• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মহিলাক ঋতুস্ৰাৱকালীন সামগ্ৰী বিনামূল্যে প্ৰদান কৰিবলৈ আইন বলৱৎ

মহিলাক ঋতুস্ৰাৱকালীন সামগ্ৰী বিনামূল্যে প্ৰদান কৰিবলৈ আইন বলৱৎ

4 years ago
মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

2 weeks ago
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

2 weeks ago
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

2 weeks ago
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

2 weeks ago
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

2 weeks ago
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

2 weeks ago
আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

2 weeks ago
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

2 weeks ago
শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

2 weeks ago
মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

2 weeks ago
শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

2 weeks ago
হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

2 weeks ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, March 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

মহিলাক ঋতুস্ৰাৱকালীন সামগ্ৰী বিনামূল্যে প্ৰদান কৰিবলৈ আইন বলৱৎ

editor by editor
August 17, 2022
in জীৱনশৈলী, বিশ্ব, ৰাজনীতি
0
মহিলাক ঋতুস্ৰাৱকালীন সামগ্ৰী বিনামূল্যে প্ৰদান কৰিবলৈ আইন বলৱৎ
0
SHARES
4.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আজিও সমগ্ৰ বিশ্বতে পৰম্পৰাৰ নামত বহুতো ভ্ৰান্ত ধাৰণা আৰু অন্ধবিশ্বাস চলি আছে। ইয়াৰ মাজত মহিলাৰ ঋতুস্ৰাৱক লৈ থকা ভ্ৰান্ত ধাৰণা আৰু অন্ধবিশ্বাসজনিত আচাৰসমূহো অন্যতম৷ ভাৰতৰ দৰে দেশত মহিলা ঋতুস্ৰাৱক অশৌচ বুলি গণ্য কৰি বিভিন্ন প্ৰকাৰেৰে শাৰীৰিক আৰু মানসিক অত্যাচাৰেই চলোৱা হয়৷ আনকি ঋতুস্ৰাৱকালীন অৱস্থাত অতি অস্বাস্থ্যসন্মত এক ব্যৱস্থা আৰু পৰিৱেশত থাকিবলৈ দিয়া হয় মহিলাক৷

তেনে এক সময়তে বিশ্বৰ এখন দেশে এক যুগান্তকাৰী সিদ্ধান্ত গ্ৰহণ কৰিছে৷ দেশখনে মহিলাৰ ঋতুস্ৰাৱকালীন সামগ্ৰীসমূহ বিনামূল্যে যোগান ধৰিবলৈ আইন প্ৰণয়ন কৰি বলৱৎ কৰিছে৷

এই আইন প্ৰণয়ন কৰা বিশ্বৰ একমাত্ৰ দেশখন হৈছে স্কটলেণ্ড৷ স্কটলেণ্ডত পিৰিয়ড প্ৰডাক্টছ (ফ্ৰী প্ৰভিজন) স্কটলেণ্ড আইন বলৱৎ কৰা হৈছে৷ এই আইন প্ৰণয়ন কৰি স্কটলেণ্ড বিশ্বৰ ভিতৰতে প্ৰথমখন দেশ হিচাপে পৰিগণিত হৈছে, য’ত ঋতুস্ৰাৱৰ সামগ্ৰী বিনামূলীয়াকৈ উপলব্ধ কৰাৰ বাবে আইন বলবৎ কৰা হৈছে।

লগতে পঢ়ক কিয় নিজৰ সৈতে বিবাহপাশত আৱদ্ধ হ’ল অভিনেত্ৰী কণিষ্কা ছোনী? কি ক’লে অভিনেত্ৰীগৰাকীয়ে?

এই আইন প্ৰণয়ন কৰা স্কটিছ চৰকাৰে কয় যে ‘পিৰিয়ড প্ৰডাক্টছ এক্ট’ বলবৎ হোৱাৰ লগে লগে, ঋতুস্ৰাৱৰ সামগ্ৰীৰ মুক্ত প্ৰৱেশৰ অধিকাৰ আইনগতভাৱে সুৰক্ষিত কৰা বিশ্বৰ প্ৰথমখন চৰকাৰ হিচাপে পৰিগণিত হৈছে।

এই নতুন আইনৰ অধীনত বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয় আৰু স্থানীয় চৰকাৰী সংস্থাসমূহে তেওঁলোকৰ শৌচাগাৰত টেম্পন, চেনিটেৰী নেপকিনকে ধৰি বিভিন্ন ধৰণৰ ঋতুস্ৰাৱৰ সামগ্ৰী যোগান ধৰাটো বাধ্যতামূলক হৈ পৰিব।

স্কটিছ চৰকাৰে ইতিমধ্যে ২০১৭ চনৰ পৰা লাখ লাখ টকা ব্যয় কৰি ঋতুস্ৰাৱৰ সামগ্ৰীসমূহ শিক্ষানুষ্ঠানসমূহক বিনামূলীয়াকৈ উপলব্ধ কৰাই আহিছে যদিও এই আইন বলবৎ হোৱাৰ পাছৰে পৰা ই এতিয়া আইনী প্ৰয়োজনীয়তাত পৰিণত হৈছে।

লগতে পঢ়ক ‘তোমাৰ সৈতে বিয়া হ’লেও প্ৰেমিকৰ সৈতে মোৰ সম্পৰ্ক থাকিব’, পত্নীৰ এই দাবীৰ পিছত কি হ’ল?

ইয়াৰ উপৰিও ওচৰৰ স্থান, যেনে স্থানীয় পুথিভঁৰাল বা কমিউনিটি চেণ্টাৰ, য’ত ঋতুস্ৰাৱৰ সামগ্ৰী ক্ৰয় কৰিব পৰা যায়, সেইটো বিচাৰি উলিয়াবলৈ মোবাইল ফোন এপ্লিকেচন এটাও উপলব্ধ কৰা হৈছে।

স্কটলেণ্ডৰ সামাজিক ন্যায় মন্ত্ৰী শ্বোনা ৰবিছনে কয় যে, “বিনামূলীয়া ঋতুস্ৰাৱৰ সামগ্ৰী প্ৰদান কৰাটো সমতা আৰু মৰ্যাদাৰ বাবে অতি প্ৰয়োজনীয় আৰু এই সামগ্ৰীসমূহৰ প্ৰৱেশৰ ক্ষেত্ৰত আৰ্থিক বাধা আঁতৰাই পেলোৱা হৈছে।”

উল্লেখ্য যে ২০২০ চনত এই বিধেয়কখন সৰ্বসন্মতিক্ৰমে গৃহীত কৰাৰ পিছতে আইনত পৰিণত কৰা হয়।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamFree Period ProductsFree Period Products in ScotlandScotland
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট
জীৱনশৈলী

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

February 22, 2026
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য
জীৱনশৈলী

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

February 22, 2026
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?
জীৱনশৈলী

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

February 22, 2026
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ
জীৱনশৈলী

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

February 22, 2026
Next Post
শিক্ষাগুৰুৰ লজ্জাজনক কাণ্ড! ৭ম শ্ৰেণীৰ ছাত্ৰী প্ৰেমিকা পলুৱাই নিলে শিক্ষক জাকিৰ হুছেইনে

শিক্ষাগুৰুৰ লজ্জাজনক কাণ্ড! ৭ম শ্ৰেণীৰ ছাত্ৰী প্ৰেমিকা পলুৱাই নিলে শিক্ষক জাকিৰ হুছেইনে

চলি আছিল এখন ভুৱা থানা, চকীদাৰৰ পৰা আৰক্ষী বিষয়ালৈকে আছিল ভুৱা

চলি আছিল এখন ভুৱা থানা, চকীদাৰৰ পৰা আৰক্ষী বিষয়ালৈকে আছিল ভুৱা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.