• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিশ্বত্ৰাসী লাডেনৰ পৰিয়াল কিমান ডাঙৰ আছিল জানেনে, ৫২ ভাই-ভনী, ৬ পত্নী…

বিশ্বত্ৰাসী লাডেনৰ পৰিয়াল কিমান ডাঙৰ আছিল জানেনে, ৫২ ভাই-ভনী, ৬ পত্নী…

1 year ago
বাংলাদেশত পুনৰ হিন্দু পূজাৰীক নিৰ্যাতন!

বাংলাদেশত পুনৰ হিন্দু পূজাৰীক নিৰ্যাতন!

8 hours ago
oily skinত ভুলতো এই ৪টা বস্তু নলগাব, নহ’লে নষ্ট হ’ব পাৰে আপোনাৰ ছাল

oily skinত ভুলতো এই ৪টা বস্তু নলগাব, নহ’লে নষ্ট হ’ব পাৰে আপোনাৰ ছাল

9 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! এই ৫টা ৰাশিৰ বাবে জুলাই মাহটো হ’ব শ্ৰেষ্ঠ মাহ!

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! এই ৫টা ৰাশিৰ বাবে জুলাই মাহটো হ’ব শ্ৰেষ্ঠ মাহ!

9 hours ago
UNৰ ভয়ংকৰ প্ৰতিবেদন! আচিৰেই দৰিদ্ৰ সীমাৰেখাৰ তললৈ যাব ৪.৫ কোটি লোক !

UNৰ ভয়ংকৰ প্ৰতিবেদন! আচিৰেই দৰিদ্ৰ সীমাৰেখাৰ তললৈ যাব ৪.৫ কোটি লোক !

10 hours ago
সামান্য সমস্যাতে ঔষধ খায় নেকি? এই অভ্যাসে আনিব পাৰে ভয়ংকৰ বিপদ

সামান্য সমস্যাতে ঔষধ খায় নেকি? এই অভ্যাসে আনিব পাৰে ভয়ংকৰ বিপদ

11 hours ago
ইংলেণ্ডৰ বিৰুদ্ধে আজি সুযোগ পাব নেকি বৈভৱ সূৰ্যবংশীয়ে? বৈভৱৰ বিশেষ ইংগিত

ইংলেণ্ডৰ বিৰুদ্ধে আজি সুযোগ পাব নেকি বৈভৱ সূৰ্যবংশীয়ে? বৈভৱৰ বিশেষ ইংগিত

11 hours ago
Callৰ বিপৰীতে মেছেজ কৰাটোহে বেছি পছন্দ কৰে নেকি? কিয় এনে হয় জানেনে?

Callৰ বিপৰীতে মেছেজ কৰাটোহে বেছি পছন্দ কৰে নেকি? কিয় এনে হয় জানেনে?

12 hours ago
ঘাম ওলালেই শৰীৰ পৰা দুৰ্গন্ধ আহে নেকি? হ’ব পাৰে এই ৰোগৰ লক্ষণ

ঘাম ওলালেই শৰীৰ পৰা দুৰ্গন্ধ আহে নেকি? হ’ব পাৰে এই ৰোগৰ লক্ষণ

13 hours ago
যধে-মধে ঘৰত Dream Catcher ওলোমাই থলে হ’ব পাৰে বিপদ!

যধে-মধে ঘৰত Dream Catcher ওলোমাই থলে হ’ব পাৰে বিপদ!

14 hours ago
Marriage Registration পৰ্যাপ্ত নহয়, মাংগলিক ৰীতিৰেও সম্পন্ন হ’ব লাগিব বিৱাহ

Marriage Registration পৰ্যাপ্ত নহয়, মাংগলিক ৰীতিৰেও সম্পন্ন হ’ব লাগিব বিৱাহ

14 hours ago
দীৰ্ঘদিনীয়া সম্পত্তিৰ সমস্যা আজি হ’ব পাৰে নিষ্পত্তি

দীৰ্ঘদিনীয়া সম্পত্তিৰ সমস্যা আজি হ’ব পাৰে নিষ্পত্তি

16 hours ago
জুলাই মাহটো আপোনাৰ কেনে যাব?

জুলাই মাহটো আপোনাৰ কেনে যাব?

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, July 2, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বিশ্বত্ৰাসী লাডেনৰ পৰিয়াল কিমান ডাঙৰ আছিল জানেনে, ৫২ ভাই-ভনী, ৬ পত্নী…

editor by editor
May 4, 2025
in জীৱনশৈলী, বিবিধ, বিশ্ব
0
বিশ্বত্ৰাসী লাডেনৰ পৰিয়াল কিমান ডাঙৰ আছিল জানেনে, ৫২ ভাই-ভনী, ৬ পত্নী…
0
SHARES
255
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিশ্বত্ৰাসী লাডেনৰ পৰিয়াল কিমান ডাঙৰ আছিল জানেনে, ৫২ ভাই-ভনী, ৬ পত্নী…

এসময়ত সমগ্ৰ বিশ্বৰ বাবে সন্ত্ৰাস সৃ্ষ্টি কৰ্তা আছিল ওছামা বিন লাডেন। সেই লাডেনেই আমেৰিকাত ২০০১ চনৰ ছেপ্টেম্বৰ মাহৰ ৯তাৰিখে আক্ৰমণ চলাই সকলোকে আতংকিত কৰি তুলিছিল। আমেৰিকাৰ ৱৰ্ল্ড ট্ৰেড চেণ্টাৰৰ টুইন টাৱাৰত কৰা আক্ৰমণত নিহত হৈছিল ২৯৯৬ গৰাকী লোক লগতে আহত হৈছিল বহু হাজাৰ লোক।

সেই লাডেনকেই আমেৰিকাই ২০১১ চনৰ ২ মে’ তাৰিখে এক বিশেষ অভিযানৰ অন্তত শেষ কৰিছিল। মৃত্যিৰ সময়ত এগৰাকী পত্নীৰ সৈতে আছিল লাডেন, পত্নীৰ সৈতেই নিহত হৈছিল।

বিশ্বত্ৰাসী সেই ওছামা বিন লাডেনৰ সম্পূৰ্ণ নাম আছিল ওছামা বিন মহম্মদ বিন আৱাদ বিন লাডেন। ১৯৫৭ চনৰ ১০ মাৰ্চত জন্মগ্ৰহণ কৰা লাডেন মূলতঃ ছৌদি আৰৱৰ। লাডেৰ ৫২ গৰাকী ভাই-ভনী আছিল। লাডেন আছিল তেওঁৰ পিতৃ-মাতৃৰ ১৭ সংখ্যক সন্তান।

লাডেনৰ পিতৃৰ চৌদি আৰৱত নিৰ্মাণ ব্যৱসায় আছিল আৰু সেই সময়ত তেওঁ আছিল চৌদি আৰৱৰ আটাইতকৈ ডাঙৰ নিৰ্মাণ ব্যৱসায়ী। লাডেনৰ পিতৃ ইমানেই ধনী আছিল যে সেই সময়তে ৮ কোটি ডলাৰ অৰ্থাৎ প্ৰায় সাত বিলিয়ন টকাৰ সম্পত্তিৰ অধিকাৰী আছিল।

শিক্ষাৰ ফালৰ পৰা ওছামা বিন লাডেন আৰম্ভণিৰে পৰাই পঢ়া-শুনাত বহুত ভাল আছিল। ১৯৭৯ চনত জেদ্দাৰ কিং আব্দুল আজিজ বিশ্ববিদ্যালয়ৰ পৰা চিভিল ইঞ্জিনিয়াৰিঙৰ অধ্যয়ন সম্পূৰ্ণ কৰিছিল। বিশ্ববিদ্যালয়ৰ পঢ়াৰ সময়তে উগ্ৰ মুছলমানসকলৰ লগত সম্পৰ্ক স্থাপন কৰিবলৈ আৰম্ভ কৰে লাডেনে।

বিবাহৰ ক্ষেত্ৰত বহু কেইবাৰ বিবাহৰ বান্ধোনত বান্ধ খাইছিল লাডেন। ১৯৭৪ চনত ১৭ বছৰ বয়সত প্ৰথমবাৰৰ বাবে বিয়া হৈছিল ওছামা বিন লাডেনে। লাডেনৰ প্ৰেম বিবাহ হৈছিল ছিৰিয়াৰ বাসিন্দা নাজৱা নামৰ এগৰাকীৰ সৈতে।

নাজৱাৰ সৈতে বহুতো সন্তান আছিল লাডেনৰ, নাম আছিল আব্দুল্লা, আব্দুল ৰহমান, সাদ, ওমৰ, উছমান, মহম্মদ, ফাতিমা, ইমান, লাদিন বাকিৰ, ৰুকায়া আৰু নূৰ। ৯/১১ৰ আক্ৰমণৰ পূৰ্বে লাডেন আৰু নাজৱা পৃথক হৈছিল।

১৯৮৩ চনত খাদিজাক বিয়া কৰাইছিল আৰু ১৯৯৫ চনত তেওঁলোকৰো বিবাহ বিচ্ছেদ হৈছিল। খাদিজাৰ সন্তানৰ নাম আছিল আলী, আমেৰ আৰু আলিছা।

১৯৮৫ চনত লাডেনে খাইৰিয়াৰ সৈতে বিবাহপাশত আবদ্ধ হয় আৰু ২০১১ চনত তেওঁৰ মৃত্যু হয়। খাইৰিয়াৰ হামজা নামৰ এটা সন্তান জন্ম হয়।

১৯৮৭ চনত বিন লাডেনে ছিহামৰ সৈতে বিবাহপাশত আবদ্ধ হয় আৰু তেওঁলোকৰ তিনিটা সন্তান জন্ম হয়। ১৯৯৬ চনত আন এগৰাকী মহিলাক বিয়া কৰাইছিল। ২০০০ চনত শেষবাৰৰ বাবে লাডেনে অমলৰ সৈতে বিবাহপাশত আবদ্ধ হয়। অমলৰ সৈতে সন্তান জন্ম পাই- ছাইফিয়া, আছিয়া, ইব্ৰাহিম, জৈনাব আৰু হুছেইন।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: LadenLaden Familyosama bin laden
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বাংলাদেশত পুনৰ হিন্দু পূজাৰীক নিৰ্যাতন!
অপৰাধ

বাংলাদেশত পুনৰ হিন্দু পূজাৰীক নিৰ্যাতন!

July 1, 2026
oily skinত ভুলতো এই ৪টা বস্তু নলগাব, নহ’লে নষ্ট হ’ব পাৰে আপোনাৰ ছাল
জীৱনশৈলী

oily skinত ভুলতো এই ৪টা বস্তু নলগাব, নহ’লে নষ্ট হ’ব পাৰে আপোনাৰ ছাল

July 1, 2026
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! এই ৫টা ৰাশিৰ বাবে জুলাই মাহটো হ’ব শ্ৰেষ্ঠ মাহ!
জীৱনশৈলী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! এই ৫টা ৰাশিৰ বাবে জুলাই মাহটো হ’ব শ্ৰেষ্ঠ মাহ!

July 1, 2026
UNৰ ভয়ংকৰ প্ৰতিবেদন! আচিৰেই দৰিদ্ৰ সীমাৰেখাৰ তললৈ যাব ৪.৫ কোটি লোক !
বিশ্ব

UNৰ ভয়ংকৰ প্ৰতিবেদন! আচিৰেই দৰিদ্ৰ সীমাৰেখাৰ তললৈ যাব ৪.৫ কোটি লোক !

July 1, 2026
Next Post
ভাৰতৰ বিৰোধী মন্তব্যৰ পাছতে খোলোচা, ভাৰতীয় সেনাৰ হাতত নিহত হৈছিল শ্বাহিদ আফ্ৰিদীৰ ভাতৃ

ভাৰতৰ বিৰোধী মন্তব্যৰ পাছতে খোলোচা, ভাৰতীয় সেনাৰ হাতত নিহত হৈছিল শ্বাহিদ আফ্ৰিদীৰ ভাতৃ

আজিয়ে সলনি কৰক এই অভ্যাস, অন্যথা মগজু হৈ পৰিব পংগু

আজিয়ে সলনি কৰক এই অভ্যাস, অন্যথা মগজু হৈ পৰিব পংগু

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.