• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘বিগ বছ’ৰ ঘৰত মতৰ অমিল! মুম্বাইত অকলে থকা অংকিতাই কেৱল সম্পত্তিৰ বাবেহে বিয়া কৰাইছে নেকি বিকিক?

‘বিগ বছ’ৰ ঘৰত মতৰ অমিল! মুম্বাইত অকলে থকা অংকিতাই কেৱল সম্পত্তিৰ বাবেহে বিয়া কৰাইছে নেকি বিকিক?

3 years ago
হিজাব পৰিধান নকৰাৰ বাবেই ইৰানী কণ্ঠশিল্পীক বেত্ৰাঘাতসহ কেইবাটাও গুৰুতৰ শাস্তি

হিজাব পৰিধান নকৰাৰ বাবেই ইৰানী কণ্ঠশিল্পীক বেত্ৰাঘাতসহ কেইবাটাও গুৰুতৰ শাস্তি

20 minutes ago
যোৰহাটৰ দুৰ্ঘটনাত শ্বহীদ বায়ুসেনাৰ পত্নীলৈ ২১ লাখ টকা, নাৰাজ পিতৃ

যোৰহাটৰ দুৰ্ঘটনাত শ্বহীদ বায়ুসেনাৰ পত্নীলৈ ২১ লাখ টকা, নাৰাজ পিতৃ

1 hour ago
বিপদত তিলক বৰ্মা আৰু মহম্মদ ছিৰাজ, ক্ৰিকেটাৰ দুজনলৈ TCAৰ আইনী জাননী

বিপদত তিলক বৰ্মা আৰু মহম্মদ ছিৰাজ, ক্ৰিকেটাৰ দুজনলৈ TCAৰ আইনী জাননী

3 hours ago
অসমলৈ আহিব জাপানৰ প্ৰধানমন্ত্ৰী, ছানায়ে টাকাইশ্বিৰ ভ্ৰমণ অসমৰ বাবে কিয় গুৰুত্বপূৰ্ণ?

অসমলৈ আহিব জাপানৰ প্ৰধানমন্ত্ৰী, ছানায়ে টাকাইশ্বিৰ ভ্ৰমণ অসমৰ বাবে কিয় গুৰুত্বপূৰ্ণ?

4 hours ago
কলকাতাত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ গল্পৰ ইংৰাজী অনুবাদ ‘Mukti & other stories’ উন্মোচন

কলকাতাত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ গল্পৰ ইংৰাজী অনুবাদ ‘Mukti & other stories’ উন্মোচন

4 hours ago
আপোনাৰ ঘৰৰ বাবে কোনবোৰ গছ শুভ , কোনবোৰ অশুভ?

আপোনাৰ ঘৰৰ বাবে কোনবোৰ গছ শুভ , কোনবোৰ অশুভ?

4 hours ago
ইৰান-আমেৰিকাৰ মাজত হোৱা চুক্তিৰ ১৪টা পইণ্ট

ইৰান-আমেৰিকাৰ মাজত হোৱা চুক্তিৰ ১৪টা পইণ্ট

6 hours ago
কেন্দ্ৰীয় চৰকাৰক প্ৰত্যাহ্বান Telegramৰ, আজি আদালতত শুনানিৰ সম্ভাৱনা

কেন্দ্ৰীয় চৰকাৰক প্ৰত্যাহ্বান Telegramৰ, আজি আদালতত শুনানিৰ সম্ভাৱনা

6 hours ago
Air Force Rankingত ৰাছিয়াক পিছ পেলালে চীনে, ভাৰত কিমান নম্বৰ স্থানত?

Air Force Rankingত ৰাছিয়াক পিছ পেলালে চীনে, ভাৰত কিমান নম্বৰ স্থানত?

7 hours ago
এইকেইটা ৰাশিৰ লোকে আজি পাব পাৰে নতুন উপাৰ্জনৰ পথ

এইকেইটা ৰাশিৰ লোকে আজি পাব পাৰে নতুন উপাৰ্জনৰ পথ

8 hours ago
বৃদ্ধি হ’ব নেকি IPL-2027ৰ মেচৰ সংখ্যা? সলনি হ’ব পাৰে IPL-2027ৰ সময়!

বৃদ্ধি হ’ব নেকি IPL-2027ৰ মেচৰ সংখ্যা? সলনি হ’ব পাৰে IPL-2027ৰ সময়!

17 hours ago
এই ৫টা আইনী অধিকাৰ জানিলে সহজে নপৰিব বিপদত আপুনি

এই ৫টা আইনী অধিকাৰ জানিলে সহজে নপৰিব বিপদত আপুনি

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, June 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

‘বিগ বছ’ৰ ঘৰত মতৰ অমিল! মুম্বাইত অকলে থকা অংকিতাই কেৱল সম্পত্তিৰ বাবেহে বিয়া কৰাইছে নেকি বিকিক?

editor by editor
November 8, 2023
in চিনেমা, বিনোদন, ভাৰত, লেখা
0
‘বিগ বছ’ৰ ঘৰত মতৰ অমিল! মুম্বাইত অকলে থকা অংকিতাই কেৱল সম্পত্তিৰ বাবেহে বিয়া কৰাইছে নেকি বিকিক?
0
SHARES
3.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ বিগ বছ-১৭ ঘৰত অভিনেত্ৰী অংকিত লোখাণ্ডে আৰু বিকি জৈনৰ মনোমালিন্যৰ কথাবোৰক লৈ চলিছে চৰ্চ। ২০২১ চনত বিকিব সৈতে বিবাহপাশত আৱদ্ধ হৈছে অংকিতা। বিবাহৰ দুবছৰৰ পাছতেই ‘বিগ বছ-১৭’ত একেলগে প্ৰৱেশ কৰিছে অংকিতা-বিকিয়ে। ছলমানৰ বিতৰ্কিত ৰিয়েলিটি শ্বত এই প্ৰেমিক যুঁটিটোক দেখা গৈছে অন্যৰূপত। অনুৰাগীয়ে আশা কৰিছিল যে, দুয়োৰে প্ৰেমৰ কথাবোৰ দৰ্শকে দেখিব। কিন্তু বিগ বছৰ ঘৰত দেখা গৈছে অংকিতা আৰু বিকিৰ কাজিয়াৰ অংশহে। এই কাজিয়া দেখিয়েই বহুতে ধাৰণা কৰিছে যে এই সংসাৰ আৰু বেছি দিন টিকি নাথাকে। বিগ বছৰ ঘৰতেই ভাঙি যাব দুয়োৰে সংসাৰ।

‘বিগ বছৰ ঘৰত সকলোৰে নজৰ কাঢ়িছে এতিয়া দুয়োৰে কাজিয়াই। পেছাত ব্যৱসায়ী বিকিৰ জীৱনধাৰণ পদ্ধতি বেছ ৰঙীন। ছত্তিছগড়ৰ ৰায়পুৰত জন্ম বিকি এগৰাকী প্ৰতিষ্ঠিত পৰিয়ালৰ সন্তান। বিকিয়েও ব্যৱসায়ৰ সৈতেই জড়িত। পিতৃৰ সৈতে মিলি কয়লাখনিৰ ব্যৱসায় চম্ভালি আছে বিকিয়ে। বিকি মহাবীৰ গ্ৰুপৰ মেনেজিং ডাইৰেক্টৰ পোষ্টত আছে। বিলাসপুৰৰ মহাবীৰ গ্ৰুপে কয়লা, হীৰা, ৰিয়েল ষ্টেট, গাড়ীৰ ব্যৱসায়, পাৱাৰ প্লেণ্টৰ ব্যৱসায়ো জড়িত হৈ আছিল। প্ৰায় ১০০ কোটিৰ সম্পত্তি আছে বিকিৰ পৰিয়ালৰ।

মুম্বাই চহৰত প্ৰায় ৮টা কোঠাৰ এখন বিলাসবহুল ফ্লেটত পত্নী অংকিতাৰ সৈতে থাকে বিকি। সেই ঘৰৰ ভিতৰৰ সাজসজ্জা একেবাৰেই ৰাজকীয়। বিলাসবহুল হোটেলেও হাৰ মানে বিকিৰ এই ফ্লেটৰ ওচৰত। সকলো থাকিলেও এই ফ্লেটত কিন্তু নিৰস জীৱন কটাই আছে অংকিতাই। প্ৰায় প্ৰতিসময়তেই অংকিতা এই ফ্লেটত অকলেই থাকে। কামৰ বাবে বিকিয়ে বেছিভাগ সময়তেই বিলাসপুৰত থাকে। ইয়াৰোপৰি মুম্বাইত আৰু এটা ৩কোঠালীৰ ফ্লেট আছে বিকিৰ। বিলাসপুৰতো এটি বাংলো আছে বিকিৰ। বেছিভাগ সময়তেই বিলাসী জীৱন কটোৱা দেখা যায় বিকিক। বিকিয়ে সকলোসময়তে পৰিধান কৰে গুচি, লুই ভিটোৰ দৰে দামী দামী ব্ৰেণ্ডৰ পোছাক, জোতা। গাড়ীৰো বিশেষ চখ আছে বিকিৰ। লেণ্ড ক্ৰুজাৰ আৰু মাৰ্ছিডিছ বেনজেৰেই তেওঁ বেছিভাগ সময় ঘূৰি ফুৰে। ইয়াৰোপৰি অংকিতাৰ আছে এটি জাগুৱাৰ এক্সএফ আৰু এখন পৰ্ছে ৭১৮।

বিগ বছৰ ঘৰত অংকিতা-বিকিৰ তুমুল অশান্তি দেখি দৰ্শকৰ কোনো কোনোৱে কৈছে, বিকিৰ সৈতে অংকিতাৰ প্ৰেম নাই। বিগ বছৰ ঘৰত কোনো সিদ্ধান্ততেই একমত নহয় এই দম্পত্তি। দুয়োৰে মতৰ অমিল দেখি একাংশই কৈছে বিকিৰ সম্পত্তি দেখিয়েই বিয়া কৰাইছে অংকিতাই।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হিজাব পৰিধান নকৰাৰ বাবেই ইৰানী কণ্ঠশিল্পীক বেত্ৰাঘাতসহ কেইবাটাও গুৰুতৰ শাস্তি
অপৰাধ

হিজাব পৰিধান নকৰাৰ বাবেই ইৰানী কণ্ঠশিল্পীক বেত্ৰাঘাতসহ কেইবাটাও গুৰুতৰ শাস্তি

June 19, 2026
যোৰহাটৰ দুৰ্ঘটনাত শ্বহীদ বায়ুসেনাৰ পত্নীলৈ ২১ লাখ টকা, নাৰাজ পিতৃ
ভাৰত

যোৰহাটৰ দুৰ্ঘটনাত শ্বহীদ বায়ুসেনাৰ পত্নীলৈ ২১ লাখ টকা, নাৰাজ পিতৃ

June 19, 2026
বিপদত তিলক বৰ্মা আৰু মহম্মদ ছিৰাজ, ক্ৰিকেটাৰ দুজনলৈ TCAৰ আইনী জাননী
বিনোদন

বিপদত তিলক বৰ্মা আৰু মহম্মদ ছিৰাজ, ক্ৰিকেটাৰ দুজনলৈ TCAৰ আইনী জাননী

June 19, 2026
অসমলৈ আহিব জাপানৰ প্ৰধানমন্ত্ৰী, ছানায়ে টাকাইশ্বিৰ ভ্ৰমণ অসমৰ বাবে কিয় গুৰুত্বপূৰ্ণ?
বিশ্ব

অসমলৈ আহিব জাপানৰ প্ৰধানমন্ত্ৰী, ছানায়ে টাকাইশ্বিৰ ভ্ৰমণ অসমৰ বাবে কিয় গুৰুত্বপূৰ্ণ?

June 19, 2026
Next Post
মা কালী কিয় চতুৰ্ভূজা? কিয় তেওঁ কৃষ্ণবৰ্ণা? জানক সঠিক কাৰণ

মা কালী কিয় চতুৰ্ভূজা? কিয় তেওঁ কৃষ্ণবৰ্ণা? জানক সঠিক কাৰণ

ক্ৰিকেটৰ বিশ্বত তেওঁ আজি ৰজা! মেক্সৱেলৰ ভাৰতীয় পত্নীক চিনি পাইনে?

ক্ৰিকেটৰ বিশ্বত তেওঁ আজি ৰজা! মেক্সৱেলৰ ভাৰতীয় পত্নীক চিনি পাইনে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.