• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘হিজাব পিন্ধা ছোৱালীয়ে এদিন ভাৰতৰ প্ৰধানমন্ত্ৰী হ’বই‘; কোনে কৰিলে বিস্ফোৰণ

‘হিজাব পিন্ধা ছোৱালীয়ে এদিন ভাৰতৰ প্ৰধানমন্ত্ৰী হ’বই‘; কোনে কৰিলে বিস্ফোৰণ

4 years ago
ব্যক্তিগত প্ৰতিষ্ঠানত কাম কৰাসকলৰ বাবে সুখবৰ!

ব্যক্তিগত প্ৰতিষ্ঠানত কাম কৰাসকলৰ বাবে সুখবৰ!

28 minutes ago
আজি অসমৰ লাখ লাখ মহিলাৰ একাউণ্টত সোমাব ধন, কিমান টকাকৈ চৰকাৰে দিব?

আজি অসমৰ লাখ লাখ মহিলাৰ একাউণ্টত সোমাব ধন, কিমান টকাকৈ চৰকাৰে দিব?

1 hour ago
এইকেইটা ৰাশিৰ লোকৰ হাতলৈ আহিব প্ৰচুৰ ধন

এইকেইটা ৰাশিৰ লোকৰ হাতলৈ আহিব প্ৰচুৰ ধন

2 hours ago
বাৰে বাৰে এলাৰ্জীয়ে অশান্তি কৰিছে নেকি? কেনেকৈ দূৰ কৰিব এই সমস্যা জানক

বাৰে বাৰে এলাৰ্জীয়ে অশান্তি কৰিছে নেকি? কেনেকৈ দূৰ কৰিব এই সমস্যা জানক

11 hours ago
মেকুৰী আগেৰে পাৰ হ’লে সঁচাকৈ দুৰ্ভাগ্য আহে নেকি? জ্যোতিষীয়ে কি ক’লে জানক

মেকুৰী আগেৰে পাৰ হ’লে সঁচাকৈ দুৰ্ভাগ্য আহে নেকি? জ্যোতিষীয়ে কি ক’লে জানক

11 hours ago
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!

কাইলৈ ভাগ্যই কৰিব সহায়, হ’ব ৫ ৰাশিৰ লোক মালামাল!

11 hours ago
‘ভগৱানে মোক মাত্ৰ সহায় কৰিবলৈ পঠিয়াইছে, মই মাত্ৰ মাধ্যমহে!” বন্যাৰ্তক সহায় কৰি ক’লে হুচেইন মানচুৰী

‘ভগৱানে মোক মাত্ৰ সহায় কৰিবলৈ পঠিয়াইছে, মই মাত্ৰ মাধ্যমহে!” বন্যাৰ্তক সহায় কৰি ক’লে হুচেইন মানচুৰী

12 hours ago
জিন্স পেণ্টৰ পকেটৰ ওপৰত এখন সৰু পকেট কিয় থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

জিন্স পেণ্টৰ পকেটৰ ওপৰত এখন সৰু পকেট কিয় থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

13 hours ago
আগষ্টত জন্মগ্ৰহণ কৰা ব্যক্তিৰ পৰা সাৱধান, কেতিয়াও নল’ব সহজত!

আগষ্টত জন্মগ্ৰহণ কৰা ব্যক্তিৰ পৰা সাৱধান, কেতিয়াও নল’ব সহজত!

13 hours ago
ভুলতো নাপাহৰিব ব্যক্তিগত ঋণৰ EMI পৰিশোধ কৰিবলৈ,  নহ’লে ৰঙাঘৰৰ আলহী হ’ব আপুনি!

ভুলতো নাপাহৰিব ব্যক্তিগত ঋণৰ EMI পৰিশোধ কৰিবলৈ, নহ’লে ৰঙাঘৰৰ আলহী হ’ব আপুনি!

14 hours ago
GPay, PhonePe-ৰ পৰা ধন পঠোৱাৰ ক্ষেত্ৰত ডাঙৰ পৰিৱৰ্তন! জানি লওক এই নিয়ম

GPay, PhonePe-ৰ পৰা ধন পঠোৱাৰ ক্ষেত্ৰত ডাঙৰ পৰিৱৰ্তন! জানি লওক এই নিয়ম

15 hours ago
বিৰিয়ানী খাই খাই মূৰত বেজী! চলমানৰ সৈতে এয়া কি হ’ল?

বিৰিয়ানী খাই খাই মূৰত বেজী! চলমানৰ সৈতে এয়া কি হ’ল?

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, August 1, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

‘হিজাব পিন্ধা ছোৱালীয়ে এদিন ভাৰতৰ প্ৰধানমন্ত্ৰী হ’বই‘; কোনে কৰিলে বিস্ফোৰণ

editor by editor
February 13, 2022
in অসম, ভাৰত, ৰাজনীতি
0
‘হিজাব পিন্ধা ছোৱালীয়ে এদিন ভাৰতৰ প্ৰধানমন্ত্ৰী হ’বই‘; কোনে কৰিলে বিস্ফোৰণ
0
SHARES
258
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পুনৰ বিতৰ্কিত মন্তব্যৰে দেশৰ ৰাজনীতি উত্তাল কৰি তুলিছে লোকসভাৰ সাংসদ তথা অল ইণ্ডিয়া মজিলছ-ই-ইট্টেহাদুল মুছলিমীন (AIMIM)ৰ চুপ্ৰিম’ আছাদুদ্দনি ওৱেছীয়ে৷

দেওবাৰে AIMIৰ প্ৰধানগৰাকীয়ে কয় যে হিজাব পিন্ধা ছোৱালীয়ে এদিন ভাৰতৰ প্ৰধানমন্ত্ৰী হ’ব৷ তেওঁ জীয়াই নাথাকিলেও অৰ্থাৎ তেওঁৰ মৃত্যুৰ পিছত হ’লেও ভাৰতত এদিন হিজাব পিন্ধা ছোৱালীয়ে প্ৰধানমন্ত্ৰী হ’বই৷

দেওবাৰে নিজা টুইটাৰ হেণ্ডলত শ্বেয়াৰ কৰা এটা ভিডিঅ’ ওৱেছীয়ে কয় যে অভিভাৱকে যুৱতীসকলক হিজাব পৰিধান কৰাত বাধা প্ৰধান কৰিব নেলাগে৷ বৰং তেওঁলোকক সমৰ্থনহে কৰিব লাগে৷

ওৱেছীয়ে দাবী কৰা মতে যুৱতীসকলক হিজাব পৰিধান কৰাত উৎসাহিত কৰিলে তেওঁলোকক কোনে স্তব্ধ কৰিব নোৱাৰে৷

‘‘মই চাবলৈ জীয়াই নাথাকিবও পাৰো৷ কিন্তু লিখি ৰাখক৷ এদিন হিজাব পিন্ধা যুৱতীয়ে দেশৰ প্ৰধানমন্ত্ৰী হ’বই৷’’ ওৱেছীয়ে নিজৰ ভাষণত এই দাবী কৰে৷

‘‘যদি আমাৰ ছোৱালীয়ে সিদ্ধান্ত লয় আৰু তেওঁলোকৰ পিতৃ-মাতৃক কয় যে তেওঁলোকে হিজাব পিন্ধিব বিচাৰে, তেন্তে তেওঁলোকৰ পিতৃ-মাতৃয়ে তেওঁলোকক সমৰ্থন কৰিব লাগে। তেওঁলোকক কোনে বাধা দিব পাৰে চাওঁ আহক!’’ উত্তৰ প্ৰদেশৰ নিৰ্বাচনী প্ৰচাৰত ব্যস্ত থকা ওৱেছীয়ে লগতে কয়৷

ইফালে ওৱেছীৰ এই মন্তব্যৰ পিছতে বিজেপিয়ে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে৷ উত্তৰ প্ৰদেশৰ উপ মুখ্যমন্ত্ৰী তথা বিজেপি নেতা দীনেশ শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, ‘‘বিৰোধীয়ে উত্তৰ প্ৰদেশত সাম্প্ৰদায়িকতা বিয়পাবলৈ ষড়যন্ত্ৰ কৰিছে। সমাজবাদী পাৰ্টিৰ বি টিমটো হৈছে এআইএমআইএম। উন্নয়নৰ সুভাস ৰাজ্যখনত আছে, সাম্প্ৰদায়িকতাৰ দুৰ্গন্ধৰ কোনো স্থান নাই৷’’

উল্লেখ্য যে বিজেপি শাসিত কৰ্ণাটকত আৰম্ভ হোৱা হিজাব বিতৰ্কই এতিয়া দেশৰ ৰাজনীতি উত্তাল কৰি ৰখাই নহয়, ন্যায়ালয়ৰ মজিয়াও পাইছেগৈ৷

উচ্চতম ন্যায়ালয়ে হিজাব বিতৰ্কক ৰাষ্ট্ৰীয় বিতৰ্ক কৰা অনুচিত বুলি মন্তব্য কৰাৰ বিপৰীতে কৰ্ণাটক উচ্চ ন্যায়ালয়ে হিজাব কাণ্ডৰ শুনানি গ্ৰহণ কৰি পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত সকলো শিক্ষানুষ্ঠানতে যিকোনো ধৰ্মীয় পোছাক পৰিধান কৰাতো নিষিদ্ধ কৰিছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: aimimAshadiddin Owaisiasom live 24assam live 24axom live 24axom live 24 digitalhijab row
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ব্যক্তিগত প্ৰতিষ্ঠানত কাম কৰাসকলৰ বাবে সুখবৰ!
নিয়োগ

ব্যক্তিগত প্ৰতিষ্ঠানত কাম কৰাসকলৰ বাবে সুখবৰ!

August 1, 2026
আজি অসমৰ লাখ লাখ মহিলাৰ একাউণ্টত সোমাব ধন, কিমান টকাকৈ চৰকাৰে দিব?
জীৱনশৈলী

আজি অসমৰ লাখ লাখ মহিলাৰ একাউণ্টত সোমাব ধন, কিমান টকাকৈ চৰকাৰে দিব?

August 1, 2026
এইকেইটা ৰাশিৰ লোকৰ হাতলৈ আহিব প্ৰচুৰ ধন
জীৱনশৈলী

এইকেইটা ৰাশিৰ লোকৰ হাতলৈ আহিব প্ৰচুৰ ধন

August 1, 2026
‘ভগৱানে মোক মাত্ৰ সহায় কৰিবলৈ পঠিয়াইছে, মই মাত্ৰ মাধ্যমহে!” বন্যাৰ্তক সহায় কৰি ক’লে হুচেইন মানচুৰী
অসম

‘ভগৱানে মোক মাত্ৰ সহায় কৰিবলৈ পঠিয়াইছে, মই মাত্ৰ মাধ্যমহে!” বন্যাৰ্তক সহায় কৰি ক’লে হুচেইন মানচুৰী

July 31, 2026
Next Post
জে’ল যাত্ৰাৰ পিছত স্বাভাৱিক জীৱন : চুহানাৰ সৈতে একেলগে দেখা গ’ল আৰিয়ানক

জে’ল যাত্ৰাৰ পিছত স্বাভাৱিক জীৱন : চুহানাৰ সৈতে একেলগে দেখা গ’ল আৰিয়ানক

গুজৰাটৰ এটা জাহাজ বন্দৰত পুনৰ বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ

গুজৰাটৰ এটা জাহাজ বন্দৰত পুনৰ বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.