• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১০ লাখ টকাত বিক্ৰী এটা নাৰিকল, কাৰণ জানি আচৰিত হ’ব আপুনি

১০ লাখ টকাত বিক্ৰী এটা নাৰিকল, কাৰণ জানি আচৰিত হ’ব আপুনি

1 year ago
কাইলৈ নাথাকে বিদ্যুৎ! উৎকট গৰমৰ মাজতে বিদ্যুৎ বিভাগৰ আচৰিত সিদ্ধান্ত

কাইলৈ নাথাকে বিদ্যুৎ! উৎকট গৰমৰ মাজতে বিদ্যুৎ বিভাগৰ আচৰিত সিদ্ধান্ত

1 hour ago
Assamese Movie: ‘চুপা চুপি’ আহি আছে! আপুনি চাবলৈ সাজুনে?

Assamese Movie: ‘চুপা চুপি’ আহি আছে! আপুনি চাবলৈ সাজুনে?

2 hours ago
কোনে হেক কৰিলে Cockroach Janta Party ৰ ইনষ্টাগ্ৰাম একাউণ্ট?

কোনে হেক কৰিলে Cockroach Janta Party ৰ ইনষ্টাগ্ৰাম একাউণ্ট?

3 hours ago
তীব্ৰবেগী ৰে’লৰ ক্ষেত্ৰত ডাঙৰ পৰিৱৰ্তন, এতিয়া বাঢ়িব নেকি ৰে’ল কৰ্মচাৰীৰ দৰমহা?

তীব্ৰবেগী ৰে’লৰ ক্ষেত্ৰত ডাঙৰ পৰিৱৰ্তন, এতিয়া বাঢ়িব নেকি ৰে’ল কৰ্মচাৰীৰ দৰমহা?

3 hours ago
বিপদৰ সময়ত ধনৰ অভাৱ? সহায় নিবিচাৰে এই ৫টা ৰাশিৰ লোকে!

বিপদৰ সময়ত ধনৰ অভাৱ? সহায় নিবিচাৰে এই ৫টা ৰাশিৰ লোকে!

4 hours ago
পঁইতা ভাত প্ৰিয় নেকি? এটা ভুলে কৰিব পাৰে বিষ সদৃশ!

পঁইতা ভাত প্ৰিয় নেকি? এটা ভুলে কৰিব পাৰে বিষ সদৃশ!

4 hours ago
সপোনত বাৰে বাৰে শনি দেৱৰ দৰ্শন, এয়া ভাগ্য উদয় নে বিপদৰ আগমণৰ ইংগিত?

সপোনত বাৰে বাৰে শনি দেৱৰ দৰ্শন, এয়া ভাগ্য উদয় নে বিপদৰ আগমণৰ ইংগিত?

5 hours ago
২ জুনত নিশাৰ ভিতৰতে সলনি হ’ব ৪ ৰাশিৰ ভাগ্য, হ’ব আৰ্থিক লাভ!

২ জুনত নিশাৰ ভিতৰতে সলনি হ’ব ৪ ৰাশিৰ ভাগ্য, হ’ব আৰ্থিক লাভ!

6 hours ago
গোপনে বিবাহপাশত আৱদ্ধ হ’ল নেকি কংগনা ৰাণাৱট? ডিঙিৰ মংগলসূত্ৰই লগালে হাহাকাৰ!

গোপনে বিবাহপাশত আৱদ্ধ হ’ল নেকি কংগনা ৰাণাৱট? ডিঙিৰ মংগলসূত্ৰই লগালে হাহাকাৰ!

7 hours ago
ক ণ্ডমৰ মূল্য হ’ব নেকি বৃদ্ধি? মধ্যপ্ৰাচ্যৰ সৈতে ইয়াৰ সম্পৰ্ক কি জানক

ক ণ্ডমৰ মূল্য হ’ব নেকি বৃদ্ধি? মধ্যপ্ৰাচ্যৰ সৈতে ইয়াৰ সম্পৰ্ক কি জানক

8 hours ago
কেন্দ্ৰীয় কৰ্মচাৰীৰ মৌলিক দৰমহা ১৮ হাজাৰৰ পৰা ৬৯ হাজাৰলৈ বৃদ্ধি পাব নেকি?

8th Pay Commission: শীঘ্ৰে অনুষ্ঠিত হ’ব অষ্টম দৰমহা আয়োগৰ বৈঠক, দৰমহা আৰু পেঞ্চনৰ আহিব ডাঙৰ আপডেট

8 hours ago
ডাকঘৰৰ MIS আঁচনিত এবাৰ কৰক ১৫ লাখ টকা বিনিয়োগ, প্ৰতিমাহে উপাৰ্জন কৰিব ধন

ডাকঘৰৰ MIS আঁচনিত এবাৰ কৰক ১৫ লাখ টকা বিনিয়োগ, প্ৰতিমাহে উপাৰ্জন কৰিব ধন

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, May 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

১০ লাখ টকাত বিক্ৰী এটা নাৰিকল, কাৰণ জানি আচৰিত হ’ব আপুনি

editor by editor
April 20, 2025
in বিবিধ, বিশ্ব, ভাৰত
0
১০ লাখ টকাত বিক্ৰী এটা নাৰিকল, কাৰণ জানি আচৰিত হ’ব আপুনি
0
SHARES
273
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

১০ লাখ টকাত বিক্ৰী এটা নাৰিকল, কাৰণ জানি আচৰিত হ’ব আপুনি

যি নাৰিকল আমি সাধাৰণতে ৫০ৰ পৰা ১০০ টকাৰ ভিতৰত ক্ৰয় কৰো, সেই একেই নাৰিকল এটা বিক্ৰী হৈছে ১০ লাখ টকাত। তাকো কোনো অন্য দেশত নহয়, এইখন ভাৰতবৰ্ষতেই ১০ লাখত বিক্ৰী এটা নাৰিকল।

বিশ্বাস কৰিবলৈ কিছু টান হ’লেও এয়া সত্য, গোৱাত এক নিলামত নাৰিকলটো বিক্ৰী হয় এইদৰে বহু লাখ টকাত। জানিব পৰা মতে, – গোৱাৰ কোৰগাওত শ্ৰী দেৱ ৰঘুগোনশ্বেটক আগবঢ়োৱা হৈছিল ই নাৰিকল। মন্দিৰৰ বাৰ্ষিক উৎসৱৰ সময়ত নিলাম কৰা হৈছিল সেই নাৰিকল।

প্ৰতি বছৰে এপ্ৰিল মাহৰ বিকাশ সংকতি চতুৰ্থীৰ দিনা কোৰগাওত এই উৎসৱ পালন কৰা হয়। উৎসৱৰ সময়ত মানুহে ফলমূলৰ বাহিৰেও অন্যান্য সামগ্ৰী আগবঢ়ায়, যিবোৰ পিছত মন্দিৰ সমিতিৰ দ্বাৰা নিলাম কৰা হয়। কিন্তু এই পাঁচদিনীয়া উৎসৱৰ মূল আকৰ্ষণ হৈছে শ্ৰী দেৱ ৰঘুগোংছেটৰ সত্যনাৰায়ণ মহাপূজাৰ সময়ত আগবঢ়োৱা পবিত্ৰ নাৰিকলৰ নিলাম।

সূত্ৰসমূহে জনোৱা মতে, বেছিভাগেই শ্বেট্য়ে বংশৰ সদস্যই নিলামত জয়ী হয়। এইবাৰ তামোলৰ নিলামৰ মূল্য আছিল ১০ লাখ টকা। যোৱা বছৰ নিলামৰ মূল্য আছিল ১১ লাখ টকা। যি ব্যক্তিয়ে এই নাৰিকল কিনে, পিছত এই পবিত্ৰ নাৰিকল সেই লোকৰ ঘৰত পূজা কৰা হয়।

পাছত নিলামৰ পৰা সংগ্ৰহ কৰা ধন মন্দিৰৰ কাম-কাজ, যেনে মন্দিৰৰ ৰক্ষণাবেক্ষণ আৰু নিৰ্মাণৰ কামত ব্যৱহাৰ কৰা হয়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: coconut auctionGoaGoa temple
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈ নাথাকে বিদ্যুৎ! উৎকট গৰমৰ মাজতে বিদ্যুৎ বিভাগৰ আচৰিত সিদ্ধান্ত
অসম

কাইলৈ নাথাকে বিদ্যুৎ! উৎকট গৰমৰ মাজতে বিদ্যুৎ বিভাগৰ আচৰিত সিদ্ধান্ত

May 23, 2026
Assamese Movie: ‘চুপা চুপি’ আহি আছে! আপুনি চাবলৈ সাজুনে?
বিনোদন

Assamese Movie: ‘চুপা চুপি’ আহি আছে! আপুনি চাবলৈ সাজুনে?

May 23, 2026
কোনে হেক কৰিলে Cockroach Janta Party ৰ ইনষ্টাগ্ৰাম একাউণ্ট?
প্ৰযুক্তি

কোনে হেক কৰিলে Cockroach Janta Party ৰ ইনষ্টাগ্ৰাম একাউণ্ট?

May 23, 2026
তীব্ৰবেগী ৰে’লৰ ক্ষেত্ৰত ডাঙৰ পৰিৱৰ্তন, এতিয়া বাঢ়িব নেকি ৰে’ল কৰ্মচাৰীৰ দৰমহা?
বাণিজ্য

তীব্ৰবেগী ৰে’লৰ ক্ষেত্ৰত ডাঙৰ পৰিৱৰ্তন, এতিয়া বাঢ়িব নেকি ৰে’ল কৰ্মচাৰীৰ দৰমহা?

May 23, 2026
Next Post
বিচ্ছেদ হ’ল নেকি ছাৰা টেণ্ডুলকাৰ-শুভমন গিলৰ? এজনে আনজনক আনফ’ল’

বিচ্ছেদ হ’ল নেকি ছাৰা টেণ্ডুলকাৰ-শুভমন গিলৰ? এজনে আনজনক আনফ’ল’

দক্ষিণৰ ছুপাৰষ্টাৰ ধনুশৰ শ্বুটিংথলীত ভয়ংকৰ অগ্নিকাণ্ড, হাহাকাৰ পৰিস্থিতি

দক্ষিণৰ ছুপাৰষ্টাৰ ধনুশৰ শ্বুটিংথলীত ভয়ংকৰ অগ্নিকাণ্ড, হাহাকাৰ পৰিস্থিতি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.