চিকিৎসাৰ নামত কি চলে গুৱাহাটী মেডিকেল কলেজত? GMCHৰ নিশাৰ স্বৰূপ উদঙালে আৰক্ষীয়ে। কেনেদৰে নিশা জুৰুৰীকালীন সেৱাত চিকিৎসা প্ৰদান কৰা হয় ৰোগীক? GMCHৰ চিকিৎসক হৈও GMCHত চিকিৎসা নাপাই মৃত্যু হ’ল ডাঃ কেজৰিৱালৰ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ


















