• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
টেবলেট খালেই নিৰ্মূল হ’ব ব্লাডকেন্সাৰ! নতুন ঔষধ আনিছে এই দেশে, কিমান দাম হ’ব ভাৰতত এই ঔষধৰ?

টেবলেট খালেই নিৰ্মূল হ’ব ব্লাডকেন্সাৰ! নতুন ঔষধ আনিছে এই দেশে, কিমান দাম হ’ব ভাৰতত এই ঔষধৰ?

1 year ago
আজাৰাৰ হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃ*ত্যু 

আজাৰাৰ হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃ*ত্যু 

8 minutes ago
অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন কেতিয়া আহিব?

অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন কেতিয়া আহিব?

2 hours ago
পুৱতি নিশা ভয়ংকৰ দুৰ্ঘটনা, থিতাতে নি*হত ৬

পুৱতি নিশা ভয়ংকৰ দুৰ্ঘটনা, থিতাতে নি*হত ৬

2 hours ago
আজি বিশেষকৈ দুটা ৰাশিৰ আছে অভাৱনীয় সফলতা লাভৰ যোগ

আজি বিশেষকৈ দুটা ৰাশিৰ আছে অভাৱনীয় সফলতা লাভৰ যোগ

3 hours ago
PF ৰ নতুন লিমিট কাৰ্যকৰী, দৰমহাৰ স্লিপত কেতিয়া দেখিব অধিক অৱদান?

PF ৰ নতুন লিমিট কাৰ্যকৰী, দৰমহাৰ স্লিপত কেতিয়া দেখিব অধিক অৱদান?

12 hours ago
Bank 5 Day Week: বেংকত ৫ দিন কাম কৰাৰ সপোন ভংগ নেকি? চৰকাৰে স্পষ্ট কৰিলে স্থিতি

Bank 5 Day Week: বেংকত ৫ দিন কাম কৰাৰ সপোন ভংগ নেকি? চৰকাৰে স্পষ্ট কৰিলে স্থিতি

12 hours ago
NPS পেঞ্চনত স্বাস্থ্য বীমাৰ বিকল্প, ১ অক্টোবৰত পাব ভাল খবৰ

NPS পেঞ্চনত স্বাস্থ্য বীমাৰ বিকল্প, ১ অক্টোবৰত পাব ভাল খবৰ

13 hours ago
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

কাইলৈ কোন ৰাশিৰ দিনটো হ’ব শুভ, কোনে কোনে হ’ব লাগিব সাৱধান?

13 hours ago
আকাশৰ পৰা পৰী হৈ উৰি আহি কইনা পৰিলগৈ বেলেগৰ বিয়াত, দৰাই আকাশী পৰী পাই পাতি থাউকতে পাতি থ’লে বিয়া

কইনা ৩ বছৰীয়া কিন্তু দৰা ৬০ বছৰীয়া, ৮০ লাখ টকাৰ বিবাহৰ চুক্তি! পোহৰলৈ আহিছে পাকিস্তানৰ ভয়ংকৰ কাণ্ড

14 hours ago
উপকাৰী নে অপকাৰী? কঁঠালৰ গুটি খোৱাৰ পূৰ্বে জানক এই কথা

উপকাৰী নে অপকাৰী? কঁঠালৰ গুটি খোৱাৰ পূৰ্বে জানক এই কথা

15 hours ago
টকা লৈ ধৰা পৰিল ট্ৰেফিক পুলিচ, কেমেৰাত বন্দী সমগ্ৰ দৃশ্য

টকা লৈ ধৰা পৰিল ট্ৰেফিক পুলিচ, কেমেৰাত বন্দী সমগ্ৰ দৃশ্য

15 hours ago
Neck Pain: অত্যাধিক ডিঙিৰ বিষ? গাৰু ৰ’দত দিলে সঁচাকৈ ঠিক হয় নেকি জানক

Neck Pain: অত্যাধিক ডিঙিৰ বিষ? গাৰু ৰ’দত দিলে সঁচাকৈ ঠিক হয় নেকি জানক

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, September 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

টেবলেট খালেই নিৰ্মূল হ’ব ব্লাডকেন্সাৰ! নতুন ঔষধ আনিছে এই দেশে, কিমান দাম হ’ব ভাৰতত এই ঔষধৰ?

টেবলেট খালেই নিৰ্মূল হ’ব ব্লাডকেন্সাৰ! নতুন ঔষধ আনিছে এই দেশে, কিমান দাম হ’ব ভাৰতত এই ঔষধৰ?

editor by editor
June 17, 2025
in জীৱনশৈলী, বিশ্ব, ভাৰত, লেখা, স্বাস্থ্য
0
টেবলেট খালেই নিৰ্মূল হ’ব ব্লাডকেন্সাৰ! নতুন ঔষধ আনিছে এই দেশে, কিমান দাম হ’ব ভাৰতত এই ঔষধৰ?
0
SHARES
1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

টেবলেটেই ভাল কৰিব কৰ্কট! তেজৰ কৰ্কট নিৰ্মূল কৰিবলৈ নতুন ঔষধ আৱিষ্কাৰ কৰিছে এইখন দেশে৷ গ্লেনমাৰ্ক ফাৰ্মাছিউটিকেলে এই ঔষধ তৈয়াৰ কৰিছে৷ আমেৰিকাৰ এই ঔষধ নিৰ্মাতা সংস্থাৰ ৱৰ্কছপ আছে ভাৰততো৷ সংস্থাৰ তৰফৰ পৰা জনোৱা হৈছে যে ভাৰতীয়সকলৰ শাৰীৰিক সক্ষমতা বুজিয়েই এই ঔষধ তৈয়াৰ কৰিছে গ্লেনমাৰ্কে৷ এক নিৰ্দিষ্ট ডজত খালে কৰ্কটৰ কোষৰ বৃদ্ধি আৰু বিভাজন ৰৈ যাব বুলি দাবী সংস্থাটোৰ৷

লিউকেমিয়া বা তেজৰ কৰ্কটৰ নাম শুনিলেই ৰোগীৰ মাজত আতংক বাঢ়ে৷ আতংকিত হোৱাৰেই কথা৷ এটা সময়ত তেজৰ কৰ্কট ধৰা পৰা মানেই মৃত্যুভয়৷ কাৰণ ধাৰণা কৰা হৈছিল যে বাচি থকাৰ কোনো ৰাস্তা নাই৷ আৰু ক্ৰনিক মায়েলয়েড লিউকেমিয়াৰ দৰে তেজৰ কৰ্কট ধৰা পৰিলে মৃত্যু অনিবাৰ্য বুলিয়েই ধৰা হৈছিল৷ কাৰণ অস্থিমজ্জাৰ পৰা দ্ৰুতগতিত তেজলৈ বিয়পি পৰিছিল এই কৰ্কট৷ যিমান দিনত ইয়াৰ উপসৰ্গ ধৰা পৰে সিমান দিনে কৰ্কটে ফৰ্ট ষ্টেজেই পায়গৈ৷ কিন্তু এতিয়া তেজৰ কৰ্কটৰ নানান চিকিৎসা পদ্ধতি আহিছে৷ ৰেডিঅথেৰাপি আৰু কেমোথেৰাপিৰ যন্ত্ৰণা কমাবলৈকো ইমিউনোথেৰাপি আৰু মোনোক্লোনেল এণ্টিবডিৰে চিকিৎসাও কৰা হয়৷ কিন্তু লিউকেমিয়াৰ নিৰায়মত খোৱা ঔষধ আমাৰ দেশত নাছিল৷ গ্লেনমাৰ্ক ফাৰ্মাছিউটিকেলে এই প্ৰথম খোৱা টেবলেট আৱিষ্কাৰ কৰিছে৷

নতুনকৈ আৱিষ্কাৰ কৰা ঔষধবিধৰ নাম জানুব্ৰুটিনিব৷ ব্ৰুকিনছা ব্ৰেণ্ডৰ নামত বিক্ৰি হব এই ঔষধ৷ এই ঔষধৰ ক্লিনিকেল ট্ৰায়েল বহু দিন ধৰিয়েই চলিছিল৷ কৰ্কটত আক্ৰান্ত ৰোগীক ঔষধবিধ খোৱাই ভাল ফল পোৱা গৈছে বুলিও দাবী কৰা হৈছে৷ ট্ৰায়েলৰ ৰিপৰ্টৰ পাছতেই ঔষধবিধৰ উৎপাদন আৰু বিক্ৰিত অনুমোদন দিছে কেন্দ্ৰীয় ড্ৰাগ নিয়ামক সংস্থাই৷

তেজৰ কৰ্কট বহু ধৰণৰ হয়৷ যাৰ মাজত এবিধ হৈছে ক্ৰনিক মায়েলয়েড লিউকেমিয়া৷ ই মূলত শ্বেত ৰক্তকণিকাৰ কৰ্কট৷ অস্থিমজ্জাৰ যি ষ্টেম কোষে ৰক্তকণিকা তৈয়াৰ কৰে, সেই কোষৰ অস্বাভাৱিক আৰু অনিয়ন্ত্ৰিত বৃদ্ধি আৰম্ভ হলে এই কোষ কৰ্কটৰ কোষলৈ বদলি হয়৷ এই মায়েলয়েড কোষৰ পৰাই কিন্তু লোহিত কণিকা, শ্বেত ৰক্তকণিকা, অনুচক্ৰিকা তৈয়াৰ হয়৷ মায়েলয়েড কোষ যদি লেকামহীনভাৱে বিভাজিত হৈ থাকে তেতিয়া ৰক্তকণিকাসমূহৰ উৎপাদন প্ৰক্ৰিয়াও ব্যাহত হয়৷

শ্বেত ৰক্তকণিকাৰ সংখ্যা অস্বাভাৱিক হাৰত বাঢ়ি থাকে আৰু জমা হৈ পৰে অস্থিমজ্জাত৷ তাৰ পৰা তেজৰ মাধ্যমেৰে সমগ্ৰ শৰীৰত বিয়পি পৰে৷ কৰ্কটৰ কোষ এইদৰে বিয়পি পৰাৰ পৰা দেহক ৰক্ষা কৰিবলৈকে এই নতুন ঔষধ বুলি দাবী কৰিছে গৱেষকে৷

দাম কিমান?

দেশৰ বজাৰত এক বক্স জানুব্ৰুটিনিব ঔষধৰ দাম হব ২০ হাজাৰৰ পৰা আঢ়ৈ লাখৰ মাজত৷ কোন কোম্পানীয়ে এই ঔষধ বিক্ৰি কৰিব সেই অনুসৰি দাম ঠিক হব৷ এক বক্সত ৮০ মিলিগ্ৰাম ডোজৰ প্ৰায় ১২০ টা টেবলেট থাকিব৷ ক্ৰনিক মায়েলয়েড লিউকেমিয়া যিমানেই ভয়ংকৰ নহওক কিয় যদি সঠিকভাৱে ৰোগ চিহ্নিত কৰা হয় তেতিয়া ৰোগীৰ বাচি থকাৰ সম্ভাৱনা বাঢ়ে৷ প্ৰকৃততে কৰ্কট সদায়ে দেৰীকৈ ধৰা পৰে৷ সেয়ে চিকিৎসাই কামত নিদিয়ে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজাৰাৰ হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃ*ত্যু 
অসম

আজাৰাৰ হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃ*ত্যু 

September 26, 2026
অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন কেতিয়া আহিব?
নিয়োগ

অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন কেতিয়া আহিব?

September 26, 2026
পুৱতি নিশা ভয়ংকৰ দুৰ্ঘটনা, থিতাতে নি*হত ৬
ভাৰত

পুৱতি নিশা ভয়ংকৰ দুৰ্ঘটনা, থিতাতে নি*হত ৬

September 26, 2026
আজি বিশেষকৈ দুটা ৰাশিৰ আছে অভাৱনীয় সফলতা লাভৰ যোগ
জীৱনশৈলী

আজি বিশেষকৈ দুটা ৰাশিৰ আছে অভাৱনীয় সফলতা লাভৰ যোগ

September 26, 2026
Next Post
এই সপ্তাহত একে লাইনত চাৰি গ্ৰহ, চতুৰ্গ্ৰহী যোগত সাফল্যৰ চূড়াত উঠিব এই ৫ৰাশি

এই সপ্তাহত একে লাইনত চাৰি গ্ৰহ, চতুৰ্গ্ৰহী যোগত সাফল্যৰ চূড়াত উঠিব এই ৫ৰাশি

মহিলাৰ নামত ২ বছৰৰ বাবে ২লাখ টকা জমা কৰিলেই কল্পনাতীত ৰিটাৰ্ণ! প’ষ্ট অফিচৰ এই স্কিমৰ বিষয়ে আজিয়েই জানি থওক

মহিলাৰ নামত ২ বছৰৰ বাবে ২লাখ টকা জমা কৰিলেই কল্পনাতীত ৰিটাৰ্ণ! প’ষ্ট অফিচৰ এই স্কিমৰ বিষয়ে আজিয়েই জানি থওক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.