• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শাওনৰ ৰাজযোগত লাভেই লাভ, এমাহৰ ভিতৰতেই ৬ৰাশিৰ সপোন পূৰণ হ’ব খাটাং

শাওনৰ ৰাজযোগত লাভেই লাভ, এমাহৰ ভিতৰতেই ৬ৰাশিৰ সপোন পূৰণ হ’ব খাটাং

2 years ago
কেতিয়া নিজকে জয়মতী বুলি ভাবিছিল কণ্ঠশিল্পী ববিতা শৰ্মাই?

কেতিয়া নিজকে জয়মতী বুলি ভাবিছিল কণ্ঠশিল্পী ববিতা শৰ্মাই?

27 minutes ago
খাকী পোছাকত লাগিল দাগ! ব্যৱসায়ীক অপহৰণ কৰি ১৪ লাখ টকা লুটাৰ অভিযোগ

খাকী পোছাকত লাগিল দাগ! ব্যৱসায়ীক অপহৰণ কৰি ১৪ লাখ টকা লুটাৰ অভিযোগ

2 hours ago
কন্যা সংক্ৰান্তিঃ জীৱনত সমৃদ্ধিৰ বাবে কৰক এইকেইটা কাম

কন্যা সংক্ৰান্তিঃ জীৱনত সমৃদ্ধিৰ বাবে কৰক এইকেইটা কাম

2 hours ago
ভয়ংকৰ ঘটনা! ছাত্ৰী হোষ্টেলৰ বাথৰুমত গোপন কেমেৰা

ভয়ংকৰ ঘটনা! ছাত্ৰী হোষ্টেলৰ বাথৰুমত গোপন কেমেৰা

3 hours ago
বজাৰত চলি আছে ৭০ কোটি টকাৰ ২০টকীয়া নকল মুদ্ৰা!

বজাৰত চলি আছে ৭০ কোটি টকাৰ ২০টকীয়া নকল মুদ্ৰা!

3 hours ago
AIৰ ‘’৮০ৰ’ ট্ৰেণ্ড ব্যৱহাৰ কৰি বিপদত মহিলা

AIৰ ‘’৮০ৰ’ ট্ৰেণ্ড ব্যৱহাৰ কৰি বিপদত মহিলা

5 hours ago
কাইলৈ প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিন

কাইলৈ প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিন

5 hours ago
দেশত অনলাইন জুৱাৰ ভয়ংকৰ জাল, ১০ লাখ কোটি টকাৰ বজাৰ স্পৰ্শ

দেশত অনলাইন জুৱাৰ ভয়ংকৰ জাল, ১০ লাখ কোটি টকাৰ বজাৰ স্পৰ্শ

6 hours ago
কৰীণা-ছৈঈফৰ মাজত সংঘাত! সংঘাতৰ মাজত আহিছে কৰিশ্মাৰো নাম

কৰীণা-ছৈঈফৰ মাজত সংঘাত! সংঘাতৰ মাজত আহিছে কৰিশ্মাৰো নাম

6 hours ago
ভাৰত-পাকিস্তানৰ নৌসেনাৰ জাহাজৰ সংঘৰ্ষ

ভাৰত-পাকিস্তানৰ নৌসেনাৰ জাহাজৰ সংঘৰ্ষ

6 hours ago
চৰকাৰী-বেচৰকাৰী কৰ্মচাৰীৰ বাবে সুখবৰ

চৰকাৰী-বেচৰকাৰী কৰ্মচাৰীৰ বাবে সুখবৰ

7 hours ago
নিৰ্বাচনৰ পূৰ্বেই আজমলৰ লাগিল নেকি শনি? কোনে চুৰি কৰিলে বদৰুদ্দিন আজমলৰ মোবাইল?

নিৰ্বাচনৰ পূৰ্বেই আজমলৰ লাগিল নেকি শনি? কোনে চুৰি কৰিলে বদৰুদ্দিন আজমলৰ মোবাইল?

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home Uncategorized

শাওনৰ ৰাজযোগত লাভেই লাভ, এমাহৰ ভিতৰতেই ৬ৰাশিৰ সপোন পূৰণ হ’ব খাটাং

শাওনৰ ৰাজযোগত লাভেই লাভ, এমাহৰ ভিতৰতেই ৬ৰাশিৰ সপোন পূৰণ হ’ব খাটাং

editor by editor
July 30, 2024
in Uncategorized
0
শাওনৰ ৰাজযোগত লাভেই লাভ, এমাহৰ ভিতৰতেই ৬ৰাশিৰ সপোন পূৰণ হ’ব খাটাং
0
SHARES
21.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

গ্ৰহগতিৰ দিশৰ পৰা এইবাৰৰ শাওন মাহ অত্যন্ত শুভ৷ এই মাহত একাধিক শুভ যোগ আৰু ৰাজযোগ তৈয়াৰ হৈছে৷ এই শাওনতেই শুক্ৰাদিত্য আৰু শ শ ৰাজযোগৰ প্ৰভাৱত কেইটামান ৰাশিৰ জাতকৰ কেৰিয়াৰ আৰু ব্যৱসায়ত সাফল্য আহিব৷ শাওনজুৰি কন্যা আৰু বৃশ্চিক ৰাশিৰ ওপৰত বৃহস্পতিৰ শুভ দৃষ্টি থাকিব৷ ইয়াৰোপৰি লক্ষ্মীনাৰায়ণ ৰাজযোগ, কুবেৰ যোগ, বুধাদিত্য যোগৰ প্ৰভাৱ থাকিব এই মাহত৷ শাওনৰ এই ৰাজযোগসমূহে ৬ৰাশিৰ জাতকৰ সৌভাগ্যৰ পথ প্ৰশস্ত কৰিব৷ ধন আৰু সাফল্য লাভ কৰিব পাৰিব এই ৰাশিৰ জাতকে৷ শাওন মাহটো কোন কোন ৰাশিৰ জাতকৰ বাবে শুভ, জানি থওক সবিশেষ৷

মেষ ৰাশি

মেষ ৰাশিৰ জাতকৰ বাবে শাওন মাহটো অত্যন্ত লাভজনক৷ সুখ লাভ কৰিব৷ পৰিয়ালৰ সৈতে ভাল সময় কটাব৷ দীৰ্ঘদিন ধৰি ৰৈ থকা কাম পুনৰাই আৰম্ভ কৰিব৷ এই ৰাশিৰ জাতকে শাওন মাহত ভাগ্যৰ পূৰ্ণ সংগ লাভ কৰিব৷ আৰ্থিক পৰিস্থিতি মজবুত হ’ব৷ অৰ্থ লগ্নিৰ বাবে এই সময় ভাল৷ কৰ্মক্ষেত্ৰত পৰিস্থিতি অনুকূল থাকিব৷

কৰ্কট ৰাশি

শাওন মাহে কৰ্কট ৰাশিৰ জাতকলৈ জীৱনত উন্নতিৰ শুভ সংযোগ কঢ়িয়াই আনিছে৷ এই মাহত সূৰ্য আৰু শুক্ৰ আৰু বুধৰ যুঁটিয়ে তৈয়াৰ কৰিব শুক্ৰাদিত্য আৰু বুধাদিত্য ৰাজযোগ৷ এই ৰাজযোগৰ প্ৰভাৱত কৰ্কট ৰাশিৰ জাতকৰ জীৱনত আনন্দ বৃদ্ধি হ’ব৷ পাৰিবাৰিক জীৱনৰ বাবে সময় ভাল৷ নতুন ব্যৱসায় আৰম্ভণিৰ বাবে সময় অনুকূল৷ কাৰণ ভৱিষ্যতে ইয়াৰ দ্বাৰা অৰ্থ লাভ কৰিব পাৰিব৷ অৰ্থৰ অপচয় নকৰিব৷ কামত মনোনিৱেশ কৰক৷

সিংহ ৰাশি

শাওন মাহত লক্ষ্মী নাৰায়ণ ৰাজযোগ তৈয়াৰ হ’ব৷৷ এই মাহত সিংহ ৰাশিৰ জাতক সকলোতকৈ বেছি লাভাম্বিত হ’ব৷ ভাল পৰিমানৰ অৰ্থ আয় কৰিব৷ ইয়াৰোপৰি ঘৰত সুখ শান্তিৰ পৰিবেশ থাকিব৷ পৰিয়ালৰ সদস্যৰ সৈতে সম্পৰ্ক উন্নীত হ’ব৷ এই ৰাশিৰ অবিবাহিত জাতকে বিবাহৰ ভাল প্ৰস্তাৱ পাব পাৰে৷ পৰিয়ালৰ সদস্যসকলৰ পৰা সমস্ত ক্ষেত্ৰত আপুনি সাহায্য লাভ কৰিব৷ ব্যৱসায়ত ভাল মুনাফা লাভ কৰিব৷

কন্যা ৰাশি

শাওন মাহ কন্যা ৰাশিৰ জাতকৰ বাবে অত্যন্ত বিশেষ৷ এই ৰাশিৰ ওপৰত বৃহস্পতিবাৰে পঞ্চম দৃষ্টি থাকিব৷ যাৰ প্ৰভাৱত কন্যা ৰাশিৰ জাতকে প্ৰচুৰ অৰ্থ উপাৰ্জন কৰিব পাৰিব৷ ব্যৱসায়ত লাভ হ’ব৷ চাকৰিত প্ৰচুৰ সন্মান অৰ্জন কৰিব পাৰিব এই ৰাশিৰ জাতকে৷ পদোন্নতি সম্ভৱ৷ ব্যৱসায়ীসকলৰ মুনাফা বৃদ্ধি হ’ব৷ অৰ্থবৃদ্ধি সম্ভৱ৷ আমদানি বাঢ়িব, আৰ্থিক পৰিস্থিতি মজবুত হ’ব৷

বৃশ্চিক ৰাশি

এই ৰাশিৰ জাতকৰ ওপৰত বৃহস্পতি আৰু মঙলৰ শুভ দৃষ্টি থাকিব৷ উন্নতিৰ শুভ যোগ তৈয়াৰ হৈছে৷ আপোনাৰ কাম ভালে চলিব৷ কোনো বৃহৎ চুক্তি চূড়ান্ত কৰিব পাৰে এই ৰাশিৰ জাতকে৷ নতুন ডিল ব্যৱসায় সম্প্ৰসাৰণত সহায়ক হ’ব৷ কামৰ প্ৰতি উৎসাহ বাঢ়িব৷ কাৰ্যালয়ত সমস্ত কামত সহকৰ্মীসকলৰ সহযোগিতা লাভ কৰিব৷ অফিচৰ পৰিবেশ ভালে থাকিব৷

মকৰ ৰাশি

মকৰ ৰাশিৰ জাতকৰ বাবে শাওন মাহ অত্যন্ত শুভ৷ মকৰ ৰাশিৰ অধিপতি শুভদশাত গোচৰ কৰিছে৷ অন্যহাতে এই ৰাশিৰ ওপৰত বৃহস্পতিৰ নৱম দৃষ্টি ৰাখিছে৷ যাৰ ফলত মকৰ ৰাশিৰ জাতকৰ উন্নতি আৰু লাভৰ যোগ আছে৷ চাকৰিয়াল জাতকে ভাল সংবাদ পাব পাৰে৷ ব্যৱসায়ত ভাল পৰিমাণৰ আমদানি বৃদ্ধি পাব৷ কাংশিত সাফল্য অৰ্জন কৰিব পাৰে৷ ধনলাভৰ ফলত আৰ্থিক পৰিস্থিতি মজবুত হ’ব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ
জীৱনশৈলী

৯ আগষ্টত ৪ ৰাশিৰ জাতক-জাতিকাৰ ঘূৰিব ভাগ্যৰ চকৰি!

August 9, 2026 - Updated on August 10, 2026
গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!
জীৱনশৈলী

সঘনাই শৌচ কৰাৰ অনুভৱ? এয়া কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

August 2, 2026
দীৰ্ঘদিনীয়া সম্পত্তিৰ সমস্যা আজি হ’ব পাৰে নিষ্পত্তি
জীৱনশৈলী

দীৰ্ঘদিনীয়া সম্পত্তিৰ সমস্যা আজি হ’ব পাৰে নিষ্পত্তি

July 1, 2026
পৰকীয়া প্ৰেমক আইনত কি বোলে? স্বামীয়ে বিশ্বাসঘাতকতা কৰিলে আইন অনুসৰি কিমান ভৰণপোষণ দাবী কৰিব পাৰে পত্নীয়ে?
Uncategorized

পৰকীয়া প্ৰেমক আইনত কি বোলে? স্বামীয়ে বিশ্বাসঘাতকতা কৰিলে আইন অনুসৰি কিমান ভৰণপোষণ দাবী কৰিব পাৰে পত্নীয়ে?

May 28, 2026
Next Post
দেৱীপক্ষৰ সূচনাতেই গ্ৰহণৰ কলা ছায়া, মহালয়াৰ দিনাই বছৰৰ দ্বিতীয় সূৰ্যগ্ৰহণ, পিতৃ তৰ্পণত পৰিব নেকি প্ৰভাৱ?

দেৱীপক্ষৰ সূচনাতেই গ্ৰহণৰ কলা ছায়া, মহালয়াৰ দিনাই বছৰৰ দ্বিতীয় সূৰ্যগ্ৰহণ, পিতৃ তৰ্পণত পৰিব নেকি প্ৰভাৱ?

প্ৰৱল গৰমে বিঘ্নিত কৰিছে হৰমনৰ ভাৰসাম্য, কি কি পৰিবৰ্তন হ’ব মানৱ দেহৰ? গৱেষণাত প্ৰকাশ পাইছে তথ্য

প্ৰৱল গৰমে বিঘ্নিত কৰিছে হৰমনৰ ভাৰসাম্য, কি কি পৰিবৰ্তন হ’ব মানৱ দেহৰ? গৱেষণাত প্ৰকাশ পাইছে তথ্য

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.