• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দক্ষিণৰ ছুপাৰষ্টাৰ ধনুশৰ শ্বুটিংথলীত ভয়ংকৰ অগ্নিকাণ্ড, হাহাকাৰ পৰিস্থিতি

দক্ষিণৰ ছুপাৰষ্টাৰ ধনুশৰ শ্বুটিংথলীত ভয়ংকৰ অগ্নিকাণ্ড, হাহাকাৰ পৰিস্থিতি

1 year ago
বলীডত চুম্বনৰ দৃশ্য! অন্তৰংগ দৃশ্যৰ বাবে আজিও চৰ্চাত এইকেইখন ছবি

বলীডত চুম্বনৰ দৃশ্য! অন্তৰংগ দৃশ্যৰ বাবে আজিও চৰ্চাত এইকেইখন ছবি

4 minutes ago
একেহাৰে বন্ধ থাকিব বেংক, আজিয়েই পৰীক্ষা কৰক বন্ধৰ তালিকা

বন্ধ থাকিব বেংক, শীঘ্ৰে কৰক আপোনাৰ গুৰুত্বপূৰ্ণ কাম!

41 minutes ago
ফাইনেলৰ প্ৰথম ৫৫ মিনিট মেছিৰ বাবে কিয় গুৰুত্বপূৰ্ণ?

ফাইনেলৰ প্ৰথম ৫৫ মিনিট মেছিৰ বাবে কিয় গুৰুত্বপূৰ্ণ?

1 hour ago
মাহেকীয়াত Pain Killer সেৱনে মাতৃ হোৱাৰ সপোন শেষ কৰে নেকি?

খাদ্য খোৱাৰ পিছত পেট বিষ? সজাগ হওক, অৱহেলা নকৰিব এনে লক্ষণক

2 hours ago
বৃষকে ধৰি এই ৫টা ৰাশিৰ আহিব সোণালী সময়, সলনি হ’ব ভাগ্য!

বৃষকে ধৰি এই ৫টা ৰাশিৰ আহিব সোণালী সময়, সলনি হ’ব ভাগ্য!

3 hours ago
আপুনি ১০০% হোৱালৈ স্মাৰ্টফোন চাৰ্জ দিয়ে নেকি? এই ভুলে মাতিব ডাঙৰ বিপদ!

আপুনি ১০০% হোৱালৈ স্মাৰ্টফোন চাৰ্জ দিয়ে নেকি? এই ভুলে মাতিব ডাঙৰ বিপদ!

3 hours ago
হঠাৎ অচল হৈ পৰিছে ফেচবুক, আপুনিও হৈছে নেকি সমস্যাৰ সন্মুখীন?

হঠাৎ অচল হৈ পৰিছে ফেচবুক, আপুনিও হৈছে নেকি সমস্যাৰ সন্মুখীন?

5 hours ago
শাওনৰ প্ৰথম সোমবাৰ কেতিয়া? ভুলতো নকৰিব এইবোৰ কাম!

শাওনৰ প্ৰথম সোমবাৰ কেতিয়া? ভুলতো নকৰিব এইবোৰ কাম!

5 hours ago
সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?

পুনৰ হ্ৰাস পালে নেকি সোণৰ মূল্য? ক্ৰয় কৰাৰ পূৰ্বে জানি লওক মূল্য

7 hours ago
শুকান আৰু নিৰ্জীৱ ছালৰ যতন কেনেদৰে ল’ব? জানক

ফেছ ৱাচ নহয়, এইকেইবিধ সামগ্ৰীৰে বঢ়াওক মুখৰ উজ্জ্বলতা

20 hours ago
নিব্বা-নিব্বি শব্দটো ক’ৰ পৰা আহিছে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

নিব্বা-নিব্বি শব্দটো ক’ৰ পৰা আহিছে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

20 hours ago
বজাৰলৈ আহিব ১০ আৰু ২০ টকীয়া প্লাষ্টিক নোট, নচলিব নেকি পুৰণি কাগজৰ নোট?

বজাৰলৈ আহিব ১০ আৰু ২০ টকীয়া প্লাষ্টিক নোট, নচলিব নেকি পুৰণি কাগজৰ নোট?

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, July 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

দক্ষিণৰ ছুপাৰষ্টাৰ ধনুশৰ শ্বুটিংথলীত ভয়ংকৰ অগ্নিকাণ্ড, হাহাকাৰ পৰিস্থিতি

editor by editor
April 20, 2025
in চিনেমা, জীৱনশৈলী, বিনোদন, বিবিধ, বিশ্ব, ভাৰত
0
দক্ষিণৰ ছুপাৰষ্টাৰ ধনুশৰ শ্বুটিংথলীত ভয়ংকৰ অগ্নিকাণ্ড, হাহাকাৰ পৰিস্থিতি
0
SHARES
124
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দক্ষিণৰ ছুপাৰষ্টাৰ ধনুশৰ শ্বুটিংথলীত ভয়ংকৰ অগ্নিকাণ্ড, হাহাকাৰ পৰিস্থিতি

দক্ষিণৰ ছুপাৰষ্টাৰ ধনুশে বৰ্তমান তেওঁৰ আগন্তুক ছবি ‘ইডলী কড়াই’ৰ শ্বুটিং কৰি আছে। শনিবাৰে তামিলনাডুৰ থেনি চহৰৰ সমীপৰ অনুপট্টি গাঁৱত ছবিখনৰ বাবে এটা চেট স্থাপন কৰা হৈছিল, সেই শ্বুটিংথলীতেই আজি দেওবাৰে ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়।

দপদপাই উঠে জুইৰ শিখা, পাছলৈ অধিক তীব্ৰ হৈ পৰে পৰিস্থিতি। কিন্তু সৌভাগ্যক্ৰমে কোনো লোকৰে ক্ষয় ক্ষতি হোৱা নাই এই দুৰ্ঘটনাত। অগ্নিকাণ্ড সংঘটিত হোৱাৰ লগে লগে উদ্ধাৰকাৰী দলে ঘটনাস্থলীত উপস্থিত হৈ অগ্নিকাণ্ড নিয়ন্ত্ৰণলৈ আনে।

জানিব পৰা অনুসৰি, অগ্নিকাণ্ড সংঘটিত হোৱাৰ পিছত শ্বুটিংথলীত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয়। ভয়তে সকলো মানুহৰ মাজত হাহকাৰ পৰিস্থিতিৰ সৃষ্টি হয়।

বৰ্তমানে সেই ভয়ংকৰ অগ্নিকাণ্ডৰ ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

উল্লেখ্য যে, এই ছবিখন নিজেই প্ৰযোজনা কৰিছে ধনুশে। ইয়াৰ উপৰি নিজেই ছবিখনত মুখ্য চৰিত্ৰত অভিনয়ো কৰিছে। অগ্নিকাণ্ডৰ সময়ত ধনুশো ঘটনাস্থলীত উপস্থিত আছিল। অৱশ্যে এতিয়া অগ্নিকাণ্ড সম্পূর্ণ নিয়ন্ত্রণ কৰা হৈছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: dhanushfireMassive fireMovie ShootingSouth Superstar
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বলীডত চুম্বনৰ দৃশ্য! অন্তৰংগ দৃশ্যৰ বাবে আজিও চৰ্চাত এইকেইখন ছবি
বিনোদন

বলীডত চুম্বনৰ দৃশ্য! অন্তৰংগ দৃশ্যৰ বাবে আজিও চৰ্চাত এইকেইখন ছবি

July 19, 2026
একেহাৰে বন্ধ থাকিব বেংক, আজিয়েই পৰীক্ষা কৰক বন্ধৰ তালিকা
বাণিজ্য

বন্ধ থাকিব বেংক, শীঘ্ৰে কৰক আপোনাৰ গুৰুত্বপূৰ্ণ কাম!

July 19, 2026
ফাইনেলৰ প্ৰথম ৫৫ মিনিট মেছিৰ বাবে কিয় গুৰুত্বপূৰ্ণ?
বিনোদন

ফাইনেলৰ প্ৰথম ৫৫ মিনিট মেছিৰ বাবে কিয় গুৰুত্বপূৰ্ণ?

July 19, 2026
মাহেকীয়াত Pain Killer সেৱনে মাতৃ হোৱাৰ সপোন শেষ কৰে নেকি?
জীৱনশৈলী

খাদ্য খোৱাৰ পিছত পেট বিষ? সজাগ হওক, অৱহেলা নকৰিব এনে লক্ষণক

July 19, 2026
Next Post
প্ৰেমৰ ক্ষেত্ৰত মনৰ সলনি মগজুৰ ব্যৱহাৰ কৰে ৪ ৰাশি লোকে

প্ৰেমৰ ক্ষেত্ৰত মনৰ সলনি মগজুৰ ব্যৱহাৰ কৰে ৪ ৰাশি লোকে

সম্পূৰ্ণ গ্ৰীণ এনাৰ্জীৰে চলিব লগা বিশ্বৰ প্ৰথমখন চহৰ হ’বলৈ গৈ আছে ভাৰতৰ এইখন ঠাই

সম্পূৰ্ণ গ্ৰীণ এনাৰ্জীৰে চলিব লগা বিশ্বৰ প্ৰথমখন চহৰ হ'বলৈ গৈ আছে ভাৰতৰ এইখন ঠাই

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.