গোৱালপাৰা জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ। গাৰো সম্প্ৰদায়ৰ হাজাৰ হাজাৰ লোক সমবেত। ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ পৰা গাৰো গাঁও কৰ্তনৰ দাবী।