• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শাওনৰ ৰাজযোগত লাভেই লাভ, এমাহৰ ভিতৰতেই ৬ৰাশিৰ সপোন পূৰণ হ’ব খাটাং

শাওনৰ ৰাজযোগত লাভেই লাভ, এমাহৰ ভিতৰতেই ৬ৰাশিৰ সপোন পূৰণ হ’ব খাটাং

1 year ago
পুৰুষৰ এণ্ড্ৰোপজৰ সমস্যা প্ৰকৃততে কি? এই সমস্যাৰ পৰা হাত সাৰিব পাৰিনে?

পুৰুষৰ এণ্ড্ৰোপজৰ সমস্যা প্ৰকৃততে কি? এই সমস্যাৰ পৰা হাত সাৰিব পাৰিনে?

2 hours ago
ফেব্ৰুৱাৰীত ৩বাৰ গোচৰ কৰিব সূৰ্যই, ৰজা হ’ব ৩ৰাশি, দুৰ্দান্ত অগ্ৰগতি

ফেব্ৰুৱাৰীত ৩বাৰ গোচৰ কৰিব সূৰ্যই, ৰজা হ’ব ৩ৰাশি, দুৰ্দান্ত অগ্ৰগতি

2 hours ago
সকলো কথা প্ৰচাৰ হৈ থাকিলে কেতিয়াবা কিন্তু বিপক্ষক সহায় কৰাহে হয়ঃগৰিমা শইকীয়া গাৰ্গ

সকলো কথা প্ৰচাৰ হৈ থাকিলে কেতিয়াবা কিন্তু বিপক্ষক সহায় কৰাহে হয়ঃগৰিমা শইকীয়া গাৰ্গ

4 hours ago
কাইলৈৰ ৰাশিফলঃ বছৰৰ প্ৰথম চতুৰ্গ্ৰহী যোগ, শনিৰ দয়া থাকিব এই ৫ৰাশিত

কাইলৈৰ ৰাশিফলঃ বছৰৰ প্ৰথম চতুৰ্গ্ৰহী যোগ, শনিৰ দয়া থাকিব এই ৫ৰাশিত

4 hours ago
ৰাহুৰ খেলা আৰম্ভ হ’ব, ১৫ এপ্ৰিল পৰ্যন্ত ৩ ৰাশিৰ গোল্ডেন টাইম চলিব

ৰাহুৰ খেলা আৰম্ভ হ’ব, ১৫ এপ্ৰিল পৰ্যন্ত ৩ ৰাশিৰ গোল্ডেন টাইম চলিব

5 hours ago
চিকিৎসকৰ পৰামৰ্শমতেহে শীতত বাহনত ছে*** ৰ উপদেশ দিছিলো! বিতৰ্কৰ পাছতেই ক্ষমা খুজি আকৌ কি কৈছে হানি সিঙে?

চিকিৎসকৰ পৰামৰ্শমতেহে শীতত বাহনত ছে*** ৰ উপদেশ দিছিলো! বিতৰ্কৰ পাছতেই ক্ষমা খুজি আকৌ কি কৈছে হানি সিঙে?

6 hours ago
বৃহস্পতিৰ গোচৰত তৈয়াৰ হ’ব হংস মহাপুৰুষ যোগ, সোণৰ কলমেৰে লিখা হ’ব এই ৩ৰাশিৰ ভাগ্য

বৃহস্পতিৰ গোচৰত তৈয়াৰ হ’ব হংস মহাপুৰুষ যোগ, সোণৰ কলমেৰে লিখা হ’ব এই ৩ৰাশিৰ ভাগ্য

7 hours ago
১০ লাখ টকাৰ তহবিল গঢ়াৰ পৰিকল্পনা আছে? কেনেকৈ কম টকা জমা কৰিয়েই মুঠ ১০ লাখ ধন হাতত পাব?

১০ লাখ টকাৰ তহবিল গঢ়াৰ পৰিকল্পনা আছে? কেনেকৈ কম টকা জমা কৰিয়েই মুঠ ১০ লাখ ধন হাতত পাব?

8 hours ago
সূৰ্যৰ উত্তৰায়নত কেৰিয়াৰত প্ৰচুৰ উন্নতি ৪ৰাশিৰ, ৬মাহ ধৰি চলিব অৰ্থবৃষ্টি

সূৰ্যৰ উত্তৰায়নত কেৰিয়াৰত প্ৰচুৰ উন্নতি ৪ৰাশিৰ, ৬মাহ ধৰি চলিব অৰ্থবৃষ্টি

8 hours ago
প্ৰেমৰ বীমা কৰিছিল প্ৰেমিকে, প্ৰেম এতিয়া বিবাহলৈ ৰূপান্তৰিত হ’ল, এক দশকৰ পাছত বীমাৰ পৰা কিমান লাখ টকা উপাৰ্জন কৰিলে নববিবাহিতাই?

প্ৰেমৰ বীমা কৰিছিল প্ৰেমিকে, প্ৰেম এতিয়া বিবাহলৈ ৰূপান্তৰিত হ’ল, এক দশকৰ পাছত বীমাৰ পৰা কিমান লাখ টকা উপাৰ্জন কৰিলে নববিবাহিতাই?

8 hours ago
‘কোন দোষী, কি শাস্তি পাব দোষীয়ে? সেই বিষয়ত একো বিধান নিদিয়ে কৰনাৰছ আদালতে, কেৱল মৃ**ত্যু স্বাভাৱিক নে অস্বাভাৱিক সেইটোহে নিৰ্ধাৰণ কৰিবলৈ চেষ্টা কৰে!’ ছিংগাপুৰলৈ গৈ দি দেখিলে মনোজ বৰঠাকুৰে?

‘কোন দোষী, কি শাস্তি পাব দোষীয়ে? সেই বিষয়ত একো বিধান নিদিয়ে কৰনাৰছ আদালতে, কেৱল মৃ**ত্যু স্বাভাৱিক নে অস্বাভাৱিক সেইটোহে নিৰ্ধাৰণ কৰিবলৈ চেষ্টা কৰে!’ ছিংগাপুৰলৈ গৈ দি দেখিলে মনোজ বৰঠাকুৰে?

1 day ago
কাইলৈৰ ৰাশিফলঃ ৰুচক ৰাজযোগত ৰাজকীয় সুখ-সৌভাগ্য লাভ, কেনে হ’ব কৃষ্ণা ত্ৰয়োদশী?

কাইলৈৰ ৰাশিফলঃ ৰুচক ৰাজযোগত ৰাজকীয় সুখ-সৌভাগ্য লাভ, কেনে হ’ব কৃষ্ণা ত্ৰয়োদশী?

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, January 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home Uncategorized

শাওনৰ ৰাজযোগত লাভেই লাভ, এমাহৰ ভিতৰতেই ৬ৰাশিৰ সপোন পূৰণ হ’ব খাটাং

শাওনৰ ৰাজযোগত লাভেই লাভ, এমাহৰ ভিতৰতেই ৬ৰাশিৰ সপোন পূৰণ হ’ব খাটাং

editor by editor
July 30, 2024
in Uncategorized
0
শাওনৰ ৰাজযোগত লাভেই লাভ, এমাহৰ ভিতৰতেই ৬ৰাশিৰ সপোন পূৰণ হ’ব খাটাং
0
SHARES
21.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

গ্ৰহগতিৰ দিশৰ পৰা এইবাৰৰ শাওন মাহ অত্যন্ত শুভ৷ এই মাহত একাধিক শুভ যোগ আৰু ৰাজযোগ তৈয়াৰ হৈছে৷ এই শাওনতেই শুক্ৰাদিত্য আৰু শ শ ৰাজযোগৰ প্ৰভাৱত কেইটামান ৰাশিৰ জাতকৰ কেৰিয়াৰ আৰু ব্যৱসায়ত সাফল্য আহিব৷ শাওনজুৰি কন্যা আৰু বৃশ্চিক ৰাশিৰ ওপৰত বৃহস্পতিৰ শুভ দৃষ্টি থাকিব৷ ইয়াৰোপৰি লক্ষ্মীনাৰায়ণ ৰাজযোগ, কুবেৰ যোগ, বুধাদিত্য যোগৰ প্ৰভাৱ থাকিব এই মাহত৷ শাওনৰ এই ৰাজযোগসমূহে ৬ৰাশিৰ জাতকৰ সৌভাগ্যৰ পথ প্ৰশস্ত কৰিব৷ ধন আৰু সাফল্য লাভ কৰিব পাৰিব এই ৰাশিৰ জাতকে৷ শাওন মাহটো কোন কোন ৰাশিৰ জাতকৰ বাবে শুভ, জানি থওক সবিশেষ৷

মেষ ৰাশি

মেষ ৰাশিৰ জাতকৰ বাবে শাওন মাহটো অত্যন্ত লাভজনক৷ সুখ লাভ কৰিব৷ পৰিয়ালৰ সৈতে ভাল সময় কটাব৷ দীৰ্ঘদিন ধৰি ৰৈ থকা কাম পুনৰাই আৰম্ভ কৰিব৷ এই ৰাশিৰ জাতকে শাওন মাহত ভাগ্যৰ পূৰ্ণ সংগ লাভ কৰিব৷ আৰ্থিক পৰিস্থিতি মজবুত হ’ব৷ অৰ্থ লগ্নিৰ বাবে এই সময় ভাল৷ কৰ্মক্ষেত্ৰত পৰিস্থিতি অনুকূল থাকিব৷

কৰ্কট ৰাশি

শাওন মাহে কৰ্কট ৰাশিৰ জাতকলৈ জীৱনত উন্নতিৰ শুভ সংযোগ কঢ়িয়াই আনিছে৷ এই মাহত সূৰ্য আৰু শুক্ৰ আৰু বুধৰ যুঁটিয়ে তৈয়াৰ কৰিব শুক্ৰাদিত্য আৰু বুধাদিত্য ৰাজযোগ৷ এই ৰাজযোগৰ প্ৰভাৱত কৰ্কট ৰাশিৰ জাতকৰ জীৱনত আনন্দ বৃদ্ধি হ’ব৷ পাৰিবাৰিক জীৱনৰ বাবে সময় ভাল৷ নতুন ব্যৱসায় আৰম্ভণিৰ বাবে সময় অনুকূল৷ কাৰণ ভৱিষ্যতে ইয়াৰ দ্বাৰা অৰ্থ লাভ কৰিব পাৰিব৷ অৰ্থৰ অপচয় নকৰিব৷ কামত মনোনিৱেশ কৰক৷

সিংহ ৰাশি

শাওন মাহত লক্ষ্মী নাৰায়ণ ৰাজযোগ তৈয়াৰ হ’ব৷৷ এই মাহত সিংহ ৰাশিৰ জাতক সকলোতকৈ বেছি লাভাম্বিত হ’ব৷ ভাল পৰিমানৰ অৰ্থ আয় কৰিব৷ ইয়াৰোপৰি ঘৰত সুখ শান্তিৰ পৰিবেশ থাকিব৷ পৰিয়ালৰ সদস্যৰ সৈতে সম্পৰ্ক উন্নীত হ’ব৷ এই ৰাশিৰ অবিবাহিত জাতকে বিবাহৰ ভাল প্ৰস্তাৱ পাব পাৰে৷ পৰিয়ালৰ সদস্যসকলৰ পৰা সমস্ত ক্ষেত্ৰত আপুনি সাহায্য লাভ কৰিব৷ ব্যৱসায়ত ভাল মুনাফা লাভ কৰিব৷

কন্যা ৰাশি

শাওন মাহ কন্যা ৰাশিৰ জাতকৰ বাবে অত্যন্ত বিশেষ৷ এই ৰাশিৰ ওপৰত বৃহস্পতিবাৰে পঞ্চম দৃষ্টি থাকিব৷ যাৰ প্ৰভাৱত কন্যা ৰাশিৰ জাতকে প্ৰচুৰ অৰ্থ উপাৰ্জন কৰিব পাৰিব৷ ব্যৱসায়ত লাভ হ’ব৷ চাকৰিত প্ৰচুৰ সন্মান অৰ্জন কৰিব পাৰিব এই ৰাশিৰ জাতকে৷ পদোন্নতি সম্ভৱ৷ ব্যৱসায়ীসকলৰ মুনাফা বৃদ্ধি হ’ব৷ অৰ্থবৃদ্ধি সম্ভৱ৷ আমদানি বাঢ়িব, আৰ্থিক পৰিস্থিতি মজবুত হ’ব৷

বৃশ্চিক ৰাশি

এই ৰাশিৰ জাতকৰ ওপৰত বৃহস্পতি আৰু মঙলৰ শুভ দৃষ্টি থাকিব৷ উন্নতিৰ শুভ যোগ তৈয়াৰ হৈছে৷ আপোনাৰ কাম ভালে চলিব৷ কোনো বৃহৎ চুক্তি চূড়ান্ত কৰিব পাৰে এই ৰাশিৰ জাতকে৷ নতুন ডিল ব্যৱসায় সম্প্ৰসাৰণত সহায়ক হ’ব৷ কামৰ প্ৰতি উৎসাহ বাঢ়িব৷ কাৰ্যালয়ত সমস্ত কামত সহকৰ্মীসকলৰ সহযোগিতা লাভ কৰিব৷ অফিচৰ পৰিবেশ ভালে থাকিব৷

মকৰ ৰাশি

মকৰ ৰাশিৰ জাতকৰ বাবে শাওন মাহ অত্যন্ত শুভ৷ মকৰ ৰাশিৰ অধিপতি শুভদশাত গোচৰ কৰিছে৷ অন্যহাতে এই ৰাশিৰ ওপৰত বৃহস্পতিৰ নৱম দৃষ্টি ৰাখিছে৷ যাৰ ফলত মকৰ ৰাশিৰ জাতকৰ উন্নতি আৰু লাভৰ যোগ আছে৷ চাকৰিয়াল জাতকে ভাল সংবাদ পাব পাৰে৷ ব্যৱসায়ত ভাল পৰিমাণৰ আমদানি বৃদ্ধি পাব৷ কাংশিত সাফল্য অৰ্জন কৰিব পাৰে৷ ধনলাভৰ ফলত আৰ্থিক পৰিস্থিতি মজবুত হ’ব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

প্ৰেমৰ বীমা কৰিছিল প্ৰেমিকে, প্ৰেম এতিয়া বিবাহলৈ ৰূপান্তৰিত হ’ল, এক দশকৰ পাছত বীমাৰ পৰা কিমান লাখ টকা উপাৰ্জন কৰিলে নববিবাহিতাই?
Uncategorized

প্ৰেমৰ বীমা কৰিছিল প্ৰেমিকে, প্ৰেম এতিয়া বিবাহলৈ ৰূপান্তৰিত হ’ল, এক দশকৰ পাছত বীমাৰ পৰা কিমান লাখ টকা উপাৰ্জন কৰিলে নববিবাহিতাই?

January 16, 2026
বছৰৰ প্ৰথম মাহত এটাৰ পাছত আনটো ৰাজযোগ, কোন ৰাশিৰ জাতকৰ বাবে কেনে হ’ব জানুৱাৰী ২০২৬?
Uncategorized

বছৰৰ প্ৰথম মাহত এটাৰ পাছত আনটো ৰাজযোগ, কোন ৰাশিৰ জাতকৰ বাবে কেনে হ’ব জানুৱাৰী ২০২৬?

January 1, 2026
আই পি এলৰ ইতিহাসত সকলোতকৈ দামী বিদেশী ক্ৰিকেটাৰ কেমৰণ গ্ৰীণ! ২৫ কোটি ২০ লাখত KKRয়ে ক্ৰয় কৰিলে কেমৰণক
Uncategorized

আই পি এলৰ ইতিহাসত সকলোতকৈ দামী বিদেশী ক্ৰিকেটাৰ কেমৰণ গ্ৰীণ! ২৫ কোটি ২০ লাখত KKRয়ে ক্ৰয় কৰিলে কেমৰণক

December 16, 2025
মৃত্যুমুখত লাখ লাখ নক্ষত্ৰ, ৰাক্ষসৰ দৰে গিলি খাইছে গ্ৰহ, পৃথিৱীও এনেকৈ সূৰ্যগ্ৰাসত নিশ্চিহ্ন হ’ব নেকি?
Uncategorized

মৃত্যুমুখত লাখ লাখ নক্ষত্ৰ, ৰাক্ষসৰ দৰে গিলি খাইছে গ্ৰহ, পৃথিৱীও এনেকৈ সূৰ্যগ্ৰাসত নিশ্চিহ্ন হ’ব নেকি?

November 18, 2025
Next Post
দেৱীপক্ষৰ সূচনাতেই গ্ৰহণৰ কলা ছায়া, মহালয়াৰ দিনাই বছৰৰ দ্বিতীয় সূৰ্যগ্ৰহণ, পিতৃ তৰ্পণত পৰিব নেকি প্ৰভাৱ?

দেৱীপক্ষৰ সূচনাতেই গ্ৰহণৰ কলা ছায়া, মহালয়াৰ দিনাই বছৰৰ দ্বিতীয় সূৰ্যগ্ৰহণ, পিতৃ তৰ্পণত পৰিব নেকি প্ৰভাৱ?

প্ৰৱল গৰমে বিঘ্নিত কৰিছে হৰমনৰ ভাৰসাম্য, কি কি পৰিবৰ্তন হ’ব মানৱ দেহৰ? গৱেষণাত প্ৰকাশ পাইছে তথ্য

প্ৰৱল গৰমে বিঘ্নিত কৰিছে হৰমনৰ ভাৰসাম্য, কি কি পৰিবৰ্তন হ’ব মানৱ দেহৰ? গৱেষণাত প্ৰকাশ পাইছে তথ্য

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.