• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আজিয়ে সলনি কৰক এই অভ্যাস, অন্যথা মগজু হৈ পৰিব পংগু

আজিয়ে সলনি কৰক এই অভ্যাস, অন্যথা মগজু হৈ পৰিব পংগু

1 year ago
‘ধনীৰ ভগৱান ৰাম, দুখীয়াৰ ভগৱান শিৱ’

‘ধনীৰ ভগৱান ৰাম, দুখীয়াৰ ভগৱান শিৱ’

1 hour ago
ক্ষুব্ধ উৰ্বশী ৰৌটেলা, ৭০০০ কোটি টকা ক্ষতিপূৰণৰ দাবী

ক্ষুব্ধ উৰ্বশী ৰৌটেলা, ৭০০০ কোটি টকা ক্ষতিপূৰণৰ দাবী

1 hour ago
৭ টা সুৰক্ষা সীমা অতিক্ৰম পৃথিৱীৰ, আৰু দুটা সীমা পাৰ কৰিলেই বিপদ অনিবাৰ্য

৭ টা সুৰক্ষা সীমা অতিক্ৰম পৃথিৱীৰ, আৰু দুটা সীমা পাৰ কৰিলেই বিপদ অনিবাৰ্য

2 hours ago
ক্ষতিগ্ৰস্ত হাওঁফাওঁ পুনৰ সুস্থ অৱস্থালৈ আনিব পাৰেনে?

ক্ষতিগ্ৰস্ত হাওঁফাওঁ পুনৰ সুস্থ অৱস্থালৈ আনিব পাৰেনে?

2 hours ago
কিশোৰীৰে অপকৰ্ম ৩ লম্পটৰ, ভিডিঅ’ ভাইৰেলৰ ভাবুকিৰে ব্লেকমেইলিং

কিশোৰীৰে অপকৰ্ম ৩ লম্পটৰ, ভিডিঅ’ ভাইৰেলৰ ভাবুকিৰে ব্লেকমেইলিং

3 hours ago
পিতৃ-পুত্ৰসহ একেটা পৰিয়ালৰে ৫জন লোকৰ সলিল সমাধি

পিতৃ-পুত্ৰসহ একেটা পৰিয়ালৰে ৫জন লোকৰ সলিল সমাধি

3 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! অক্টোবৰত এই ৪ ৰাশিৰ ভাগ্য সলনিৰ ইংগিত

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! অক্টোবৰত এই ৪ ৰাশিৰ ভাগ্য সলনিৰ ইংগিত

4 hours ago
বিকৃত মানসিকতাৰে ভৰি আছিল নেকি আছিকৰ মগজু?

নিমিষা হত্যাকাণ্ডৰ নিশা কি ভয়ংকৰ কাণ্ড সংঘটিত কিৰিছিল মিণ্টু আলীয়ে

5 hours ago
সাংস্কৃতিক নগৰীত লাজ লগা কাৰবাৰ!

সাংস্কৃতিক নগৰীত লাজ লগা কাৰবাৰ!

6 hours ago
অসমীয়াক ভালকৈ টুপি পিন্ধালে ৰবি তেজাই!

অসমীয়াক ভালকৈ টুপি পিন্ধালে ৰবি তেজাই!

6 hours ago
জুবিন গাৰ্গৰ দুই দেহৰক্ষীৰ জামিন লাভ

জুবিন গাৰ্গৰ দুই দেহৰক্ষীৰ জামিন লাভ

6 hours ago
যুৱ-সাধকৰ মৃ*ত্যুৰ পিছত তীব্ৰ বিতৰ্কত প্ৰেমানন্দ মহাৰাজ

যুৱ-সাধকৰ মৃ*ত্যুৰ পিছত তীব্ৰ বিতৰ্কত প্ৰেমানন্দ মহাৰাজ

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আজিয়ে সলনি কৰক এই অভ্যাস, অন্যথা মগজু হৈ পৰিব পংগু

editor by editor
May 4, 2025
in জীৱনশৈলী, বিনোদন, বিবিধ, স্বাস্থ্য
0
আজিয়ে সলনি কৰক এই অভ্যাস, অন্যথা মগজু হৈ পৰিব পংগু
0
SHARES
659
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আজিয়ে সলনি কৰক এই অভ্যাস, অন্যথা মগজু হৈ পৰিব পংগু

আমি আমাৰ শৰীৰৰ – স্বাস্থ্যৰ ভালদৰে যত্ন লওঁ। হৃদযন্ত্ৰ আৰু হাওঁফাওঁ সুস্থ কৰি ৰাখিবলৈ বহুতো ব্যৱস্থা লোৱাৰ চেষ্টা কৰা হয়। কিন্তু আমি আমাৰ মানসিক স্বাস্থ্যৰ যত্ন ল’বলৈ পাহৰি যাওঁ। মগজু আমাৰ শৰীৰৰ অন্যতম গুৰুত্বপূৰ্ণ অংগ, যিয়ে আমাৰ সম্পূৰ্ণ শৰীৰ প্ৰতিটো সময়তে সুস্থ ভাৱে পৰিচালনা কৰে।

কিন্তু তথাপিও আমি কেতিয়াও নাভাবো যে এই মগজু কেনেকৈ সুস্থ কৰি ৰাখিব পাৰি। কেৱল কেইটামান বদ অভ্যাস ত্যাগ কৰিলেই সুস্থ হৈ থাকিব আমাৰ মগজু।

টোপনি-
পৰ্যাপ্ত পৰিমাণে নুশুৱা মগজুৰ বাবে অত্যন্ত বিপদজনক। যেতিয়া আপুনি পৰ্যাপ্ত পৰিমাণে নুশুব তেতিয়া মগজুৱে জিৰণি লোৱাৰ সুযোগ নাপায় আৰু দিনটোৰ ভাগৰুৱা অৱস্থাৰ পৰা সুস্থ হৈ নুঠে। ইয়াৰ ফলত স্মৃতিশক্তি হেৰুৱা, মেজাজৰ পৰিৱৰ্তন আদি গুৰুতৰ সমস্যাৰ সৃষ্টি হ’ব পাৰে। কিছুমান গৱেষণাৰ পৰা দেখা গৈছে যে টোপনিৰ অভাৱত ডিমেনচিয়াৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে। যদি আপুনি আপোনাৰ মগজুক সুৰক্ষা দিব বিচাৰে তেন্তে প্ৰতি নিশা কমেও সাত ঘণ্টা টোপনিৰ লক্ষ্য ৰাখক।

ধুমপান-
ধূমপান কেৱল মগজুৰ বাবেই নহয় স্বাস্থ্যৰ বাবেও বিপদজনক। ধূমপান কৰিলে ৰক্তবাহী নলীৰ ক্ষতি হয় আৰু প্ৰদাহ হয় যাৰ ফলত মগজুৰ ক্ষতি হয় আৰু মগজুৰ ষ্ট্ৰোকৰ দৰে গুৰুতৰ অৱস্থা হ’ব পাৰে। ধূমপান কৰা লোকৰ ডিমেনচিয়া হোৱাৰ সম্ভাৱনাও দুগুণ বেছি। যদি আপুনি ধূমপান কৰে তেন্তে ধূমপান এৰি দিয়াটোৱেই আপোনাৰ মগজুৰ বাবে সৰ্বোত্তম।

অধিক মিঠা খাদ্য-
বেছিকৈ মিঠা বস্তু সেৱন কৰিলেও মগজুৰ স্বাস্থ্যৰ ওপৰত বেয়া প্ৰভাৱ পৰে। এটা অধ্যয়নত দেখা গৈছে যে যিসকল লোকে দিনটোত অন্ততঃ এটা কেন ডায়েট চ’ডা খায়, তেওঁলোকৰ ষ্ট্ৰোক আৰু ডিমেনচিয়া ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা বেছি।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Brain Healthi Health
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ক্ষুব্ধ উৰ্বশী ৰৌটেলা, ৭০০০ কোটি টকা ক্ষতিপূৰণৰ দাবী
বিনোদন

ক্ষুব্ধ উৰ্বশী ৰৌটেলা, ৭০০০ কোটি টকা ক্ষতিপূৰণৰ দাবী

September 29, 2026
৭ টা সুৰক্ষা সীমা অতিক্ৰম পৃথিৱীৰ, আৰু দুটা সীমা পাৰ কৰিলেই বিপদ অনিবাৰ্য
বিজ্ঞান

৭ টা সুৰক্ষা সীমা অতিক্ৰম পৃথিৱীৰ, আৰু দুটা সীমা পাৰ কৰিলেই বিপদ অনিবাৰ্য

September 29, 2026
ক্ষতিগ্ৰস্ত হাওঁফাওঁ পুনৰ সুস্থ অৱস্থালৈ আনিব পাৰেনে?
জীৱনশৈলী

ক্ষতিগ্ৰস্ত হাওঁফাওঁ পুনৰ সুস্থ অৱস্থালৈ আনিব পাৰেনে?

September 29, 2026
পিতৃ-পুত্ৰসহ একেটা পৰিয়ালৰে ৫জন লোকৰ সলিল সমাধি
বিশ্ব

পিতৃ-পুত্ৰসহ একেটা পৰিয়ালৰে ৫জন লোকৰ সলিল সমাধি

September 29, 2026
Next Post
৬ বলত ৬টা ছয়, কিন্তু ৫ ৰানৰ বাবে প্ৰথমটো শতকৰ পৰা বঞ্চিত ৰিয়ান

৬ বলত ৬টা ছয়, কিন্তু ৫ ৰানৰ বাবে প্ৰথমটো শতকৰ পৰা বঞ্চিত ৰিয়ান

অৰ্ধকেন্দ্ৰ ৰাজযোগ, ৫ ৰাশিৰ লোকে উপাৰ্জন কৰিব পাৰিব বহু ধন

অৰ্ধকেন্দ্ৰ ৰাজযোগ, ৫ ৰাশিৰ লোকে উপাৰ্জন কৰিব পাৰিব বহু ধন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.