• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জেঠৰ পূৰ্ণিমাত ভাদ্ৰ ৰাজযোগ, কাইলৈ উজলিব এই ৫ৰাশিৰ ভাগ্য

জেঠৰ পূৰ্ণিমাত ভাদ্ৰ ৰাজযোগ, কাইলৈ উজলিব এই ৫ৰাশিৰ ভাগ্য

1 year ago
ভংগ হ’ল ৱাংচুকৰ অনশন! কেনেকৈ ২ কেন্দ্ৰীয় মন্ত্ৰীয়ে সৈমান কৰালে ছোনম ৱাংচুকক?

ভংগ হ’ল ৱাংচুকৰ অনশন! কেনেকৈ ২ কেন্দ্ৰীয় মন্ত্ৰীয়ে সৈমান কৰালে ছোনম ৱাংচুকক?

3 minutes ago
পুনৰ কমিছে সোণ-ৰূপৰ দাম, এই সময়ত সোণ কিনা উচিতনে?

পুনৰ কমিছে সোণ-ৰূপৰ দাম, এই সময়ত সোণ কিনা উচিতনে?

1 hour ago
NEETৰ ছাত্ৰীক দলবদ্ধভাৱে ধ*ৰ্ষণ

NEETৰ ছাত্ৰীক দলবদ্ধভাৱে ধ*ৰ্ষণ

2 hours ago
আমেৰিকা-কানাডাৰ পৰা অনলাইনযোগে যন্তৰ-মন্তৰৰ প্ৰতিবাদস্থলীলৈ বুজন পৰিমানৰ খাদ্যৰ অৰ্ডাৰ

আমেৰিকা-কানাডাৰ পৰা অনলাইনযোগে যন্তৰ-মন্তৰৰ প্ৰতিবাদস্থলীলৈ বুজন পৰিমানৰ খাদ্যৰ অৰ্ডাৰ

2 hours ago
আজিৰে পৰা জিলিকিব এই ৫ ৰাশিৰ ভাগ্য

আজিৰে পৰা জিলিকিব এই ৫ ৰাশিৰ ভাগ্য

3 hours ago
CWGৰ আৰম্ভণিৰ পূৰ্বেই ১০০% পদক নিশ্চিত কৰিলে লাভলীনাই, জানক ইয়াৰ সমীকৰণ

CWGৰ আৰম্ভণিৰ পূৰ্বেই ১০০% পদক নিশ্চিত কৰিলে লাভলীনাই, জানক ইয়াৰ সমীকৰণ

4 hours ago
CJPৰ আন্দোলনক লৈ বিস্ফোৰক অভিযোগ অভিনেত্ৰী আকাংক্ষা পুৰীৰ

CJPৰ আন্দোলনক লৈ বিস্ফোৰক অভিযোগ অভিনেত্ৰী আকাংক্ষা পুৰীৰ

5 hours ago
ছোনম ৱাংচুকৰ অনশন ভংগৰ পিছতে প্ৰতিবাদকাৰীলৈ অভিজিত দীপকেৰ কি নতুন বাৰ্তা?

ছোনম ৱাংচুকৰ অনশন ভংগৰ পিছতে প্ৰতিবাদকাৰীলৈ অভিজিত দীপকেৰ কি নতুন বাৰ্তা?

5 hours ago
কেনে যাব আপোনাৰ আজিৰ দিনটো?

কেনে যাব আপোনাৰ আজিৰ দিনটো?

6 hours ago
সঁচাকৈয়ে সাপে গাখীৰ খায় নেকি?

সঁচাকৈয়ে সাপে গাখীৰ খায় নেকি?

18 hours ago
কেতিয়া শেষ হ’ব কলিযুগ? কোনখন পুৰাণত লুকাই আছে ইয়াৰ ৰহস্য

কেতিয়া শেষ হ’ব কলিযুগ? কোনখন পুৰাণত লুকাই আছে ইয়াৰ ৰহস্য

19 hours ago
নতুন EPS নীতিত আপোনাৰ কিমান বাঢ়িব পেঞ্চন?

নতুন EPS নীতিত আপোনাৰ কিমান বাঢ়িব পেঞ্চন?

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, July 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

জেঠৰ পূৰ্ণিমাত ভাদ্ৰ ৰাজযোগ, কাইলৈ উজলিব এই ৫ৰাশিৰ ভাগ্য

জেঠৰ পূৰ্ণিমাত ভাদ্ৰ ৰাজযোগ, কাইলৈ উজলিব এই ৫ৰাশিৰ ভাগ্য

editor by editor
June 10, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
জেঠৰ পূৰ্ণিমাত ভাদ্ৰ ৰাজযোগ, কাইলৈ উজলিব এই ৫ৰাশিৰ ভাগ্য
0
SHARES
2.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কাইলৈ ১১ জুন ২০২৫ বুধবাৰে চন্দ্ৰই বৃশ্চিক ৰাশিৰ পৰা ধনু ৰাশিত গোচৰ কৰিব৷ বৈদিক পঞ্জিকা অনুসৰি কাইলৈ জেঠৰ পূৰ্ণিমা তিথি৷ কাইলৈ পালিত হব জগন্নাথৰ স্নানযাত্ৰা৷ এই কাৰণতেই এই পূৰ্ণিমা তিথি স্নান পূৰ্ণিমা নামেৰে পৰিচিত৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ থাকিব সাধ্য যোগ আৰু শুভ যোগৰ প্ৰভাৱ৷ কাইলৈ থাকিব জেঠৰ নক্ষত্ৰ আৰু মূল নক্ষত্ৰৰ প্ৰভাৱ৷ এই সকলো যোগৰ প্ৰভাৱত কাইলৈ দিনটো বিশেষ মাহাত্ম্যপূৰ্ণ হ’ব৷ হিন্দুধৰ্মত বুধবাৰ হৈছে সিদ্ধিদাতা গণেশৰ প্ৰিয় দিন৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ কোন কোন ৰাশিৰ জাতকে জীৱনত প্ৰচুৰ সুখ সাফল্য লাভ কৰিব৷ জানি থওক ভাগ্যবান ৰাশিৰ তালিকাত কোন কোন আছে?

মেষ ৰাশি

কাইলৈ ১১ জুন শুভ দিন হব মেষ ৰাশিৰ জাতকৰ বাবে৷ কাইলৈ আপুনি যি কামতেই হাত দিব তাতেই সাফল্য লাভ কৰিব৷ নিজৰ সকলো কামেই কাইলৈ সম্পূৰ্ণ কৰিব পাৰিব৷ ধ্যান আৰু যোগাসন কৰি নিজৰ মানসিক শক্তি বঢ়াব পাৰে মেষ ৰাশিৰ জাতকে৷ আয় বঢ়াৰ সৈতে কাইলৈ সমাজত সন্মান আৰু প্ৰতিপত্তিও বাঢ়িব৷

কৰ্কট ৰাশি

কাইলৈ দিনটো সিদ্ধিদাতাৰ কৃপাত দুৰ্দান্ত হব কৰ্কট ৰাশিৰ জাতকৰ৷ নিজৰ উপাৰ্জন বৃদ্ধিৰ বাবে কাইলৈ বহু সময় আৰু এনাৰ্জি ব্যয় কৰিব আপুনি৷ সন্ধিয়াৰ পাছত বন্ধুৰ সৈতে ভাল সময় কটাব৷ কাইলৈ কঠোৰ পৰিশ্ৰমৰ জোৰত সাফল্য লাভ কৰিব কৰ্কট ৰাশিৰ জাতকে৷ কৰ্মক্ষেত্ৰত সাফল্যৰ শীৰ্ষত উপনীত হোৱাৰ সুযোগ পাব৷ অফিচৰ মেনেজমেণ্টে আপোনাৰ কামৰ প্ৰশংসা কৰিব৷

সিংহ ৰাশি

কাইলৈ ভাদ্ৰ ৰাজযোগৰ শুভ ফল পাব সিংহ ৰাশিৰ জাতকে৷ কাইলৈ কিছু চেলেঞ্জ আপোনাৰ সন্মুখলৈ আহিলেও সফলভাৱে এই চেলেঞ্জৰ মোকাবিলা কৰিব আপুনি৷ কাইলৈ ঘৰত বেছ আনন্দৰ সময় কটাব৷ নিজৰ ব্যৱসায় আৰু আগুৱাই যোৱাৰ সুযোগ পাব৷ প্ৰেম জীৱন বেছ সুখৰ হব সিংহ ৰাশিৰ জাতকৰ বাবে৷ সংগীৰ পৰা প্ৰয়োজনীয় সাহায্য লাভ কৰিব৷

তুলা ৰাশি

কাইলৈ সাধ্য যোগৰ শুভ প্রভাৱ থাকিব তুলা ৰাশিৰ জাতকৰ ওপৰত৷ কাইলৈ দিনটো বেছ আৰামেৰে কটাব আপুনি৷ ঘৰত বিশেষ ৰন্ধাবঢ়া হব পাৰে৷ সংসাৰত আনন্দৰ পৰিবেশ থাকিব৷ নতুন কোনো প্ৰকল্পত কাইলৈ বিনিয়োগ কৰিব পাৰে৷ পৰিয়ালৰ সৈতে কৰোবালৈ ফুৰিবলৈ যাব পাৰে৷ অফিচত আপোনাৰ পদোন্নতি আৰু দৰমহা বৃদ্ধি হব পাৰে৷ সকলো কামতে কাইলৈ সাফল্য লাভ কৰিব৷

মকৰ ৰাশি

কাইলৈ ১১ জুন বুধবাৰে জেঠৰ নক্ষত্ৰৰ শুভ প্ৰভাৱত লাভজনক দিন কটাব মকৰ ৰাশিৰ জাতকে৷ কাইলৈ কিছু অতিৰিক্ত অৰ্থলাভ হোৱাৰ যোগ আছে৷ অফিচৰ পৰিস্থিতি কাইলৈ আপোনাৰ অনুকূল থাকিব৷ পৰিয়ালৰ সৈতে কাইলৈ আনন্দেৰে সময় কটাব মকৰ ৰাশিৰ জাতকে৷ পুৰণি কোনো অসুখ থাকিলে এইবাৰ সেই অসুখৰ পৰা মুক্তি পাব৷ মনত সুখ আৰু আনন্দ থাকিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভংগ হ’ল ৱাংচুকৰ অনশন! কেনেকৈ ২ কেন্দ্ৰীয় মন্ত্ৰীয়ে সৈমান কৰালে ছোনম ৱাংচুকক?
ভাৰত

ভংগ হ’ল ৱাংচুকৰ অনশন! কেনেকৈ ২ কেন্দ্ৰীয় মন্ত্ৰীয়ে সৈমান কৰালে ছোনম ৱাংচুকক?

July 24, 2026
পুনৰ কমিছে সোণ-ৰূপৰ দাম, এই সময়ত সোণ কিনা উচিতনে?
জীৱনশৈলী

পুনৰ কমিছে সোণ-ৰূপৰ দাম, এই সময়ত সোণ কিনা উচিতনে?

July 24, 2026
NEETৰ ছাত্ৰীক দলবদ্ধভাৱে ধ*ৰ্ষণ
অপৰাধ

NEETৰ ছাত্ৰীক দলবদ্ধভাৱে ধ*ৰ্ষণ

July 24, 2026
আমেৰিকা-কানাডাৰ পৰা অনলাইনযোগে যন্তৰ-মন্তৰৰ প্ৰতিবাদস্থলীলৈ বুজন পৰিমানৰ খাদ্যৰ অৰ্ডাৰ
ভাৰত

আমেৰিকা-কানাডাৰ পৰা অনলাইনযোগে যন্তৰ-মন্তৰৰ প্ৰতিবাদস্থলীলৈ বুজন পৰিমানৰ খাদ্যৰ অৰ্ডাৰ

July 24, 2026
Next Post
সোনমেই মূল মাষ্টাৰমাইণ্ড, স্বামীক শেষ কৰাৰ পাছত ইন্দোৰলৈ উভতনি যাত্ৰা, ইন্দোৰত উপস্থিত হৈ প্ৰেমিক ৰাজৰ সৈতে হোটেলৰ কোঠাত নিশা উদযাপন, আৰু নতুন কি কি তথ্য?

সোনমেই মূল মাষ্টাৰমাইণ্ড, স্বামীক শেষ কৰাৰ পাছত ইন্দোৰলৈ উভতনি যাত্ৰা, ইন্দোৰত উপস্থিত হৈ প্ৰেমিক ৰাজৰ সৈতে হোটেলৰ কোঠাত নিশা উদযাপন, আৰু নতুন কি কি তথ্য?

স্বামীহন্তা সোনম অন্তঃসত্ত্বা নেকি? মেডিকেল ৰিপৰ্টৰ তথ্যত নিগেটিভ নহয় ফলাফল, আনক্লিয়াৰ লিখি চিকিৎসকে দিছে আলট্ৰাচাউণ্ডৰ পৰামৰ্শ

স্বামীহন্তা সোনম অন্তঃসত্ত্বা নেকি? মেডিকেল ৰিপৰ্টৰ তথ্যত নিগেটিভ নহয় ফলাফল, আনক্লিয়াৰ লিখি চিকিৎসকে দিছে আলট্ৰাচাউণ্ডৰ পৰামৰ্শ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.