• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰাজ্যবাসীৰ মূৰত মাধমাৰ, ১ আগষ্টৰ পৰা ২০ শতাংশ পৰ্যন্ত বৃদ্ধি হ’ব চৰকাৰী চিকিৎসা সেৱা মাচুল

ৰাজ্যবাসীৰ মূৰত মাধমাৰ, ১ আগষ্টৰ পৰা ২০ শতাংশ পৰ্যন্ত বৃদ্ধি হ’ব চৰকাৰী চিকিৎসা সেৱা মাচুল

2 years ago
খান ছাৰৰ অবৈধ সম্পৰ্ক? খান ছাৰৰ বিৰুদ্ধে আৰক্ষীক গোচৰ যুৱতীৰ

খান ছাৰৰ অবৈধ সম্পৰ্ক? খান ছাৰৰ বিৰুদ্ধে আৰক্ষীক গোচৰ যুৱতীৰ

38 minutes ago
আজি এই ৩ ৰাশিৰ বাবে বিশেষ উল্লেখযোগ্য দিন

আজি এই ৩ ৰাশিৰ বাবে বিশেষ উল্লেখযোগ্য দিন

1 hour ago
TNPLত আশ্বৰ্যকৰ ঘটনা, ইনিংছৰ প্ৰথম তিনিটা বলতেই hattrick

TNPLত আশ্বৰ্যকৰ ঘটনা, ইনিংছৰ প্ৰথম তিনিটা বলতেই hattrick

10 hours ago
পিঁয়াজেও নিয়ন্ত্ৰণ কৰিব পাৰে ডায়েবেটিছ

পিঁয়াজেও নিয়ন্ত্ৰণ কৰিব পাৰে ডায়েবেটিছ

10 hours ago
বিদ্যালয়-মহাবিদ্যালয়ৰ নামভৰ্তি প্ৰ-পত্ৰৰ পৰা আঁতৰিব ST, SC, OBCৰ পৃথক স্তম্ভ

বিদ্যালয়-মহাবিদ্যালয়ৰ নামভৰ্তি প্ৰ-পত্ৰৰ পৰা আঁতৰিব ST, SC, OBCৰ পৃথক স্তম্ভ

11 hours ago
বিচনা দাঙিয়েই চকু কপালত উঠিল তদন্তকাৰী দলৰ, আৰু তাৰ পিছত…

বিচনা দাঙিয়েই চকু কপালত উঠিল তদন্তকাৰী দলৰ, আৰু তাৰ পিছত…

11 hours ago
শূন্য দূৰত্বৰ পৰা এইগৰাকী জনপ্ৰিয় কণ্ঠশিল্লীক গু*লীয়াই হ*ত্যা

শূন্য দূৰত্বৰ পৰা এইগৰাকী জনপ্ৰিয় কণ্ঠশিল্লীক গু*লীয়াই হ*ত্যা

12 hours ago
১৮ বছৰ বয়সত কোটি টকাৰ ঋণৰ বোজাৰ পৰা ১৯ হাজাৰ কোটি টকাৰ মালিকলৈ…

১৮ বছৰ বয়সত কোটি টকাৰ ঋণৰ বোজাৰ পৰা ১৯ হাজাৰ কোটি টকাৰ মালিকলৈ…

13 hours ago
ছেকেণ্ড হেণ্ড বস্তু ক্ৰয় কৰাৰ আগতে কৰক এইকেইটা কাম

ছেকেণ্ড হেণ্ড বস্তু ক্ৰয় কৰাৰ আগতে কৰক এইকেইটা কাম

13 hours ago
বৃদ্ধি হ’ব পাৰে সোণৰ দাম কিন্তু কমা নাই গহণা কোম্পানীৰ আয়

বৃদ্ধি হ’ব পাৰে সোণৰ দাম কিন্তু কমা নাই গহণা কোম্পানীৰ আয়

14 hours ago
পুৰুষৰ পৰা মহিলা হোৱা অনায়া বাংগাৰে অষ্ট্ৰেলিয়াৰ হৈ খেলিব নেকি ক্ৰিকেট?

পুৰুষৰ পৰা মহিলা হোৱা অনায়া বাংগাৰে অষ্ট্ৰেলিয়াৰ হৈ খেলিব নেকি ক্ৰিকেট?

15 hours ago
ক’লৈ গ’ল ১০০জনতকৈও অধিক ভাৰতীয় নাগৰিক?

ক’লৈ গ’ল ১০০জনতকৈও অধিক ভাৰতীয় নাগৰিক?

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, August 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

ৰাজ্যবাসীৰ মূৰত মাধমাৰ, ১ আগষ্টৰ পৰা ২০ শতাংশ পৰ্যন্ত বৃদ্ধি হ’ব চৰকাৰী চিকিৎসা সেৱা মাচুল

ৰাজ্যবাসীৰ মূৰত মাধমাৰ, ১ আগষ্টৰ পৰা ২০ শতাংশ পৰ্যন্ত বৃদ্ধি হ’ব চৰকাৰী চিকিৎসা সেৱা মাচুল

editor by editor
July 30, 2024
in অসম, জীৱনশৈলী
0
ৰাজ্যবাসীৰ মূৰত মাধমাৰ, ১ আগষ্টৰ পৰা ২০ শতাংশ পৰ্যন্ত বৃদ্ধি হ’ব চৰকাৰী চিকিৎসা সেৱা মাচুল
0
SHARES
189
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

১ আগষ্টৰ পৰা বৃদ্ধি পাব হাস্পতালৰ পঞ্জীয়ন মাছুল।

২০% বৃদ্ধি হোৱাৰ আশংকা GMCH ৰ পঞ্জীয়ন মাছুল।

লগতে বৃদ্ধি পাব চিটি স্কেন, এম আৰ আই পৰীক্ষাৰ নিৰিখ।

ব্যয়বহুল হৈ পৰিব ৰাজ্যৰ চৰকাৰী চিকিৎসা সেৱা।

স্বাস্থ্য বিভাগৰ পৰা প্ৰস্তুত কৰা হৈছে নতুন তালিকা
GMCH অধ্যক্ষ অচ্যুত বৈশ্যই স্পষ্ট কৰিলে এই কথা৷

২০০২ চনৰ চৰকাৰী নিয়মমতে সেৱা মাচুল লোৱা হয় ৰাজ্যৰ চৰকাৰী হাস্পতালসমূহত৷

সময়ে সময়ে ইয়াৰ সালসলনি হৈ থাকে

সেৱা মাচুল সন্দৰ্ভত চৰকাৰৰ পৰা এখন পত্ৰ আহিছে

কোনটোৰ কিমান দাম হব সেইয়া নিৰ্ধাৰণ কৰিব দিছে চৰকাৰে বুলিও প্ৰকাশ অধ্যক্ষৰ৷

প্ৰতিখন চিকিৎসা মহাবিদ্যালয়লৈ আহিছে এই চৰকাৰী নিৰ্দেশনা৷

অৱশ্যে কোনো হাস্পতালতেই বৰ্তমানলৈকে মাচুল বৃদ্ধি কৰা নাই৷

পৰবৰ্তী সময়ত আলোচনাত বহি সকলোবোৰ স্পষ্ট কৰা হ’ব বুলি জনাই GMCHৰ অধ্যক্ষই৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজি এই ৩ ৰাশিৰ বাবে বিশেষ উল্লেখযোগ্য দিন
জীৱনশৈলী

আজি এই ৩ ৰাশিৰ বাবে বিশেষ উল্লেখযোগ্য দিন

August 27, 2026
পিঁয়াজেও নিয়ন্ত্ৰণ কৰিব পাৰে ডায়েবেটিছ
জীৱনশৈলী

পিঁয়াজেও নিয়ন্ত্ৰণ কৰিব পাৰে ডায়েবেটিছ

August 26, 2026
বিচনা দাঙিয়েই চকু কপালত উঠিল তদন্তকাৰী দলৰ, আৰু তাৰ পিছত…
জীৱনশৈলী

বিচনা দাঙিয়েই চকু কপালত উঠিল তদন্তকাৰী দলৰ, আৰু তাৰ পিছত…

August 26, 2026
ছেকেণ্ড হেণ্ড বস্তু ক্ৰয় কৰাৰ আগতে কৰক এইকেইটা কাম
বাণিজ্য

ছেকেণ্ড হেণ্ড বস্তু ক্ৰয় কৰাৰ আগতে কৰক এইকেইটা কাম

August 26, 2026
Next Post
অশ্বিনী বৈষ্ণৱ ৰে’লমন্ত্ৰী হিচাপে নহয় দুৰ্ঘটনা মন্ত্ৰী হিচাপে সদায়ে স্মৰণীয় হৈ থাকিব! অশ্বিনী বৈষ্ণৱৰ দিনতেই কিয় ইমান ৰে’ল দুৰ্ঘটনা?

অশ্বিনী বৈষ্ণৱ ৰে’লমন্ত্ৰী হিচাপে নহয় দুৰ্ঘটনা মন্ত্ৰী হিচাপে সদায়ে স্মৰণীয় হৈ থাকিব! অশ্বিনী বৈষ্ণৱৰ দিনতেই কিয় ইমান ৰে’ল দুৰ্ঘটনা?

শাওনৰ ৰাজযোগত লাভেই লাভ, এমাহৰ ভিতৰতেই ৬ৰাশিৰ সপোন পূৰণ হ’ব খাটাং

শাওনৰ ৰাজযোগত লাভেই লাভ, এমাহৰ ভিতৰতেই ৬ৰাশিৰ সপোন পূৰণ হ’ব খাটাং

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.