ্যাতনৰ দৰে আচৰণ’

হিন্দু মহিলাক লৈ বিতৰ্কিত ভিডিঅ’! ‘কণ্টেণ্ট নহয়, যৌ*ন নিৰ্যাতনৰ দৰে আচৰণ’

2 hours ago
ভাগ্য সলনি হ’ব এই ৩ ৰাশিৰ, বাম্পাৰ আৰ্থিক লাভৰ যোগ

ভাগ্য সলনি হ’ব এই ৩ ৰাশিৰ, বাম্পাৰ আৰ্থিক লাভৰ যোগ

3 hours ago
মা দুৰ্গাক লৈ অশ্লীল মন্তব্য কৰি আৰক্ষীৰ জালত মুছলমান যুৱক

মা দুৰ্গাক লৈ অশ্লীল মন্তব্য কৰি আৰক্ষীৰ জালত মুছলমান যুৱক

4 hours ago
3 Idiotsৰ ছিকুৱেলক লৈ আমীৰ খানে দিলে ডাঙৰ খবৰ!

3 Idiotsৰ ছিকুৱেলক লৈ আমীৰ খানে দিলে ডাঙৰ খবৰ!

4 hours ago
ৰোগীৰ ওপৰত চিকিৎসালয়ৰ ৰাম টাঙোন! ১০০ টকাৰ ঔষধ হয়গৈ ৭০০ টকা!

ৰোগীৰ ওপৰত চিকিৎসালয়ৰ ৰাম টাঙোন! ১০০ টকাৰ ঔষধ হয়গৈ ৭০০ টকা!

5 hours ago
অৰুণাচল সীমান্তত তীব্ৰ উত্তেজনা, চীনা সৈনিকৰে ভাৰতীয় সেনাৰ মুখামুখি!

অৰুণাচল সীমান্তত তীব্ৰ উত্তেজনা, চীনা সৈনিকৰে ভাৰতীয় সেনাৰ মুখামুখি!

6 hours ago
এই ৰাশিৰ লোকৰ বাবে আহিব নতুন সুযোগ

এই ৰাশিৰ লোকৰ বাবে আহিব নতুন সুযোগ

7 hours ago
দৰিদ্ৰ মহিলাক টাৰ্গেট IVF কেন্দ্ৰৰ! ধনৰ বিনিময়ত মহিলাৰ পৰা ‘যধে-মধে’ ডিম্বাণু সংগ্ৰহ!

দৰিদ্ৰ মহিলাক টাৰ্গেট IVF কেন্দ্ৰৰ! ধনৰ বিনিময়ত মহিলাৰ পৰা ‘যধে-মধে’ ডিম্বাণু সংগ্ৰহ!

7 hours ago
শুকুৰবাৰে ৰাশিফলে আপোনাৰ কেৰিয়াৰত কেনে প্ৰভাৱ পেলাব?

শুকুৰবাৰে ৰাশিফলে আপোনাৰ কেৰিয়াৰত কেনে প্ৰভাৱ পেলাব?

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, October 23, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

প্ৰথম বিশ্বৰ দেশৰ, প্ৰথমগৰাকী যৌন কেলেংকাৰী কৰা ব্যক্তি ডোনাল্ড ট্ৰাম্প, বিশ্বই সমালোচনা কৰা ট্ৰাম্পে কৰিলে আত্মসমৰ্পণ…

editor by editor
April 5, 2023
in অপৰাধ, জীৱনশৈলী, বিশ্ব
0
প্ৰথম বিশ্বৰ দেশৰ, প্ৰথমগৰাকী যৌন কেলেংকাৰী কৰা ব্যক্তি ডোনাল্ড ট্ৰাম্প, বিশ্বই সমালোচনা কৰা ট্ৰাম্পে কৰিলে আত্মসমৰ্পণ…
0
SHARES
322
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ দিন সদায়ে ভালে নাযায়৷ এইবাৰ নিজেই সকলো দোষ স্বীকাৰ কৰি লৈছে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে৷ ২০১৬ চনত আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ সময়ত প্ৰাক্তন পৰ্ণ তাৰকা ষ্টৰ্মি ডেনিয়েলছক বৃহৎ পৰিমাণৰ ধন দিছিল ডনাল্ড ট্ৰাম্পে। ষ্টৰ্মি ডেনিয়েলছে দাবী কৰে যে ২০১৬ ট্ৰাম্পৰ সৈতে যৌন সম্পৰ্ক গঢ়ি উঠিছিল ষ্টাৰ্মিৰ৷

সেই বৰ্ষৰ অৰ্থাৎ ২০১৬ চনৰ নৱেম্বৰত আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰচাৰ আৰম্ভ হৈছিল। ইয়াৰ পূৰ্বে ট্ৰাম্পৰ অধিবক্তা মাইকেল কোহেনে পৰ্ণ তাৰকা ষ্টাৰ্মিক৷ ট্ৰাম্পৰ সৈতে সম্পৰ্কক লৈ মৌন হৈ থাকিবলৈকে ডেনিয়েলছক প্ৰদান কৰিছিল ১ লাখ ৩০ ডলাৰ। ২০১৮ চনত এই ধনৰ লেনদেনৰ কথা পোহৰলৈ আহে।

ডেনিয়েলে সেই সময়ত ট্ৰাম্পৰ সৈতে হোৱা গোপন চুক্তি বাতিল কৰিবলৈ আদালতত আবেদন জনায়। ইয়াৰ পিছতেই ট্ৰাম্পৰ বিৰুদ্ধে নিৰ্বাচনী প্ৰচাৰ পুঁজি আইন উলংঘাৰ বাবে গোচৰ তৰা হয়। তেতিয়াৰ পৰাই আদালতত ট্ৰাম্পৰ বিৰুদ্ধে গোচৰৰ বিচাৰ প্ৰক্ৰিয়া চলি আছিল।

এই গোচৰৰ পৰিপ্ৰেক্ষিততে অৱশেষত ট্ৰাম্পে মঙলবাৰে মানহাটানৰ এখন আদালতত আত্মসমৰ্পন কৰিছে৷ উল্লেখ্য যে ট্ৰাম্প হৈছে অপৰাধমূলক গোচৰৰ সন্মুখীন হোৱা আমেৰিকাৰ প্ৰথমগৰাকী ৰাষ্ট্ৰপতি।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গুটখা-তামোল খাওতে সাৱধান, গুৱাহাটীৰ য’তে-ত’তে পেলাব নোৱাৰিব পিক
অসম

গুটখা-তামোল খাওতে সাৱধান, গুৱাহাটীৰ য’তে-ত’তে পেলাব নোৱাৰিব পিক

October 23, 2026
৩ সন্তানক এৰি প্ৰেমিকৰ সৈতে পলায়ন কৰিছিল মহিলা…
অপৰাধ

৩ সন্তানক এৰি প্ৰেমিকৰ সৈতে পলায়ন কৰিছিল মহিলা…

October 23, 2026
মানৱ স্বাস্থ্যত গোলকীয় উষ্ণতাৰ ভয়ংকৰ প্ৰভাৱ!
জীৱনশৈলী

মানৱ স্বাস্থ্যত গোলকীয় উষ্ণতাৰ ভয়ংকৰ প্ৰভাৱ!

October 23, 2026
হিন্দু মহিলাক লৈ বিতৰ্কিত ভিডিঅ’! ‘কণ্টেণ্ট নহয়, যৌ*ন নিৰ্যাতনৰ দৰে আচৰণ’
অপৰাধ

হিন্দু মহিলাক লৈ বিতৰ্কিত ভিডিঅ’! ‘কণ্টেণ্ট নহয়, যৌ*ন নিৰ্যাতনৰ দৰে আচৰণ’

October 23, 2026
Next Post
মোগলৰ পৰাক্ৰমৰ কাহিনী নথকা ইতিহাস পঢ়ি নতুন প্ৰজন্মই জানিবনে লাচিতৰ বীৰত্বৰ কাহিনী? সবিশেষ…

মোগলৰ পৰাক্ৰমৰ কাহিনী নথকা ইতিহাস পঢ়ি নতুন প্ৰজন্মই জানিবনে লাচিতৰ বীৰত্বৰ কাহিনী? সবিশেষ...

‘মই পাগল, মই বলীয়া, মই একোতে আধা নহয়, মই ফুল পাগল’, নিজকে পাগল আখ্যা বিধায়ক ৰূপজ্যোতিৰ, কিন্তু কিয়?

'মই পাগল, মই বলীয়া, মই একোতে আধা নহয়, মই ফুল পাগল’, নিজকে পাগল আখ্যা বিধায়ক ৰূপজ্যোতিৰ, কিন্তু কিয়?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.