• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দিব নালাগে এটকাও সুদ, নিজা তথ্য দিলেই পাব ৫ লাখ পৰ্যন্ত ঋণ, জানক এই চৰকাৰী সুবিধা কোনে কোনে লাভ কৰিব?

দিব নালাগে এটকাও সুদ, নিজা তথ্য দিলেই পাব ৫ লাখ পৰ্যন্ত ঋণ, জানক এই চৰকাৰী সুবিধা কোনে কোনে লাভ কৰিব?

1 year ago
বিহাৰত সঁচাকৈয়ে মহিলাৰ নিৰাপত্তা আছেনে?

বিহাৰত সঁচাকৈয়ে মহিলাৰ নিৰাপত্তা আছেনে?

2 hours ago
ম’হে গিলিলে ডেৰ লাখটকীয়া সোণৰ মংগলসূত্ৰ

ম’হে গিলিলে ডেৰ লাখটকীয়া সোণৰ মংগলসূত্ৰ

2 hours ago
শ্বাহৰুখ-ছলমান নহয়, কোন তাৰকাক দেখি Star-struck হৈছিল প্ৰীতি জিণ্টা?

শ্বাহৰুখ-ছলমান নহয়, কোন তাৰকাক দেখি Star-struck হৈছিল প্ৰীতি জিণ্টা?

2 hours ago
বেংক কৰ্মচাৰীৰ দাবীক লৈ ডাঙৰ UPDATE

বেংক কৰ্মচাৰীৰ দাবীক লৈ ডাঙৰ UPDATE

3 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী

3 hours ago
হায় ৰে স্বাস্থ্য বিভাগ! কামুৰিছিল সাপে, বেজি দিলে কুকুৰৰ…

হায় ৰে স্বাস্থ্য বিভাগ! কামুৰিছিল সাপে, বেজি দিলে কুকুৰৰ…

4 hours ago
পাকঘৰত ভুলতো নাৰাখিব এই ৫টা বস্তু

পাকঘৰত ভুলতো নাৰাখিব এই ৫টা বস্তু

5 hours ago
থমকি ৰৈছে নেকি Gen Z ভোটাৰৰ নাম অন্তৰ্ভুক্তিৰ প্ৰক্ৰিয়া?

থমকি ৰৈছে নেকি Gen Z ভোটাৰৰ নাম অন্তৰ্ভুক্তিৰ প্ৰক্ৰিয়া?

6 hours ago
BIG BOSSত ঈশ্বৰ পুত্ৰৰ প্ৰসংগ

BIG BOSSত ঈশ্বৰ পুত্ৰৰ প্ৰসংগ

6 hours ago
‘দোস্তী’ৰ বাবে দেৱাশীষ শৰ্মাক কি চৰ্ত আজমলৰ?

‘দোস্তী’ৰ বাবে দেৱাশীষ শৰ্মাক কি চৰ্ত আজমলৰ?

7 hours ago
এছিয়ান গেমছত ওলাইছে জলপৰী

এছিয়ান গেমছত ওলাইছে জলপৰী

8 hours ago
কেইবাটাও ৰাশিৰ আজি আৰ্থিক লাভৰ সুযোগ

কেইবাটাও ৰাশিৰ আজি আৰ্থিক লাভৰ সুযোগ

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, September 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

দিব নালাগে এটকাও সুদ, নিজা তথ্য দিলেই পাব ৫ লাখ পৰ্যন্ত ঋণ, জানক এই চৰকাৰী সুবিধা কোনে কোনে লাভ কৰিব?

দিব নালাগে এটকাও সুদ, নিজা তথ্য দিলেই পাব ৫ লাখ পৰ্যন্ত ঋণ, জানক এই চৰকাৰী সুবিধা কোনে কোনে লাভ কৰিব?

editor by editor
June 10, 2025
in জীৱনশৈলী, বাণিজ্য, বিবিধ, ভাৰত
0
দিব নালাগে এটকাও সুদ, নিজা তথ্য দিলেই পাব ৫ লাখ পৰ্যন্ত ঋণ, জানক এই চৰকাৰী সুবিধা কোনে কোনে লাভ কৰিব?
0
SHARES
3.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নাৰীক স্বাৱলম্বী কৰাৰ বাবে সক্ৰিয়ৰূপত কাম কৰি আছে কেন্দ্ৰীয় চৰকাৰে৷ সেই লক্ষ্যৰেই ২০২৩ চনত মহিলাসকলৰ বাবে লাখপতি দিদি যোজনা আৰম্ভ কৰিছে মোদী চৰকাৰে৷ এই প্ৰকল্পৰ উদ্দেশ্য হৈছে শিল্পক্ষেত্ৰত মহিলাসকলক উৎসাহিত কৰিবলৈ আৰ্থিক সহযোগিতা প্ৰদান কৰা৷ এই প্ৰকল্পৰ আওতাত ৫লাখ টকা পৰ্যন্ত সুদ অবিহনেই ঋণ দিয়া হৈছে মহিলাসকলক৷

লাখপতি দিদি যোজনাৰ আওতাত মহিলাসকলক পাঁচ লাখ টকা পৰ্যন্ত সুদ অবিহনেই ঋণ দিয়া হৈছে৷ ইয়াৰ বাবে কিছু নিয়মো তৈয়াৰ কৰা হৈছে৷ এই প্ৰকল্পটো স্বনিৰ্ভৰ গোষ্ঠীৰ সৈতে যুক্ত মহিলাৰ বাবে পৰিচালিত৷ মহিলাসকলক কৰ্মসংস্থাপনত জোৰ দিবৰ বাবেই এই প্ৰকল্প অনা হৈছে৷

সুদ অবিহনেই পাঁচ লাখ টকা ঋণ

এই প্ৰকল্পৰ আওতাত কৰ্মদক্ষতা বঢ়াবলৈ মহিলাসকলক প্ৰশিক্ষণ দিয়া হয়৷ তাৰপাছতেই তেওঁলোকক নিজস্ব ব্যৱসায় আৰম্ভ কৰাৰ বাবে সুদ অবিহনে এক লাখৰ পৰা পাঁচ লাখ টকা ঋণ দিয়া হয়৷

কোনে কোনে লাভ কৰিব এই প্ৰকল্পৰ সুবিধা?

পৰিয়ালৰ কোনোৱে যদি চৰকাৰী চাকৰি কৰে তেতিয়া সেই পৰিয়ালৰ লোকে এই সুবিধা লাভ নকৰিব৷ পৰিয়ালত যদি কোনো এজনৰো চাকৰি নাথাকে তেতিয়াহে এই প্ৰকল্পৰ বাবে মহিলাগৰাকীয়ে আবেদন কৰিব পাৰিব৷ যিসমূহ পৰিয়ালৰ বাৰ্ষিক আয় তিনি লাখ টকা বা তাতকৈ কম সেই পৰিয়ালৰ মহিলাই লাখপতি দিদি যোজনাৰ সুবিধা পাবলৈ আবেদন কৰিব পাৰে৷

লাখপতি দিদি যোজনাত আবেদন কৰাৰ বাবে মহিলাসকলে স্ব-নিৰ্ভৰ গোষ্ঠীৰ অধীনত এটা ব্যৱসায়িক পৰিকল্পনা জমা দিব লাগিব৷ তেওঁলোকৰ ব্যৱসায়িক পৰিকল্পনা চৰকাৰৰ ওচৰত পঠিয়াব স্বনিৰ্ভৰ সংস্থাই৷ চৰকাৰী বিষয়াই পৰিকল্পনাটো পৰ্যালোচনা কৰিব৷ ইয়াৰপাছতে যদি আবেদন গৃহীত হয় তেতিয়া প্ৰকল্পৰ সুবিধা দিয়া হব আৰু ইয়াৰ অধীনত পাঁচ লাখ টকা পৰ্যন্ত ঋণো দিয়া হব৷

কি কি নথিৰ প্ৰয়োজন?

প্ৰকল্পৰ বাবে আধাৰ কাৰ্ড, পান কাৰ্ড, আয়ৰ তথ্য, বেংক পাছবুক, পাছপৰ্ট চাইজৰ ফটো, মোবাইল নম্বৰসহ নথিপত্ৰ দিব লাগিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিহাৰত সঁচাকৈয়ে মহিলাৰ নিৰাপত্তা আছেনে?
অপৰাধ

বিহাৰত সঁচাকৈয়ে মহিলাৰ নিৰাপত্তা আছেনে?

September 25, 2026
ম’হে গিলিলে ডেৰ লাখটকীয়া সোণৰ মংগলসূত্ৰ
ভাৰত

ম’হে গিলিলে ডেৰ লাখটকীয়া সোণৰ মংগলসূত্ৰ

September 25, 2026
শ্বাহৰুখ-ছলমান নহয়, কোন তাৰকাক দেখি Star-struck হৈছিল প্ৰীতি জিণ্টা?
বিনোদন

শ্বাহৰুখ-ছলমান নহয়, কোন তাৰকাক দেখি Star-struck হৈছিল প্ৰীতি জিণ্টা?

September 25, 2026
বেংক কৰ্মচাৰীৰ দাবীক লৈ ডাঙৰ UPDATE
ভাৰত

বেংক কৰ্মচাৰীৰ দাবীক লৈ ডাঙৰ UPDATE

September 25, 2026
Next Post
ৰাজা ৰঘুবংশীৰ শেষকৃত্যত আহিছিল সোনমৰ প্ৰেমিক ৰাজ কুশৱাহাও, কি উদ্দেশ্যেৰে ৰাজাৰ পৰিয়ালৰ আশেপাশে আছিল সোনমৰ প্ৰেমিক ৰাজ কুশৱাহা? কি কৈছে আৰক্ষীয়ে?

ৰাজা ৰঘুবংশীৰ শেষকৃত্যত আহিছিল সোনমৰ প্ৰেমিক ৰাজ কুশৱাহাও, কি উদ্দেশ্যেৰে ৰাজাৰ পৰিয়ালৰ আশেপাশে আছিল সোনমৰ প্ৰেমিক ৰাজ কুশৱাহা? কি কৈছে আৰক্ষীয়ে?

জেঠৰ পূৰ্ণিমাত ভাদ্ৰ ৰাজযোগ, কাইলৈ উজলিব এই ৫ৰাশিৰ ভাগ্য

জেঠৰ পূৰ্ণিমাত ভাদ্ৰ ৰাজযোগ, কাইলৈ উজলিব এই ৫ৰাশিৰ ভাগ্য

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.