• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সাৱধান ভুলতো নাখাব! ভাৰতত নিষিদ্ধ হ’ল এই কেইবিধ খাদ্য

সাৱধান ভুলতো নাখাব! ভাৰতত নিষিদ্ধ হ’ল এই কেইবিধ খাদ্য

2 years ago
গীনিজ বুক অৱ ৰেকৰ্ডছতো অন্তৰ্ভুক্ত তেওঁৰ নাম, আশাৰ কি ৰেকৰ্ড আজিও কোনেও ভাঙিব পৰা নাই?

গীনিজ বুক অৱ ৰেকৰ্ডছতো অন্তৰ্ভুক্ত তেওঁৰ নাম, আশাৰ কি ৰেকৰ্ড আজিও কোনেও ভাঙিব পৰা নাই?

25 minutes ago
8th Pay Commission ত ওলাইছে চাকৰি, মাহত ১২ দিন কাম কৰি উপাৰ্জন কৰক ৯০ হাজাৰ টকা

8th Pay Commission ত ওলাইছে চাকৰি, মাহত ১২ দিন কাম কৰি উপাৰ্জন কৰক ৯০ হাজাৰ টকা

2 hours ago
ভুলতো ভৰি নলগাব এইবোৰ বস্তুত, বিপদ অনিবাৰ্য!

হাঁহিমুখীয়া সকলো আপোনাৰ বন্ধু নহয়, আচাৰ্য চাণক্যই দিলে ৰক্ষা পৰাৰ উপায়!

2 hours ago
কেৱল ৰঙেই নহয়, জেতুকাৰ আছে বহু উপকাৰী গুণ, জানি হ’ব আচৰিত!

কেৱল ৰঙেই নহয়, জেতুকাৰ আছে বহু উপকাৰী গুণ, জানি হ’ব আচৰিত!

3 hours ago
নিশা এইদৰে খাওক মাখানা, দেখিব আচৰিত প্ৰভাৱ!

নিশা এইদৰে খাওক মাখানা, দেখিব আচৰিত প্ৰভাৱ!

3 hours ago
পুৰুষসকল সাৱধান! ৩০ বছৰৰ পিছত বাঢ়ে এই ৰোগসমূহৰ সম্ভাৱনা

পুৰুষসকল সাৱধান! ৩০ বছৰৰ পিছত বাঢ়ে এই ৰোগসমূহৰ সম্ভাৱনা

4 hours ago
প্ৰস্ৰাৱৰ অস্বাভাৱিক গোন্ধ? এয়া কি ৰোগৰ লক্ষণ জানক

প্ৰস্ৰাৱৰ অস্বাভাৱিক গোন্ধ? এয়া কি ৰোগৰ লক্ষণ জানক

4 hours ago
হাওঁফাওঁত পানী জমা, কিমান বিপদজনক এই সমস্যা?

হাওঁফাওঁত পানী জমা, কিমান বিপদজনক এই সমস্যা?

5 hours ago
আইৰণৰ সমস্যাত ভুগিছে নেকি? তেন্তে খাওক এইবোৰ বস্তু

আইৰণৰ সমস্যাত ভুগিছে নেকি? তেন্তে খাওক এইবোৰ বস্তু

5 hours ago
বাৰে বাৰে হিকটি আহিছে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

বাৰে বাৰে হিকটি আহিছে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

6 hours ago
চাহৰ সৈতে চিগাৰেট সেৱন কৰে নেকি? আপুনি গম নোপোৱাকৈ হ’ব পাৰে মাৰাত্মক ৰোগ

চাহৰ সৈতে চিগাৰেট সেৱন কৰে নেকি? আপুনি গম নোপোৱাকৈ হ’ব পাৰে মাৰাত্মক ৰোগ

7 hours ago
চকুৰ তলত ক’লা দাগ? ঘৰুৱা সহজ পদ্ধতিৰে কৰক দূৰ

চকুৰ তলত ক’লা দাগ? ঘৰুৱা সহজ পদ্ধতিৰে কৰক দূৰ

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, April 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

সাৱধান ভুলতো নাখাব! ভাৰতত নিষিদ্ধ হ’ল এই কেইবিধ খাদ্য

editor by editor
May 9, 2024
in অসম, উত্তৰ-পূব, ভাৰত, ৰাজনীতি
0
সাৱধান ভুলতো নাখাব! ভাৰতত নিষিদ্ধ হ’ল এই কেইবিধ খাদ্য
0
SHARES
1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সাৱধান ভুলতো নাখাব! ভাৰতত নিষিদ্ধ হ’ল এই কেইবিধ খাদ্য

খাদ্য শৰীৰৰ বাবে কিমান প্ৰয়োজনীয় সেয়া সকলোৱে জানে। এটা শৰীৰৰ সুস্থ সবল কৰি ৰাখিবৰ বাবে শৰীৰৰ শ্ৰী বৃদ্ধিৰ বাবে, সকলোতকৈ প্ৰধান জীয়াই থাকিবৰ বাবে এজন মানুহক খাদ্যৰ প্ৰয়োজন।

খাদ্যৰ পৰা শৰীৰে শক্তি লাভ কৰে। খাদ্যৰ ক্ষেত্ৰত ভাৰত অতি চহকী। ইয়াত বহুতো জাতৰ দাইল, সেউজীয়া শাক-পাচলি, চাউল আৰু ফলমূলৰ খেতি কৰা হয়। আন দেশৰ পৰাও বহুতো খাদ্য আৰু সামগ্ৰী আমদানি কৰা হয়। পাছে সেই সকলোবোৰৰ ভিতৰত সদ্যহতে ভাৰতত কেইবিধমান খাদ্য নিষিদ্ধ কৰা হয়। শৰীৰৰ বাবে বিপদজনক হোৱা বাবে সেই খাদ্যবোৰ খাদ্য সুৰক্ষা নিগমে নিষিদ্ধ কৰিছে।

ভাৰতীয় খাদ্য সুৰক্ষা আৰু মানদণ্ড (FSSAI) কৰ্তৃপক্ষই বজাৰত উপলব্ধ খাদ্য সামগ্ৰীৰ ওপৰত নিৰীক্ষণ কৰে। যদি কোনো সামগ্ৰীত কোনো ক্ষতিকাৰক বস্তু পোৱা যায় তেন্তে ইয়াক নিষিদ্ধ কৰা হয়। ভাৰতীয় খাদ্য নিয়ন্ত্ৰণ কৰ্তৃপক্ষই এটা সময়ত বা আন এটা সময়ত নিষিদ্ধ কৰি ৰাখিছে ১০টা খাদ্য। কিন্তু এই সামগ্ৰীসমূহৰ কিছুমান সামগ্ৰীৰ সামগ্ৰীৰ পৰিৱৰ্তন কৰি পুনৰ বিক্ৰী আৰম্ভ হৈছে। সেইকেইবিধ হৈছে-

চীনা গাখীৰ আৰু গাখীৰৰ পৰা তৈয়াৰী সামগ্ৰী
প্ৰতিবেদন অনুসৰি ২০০৮ চনৰ পৰা ভাৰতত চীনা গাখীৰ আৰু ইয়াৰ উৎপাদিত সামগ্ৰী নিষিদ্ধ কৰা হৈছে। খাদ্য সুৰক্ষা নিগমে সেই খাদ্যবোৰৰ ভিতৰত মেলামাইন নামৰ বিষাক্ত ৰাসায়নিক পদাৰ্থৰ উপস্থিতি ধৰা পেলাইছিল। ইয়াক প্ৰটিনৰ মাত্ৰা বৃদ্ধি কৰিবলৈ যোগ কৰা হয়।

কৃত্ৰিম ভাৱে পকা ফল
ফলৰ যোগান বৃদ্ধিৰ বাবে কৃত্ৰিমভাৱে ইয়াক পকোৱা হয়। ইাত কাৰ্বাইড ব্যৱহাৰ কৰা হয়। কিন্তু এই কেলচিয়াম কাৰ্বাইড আৰু ইথিলিন গেছৰ দ্বাৰা কেন্সাৰ হোৱা বুলি প্ৰমাণিত হৈছে।

চাইনিজ হালধি
অধিক মছলা খোৱা ভাৰতত এটা সময়ত চীনৰ পৰাও হালধি আমদানি কৰা হৈছিল। কিন্তু ইয়াত উচ্চ মাত্ৰাৰ কীটনাশক পোৱা গৈছিল। এই কাৰণেই ২০১৯ চনত ইয়াক নিষিদ্ধ কৰা হৈছিল। কীটনাশক ৰাসায়নিক পদাৰ্থ যিয়ে কেন্সাৰৰ দৰে ৰোগ সৃষ্টি কৰিব পাৰে।

এনাৰ্জি ড্ৰিংক
ভাৰতত বহুতো এনাৰ্জি ড্ৰিংক বিক্ৰী হয়। য’ত কেফেইনৰ পৰিমাণ অধিক মাত্ৰাত পোৱা যায়, যাৰ ফলত শৰীৰত তৎক্ষণাত শক্তি প্ৰদান কৰে। এই জনপ্ৰিয় পানীয়সমূহৰ ভিতৰত এটা এনাৰ্জী ড্ৰিংক নিষিদ্ধ কৰিছিল খাদ্য সুৰক্ষা নিগমে। কিন্তু পিছত সামগ্ৰী বিধৰ নাম সলনি কৰি পিছত পুনৰ বিক্ৰী আৰম্ভ কৰিছিল। ইয়াৰ ব্যৱহাৰে শৰীৰৰ ক্ষতি কৰি কেন্সাৰ আৰু ডায়েবেটিছৰ সৃষ্টি কৰিব পাৰে।

ছাছাফ্ৰাছ অইল
কিছুমান তেল শৰীৰৰ বাবে ক্ষতিকাৰক, তাৰ ভিতৰত এটা হৈছে Sassafras Oil। ২০০৩ চনত খাদ্য সুৰক্ষা নিগমে ইয়াক নিষিদ্ধ কৰিছিল কাৰণ ইয়াত উচ্চ ইৰুচিক এচিড পোৱা যায়। যাৰ ফলত হৃদযন্ত্ৰৰ ক্ষতি হ’ব পাৰে আৰু হৃদৰোগ হ’ব পাৰে।

ভাৰতত নিষিদ্ধ বাকী থকা ৫ বিধ খাদ্য হৈছে-
জিনীয়ভাৱে পৰিৱৰ্তিত খাদ্য
পটাছিয়াম ব্ৰমেট
ফই গ্ৰাছ
ব্ৰমিনেটেড ভেজিটেবল অইল
শহাপহুৰ মাংস

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: #FSSAIassamFood BandIndia Food
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৩ খন সফল IPL মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ ACA ৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা
বিনোদন

৩ খন সফল IPL মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ ACA ৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা

April 12, 2026
নিয়মিত ব্ৰাছ কৰিলেও মুখৰ দুৰ্গন্ধ নাযায়, শৰীৰত কি ৰোগে বাঁহ বন্ধাৰ লক্ষণ এয়া?
জীৱনশৈলী

নিয়মিত ব্ৰাছ কৰিলেও মুখৰ দুৰ্গন্ধ নাযায়, শৰীৰত কি ৰোগে বাঁহ বন্ধাৰ লক্ষণ এয়া?

April 11, 2026
শৰীৰত কি ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ? কেনেকৈ ৰক্ষা পাব?
জীৱনশৈলী

শৰীৰত কি ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ? কেনেকৈ ৰক্ষা পাব?

April 11, 2026
কেৱল বুকুৰ বিষেই নহয়, ষ্ট্ৰোকৰ পূৰ্বে গোপন সংকেত দিয়ে শৰীৰে, এইসমূহ লক্ষণক অৱহেলা কৰিলেই মৃত্যুৰ আশংকা বাঢ়ে
জীৱনশৈলী

কেৱল বুকুৰ বিষেই নহয়, ষ্ট্ৰোকৰ পূৰ্বে গোপন সংকেত দিয়ে শৰীৰে, এইসমূহ লক্ষণক অৱহেলা কৰিলেই মৃত্যুৰ আশংকা বাঢ়ে

April 11, 2026
Next Post
গেছৰ সমস্যা আৰু পেট বিষৰ সমস্যা ভৱাটো হ’ব পাৰে কেঞ্চাৰ, পঢ়ক সবিশেষ

গেছৰ সমস্যা আৰু পেট বিষৰ সমস্যা ভৱাটো হ'ব পাৰে কেঞ্চাৰ, পঢ়ক সবিশেষ

জিলাপী বাবা নিহত, এটা দশকৰো অধিক কাল কাৰাগাৰতে আছিল, ১২০ৰো অধিক মহিলাৰ..

জিলাপী বাবা নিহত, এটা দশকৰো অধিক কাল কাৰাগাৰতে আছিল, ১২০ৰো অধিক মহিলাৰ..

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.