• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শিক্ষাৰ চহৰ, প্ৰেমৰ চহৰ ফ্ৰান্সত এইবাৰ আন এক বৃহৎ সিদ্ধান্ত, সমকামী গেব্ৰিয়েল এটেলক দিয়া হ’ল ফ্ৰান্সৰ প্রধানমন্ত্ৰীৰ দায়িত্ব

শিক্ষাৰ চহৰ, প্ৰেমৰ চহৰ ফ্ৰান্সত এইবাৰ আন এক বৃহৎ সিদ্ধান্ত, সমকামী গেব্ৰিয়েল এটেলক দিয়া হ’ল ফ্ৰান্সৰ প্রধানমন্ত্ৰীৰ দায়িত্ব

2 years ago
কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

1 week ago
চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

1 week ago
ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

1 week ago
ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

1 week ago
সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

1 week ago
মাজত মাত্ৰ দুদিন, কুম্ভ ৰাশিলৈ সূৰ্য আহিলেই বুধাদিত্য ৰাজযোগ, সাফল্য আহিব এই ৪ৰাশিৰ হাতলৈ

মাজত মাত্ৰ দুদিন, কুম্ভ ৰাশিলৈ সূৰ্য আহিলেই বুধাদিত্য ৰাজযোগ, সাফল্য আহিব এই ৪ৰাশিৰ হাতলৈ

1 week ago
শনিৰ ৰাশিত সূৰ্যগ্ৰহণ, একেলগে পঞ্চগ্ৰহী যোগ, মালামাল হ’ব ৩ৰাশিৰ জাতক

শনিৰ ৰাশিত সূৰ্যগ্ৰহণ, একেলগে পঞ্চগ্ৰহী যোগ, মালামাল হ’ব ৩ৰাশিৰ জাতক

1 week ago
ওলোটা পথেৰে যাত্ৰা কৰিব বুধে, লাভেই লাভ এই ৪ৰাশিৰ জাতকৰ

ওলোটা পথেৰে যাত্ৰা কৰিব বুধে, লাভেই লাভ এই ৪ৰাশিৰ জাতকৰ

1 week ago
বজৰংবলীৰ প্ৰিয় এই ৫ৰাশিৰ জাতক-জাতিকা, সকলো সময়তে বজৰংবলী কাষত থাকে তেওঁলোকৰ

বজৰংবলীৰ প্ৰিয় এই ৫ৰাশিৰ জাতক-জাতিকা, সকলো সময়তে বজৰংবলী কাষত থাকে তেওঁলোকৰ

2 weeks ago
UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

2 weeks ago
ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত শুক্ৰাদিত্য ৰাজযোগ, সাফল্য নিশ্চিত ৫ৰাশিৰ ভাগ্যত

ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত শুক্ৰাদিত্য ৰাজযোগ, সাফল্য নিশ্চিত ৫ৰাশিৰ ভাগ্যত

2 weeks ago
কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

2 weeks ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, February 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

শিক্ষাৰ চহৰ, প্ৰেমৰ চহৰ ফ্ৰান্সত এইবাৰ আন এক বৃহৎ সিদ্ধান্ত, সমকামী গেব্ৰিয়েল এটেলক দিয়া হ’ল ফ্ৰান্সৰ প্রধানমন্ত্ৰীৰ দায়িত্ব

editor by editor
January 11, 2024
in বিশ্ব, ৰাজনীতি
0
শিক্ষাৰ চহৰ, প্ৰেমৰ চহৰ ফ্ৰান্সত এইবাৰ আন এক বৃহৎ সিদ্ধান্ত, সমকামী গেব্ৰিয়েল এটেলক দিয়া হ’ল ফ্ৰান্সৰ প্রধানমন্ত্ৰীৰ দায়িত্ব
0
SHARES
2.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ তেওঁ সমকামী। বয়স মাত্ৰ ৩৪ বছৰ। মঙলবাৰে গেব্ৰিয়েল এটেলক ফ্ৰান্সৰ প্রধানমন্ত্ৰী হিচাপে দায়িত্বভাৰ তুলি দিলে ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰণে। তেঁৱেই দেশৰ সৰ্বকনিষ্ঠ প্রধানমন্ত্ৰী। ইয়াৰোপৰি তেওঁ ফ্ৰান্সৰ প্ৰথমগৰাকী সমকামী প্ৰধানমন্ত্ৰীও। প্রধানমন্ত্ৰীৰ আসনত বহাৰ পূৰ্বে গেব্ৰিয়েল এটেল ফ্ৰান্সৰ শিক্ষামন্ত্ৰীৰ দায়িত্বত আছিল। শিক্ষাৰ চহৰ, প্ৰেমৰ চহৰ হিচাপে পৰিচিত ফ্ৰান্সে এইবাৰ লোৱা সিদ্ধান্তই দৃষ্টি কাঢ়িছে বিশ্ববাসীৰ।

সোমবাৰৰ দিনটোতেই নিজ পদৰ পৰা ইস্তাফা দিছে পূৰ্বৰ প্রধানমন্ত্ৰী এলিজাবেথ বোৰ্নে। ৩৪ বছৰীয়া গেব্ৰিয়েল এটেলক ফ্ৰান্সৰ প্রধানমন্ত্ৰী হিচাপে ৰাষ্ট্ৰপতি ইমানুয়েল মেক্ৰণে নিযুক্তি দিয়াৰ আঁৰত আছে কেইটামান বিশেষ কাৰণ। বিগত সময়ছোৱাত ফ্ৰান্সৰ শিক্ষামন্ত্ৰীৰ দায়িত্বত আছিল গেব্ৰিয়েল এটল। গেব্ৰিয়েল এটেলক নতুন প্রধানমন্ত্ৰী হিচাপে দায়িত্ব অৰ্পন কৰি নিজৰ হেৰুওৱা জনপ্ৰিয়তা পুনৰোদ্ধাৰৰ চেষ্টা চলাইছে মেক্ৰণে! বিগত সময়ছোৱাত ইমানুৱেল মেক্ৰণৰ জনপ্ৰিয়তা বহু পৰিমানে কমি গৈছিল। জনমতৰ সমীক্ষাত পোৱা অনুসৰি সোঁপন্থী নেতা মেৰিন লে পেনৰ দলতকৈয়ো প্ৰায় ৮শতাংশৰ পৰা ১০ শতাংশ পিছুৱাই আছে মেক্ৰণপন্থী। এই সময়ত এটলৰ জনপ্ৰিয়তাক কামত লগাব খুজিছে মেক্ৰণে।

ফ্ৰান্সৰ প্রধানমন্ত্ৰী হিচাপে গেব্ৰিয়েল এটল সৰ্বকনিষ্ঠ। ইয়াৰোপৰি তেঁৱেই প্ৰথম ফৰাচী প্রধানমন্ত্ৰী যিয়ে নিজকে খোলাখুলিকৈ সমকামী বুলি ঘোষণা কৰিছে। ২০১৭ চনত মেক্ৰণ যেনেকৈ ফৰাচীসকলৰ নয়নৰ মণি আছিল তেনেদৰেই বৰ্তমান গেব্ৰিয়েল এটলো সাধাৰণ জনতাৰ মাজত খুবেই জনপ্ৰিয়। ২০১৭ চনত সৰ্বকনিষ্ঠ ৰাষ্ট্ৰপতি হিচাপে দায়িত্ব লৈছিল মেক্ৰণে। এইবাৰ মেক্ৰণে প্ৰধানমন্ত্ৰীৰ বাবে বাচনি কৰিছে নিজৰ দৰেই এজন সৰ্বকনিষ্ট নেতাক।

কভিডৰ ভয়াৱহতাৰ সময়তেই গেব্ৰিয়েল এটলৰ জনপ্ৰিয়তা বৃদ্ধি হৈছিল। ফৰাচী চৰকাৰৰ মুখপাত্ৰ হিচাপে তেওঁৰ নাম ফ্ৰান্সৰ প্ৰতিঘৰ মানুহেই জানে বুলিলেও ভুল নহয়। সাম্প্ৰতিক জনমতৰ সমীক্ষাত দেশৰ অন্যতম জনপ্ৰিয় ৰাজনীতিবিদ হিচাপেও তেওঁৰ নাম শীৰ্ষত আছে। শিক্ষামন্ত্ৰী হিচাপে দায়িত্বত থাকোতে গেব্ৰিয়েলে দীঘল পোছাক পিন্ধা বন্ধ কৰিছিল। এটেলে কৈছিল, ‘মুছলমানহে এই পোছাক পিন্ধে। কিন্তু এই পোছাকে বিদ্যালয়ৰ ধৰ্মনিৰপেক্ষতাৰ পৰিবেশ ধ্বংস কৰিছে। স্কুলত পোছাকৰ বিভিন্নতাই যাতে শিক্ষাৰ্থীৰ মনোযোগ আঁতৰাই নানে তাৰবাবে পাবলিক স্কুলসমূহত ইউনিফৰ্মক লৈ কিছু সালসলনি কৰাটো জৰুৰী।’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24axom live 24 digitalBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব
জীৱনশৈলী

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

February 9, 2026
লিফ্টত হাইড্ৰজেন বেলুন ফাটি বিস্ফোৰণ, কথমপি প্ৰাণৰক্ষা ৩জনৰ, চাওক ঘটনাৰ ভিডিঅ’
জীৱনশৈলী

লিফ্টত হাইড্ৰজেন বেলুন ফাটি বিস্ফোৰণ, কথমপি প্ৰাণৰক্ষা ৩জনৰ, চাওক ঘটনাৰ ভিডিঅ’

February 5, 2026
ৰাষ্ট্ৰপতি শাসনৰ ইতি! মণিপুৰক লৈ ডাঙৰ সিদ্ধান্ত কেন্দ্ৰীয় বিজেপিৰ, কোন হ’ল নতুন মুখ্যমন্ত্ৰী?
জীৱনশৈলী

ৰাষ্ট্ৰপতি শাসনৰ ইতি! মণিপুৰক লৈ ডাঙৰ সিদ্ধান্ত কেন্দ্ৰীয় বিজেপিৰ, কোন হ’ল নতুন মুখ্যমন্ত্ৰী?

February 3, 2026
এয়াৰ ইণ্ডিয়াৰ বাবে যাত্ৰীৰ সুৰক্ষা প্ৰথম অগ্ৰাধিকাৰ নহয় নেকি? লণ্ডনৰ পৰা উৰি অহা বোয়িং ৭৮৭ৰ ফুয়েল কন্ট্ৰোল ছুইচত বিসংগতি
জীৱনশৈলী

এয়াৰ ইণ্ডিয়াৰ বাবে যাত্ৰীৰ সুৰক্ষা প্ৰথম অগ্ৰাধিকাৰ নহয় নেকি? লণ্ডনৰ পৰা উৰি অহা বোয়িং ৭৮৭ৰ ফুয়েল কন্ট্ৰোল ছুইচত বিসংগতি

February 3, 2026
Next Post
হীৰেণ গোঁহাই ডুপ্লিকেট মালঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

হীৰেণ গোঁহাই ডুপ্লিকেট মালঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

২ টকীয়া মুদ্ৰা বিক্ৰী কৰিয়েই পাব ৫ লাখ টকা! কেনেকৈ বিক্ৰী কৰিব ২টকীয়া মুদ্ৰাটো?

২ টকীয়া মুদ্ৰা বিক্ৰী কৰিয়েই পাব ৫ লাখ টকা! কেনেকৈ বিক্ৰী কৰিব ২টকীয়া মুদ্ৰাটো?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.