নিম্নগামী গৈছে সোণৰ দাম, জানক আপোনাৰ চহৰত কিমান হ্ৰাস পালে মূল্য
লাখৰ ঘৰ স্পৰ্শ কৰা সোণৰ মূল্য নিম্নগামী হৈছে। মে’ মাহৰ পৰা ক্ৰমে হ্ৰাস পাবলৈ ধৰিছে সোণৰ দাম। যি সময়ত সোণ ক্ৰয় কৰাৰ বাবে গ্ৰাহকে বহু টকা খৰচ কৰাৰ বাবে চিন্তাত আছিল , সেই সময়ত আহিছে সুখবৰ। হ্ৰাস পাইছে সোণৰ মূল্য।
বিশেষজ্ঞসকলৰ মতে ভাৰতত সোণ-ৰূপৰ মূল্য আন্তঃৰাষ্ট্ৰীয় বজাৰ, আমদানি শুল্ক, চৰকাৰী কৰ, আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল ডলাৰ আৰু টকাৰ বিনিময় হাৰৰ ওপৰত নিৰ্ভৰ কৰে।
ইয়াৰ উপৰিও ভাৰতত সোণৰ সাংস্কৃতিক আৰু পাৰিবাৰিক তাৎপৰ্য্যইও ইয়াৰ চাহিদাক আগুৱাই লৈ যায়, বিশেষকৈ বিয়া আৰু উৎসৱৰ বতৰত।
বৰ্তমানে গুৱাহাটীত সোণৰ মূল্য
২৪ কেৰেটত-
১ গ্ৰাম- ৯৫৫১ টকা
৮ গ্ৰাম- ৭৬,৪০৮ টকা
১০ গ্ৰাম- ৯৫,৫১০ টকা
২২ কেৰেট-
১ গ্ৰাম-৮৭৫৫ টকা
৮ গ্ৰাম- ৭০,০৪০ টকা
১০ গ্ৰাম- ৮৭,৫৫০ টকা
১৮ কেৰেট-
১ গ্ৰাম- ৭১৬৪ টকা
৮ গ্ৰাম- ৫৭,৩৪৪ টকা
১০ গ্ৰাম- ৭১,৬৮০ টকা
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















