• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আনুগত্যতাৰ পুৰষ্কাৰ! কৰ্মচাৰীক উপহাৰ দিলে বিলাসী মাৰ্ছিডিছ-বেঞ্জ এছইউভি বাহন

আনুগত্যতাৰ পুৰষ্কাৰ! কৰ্মচাৰীক উপহাৰ দিলে বিলাসী মাৰ্ছিডিছ-বেঞ্জ এছইউভি বাহন

4 years ago
ব্ৰাছ কৰাৰ সঠিক পদ্ধতি, ভুল কৰিলে বিপদ অনিবাৰ্য!

ব্ৰাছ কৰাৰ সঠিক পদ্ধতি, ভুল কৰিলে বিপদ অনিবাৰ্য!

12 hours ago
পশ্চিম বংগত শেষ হ’ব নেকি মমতাৰ ৰাজত্ব! Exit Poll ৰ পিছতে আৰম্ভ চৰ্চা

পশ্চিম বংগত শেষ হ’ব নেকি মমতাৰ ৰাজত্ব! Exit Poll ৰ পিছতে আৰম্ভ চৰ্চা

12 hours ago
মুকেশ আম্বানীয়ে ক্ৰয় কৰিলে প্ৰিয়ংকা চোপ্ৰাৰ কোম্পানী

মুকেশ আম্বানীয়ে ক্ৰয় কৰিলে প্ৰিয়ংকা চোপ্ৰাৰ কোম্পানী

13 hours ago
চলনাময়ী নাৰীৰ চকুত পৰাৰ পূৰ্বে পুৰুষসকল সাৱধান! মনত ৰাখক এইকেইটা কথা

চলনাময়ী নাৰীৰ চকুত পৰাৰ পূৰ্বে পুৰুষসকল সাৱধান! মনত ৰাখক এইকেইটা কথা

14 hours ago
কেৱল শৰীৰৰ নহয়, পাকঘৰৰ সমস্যাও দূৰ কৰক নেমুৰে!

কেৱল শৰীৰৰ নহয়, পাকঘৰৰ সমস্যাও দূৰ কৰক নেমুৰে!

15 hours ago
মংগলৰ কৃপাত ভাগ্য উদয় হ’ব ৫ ৰাশিৰ, পূৰ্ণ হ’ব সকলো সপোন!

মংগলৰ কৃপাত ভাগ্য উদয় হ’ব ৫ ৰাশিৰ, পূৰ্ণ হ’ব সকলো সপোন!

15 hours ago
আলহী আহিলে কিয় পানী খাবলৈ দিয়ে? আঁৰত আছে ধৰ্মীয় কাৰণ

আলহী আহিলে কিয় পানী খাবলৈ দিয়ে? আঁৰত আছে ধৰ্মীয় কাৰণ

16 hours ago
পূজাত ফুল ধুই দিয়াটো উচিত নে অনুচিত? ভুল কৰিলে নহয় ইচ্ছা পূৰণ!

পূজাত ফুল ধুই দিয়াটো উচিত নে অনুচিত? ভুল কৰিলে নহয় ইচ্ছা পূৰণ!

16 hours ago
বিপদে লগ নেৰা হৈছে ৰিয়ানক! BCCIৰ শাস্তিৰ সন্মুখীন ক্ৰিকেটাৰগৰাকী

বিপদে লগ নেৰা হৈছে ৰিয়ানক! BCCIৰ শাস্তিৰ সন্মুখীন ক্ৰিকেটাৰগৰাকী

17 hours ago
হঠাৎ অসুস্থ ভিক্টৰ দাস, কি হৈছিল জে’লৰ ভিতৰত?

হঠাৎ অসুস্থ ভিক্টৰ দাস, কি হৈছিল জে’লৰ ভিতৰত?

18 hours ago
দশম-দ্বাদশ উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

RBI Recruitment 2026: RBI ত ওলাইছে চাকৰি, অন্তিম তাৰিখৰ পূৰ্বে কৰক আবেদন

19 hours ago
গু*প্তাংগৰ খজুৱতিয়ে অশান্তি কৰিছে নেকি? এই সহজ উপায়েৰে কৰক ঠিক

গু*প্তাংগৰ খজুৱতিয়ে অশান্তি কৰিছে নেকি? এই সহজ উপায়েৰে কৰক ঠিক

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, May 1, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বাণিজ্য

আনুগত্যতাৰ পুৰষ্কাৰ! কৰ্মচাৰীক উপহাৰ দিলে বিলাসী মাৰ্ছিডিছ-বেঞ্জ এছইউভি বাহন

editor by editor
February 13, 2022
in বাণিজ্য, ভাৰত
0
আনুগত্যতাৰ পুৰষ্কাৰ! কৰ্মচাৰীক উপহাৰ দিলে বিলাসী মাৰ্ছিডিছ-বেঞ্জ এছইউভি বাহন
0
SHARES
328
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নিজৰ প্ৰতিষ্ঠানত কৰ্মৰত এগৰাকী কৰ্মচাৰীক আশ্বাৰ্যান্বিত কৰি বিলাসী বাহন মাৰ্ছিডিছ-বেঞ্জ  জিএলএ ক্লাছ ২০০ ডি উপহাৰ দিছে এগৰাকী ব্যৱসায়ীয়ে৷

কেৰেলাৰ এ কে ছাজি নামৰ ব্যৱসায়ীজনে যোৱা ২২ বছৰে তেওঁৰ প্ৰতিষ্ঠানত কৰ্মৰত অনিষ নামৰ মুখ্য ব্যৱসায়িক বিষয়াজনক আচম্বিত কৰি এই উপহাৰ প্ৰদান কৰিছে৷

MyG নামৰ প্ৰতিষ্ঠানটোৰ গৰাকী চাজিয়ে তেওঁৰ প্ৰতিষ্ঠানত যোৱা ২২ বছৰে অতি বিশ্বস্ততাৰে কাম কৰি অহাৰ বাবে এই বিলাসী বাহনখন উপহাৰ দিয়া বুলি উল্লেখ কৰিছে৷

‘‘মৰমৰ  অনি… যোৱা ২২ বছৰে, তুমি মোৰ বাবে এটা অতি শক্তিশালী স্তম্ভ হৈ আছা৷ আশা কৰিছো, এই নতুন সংগীক তুমি ভাল পাবা৷’’ উপহাৰৰূপে প্ৰদান কৰা বিলাসী বাহনখন ইনষ্টাগ্ৰামত আপলোড কৰি প্ৰতিষ্ঠানটোৰ গৰাকী চাজিয়ে লিখিছে৷

প্ৰতিষ্ঠানটোৰ গৰাকীয়ে লগতে লিখিছে, ‘‘আমি সংগীহে, তেওঁ মোৰ কৰ্মচাৰী নহয়৷ মই বহুত সুখী৷ এইটো গৌৰৱৰ মুহূৰ্ত৷ অনিয়ে যোৱা ২২ টা বছৰে মোৰ লগত আছে৷ আশা কৰিছো, এই বছৰতে আমি আমাৰ আৰু সংগীক বাহন উপহাৰ দিবলৈ সক্ষম হ’ম৷’’

কেৱল এইবাৰেই নহয় কেৰেলাৰ ক’ঝিকড়ে জিলাৰ চাজিয়ে দুবছৰ পূৰ্বেও তেওঁৰ ছগৰাকী কৰ্মচাৰীক বাহন উপহাৰ দিছিল৷

উল্লেখ্য যে ২০১৮ চনতো গুজৰাটৰ এগৰাকী হীৰা ব্যৱসায়ীয়ে তেওঁৰ ৬০০ কৰ্মচাৰীক দেৱালী উপলক্ষ্যে বাহন উপহাৰ দি সংবাদ মাধ্যমৰ চৰ্চালৈ আহিছিল৷ চভজী ঢুলাকিয়া নামৰ উক্ত ব্যৱসায়ীজনে আনকি তিনিগৰাকী বিশেষ কৰ্মচাৰীক ৩ কোটি টকীয়া তিনিখন মাৰ্ছিডিছ-বেঞ্জ জিএলছ এছইউভি বাহনো উপহাৰ হিচাপে প্ৰদান কৰিছিল৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24axom live 24 digitalMercedes-Benz GLS SUVMyG
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পশ্চিম বংগত শেষ হ’ব নেকি মমতাৰ ৰাজত্ব! Exit Poll ৰ পিছতে আৰম্ভ চৰ্চা
ভাৰত

পশ্চিম বংগত শেষ হ’ব নেকি মমতাৰ ৰাজত্ব! Exit Poll ৰ পিছতে আৰম্ভ চৰ্চা

April 30, 2026
মুকেশ আম্বানীয়ে ক্ৰয় কৰিলে প্ৰিয়ংকা চোপ্ৰাৰ কোম্পানী
বাণিজ্য

মুকেশ আম্বানীয়ে ক্ৰয় কৰিলে প্ৰিয়ংকা চোপ্ৰাৰ কোম্পানী

April 30, 2026
মে’ মাহৰ এই দিনকেইটাত বন্ধ বেংক, কিদৰে কৰিব গুৰুত্বপূৰ্ণ কাম-কাজ?
বাণিজ্য

মে’ মাহৰ এই দিনকেইটাত বন্ধ বেংক, কিদৰে কৰিব গুৰুত্বপূৰ্ণ কাম-কাজ?

April 29, 2026
ডাকঘৰত এবাৰ ধন জমা কৰি মাহিলী ৫,৫৫০ টকা কৰক উপাৰ্জন
বাণিজ্য

ডাকঘৰত এবাৰ ধন জমা কৰি মাহিলী ৫,৫৫০ টকা কৰক উপাৰ্জন

April 29, 2026
Next Post
‘হিজাব পিন্ধা ছোৱালীয়ে এদিন ভাৰতৰ প্ৰধানমন্ত্ৰী হ’বই‘; কোনে কৰিলে বিস্ফোৰণ

‘হিজাব পিন্ধা ছোৱালীয়ে এদিন ভাৰতৰ প্ৰধানমন্ত্ৰী হ’বই‘; কোনে কৰিলে বিস্ফোৰণ

জে’ল যাত্ৰাৰ পিছত স্বাভাৱিক জীৱন : চুহানাৰ সৈতে একেলগে দেখা গ’ল আৰিয়ানক

জে’ল যাত্ৰাৰ পিছত স্বাভাৱিক জীৱন : চুহানাৰ সৈতে একেলগে দেখা গ’ল আৰিয়ানক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.