• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘বিগ বছ’ৰ ঘৰত মতৰ অমিল! মুম্বাইত অকলে থকা অংকিতাই কেৱল সম্পত্তিৰ বাবেহে বিয়া কৰাইছে নেকি বিকিক?

‘বিগ বছ’ৰ ঘৰত মতৰ অমিল! মুম্বাইত অকলে থকা অংকিতাই কেৱল সম্পত্তিৰ বাবেহে বিয়া কৰাইছে নেকি বিকিক?

2 years ago
ফেব্ৰুৱাৰীৰ আৰম্ভণিতেই লক্ষ্মীনাৰায়ণ ৰাজযোগ, ২৫ দিনত ৰজা হ’ব এই ৪ৰাশিৰ জাতক-জাতিকা

ফেব্ৰুৱাৰীৰ আৰম্ভণিতেই লক্ষ্মীনাৰায়ণ ৰাজযোগ, ২৫ দিনত ৰজা হ’ব এই ৪ৰাশিৰ জাতক-জাতিকা

1 minute ago
RTI কৰিলেই নথি নাপায় আপুনি! নথি গোপনে ৰাখিব নতুন আইনে, কংগ্ৰেছে অনা ‘তথ্য জনাৰ অধিকাৰ আইন’ৰ সংশোধনৰ সিদ্ধান্ত মোদী চৰকাৰৰ

RTI কৰিলেই নথি নাপায় আপুনি! নথি গোপনে ৰাখিব নতুন আইনে, কংগ্ৰেছে অনা ‘তথ্য জনাৰ অধিকাৰ আইন’ৰ সংশোধনৰ সিদ্ধান্ত মোদী চৰকাৰৰ

36 minutes ago
‘সহায় বিচাৰিছিলো উপেক্ষা কৰিলে!’ গৌৰৱ গগৈয়ে সহায় নকৰা কংগ্ৰেছৰ কৰ্মীৰ সাহস হৈ থিয় দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

‘সহায় বিচাৰিছিলো উপেক্ষা কৰিলে!’ গৌৰৱ গগৈয়ে সহায় নকৰা কংগ্ৰেছৰ কৰ্মীৰ সাহস হৈ থিয় দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

16 hours ago
কুম্ভ ৰাশিত চতুৰ্গ্ৰহী ৰাজযোগ, ফেব্ৰুৱাৰীত ৩ ৰাশিৰ ফুলিব ভাগ্য

কুম্ভ ৰাশিত চতুৰ্গ্ৰহী ৰাজযোগ, ফেব্ৰুৱাৰীত ৩ ৰাশিৰ ফুলিব ভাগ্য

18 hours ago
ভাৰতৰ শিশু-কিশোৰসকলৰ বাবে নিষিদ্ধ হ’ব পাৰে ফেছবুক-ইনষ্টাগ্ৰাম? আৰ্থিক সমীক্ষাত কি ভয়ংকৰ তথ্য

ভাৰতৰ শিশু-কিশোৰসকলৰ বাবে নিষিদ্ধ হ’ব পাৰে ফেছবুক-ইনষ্টাগ্ৰাম? আৰ্থিক সমীক্ষাত কি ভয়ংকৰ তথ্য

18 hours ago
উদ্ধাৰ ব্লেকবক্স! বিমান ভাঙি পৰাৰ ঠিক পূৰ্বে কি ঘটিছিল ককপিটত? পাইলটৰ শেষ কথা কি আছিল?

উদ্ধাৰ ব্লেকবক্স! বিমান ভাঙি পৰাৰ ঠিক পূৰ্বে কি ঘটিছিল ককপিটত? পাইলটৰ শেষ কথা কি আছিল?

19 hours ago
অলপ জ্বৰ হ’লেই Paracetamol খায়? জানি থওক কি কি সমস্যা হ’ব পাৰে আপোনাৰ শৰীৰত

অলপ জ্বৰ হ’লেই Paracetamol খায়? জানি থওক কি কি সমস্যা হ’ব পাৰে আপোনাৰ শৰীৰত

21 hours ago
টোপনি গ’লেই নাকৰ শব্দই চৌদিশে ৰজনজনাই? শৰীৰত এই ভিটামিনৰ ঘাটিৰ ইংগিত নহয়তো?

টোপনি গ’লেই নাকৰ শব্দই চৌদিশে ৰজনজনাই? শৰীৰত এই ভিটামিনৰ ঘাটিৰ ইংগিত নহয়তো?

21 hours ago
ছেটেলাইট ছেফটি গিয়েৰ নাছিল অজিত পাৱাৰৰ বিমানত! কি এই প্ৰযুক্তি? প্ৰাথমিক তদন্তই কি কৈছে?

ছেটেলাইট ছেফটি গিয়েৰ নাছিল অজিত পাৱাৰৰ বিমানত! কি এই প্ৰযুক্তি? প্ৰাথমিক তদন্তই কি কৈছে?

22 hours ago
মাঘী পূৰ্ণিমাত ৪শুভ যোগৰ সংযোগ, ১ ফেব্ৰুৱাৰীৰ পৰা ৪ৰাশিৰ ভাগ্য চমকিব

মাঘী পূৰ্ণিমাত ৪শুভ যোগৰ সংযোগ, ১ ফেব্ৰুৱাৰীৰ পৰা ৪ৰাশিৰ ভাগ্য চমকিব

23 hours ago
এমাহ পূৰ্বৰে পৰাই দেখা দিব পাৰে হাৰ্ট এটেকৰ বিপদ সংকেতে! কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?

এমাহ পূৰ্বৰে পৰাই দেখা দিব পাৰে হাৰ্ট এটেকৰ বিপদ সংকেতে! কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?

23 hours ago
বুধ-শনিয়ে গঠন কৰিব শক্তিশালী দশাংক যোগ, আগন্তুক মাহত কেৰিয়াৰত উন্নতি এই ৪ৰাশিৰ

বুধ-শনিয়ে গঠন কৰিব শক্তিশালী দশাংক যোগ, আগন্তুক মাহত কেৰিয়াৰত উন্নতি এই ৪ৰাশিৰ

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, January 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

‘বিগ বছ’ৰ ঘৰত মতৰ অমিল! মুম্বাইত অকলে থকা অংকিতাই কেৱল সম্পত্তিৰ বাবেহে বিয়া কৰাইছে নেকি বিকিক?

editor by editor
November 8, 2023
in চিনেমা, বিনোদন, ভাৰত, লেখা
0
‘বিগ বছ’ৰ ঘৰত মতৰ অমিল! মুম্বাইত অকলে থকা অংকিতাই কেৱল সম্পত্তিৰ বাবেহে বিয়া কৰাইছে নেকি বিকিক?
0
SHARES
3.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ বিগ বছ-১৭ ঘৰত অভিনেত্ৰী অংকিত লোখাণ্ডে আৰু বিকি জৈনৰ মনোমালিন্যৰ কথাবোৰক লৈ চলিছে চৰ্চ। ২০২১ চনত বিকিব সৈতে বিবাহপাশত আৱদ্ধ হৈছে অংকিতা। বিবাহৰ দুবছৰৰ পাছতেই ‘বিগ বছ-১৭’ত একেলগে প্ৰৱেশ কৰিছে অংকিতা-বিকিয়ে। ছলমানৰ বিতৰ্কিত ৰিয়েলিটি শ্বত এই প্ৰেমিক যুঁটিটোক দেখা গৈছে অন্যৰূপত। অনুৰাগীয়ে আশা কৰিছিল যে, দুয়োৰে প্ৰেমৰ কথাবোৰ দৰ্শকে দেখিব। কিন্তু বিগ বছৰ ঘৰত দেখা গৈছে অংকিতা আৰু বিকিৰ কাজিয়াৰ অংশহে। এই কাজিয়া দেখিয়েই বহুতে ধাৰণা কৰিছে যে এই সংসাৰ আৰু বেছি দিন টিকি নাথাকে। বিগ বছৰ ঘৰতেই ভাঙি যাব দুয়োৰে সংসাৰ।

‘বিগ বছৰ ঘৰত সকলোৰে নজৰ কাঢ়িছে এতিয়া দুয়োৰে কাজিয়াই। পেছাত ব্যৱসায়ী বিকিৰ জীৱনধাৰণ পদ্ধতি বেছ ৰঙীন। ছত্তিছগড়ৰ ৰায়পুৰত জন্ম বিকি এগৰাকী প্ৰতিষ্ঠিত পৰিয়ালৰ সন্তান। বিকিয়েও ব্যৱসায়ৰ সৈতেই জড়িত। পিতৃৰ সৈতে মিলি কয়লাখনিৰ ব্যৱসায় চম্ভালি আছে বিকিয়ে। বিকি মহাবীৰ গ্ৰুপৰ মেনেজিং ডাইৰেক্টৰ পোষ্টত আছে। বিলাসপুৰৰ মহাবীৰ গ্ৰুপে কয়লা, হীৰা, ৰিয়েল ষ্টেট, গাড়ীৰ ব্যৱসায়, পাৱাৰ প্লেণ্টৰ ব্যৱসায়ো জড়িত হৈ আছিল। প্ৰায় ১০০ কোটিৰ সম্পত্তি আছে বিকিৰ পৰিয়ালৰ।

মুম্বাই চহৰত প্ৰায় ৮টা কোঠাৰ এখন বিলাসবহুল ফ্লেটত পত্নী অংকিতাৰ সৈতে থাকে বিকি। সেই ঘৰৰ ভিতৰৰ সাজসজ্জা একেবাৰেই ৰাজকীয়। বিলাসবহুল হোটেলেও হাৰ মানে বিকিৰ এই ফ্লেটৰ ওচৰত। সকলো থাকিলেও এই ফ্লেটত কিন্তু নিৰস জীৱন কটাই আছে অংকিতাই। প্ৰায় প্ৰতিসময়তেই অংকিতা এই ফ্লেটত অকলেই থাকে। কামৰ বাবে বিকিয়ে বেছিভাগ সময়তেই বিলাসপুৰত থাকে। ইয়াৰোপৰি মুম্বাইত আৰু এটা ৩কোঠালীৰ ফ্লেট আছে বিকিৰ। বিলাসপুৰতো এটি বাংলো আছে বিকিৰ। বেছিভাগ সময়তেই বিলাসী জীৱন কটোৱা দেখা যায় বিকিক। বিকিয়ে সকলোসময়তে পৰিধান কৰে গুচি, লুই ভিটোৰ দৰে দামী দামী ব্ৰেণ্ডৰ পোছাক, জোতা। গাড়ীৰো বিশেষ চখ আছে বিকিৰ। লেণ্ড ক্ৰুজাৰ আৰু মাৰ্ছিডিছ বেনজেৰেই তেওঁ বেছিভাগ সময় ঘূৰি ফুৰে। ইয়াৰোপৰি অংকিতাৰ আছে এটি জাগুৱাৰ এক্সএফ আৰু এখন পৰ্ছে ৭১৮।

বিগ বছৰ ঘৰত অংকিতা-বিকিৰ তুমুল অশান্তি দেখি দৰ্শকৰ কোনো কোনোৱে কৈছে, বিকিৰ সৈতে অংকিতাৰ প্ৰেম নাই। বিগ বছৰ ঘৰত কোনো সিদ্ধান্ততেই একমত নহয় এই দম্পত্তি। দুয়োৰে মতৰ অমিল দেখি একাংশই কৈছে বিকিৰ সম্পত্তি দেখিয়েই বিয়া কৰাইছে অংকিতাই।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ফেব্ৰুৱাৰীৰ আৰম্ভণিতেই লক্ষ্মীনাৰায়ণ ৰাজযোগ, ২৫ দিনত ৰজা হ’ব এই ৪ৰাশিৰ জাতক-জাতিকা
জীৱনশৈলী

ফেব্ৰুৱাৰীৰ আৰম্ভণিতেই লক্ষ্মীনাৰায়ণ ৰাজযোগ, ২৫ দিনত ৰজা হ’ব এই ৪ৰাশিৰ জাতক-জাতিকা

January 30, 2026
RTI কৰিলেই নথি নাপায় আপুনি! নথি গোপনে ৰাখিব নতুন আইনে, কংগ্ৰেছে অনা ‘তথ্য জনাৰ অধিকাৰ আইন’ৰ সংশোধনৰ সিদ্ধান্ত মোদী চৰকাৰৰ
জীৱনশৈলী

RTI কৰিলেই নথি নাপায় আপুনি! নথি গোপনে ৰাখিব নতুন আইনে, কংগ্ৰেছে অনা ‘তথ্য জনাৰ অধিকাৰ আইন’ৰ সংশোধনৰ সিদ্ধান্ত মোদী চৰকাৰৰ

January 30, 2026
‘সহায় বিচাৰিছিলো উপেক্ষা কৰিলে!’ গৌৰৱ গগৈয়ে সহায় নকৰা কংগ্ৰেছৰ কৰ্মীৰ সাহস হৈ থিয় দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
জীৱনশৈলী

‘সহায় বিচাৰিছিলো উপেক্ষা কৰিলে!’ গৌৰৱ গগৈয়ে সহায় নকৰা কংগ্ৰেছৰ কৰ্মীৰ সাহস হৈ থিয় দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

January 29, 2026
ভাৰতৰ শিশু-কিশোৰসকলৰ বাবে নিষিদ্ধ হ’ব পাৰে ফেছবুক-ইনষ্টাগ্ৰাম? আৰ্থিক সমীক্ষাত কি ভয়ংকৰ তথ্য
জীৱনশৈলী

ভাৰতৰ শিশু-কিশোৰসকলৰ বাবে নিষিদ্ধ হ’ব পাৰে ফেছবুক-ইনষ্টাগ্ৰাম? আৰ্থিক সমীক্ষাত কি ভয়ংকৰ তথ্য

January 29, 2026
Next Post
মা কালী কিয় চতুৰ্ভূজা? কিয় তেওঁ কৃষ্ণবৰ্ণা? জানক সঠিক কাৰণ

মা কালী কিয় চতুৰ্ভূজা? কিয় তেওঁ কৃষ্ণবৰ্ণা? জানক সঠিক কাৰণ

ক্ৰিকেটৰ বিশ্বত তেওঁ আজি ৰজা! মেক্সৱেলৰ ভাৰতীয় পত্নীক চিনি পাইনে?

ক্ৰিকেটৰ বিশ্বত তেওঁ আজি ৰজা! মেক্সৱেলৰ ভাৰতীয় পত্নীক চিনি পাইনে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.