• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভাৰতৰ বিৰোধী মন্তব্যৰ পাছতে খোলোচা, ভাৰতীয় সেনাৰ হাতত নিহত হৈছিল শ্বাহিদ আফ্ৰিদীৰ ভাতৃ

1 year ago
বুধবাৰেই বুধাদিত্য যোগ, ভগৱান গণেশৰ কৃপাত এই ৫ৰাশিৰ শুভ দিন

14 minutes ago
২৯ বছৰতেই শেষ হ’ল এক প্ৰতিভা! খাৱৈত উদ্ধাৰ গায়িকাৰ দেহ, প্ৰেমিকেই শেষ কৰিলে নেকি এইগৰাকী জনপ্ৰিয় গায়িকাৰ জীৱন?

36 minutes ago
জনতাৰ মনলৈ উভতিছে লকডাউনৰ স্মৃতি, ইন্ধন বচাবলৈ দেশবাসীৰ ওচৰত কেন্দ্ৰই জনাইছে এই ৬টা অনুৰোধ

1 hour ago
মহম্মদ ছামী, বুমৰাহে নাপালে টেষ্টৰ ১৫জনীয়া দলত স্থান, আফগানিস্তান টেষ্টৰ বাবে ১৫ জনীয়া দলত কোন কোন?

2 hours ago
গৰম দিনত প্ৰায় প্ৰতিঘৰ অসমীয়াৰ ঘৰতেই পোৱা যায় এই বীজ, বিজ্ঞানীয়ে কিয় ছুপাৰফুডৰ স্বীকৃতি দিছে এই বীজক?

চন্দ্ৰ-বৃহস্পতিৰ মিলনত সক্ৰিয় গজকেশৰী ৰাজযোগ, আজিয়েই প্ৰমোছন, অৰ্থলাভৰ যোগ আছে এই ৫ৰাশিৰ

3 hours ago
মাজত মাত্ৰ কেইটামান দিন, জুন মাহত একাধিক শুভ যোগ, ভাগ্য সলনি হ’ব এই ৫ৰাশিৰ

খজুৱতি, ঘাম, আৰু উফি… গ্ৰীষ্মকালত সহজে কৰক চুলিৰ সমস্যা দূৰ

4 hours ago
ভুলতো এইসকল লোকে খাব নালাগে চজিনা! কৰিব পাৰে অপকাৰ

কুকুৰপ্ৰেমীৰ আৱেদন নাকচ, বাটৰুৱা কুকুৰ আঁতৰোৱাৰ আদেশ বাহাল উচ্চতম ন্যায়ালয়ৰ

5 hours ago
২০ মে’ত দেশৰ মেডিকেল ষ্ট’ৰৰ ধৰ্মঘট, ঔষধৰ বাবে হ’ব নেকি হাহাকাৰ?

6 hours ago
চিকেন নেক কি? কেন্দ্রীয় চৰকাৰৰ হাতত গতাই দিলে দেশৰ কি উপকাৰ হ’ব?

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, May 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

ভাৰতৰ বিৰোধী মন্তব্যৰ পাছতে খোলোচা, ভাৰতীয় সেনাৰ হাতত নিহত হৈছিল শ্বাহিদ আফ্ৰিদীৰ ভাতৃ

editor by editor
May 4, 2025
in ক্ৰীড়া, বিশ্ব, ভাৰত, ৰাজনীতি
0
ভাৰতৰ বিৰোধী মন্তব্যৰ পাছতে খোলোচা, ভাৰতীয় সেনাৰ হাতত নিহত হৈছিল শ্বাহিদ আফ্ৰিদীৰ ভাতৃ
0
SHARES
1.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভাৰতৰ বিৰোধী মন্তব্যৰ পাছতে খোলোচা, ভাৰতীয় সেনাৰ হাতত নিহত হৈছিল শ্বাহিদ আফ্ৰিদীৰ ভাতৃ

পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰত চৰকাৰে গ্ৰহণ কৰা কঠোৰ স্থিতিয়ে পাকিস্তানত হুলস্থুলৰ সৃষ্টি কৰিছে। পাকিস্তানৰো বহু লোকে ভাৰত বিৰোধী মন্তব্য কৰিছে। শেহতীয়াকৈ পাকিস্তানৰ প্ৰাক্তন ক্ৰিকেটাৰ শ্বাহিদ আফ্ৰিদীয়েও ভাৰতৰ বিৰুদ্ধে নিজৰ ঘৃণা প্ৰকাশ কৰিছে।

অৱশ্যে এইয়ে প্ৰথম ভাৰতৰ বিৰুদ্ধে আফ্ৰিদীয়ে প্ৰথমবাৰৰ বাবে বিতৰ্কিত বক্তব্য দিয়া নাই। পূৰ্বেও ভাৰত বিৰোধী মন্তব্য কৰিছেল পাকিস্তানী ক্ৰিকেটাৰ গৰাকীয়ে।

শেহতীয়াকৈ শ্বাহিদ আফ্ৰিদীয়ে ভাৰতে নিজেই সন্ত্ৰাসবাদক সমৰ্থন কৰে বুলি অভিযোগ উত্থাপন কৰিছিল. আফ্ৰিদীয়ে। লগতে কৈছিল, ভাৰতে নিজেই সকলো কৰে আৰু পাকিস্তানক দোষাৰোপ কৰে।

দৰাচলতে দাবী কৰা হৈছিল যে ২০০৩ চনত আফ্ৰিদিৰ ভাতৃক খেদি খেদি বি এছ এফৰ জোৱানে গুলীয়াই হত্যা কৰিছিল। ২২ বছৰীয়া পুৰণি এই ঘটনাটোৱেই আফ্ৰিদীৰ ভাৰতৰ প্ৰতি থকা ঘৃণাৰ আঁৰৰ প্ৰকৃত কাৰণ বুলি ধাৰণা কৰা হৈছে।

শ্বাহিদ আফ্ৰিদিৰ ভাতৃ চাকিবক বি এছ এফৰ জোৱানে এনকাউণ্টাৰ কৰিছিল। সেই বছৰ অনন্তনাগত সন্ত্ৰাসবাদীৰ সৈতে হোৱা মুখামুখি সংঘৰ্ষত ভাৰতীয় সেনাই সন্ত্ৰাসবাদী শ্বাকিবক হত্যা কৰিছিল।

শ্বাকিবক হত্যা কৰাৰ পিছত উদ্ধাৰ হোৱা নথি-পত্ৰৰ ভিত্তিত বি এছ এফে কৈছিল যে শ্বাকিবৰ সম্পৰ্ক পাকিস্তানী ক্ৰিকেটাৰ শ্বাহিদ আফ্ৰিদিৰ সৈতে। অৱশ্যে আফ্ৰিদীয়ে সেই দাবী নস্যাৎ কৰিছিল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: lndia PakistanPakistani CricketerShahid Afridi
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বুধবাৰেই বুধাদিত্য যোগ, ভগৱান গণেশৰ কৃপাত এই ৫ৰাশিৰ শুভ দিন
জীৱনশৈলী

May 19, 2026
জনতাৰ মনলৈ উভতিছে লকডাউনৰ স্মৃতি, ইন্ধন বচাবলৈ দেশবাসীৰ ওচৰত কেন্দ্ৰই জনাইছে এই ৬টা অনুৰোধ
জীৱনশৈলী

জনতাৰ মনলৈ উভতিছে লকডাউনৰ স্মৃতি, ইন্ধন বচাবলৈ দেশবাসীৰ ওচৰত কেন্দ্ৰই জনাইছে এই ৬টা অনুৰোধ

May 19, 2026
মহম্মদ ছামী, বুমৰাহে নাপালে টেষ্টৰ ১৫জনীয়া দলত স্থান, আফগানিস্তান টেষ্টৰ বাবে ১৫ জনীয়া দলত কোন কোন?
ক্ৰীড়া

মহম্মদ ছামী, বুমৰাহে নাপালে টেষ্টৰ ১৫জনীয়া দলত স্থান, আফগানিস্তান টেষ্টৰ বাবে ১৫ জনীয়া দলত কোন কোন?

May 19, 2026
গৰম দিনত প্ৰায় প্ৰতিঘৰ অসমীয়াৰ ঘৰতেই পোৱা যায় এই বীজ, বিজ্ঞানীয়ে কিয় ছুপাৰফুডৰ স্বীকৃতি দিছে এই বীজক?
অসম

Next Post
আজিয়ে সলনি কৰক এই অভ্যাস, অন্যথা মগজু হৈ পৰিব পংগু

৬ বলত ৬টা ছয়, কিন্তু ৫ ৰানৰ বাবে প্ৰথমটো শতকৰ পৰা বঞ্চিত ৰিয়ান

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন