• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য! আজি কিমান হ্ৰাস পালে জানো আহক

হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য! আজি কিমান হ্ৰাস পালে জানো আহক

3 weeks ago
“বিজেপিয়ে য’তেই হাত দিয়ে তাতেই সোণ হয়!” কি প্ৰসংগত ক’লে মুখ্যমন্ত্ৰী?

“বিজেপিয়ে য’তেই হাত দিয়ে তাতেই সোণ হয়!” কি প্ৰসংগত ক’লে মুখ্যমন্ত্ৰী?

55 minutes ago
কোনে মৃত্যুৰ ভাবুকি দিছে মুখ্যমন্ত্ৰীক, হিন্দু নে মুছলমান? অপপ্ৰচাৰৰ আঁৰত কি

কোনে মৃত্যুৰ ভাবুকি দিছে মুখ্যমন্ত্ৰীক, হিন্দু নে মুছলমান? অপপ্ৰচাৰৰ আঁৰত কি

2 hours ago
বাৰে বাৰে নখ ভাঙি যোৱাৰ সমস্যা, কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

বাৰে বাৰে নখ ভাঙি যোৱাৰ সমস্যা, কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

2 hours ago
মনোকামনা পূৰণ হোৱা এটি মন্দিৰ, কিন্তু নিশা গ’লে হ’ব সৰ্বনাশ!

মনোকামনা পূৰণ হোৱা এটি মন্দিৰ, কিন্তু নিশা গ’লে হ’ব সৰ্বনাশ!

3 hours ago
সঘনাই মিছা কোৱাৰ অভ্যাস, এয়া কোনো গ্ৰহৰ দোষ নেকি?

ৰাশিফলৰ ৪ টা গ্ৰহই নিৰ্ধাৰণ কৰে আপোনাৰ সফলতা! জানি লওক

4 hours ago
8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ

8th Pay Commission: অৱসৰপ্ৰাপ্ত পেঞ্চনাৰসকলৰ বাবে দাবী, কি বিচাৰে সংগঠনসমূহে জানক

5 hours ago
এই বছৰৰে ১১ নৱেম্বৰত কইনা হ’ব কাব্য মৰাণ! কোন সেইজন লাকী দৰা?

এই বছৰৰে ১১ নৱেম্বৰত কইনা হ’ব কাব্য মৰাণ! কোন সেইজন লাকী দৰা?

6 hours ago
৭০-৭২ বছৰীয়া দম্পতীৰ বিৱাহ বিচ্ছেদৰ কাহিনী দেশজুৰি চৰ্চাত

৭০-৭২ বছৰীয়া দম্পতীৰ বিৱাহ বিচ্ছেদৰ কাহিনী দেশজুৰি চৰ্চাত

7 hours ago
দেশৰ কোন মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আছে কেইটাকৈ অপৰাধমূলক গোচৰ?

দেশৰ কোন মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আছে কেইটাকৈ অপৰাধমূলক গোচৰ?

7 hours ago
দেৰিকৈ খায় নেকি ৰাতিৰ আহাৰ? অজানিতে শৰীৰলৈ নিমন্ত্ৰণ দিছে এই মাৰাত্মক ৰোগ

দেৰিকৈ খায় নেকি ৰাতিৰ আহাৰ? অজানিতে শৰীৰলৈ নিমন্ত্ৰণ দিছে এই মাৰাত্মক ৰোগ

8 hours ago
ৰাম মন্দিৰৰ দানপাত্ৰ চুৰি গোচৰ, চম্পট ৰায় আৰু অনিল মিশ্ৰক ক্লীন-শ্বীট SITৰ

ৰাম মন্দিৰৰ দানপাত্ৰ চুৰি গোচৰ, চম্পট ৰায় আৰু অনিল মিশ্ৰক ক্লীন-শ্বীট SITৰ

8 hours ago
ৰাণী স্বৰ্ণকাৰেৰে বিতৰ্কৰ মাজতে এইবাৰ আকৌ কি নতুন বিতৰ্কত গোবিন্দ?

ৰাণী স্বৰ্ণকাৰেৰে বিতৰ্কৰ মাজতে এইবাৰ আকৌ কি নতুন বিতৰ্কত গোবিন্দ?

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, August 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বাণিজ্য

হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য! আজি কিমান হ্ৰাস পালে জানো আহক

আজি কিমান হৈছে সোণ-ৰূপৰ মূল্য জানো আহক...

editor by editor
July 28, 2026
in বাণিজ্য, বিবিধ, লেখা
0
হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য! আজি কিমান হ্ৰাস পালে জানো আহক
0
SHARES
2.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সোমবাৰে সোণ-ৰূপৰ দাম বৃদ্ধি পাইছে, তথাপিও মঙলবাৰে পুনৰ হ্ৰাস পাইছে এই মূল্যৱান ধাতুৰ মূল্য। মাল্টি ক’ম’ডিটি এক্সচেঞ্জ (এমচিএক্স)ত ৰূপৰ মূল্য ৩১০০ টকা পৰ্যন্ত হ্ৰাস পাইছে। ফলত বৰ্তমান প্ৰতি কেজি ৰূপৰ মূল্য ২,১৮,১০০ টকালৈ হ্ৰাস পাইছে।

আনহাতে, সোণৰ মূল্যও ৮১৮ টকা হ্ৰাস পাই বৰ্তমান প্ৰতি ১০ গ্ৰাম সোণৰ মূল্য ১,৪২,২৪৫ টকা। আন্তঃৰাষ্ট্ৰীয় বজাৰতো সামান্য হ্ৰাস দেখা গৈছে। কমেক্সত সোণৰ মূল্য ০.৬৫ শতাংশ হ্ৰাস পাই প্ৰতি আউন্সত ৪০৫০ ডলাৰ হৈছে। একেদৰে ৰূপৰ মূল্য ১.৭২ শতাংশ হ্ৰাস পাই প্ৰতি আউন্সত ৫৭.৭০৫ ডলাৰ হৈছে।

কিয় কমি গ’ল সোণ-ৰূপৰ দাম?

মধ্যপ্ৰাচ্যৰ উত্তেজনা কিছু পৰিমাণে লাঘৱ হৈছে। ইয়াৰ উপৰিও আমেৰিকা আৰু ইৰাণৰ মাজত প্ৰতিশোধমূলক আক্ৰমণো হ্ৰাস পোৱাৰ ফলত আজি সোণ-ৰূপৰ মূল্য হ্ৰাস পাইছে। ফলত নিৰাপদ বিনিয়োগ হিচাপে সোণৰ চাহিদাও কিছু পৰিমাণে দুৰ্বল হৈ পৰিছে। এতিয়া বিনিয়োগকাৰীসকলে ২৯ জুলাইত অনুষ্ঠিত হ’বলগীয়া আমেৰিকাৰ ফেডাৰেল ৰিজাৰ্ভৰ সুতৰ হাৰৰ সিদ্ধান্তৰ বাবে আগ্ৰহী। বজাৰৰ এটা অংশই বিশ্বাস কৰে যে ফেডে এইবাৰ সুতৰ হাৰ সলনি নকৰে। সেয়ে বিনিয়োগকাৰীয়ে এই সিদ্ধান্তৰ বাবে অপেক্ষা কৰি আছে।

আজি দেশৰ বিভিন্ন চহৰত ২৪ কেৰেটৰ সোণৰ দামত

দিল্লীঃ ১৪,৫০৭ টকা প্ৰতি গ্ৰাম

মুম্বাই: ১৪,৪৯২ টকা প্ৰতি গ্ৰাম

চেন্নাই: ১৪,৫০৮ টকা প্ৰতি গ্ৰাম

কানপুৰ: ১৪,৪৩২ টকা প্ৰতি গ্ৰাম

আজি দেশৰ বিভিন্ন চহৰত ২৪ কেৰেট সোণৰ মূল্যত বিশেষ পাৰ্থক্য দেখা নগ’ল:

প্ৰতি গ্ৰাম মুম্বাইত ১৪,৫০৭ টকা : প্ৰতি গ্ৰাম ১৪,৪৯২ টকা

চেন্নাইঃ ১৪,৫০৮ টকা প্ৰতি গ্ৰাম

কানপুৰঃ ১৪,৪৩২ টকা

গুডৰিটাৰ্নছৰ এক প্ৰতিবেদন অনুসৰি বেংগালুৰু, হায়দৰাবাদ, কেৰালা আৰু পুনেতো ২৪ কেৰেট সোণৰ মূল্য ১৪,৪৯২ টকা।

২২ কেৰেট সোণৰ মূল্য

দিল্লী আৰু চেন্নাইঃ ১৩,২৯৯ টকা প্ৰতি গ্ৰাম

মুম্বাই, বেংগালুৰু, হায়দৰাবাদ, কেৰালা আৰু পুনেঃ ১৩,২৮৪ টকা প্ৰতি গ্ৰাম

কানপুৰ: ১৩,২৩০ টকা প্ৰতি গ্ৰাম

১৮ কেৰেট সোণৰ মূল্য

দিল্লীঃ ১০,৮৮৪ টকা প্ৰতি গ্ৰাম

চেন্নাইঃ ১১,১১৪ টকা প্ৰতি গ্ৰাম

মুম্বাই, বেংগালুৰু, হায়দৰাবাদ, কেৰালা আৰু পুনেঃ ১০,৮৬৯ টকা প্ৰতি গ্ৰাম

গুৱাহাটীৰ মূল্য

২০২৬ চনৰ ২৮ জুলাইত গুৱাহাটীত ২২ কেৰেট সোণৰ প্ৰতি গ্ৰাম প্ৰায় ১৩,২১৫ টকা আৰু ২৪ কেৰেট সোণৰ প্ৰতি গ্ৰাম ১৪,৪১৭ টকা, আনহাতে ৰূপৰ মূল্য প্ৰতি গ্ৰাম ২৩৫ টকা।

২২-কেৰাট সোণ: প্ৰতি গ্ৰামত ১৩,২১৫ টকা (প্ৰতি ১০ গ্ৰামত ১,৩২,১৫০ টকা)

২৪-কেৰাট সোণ: প্ৰতি গ্ৰামত ১৪,৪১৭ টকা (প্ৰতি ১০ গ্ৰামত ১,৪৪,১৭০ টকা)

১৮-কেৰাট সোণ: প্ৰতি গ্ৰামত ১০,৮১৩ টকা (প্ৰতি ১০ গ্ৰামত ১,০৮,১৩০ টকা)

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

“বিজেপিয়ে য’তেই হাত দিয়ে তাতেই সোণ হয়!” কি প্ৰসংগত ক’লে মুখ্যমন্ত্ৰী?
অসম

“বিজেপিয়ে য’তেই হাত দিয়ে তাতেই সোণ হয়!” কি প্ৰসংগত ক’লে মুখ্যমন্ত্ৰী?

August 18, 2026
কোনে মৃত্যুৰ ভাবুকি দিছে মুখ্যমন্ত্ৰীক, হিন্দু নে মুছলমান? অপপ্ৰচাৰৰ আঁৰত কি
অসম

কোনে মৃত্যুৰ ভাবুকি দিছে মুখ্যমন্ত্ৰীক, হিন্দু নে মুছলমান? অপপ্ৰচাৰৰ আঁৰত কি

August 18, 2026
বাৰে বাৰে নখ ভাঙি যোৱাৰ সমস্যা, কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?
জীৱনশৈলী

বাৰে বাৰে নখ ভাঙি যোৱাৰ সমস্যা, কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

August 18, 2026
মনোকামনা পূৰণ হোৱা এটি মন্দিৰ, কিন্তু নিশা গ’লে হ’ব সৰ্বনাশ!
জীৱনশৈলী

মনোকামনা পূৰণ হোৱা এটি মন্দিৰ, কিন্তু নিশা গ’লে হ’ব সৰ্বনাশ!

August 18, 2026
Next Post
এইবাৰ ধৰ্মেন্দ্ৰ প্ৰধানৰ বিৰুদ্ধে এইগৰাকী বিজেপি সাংসদৰ কন্যাৰ পোষ্ট

এইবাৰ ধৰ্মেন্দ্ৰ প্ৰধানৰ বিৰুদ্ধে এইগৰাকী বিজেপি সাংসদৰ কন্যাৰ পোষ্ট

অৱশেষত টীম ইণ্ডিয়াৰ প্ৰশিক্ষকক বিদায় দিলে BCCI-এ

অৱশেষত টীম ইণ্ডিয়াৰ প্ৰশিক্ষকক বিদায় দিলে BCCI-এ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.