• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কিয় ৰাহুল গান্ধীক ’মৰ্দাণ জিন্না’ বুলি ক’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই?

কিয় ৰাহুল গান্ধীক ’মৰ্দাণ জিন্না’ বুলি ক’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই?

5 years ago
১০ কেজি সোণ লৈ উধাও চোৰ, লগতে নিলে ১৫ লাখ টকা

১০ কেজি সোণ লৈ উধাও চোৰ, লগতে নিলে ১৫ লাখ টকা

5 hours ago
‘নিজৰ ভুলৰ মূল্য ভৰিছোঁ’-যান-জঁটত আৱদ্ধ নীতিন গাডকাৰীৰ অকপট স্বীকাৰোক্তি

‘নিজৰ ভুলৰ মূল্য ভৰিছোঁ’-যান-জঁটত আৱদ্ধ নীতিন গাডকাৰীৰ অকপট স্বীকাৰোক্তি

6 hours ago
এইকেইটা ৰাশিৰ লোকৰ বাঢ়িব আত্মবিশ্বাস

এইকেইটা ৰাশিৰ লোকৰ বাঢ়িব আত্মবিশ্বাস

6 hours ago
৬৬ কেজিৰ সোণ-৩৩৫কেজি ৰূপেৰে নিৰ্মিত গণেশৰ মূৰ্তি

৬৬ কেজিৰ সোণ-৩৩৫কেজি ৰূপেৰে নিৰ্মিত গণেশৰ মূৰ্তি

6 hours ago
ভাৰতো আছিল লাডেনৰ টাৰ্গেটত! CIAৰ নথিত চাঞ্চল্যকৰ তথ্য

ভাৰতো আছিল লাডেনৰ টাৰ্গেটত! CIAৰ নথিত চাঞ্চল্যকৰ তথ্য

7 hours ago
ৰাজনৈতিক নেতাৰ বাকযুদ্ধত গৰম ৰাজ্যৰ ৰাজনীতি

ৰাজনৈতিক নেতাৰ বাকযুদ্ধত গৰম ৰাজ্যৰ ৰাজনীতি

7 hours ago
মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাক ভেঙুচালি কৰা মকবুলৰ মৰসাহ

মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাক ভেঙুচালি কৰা মকবুলৰ মৰসাহ

8 hours ago
নিজতকৈ ১৬ বছৰেই ডাঙৰ যুৱতীক হ*ত্যা যুৱকৰ

নিজতকৈ ১৬ বছৰেই ডাঙৰ যুৱতীক হ*ত্যা যুৱকৰ

9 hours ago
গণেশ চতুৰ্থীৰ দিনাই কিয় জোনটোক এনেকুৱা দেখা গৈছে?

গণেশ চতুৰ্থীৰ দিনাই কিয় জোনটোক এনেকুৱা দেখা গৈছে?

9 hours ago
বিগত ৬ বছৰত অসম আৰক্ষীৰ জিম্মাত কিমান অভিযুক্তৰ মৃ*ত্যু হৈছে?

বিগত ৬ বছৰত অসম আৰক্ষীৰ জিম্মাত কিমান অভিযুক্তৰ মৃ*ত্যু হৈছে?

10 hours ago
‘গৰিমা বৌৱে ছিংগাপুৰলৈ গৈ জুবিন দাৰ আত্মা ঘূৰাই আনক’

‘গৰিমা বৌৱে ছিংগাপুৰলৈ গৈ জুবিন দাৰ আত্মা ঘূৰাই আনক’

11 hours ago
কেৱল হেয়াৰ ষ্টাইলতেই ভাৰতীয় মুদ্ৰাত ব্যায় কোটি কোটি টকা

কেৱল হেয়াৰ ষ্টাইলতেই ভাৰতীয় মুদ্ৰাত ব্যায় কোটি কোটি টকা

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

কিয় ৰাহুল গান্ধীক ’মৰ্দাণ জিন্না’ বুলি ক’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই?

editor by editor
February 12, 2022
in অসম, ভাৰত, ৰাজনীতি
0
কিয় ৰাহুল গান্ধীক ’মৰ্দাণ জিন্না’ বুলি ক’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই?
0
SHARES
179
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পাকিস্তানৰ নিৰ্মাতা মহম্ম আলী জিন্নাৰ সৈতে ৰিজোৱাই নহয়, ৰাহুল গান্ধীক বৰ্তমানৰ জিন্না বুলিও অভিহিত কৰিলে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই৷

ইফালে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কেৱল আজিৰ দিনৰ জিন্না বুলি অভিহিত কৰাই নহয় পাকিস্তানৰ ভূখণ্ডত ভাৰতীয় সৈন্য চাৰ্জিকেল ষ্ট্ৰাইক চলোৱাৰ প্ৰমাণ বিচৰাৰ বাবে ৰাহুল গান্ধীক ‘আমি আপোনাক সঁচাই ৰাজীৱ গান্ধীৰ পুত্ৰ হয় নে নহয়’ সুধিছো নেকি বুলিও প্ৰশ্ন কৰে৷

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ১৯৪৭ৰ পূৰ্বে মহম্মদ আলী জিন্নাই দিয়াৰ দৰে এতিয়া মানুহক উত্তেজিত কৰি তোলা ভাষণ দিয়ে বুলিও উল্লেখ কৰে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই৷

আনহাতে, ৰাহুল গান্ধীক কিয় আধুনিক জিন্না বুলি অভিহিত কৰিলে তাৰ কাৰণ শনিবাৰে ব্যাখ্যা কৰিছে ডঃ হিমন্ত বিশ্ব শৰ্মাই৷

সেনা জোৱানে এমাহৰ পূৰ্বে শত্ৰুৰ বিৰুদ্ধে যুঁজিবলৈ আঁচনি প্ৰস্তুত কৰে৷ এয়া কৌশলগত অভিযান আৰু অভিযানৰ পিছতহে প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে প্ৰকাশ কৰা হয় বুলি প্ৰকাশ কৰি মুখ্যমন্ত্ৰী শৰ্মাই লগতে কয় যে আমি সকলোৱে এই সম্পৰ্কে অৱগত আৰু ইয়াৰ প্ৰমাণ বিচৰাটোৱে সেনা জোৱানসকলৰ মনত দুখ দিয়ে৷

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ মতে শৰীৰত জিন্নাৰ ভূটে লম্ভাৰ বাবেই সংসদত ৰাহুল গান্ধীয়ে বিজেপিৰ ওপৰত এইদৰে আক্ৰমণ কৰি আহিছে৷

উত্তৰাখণ্ডত বিজেপিৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ এই মন্তব্য কৰাৰ পিছতে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে মুখ্যমন্ত্ৰী ডঃ শৰ্মাৰ এই মন্তব্যৰ তীব্ৰ গৰিহণা দি পুত্তলিকা দাহ কৰিছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam cmassam live 24axom live 24axom live 24 digitalDr. Himanta Biswa Sarmarahul gandhi
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

১০ কেজি সোণ লৈ উধাও চোৰ, লগতে নিলে ১৫ লাখ টকা
অপৰাধ

১০ কেজি সোণ লৈ উধাও চোৰ, লগতে নিলে ১৫ লাখ টকা

September 14, 2026
‘নিজৰ ভুলৰ মূল্য ভৰিছোঁ’-যান-জঁটত আৱদ্ধ নীতিন গাডকাৰীৰ অকপট স্বীকাৰোক্তি
ভাৰত

‘নিজৰ ভুলৰ মূল্য ভৰিছোঁ’-যান-জঁটত আৱদ্ধ নীতিন গাডকাৰীৰ অকপট স্বীকাৰোক্তি

September 14, 2026
৬৬ কেজিৰ সোণ-৩৩৫কেজি ৰূপেৰে নিৰ্মিত গণেশৰ মূৰ্তি
ভাৰত

৬৬ কেজিৰ সোণ-৩৩৫কেজি ৰূপেৰে নিৰ্মিত গণেশৰ মূৰ্তি

September 14, 2026
ভাৰতো আছিল লাডেনৰ টাৰ্গেটত! CIAৰ নথিত চাঞ্চল্যকৰ তথ্য
ভাৰত

ভাৰতো আছিল লাডেনৰ টাৰ্গেটত! CIAৰ নথিত চাঞ্চল্যকৰ তথ্য

September 14, 2026
Next Post
আনুগত্যতাৰ পুৰষ্কাৰ! কৰ্মচাৰীক উপহাৰ দিলে বিলাসী মাৰ্ছিডিছ-বেঞ্জ এছইউভি বাহন

আনুগত্যতাৰ পুৰষ্কাৰ! কৰ্মচাৰীক উপহাৰ দিলে বিলাসী মাৰ্ছিডিছ-বেঞ্জ এছইউভি বাহন

‘হিজাব পিন্ধা ছোৱালীয়ে এদিন ভাৰতৰ প্ৰধানমন্ত্ৰী হ’বই‘; কোনে কৰিলে বিস্ফোৰণ

‘হিজাব পিন্ধা ছোৱালীয়ে এদিন ভাৰতৰ প্ৰধানমন্ত্ৰী হ’বই‘; কোনে কৰিলে বিস্ফোৰণ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.