• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ছফটৱেল ইঞ্জিনিয়াৰৰ পৰা পেৰা এথলিট… এখন ভৰি হেৰুওৱা মানসী কেনেকৈ পালেগৈ পেৰাঅলিম্পিকৰ মঞ্চ?

ছফটৱেল ইঞ্জিনিয়াৰৰ পৰা পেৰা এথলিট… এখন ভৰি হেৰুওৱা মানসী কেনেকৈ পালেগৈ পেৰাঅলিম্পিকৰ মঞ্চ?

1 year ago
কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

5 days ago
চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

5 days ago
ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

5 days ago
ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

5 days ago
সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

5 days ago
মাজত মাত্ৰ দুদিন, কুম্ভ ৰাশিলৈ সূৰ্য আহিলেই বুধাদিত্য ৰাজযোগ, সাফল্য আহিব এই ৪ৰাশিৰ হাতলৈ

মাজত মাত্ৰ দুদিন, কুম্ভ ৰাশিলৈ সূৰ্য আহিলেই বুধাদিত্য ৰাজযোগ, সাফল্য আহিব এই ৪ৰাশিৰ হাতলৈ

5 days ago
শনিৰ ৰাশিত সূৰ্যগ্ৰহণ, একেলগে পঞ্চগ্ৰহী যোগ, মালামাল হ’ব ৩ৰাশিৰ জাতক

শনিৰ ৰাশিত সূৰ্যগ্ৰহণ, একেলগে পঞ্চগ্ৰহী যোগ, মালামাল হ’ব ৩ৰাশিৰ জাতক

6 days ago
ওলোটা পথেৰে যাত্ৰা কৰিব বুধে, লাভেই লাভ এই ৪ৰাশিৰ জাতকৰ

ওলোটা পথেৰে যাত্ৰা কৰিব বুধে, লাভেই লাভ এই ৪ৰাশিৰ জাতকৰ

6 days ago
বজৰংবলীৰ প্ৰিয় এই ৫ৰাশিৰ জাতক-জাতিকা, সকলো সময়তে বজৰংবলী কাষত থাকে তেওঁলোকৰ

বজৰংবলীৰ প্ৰিয় এই ৫ৰাশিৰ জাতক-জাতিকা, সকলো সময়তে বজৰংবলী কাষত থাকে তেওঁলোকৰ

6 days ago
UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

6 days ago
ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত শুক্ৰাদিত্য ৰাজযোগ, সাফল্য নিশ্চিত ৫ৰাশিৰ ভাগ্যত

ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত শুক্ৰাদিত্য ৰাজযোগ, সাফল্য নিশ্চিত ৫ৰাশিৰ ভাগ্যত

6 days ago
কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

6 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, February 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

ছফটৱেল ইঞ্জিনিয়াৰৰ পৰা পেৰা এথলিট… এখন ভৰি হেৰুওৱা মানসী কেনেকৈ পালেগৈ পেৰাঅলিম্পিকৰ মঞ্চ?

ছফটৱেল ইঞ্জিনিয়াৰৰ পৰা পেৰা এথলিট... এখন ভৰি হেৰুওৱা মানসী কেনেকৈ পালেগৈ পেৰাঅলিম্পিকৰ মঞ্চ?

editor by editor
August 26, 2024
in ক্ৰীড়া, জীৱনশৈলী, বিবিধ, ভাৰত
0
ছফটৱেল ইঞ্জিনিয়াৰৰ পৰা পেৰা এথলিট… এখন ভৰি হেৰুওৱা মানসী কেনেকৈ পালেগৈ পেৰাঅলিম্পিকৰ মঞ্চ?
0
SHARES
188
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

২৮ আগষ্টৰ পৰা আৰম্ভ হৈছে পেৰিছ পেৰাঅলিম্পিক্স৷ এইবাৰ ২৫টা পদকৰ লক্ষ্যমাত্ৰা ৰখা হৈছে৷ এই পদক জয়ৰ বাবে এথলিটসকলে পূৰ্ণগতিত চলাইছে প্ৰস্তুতি৷ এইবাৰ পেৰাঅলিম্পিক্সত অংশ ল’বলৈ আগবাঢ়িছে ভাৰতীয় এথলিট মানসী যোশীয়ে৷ পেৰাঅলিম্পিকত তেওঁ বেডমিণ্টন খেলত অংশগ্ৰহণ কৰিব৷

মাত্ৰ ২২ বছৰ বয়সত এখন ভৰি হেৰুৱাইছিল মানসীয়ে৷ এখন ভৰি হেৰুওৱা মানসীৰ পেৰা অলিম্পিক যাত্ৰা কোনো কাৰণতেই সহজ নহয়৷ পেৰাঅলিম্পিকত যিমানে অংশগ্ৰহণ কৰিছে তেওঁলোকৰ প্ৰত্যেকৰে একোটা কলা অধ্যায় আছে৷ সেই সময় অতিক্ৰম কৰি সেই প্ৰতিবন্ধকতাক জয় কৰি তেওঁলোকে এই খেলত অংশগ্ৰহণ কৰিবলৈ আগুৱাই আহিছে৷

কেনেকৈ এখন ভৰি হেৰুৱাইছিল মানসীয়ে?

সময় ২০১১ চনৰ ডিচেম্বৰ মাহ৷ শুকুৰবাৰৰ দিন৷ সেইদিনাও অন্য দিনাৰ দৰেই ২২ বছৰ বয়সীয়া মানসীয়ে গ্ৰেজুয়েশ্ব্যন পাছ কৰি ছফ্টৱেৰ ইঞ্জিনিয়াৰ হিচাপে মুম্বাইৰ ইণ্ডিয়ান মেট্ৰোপৰিছত চাকৰি আৰম্ভ কৰিছিল৷ ঘৰৰ পৰা কাৰ্যালয়ৰ দূৰত্ব আছিল ৭ কিঃমিঃ৷ মানসীয়ে বাইকেলে যাতায়াত কৰিছিল৷ ২০১১ চনৰ ডিচেম্বৰ মাহৰ শুকুৰবাৰৰ দিনটোতো স্কুটি হৈ ঘৰৰ পৰা কাৰ্যালয়লৈ ৰাওনা হৈছিল মানসী৷ এখন ফ্লাইঅ্ৰাৰৰ তলেৰে ইউটাৰ্ণ লওঁতেই ঘটিল ঘটনা৷ সেই সময়ত তেওঁক এখন বাহনে খুন্দিয়াই দিয়ে৷ তেওঁ ৰাস্তাত চিটিকি পৰে আৰু বাহনখন তেওঁৰ ভৰিৰ ওপৰেৰে পাৰ হৈ যায়৷ দুৰ্ঘচনাৰ পাছত ৪৫ দিন তেওঁ হাস্পতালত ভৰ্তি হৈ থাকে৷ চিকিৎসকেও পাৰ্যমানে তেওঁৰ ভৰিখন ঠিক কৰাত গুৰুত্ব দিছিল৷ কিন্তু সেয়া হৈ নুঠিল৷ অস্ত্ৰোপচাৰ কৰি তেওঁৰ ভৰিখন কাটি পেলাব লগা হয়৷ মানসীৰ পিতৃ এটমিক ৰিচাৰ্ছৰ বিজ্ঞাৱী আছিল৷ সংস্থাৰ মুম্বাইৰ কাৰ্যালয়ত কাম কৰিছিল পিতৃয়ে৷ তেওঁ বিচাৰিছিল কন্যাই তেওঁৰ দৰেই গৱেষণাৰ কাম কৰক৷ কিন্তু মানসীৰ ভৰি হেৰুৱাৰ পাছত অন্য এক আগ্ৰহে মনত ঠাই লয়৷ সেয়া হৈছে বেডমিণ্টন৷

মানসীয়ে এক সাক্ষাৎকাৰত কয়, ‘মই ফুটবল, বাস্কেটবল আৰু ভলীবল খেলিছো৷ মই গান, নাচ, আৰ্টো কৰিব পাৰো৷ এই সকলোবোৰৰ তুলনাত মোৰ প্ৰিয় বেডমিণ্টন৷ দেউতাৰ হাতত ধৰিয়েই মই বেডমিণ্টন খেলিবলৈ আৰম্ভ কৰিছিলো৷ দুৰ্ঘটনাৰ পাছৰ পৰা মই অন্য খেল বাদ দি কেৱল বেডমিণ্টন খেলিবলৈ ধৰো৷ আৰু সেইটোকেই পেছা হিচাপেও গ্ৰহণ কৰিবলৈ লও৷’ ২০১৯ চনত ছুইজাৰলেণ্ডত মানসীয়ে ইতিহাস ৰচনা কৰিছে৷

কেনেকৈ পেছাদাৰ এথলিট হৈ পৰে মানসী?

দুৰ্ঘটনাৰ পাছত মানসী মানসিকভাৱে ভাঙি নপৰিল৷ তেওঁৰ এই যুঁজত তেওঁৰ সাৰথী হয় কলেজত একেলগে থকা বন্ধুসকল৷ তেওঁ কয়. ‘মোৰ এবাৰো মন ভাঙি নপৰিল৷ মই ঘটনাৰ কিছুদিন পাছতেই নিজেই কৈ উঠিলো এয়া সাধাৰণ আঘাত৷’  ইয়াৰপাছতেই কৃত্ৰিম ভৰি লগাই যুঁজ আৰম্ভ কৰো৷ বেডমিণ্টনত আগুৱাই গ’ল মানসী৷ এইবাৰ পেৰাঅলিম্পিকত সুযোগ পাইছে মানসীয়ে৷ বিশ্ব চেম্পিয়নশ্বিপত তেওঁ বৰ্তমানলৈকে ৭টা পদক অৰ্জন কৰিছে৷ ৪টা ব্ৰঞ্জ, ২টা ৰূপ আৰু এটা সোনৰ পদক তেওঁ অৰ্জন কৰিছে৷ এছিয়ান পেৰা গেমছত তেওঁ তিনিটা পদক জয় কৰিছে৷ এছিয়ান চেম্পিয়নশ্বিপত আহিছে এটা পদক৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে
জীৱনশৈলী

কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

February 10, 2026
চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?
চিনেমা

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

February 10, 2026
ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?
জীৱনশৈলী

ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

February 10, 2026
সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য
জীৱনশৈলী

সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

February 10, 2026
Next Post
পাত্ৰীৰ সন্ধানত আমিৰ খান! তৃতীয়বাৰ বিবাহক লৈ কি ক’লে অভিনেতা আমিৰে?

পাত্ৰীৰ সন্ধানত আমিৰ খান! তৃতীয়বাৰ বিবাহক লৈ কি ক’লে অভিনেতা আমিৰে?

কেনেকৈ অমৰ প্ৰেমকাহিনী হিচাপে প্ৰতিষ্ঠা লাভ কৰিছিল ৰাধা-কৃষ্ণৰ প্ৰেমে?  ৰাধা প্ৰকৃততে কোন?

কেনেকৈ অমৰ প্ৰেমকাহিনী হিচাপে প্ৰতিষ্ঠা লাভ কৰিছিল ৰাধা-কৃষ্ণৰ প্ৰেমে? ৰাধা প্ৰকৃততে কোন?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.