• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এইবাৰ ধৰ্মেন্দ্ৰ প্ৰধানৰ বিৰুদ্ধে এইগৰাকী বিজেপি সাংসদৰ কন্যাৰ পোষ্ট

এইবাৰ ধৰ্মেন্দ্ৰ প্ৰধানৰ বিৰুদ্ধে এইগৰাকী বিজেপি সাংসদৰ কন্যাৰ পোষ্ট

1 month ago
অক্ষয় তৃতীয়াত লক্ষ্মী নাৰায়ণ ৰাজযোগ, লক্ষ্মীৰ কৃপাত ধনসুখ লাভ কৰিব এই ৫ৰাশিৰ জাতক জাতিকাই

উদয় হ’ব ভাগ্য, ১১ ছেপ্টেম্বৰত স্বাতী নক্ষত্ৰত শুক্ৰই কৰিব গোচৰ!

17 minutes ago
8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ

8th Pay Commission: শীঘ্ৰে বৃদ্ধি পাব চৰকাৰী কৰ্মচাৰীৰ দৰমহা! শেহতীয়া আপডেটৰ সৈতে

41 minutes ago
8th Pay Commission: ১৮ হাজাৰৰ মৌলিক দৰমহা হ’ব পাৰে ৬৮ হাজাৰ ক্লাবৰ অংশ! সম্পূৰ্ণ হিচাপ জানি লওক

পুনৰ ভূমিকম্পৰ জোকাৰণি, ৰিখটাৰ স্কেলত প্ৰাৱল্য কিমান?

1 hour ago
সুধাকণ্ঠক ওপজা দিনত সশ্ৰদ্ধ স্মৰণ, ৰাজ্যজুৰি আয়োজন বিশেষ অনুষ্ঠানৰ

ড° ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ, গীতে-মাতে স্মৰণ সুধাকণ্ঠক

3 hours ago
Mercury Transit 2026: আজিৰে পৰা জিলিকিব এই ৬টা ৰাশিৰ ভাগ্য, সলনি হৈছে বুধৰ গতি

Mercury Transit 2026: আজিৰে পৰা জিলিকিব এই ৬টা ৰাশিৰ ভাগ্য, সলনি হৈছে বুধৰ গতি

4 hours ago
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!

জীৱনলৈ আহিব সোণালী সুযোগ, আজি কাৰ কাৰ উদয় হ’ব ভাগ্য?

5 hours ago
গ্ৰীষ্মকালত গ্ৰীণ টি খোৱাটো উচিতনে? বিশেষজ্ঞৰ পৰা জানক

গ্ৰীষ্মকালত গ্ৰীণ টি খোৱাটো উচিতনে? বিশেষজ্ঞৰ পৰা জানক

13 hours ago
ঘৰৰ শোৱনি কোঠা আৰু বাথৰুম কোন দিশত থকা উচিত?

বিচনাৰ তলত নাৰাখিব এইবোৰ বস্তু, ধ্বংস হ’ব ঘৰৰ শান্তি আৰু সুখ!

14 hours ago
হোৰাহোৰে হ্ৰাস সোণৰ মূল্য, ৰূপৰো ৪৪০০ টকাতকৈ অধিক হ্ৰাস!

সোণে দেখুৱাইছে যাদু, গহণা ক্ৰয়ৰ এয়াই উচিত সময় নেকি?

15 hours ago
ATM মেছিনৰ বুটামকেইটা প্লাষ্টিকৰ নে ধাতুৰ? ৯৯% মানুহে নাজানে প্ৰকৃত কাৰণ

ATM মেছিনৰ বুটামকেইটা প্লাষ্টিকৰ নে ধাতুৰ? ৯৯% মানুহে নাজানে প্ৰকৃত কাৰণ

15 hours ago
LPG গ্ৰাহকৰ বাবে সুখবৰ! হ্ৰাস পালে চিলিণ্ডাৰ বুকিঙৰ সময়

LPG গ্ৰাহকৰ বাবে সুখবৰ! হ্ৰাস পালে চিলিণ্ডাৰ বুকিঙৰ সময়

15 hours ago
ফেচবুকৰ চিনাকি, বিয়া আৰু শেষত ফ্ৰীজৰ ভিতৰত ওলাল পত্নীৰ শৰীৰৰ অংশ!

ফেচবুকৰ চিনাকি, বিয়া আৰু শেষত ফ্ৰীজৰ ভিতৰত ওলাল পত্নীৰ শৰীৰৰ অংশ!

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

এইবাৰ ধৰ্মেন্দ্ৰ প্ৰধানৰ বিৰুদ্ধে এইগৰাকী বিজেপি সাংসদৰ কন্যাৰ পোষ্ট

হেঁচাৰ পিছতো পোষ্ট Delete নকৰাৰ সিদ্ধান্তত অটল সাংসদ-কন্যা

editor by editor
July 28, 2026
in প্ৰযুক্তি, বিবিধ, ভাৰত, ৰাজনীতি
0
এইবাৰ ধৰ্মেন্দ্ৰ প্ৰধানৰ বিৰুদ্ধে এইগৰাকী বিজেপি সাংসদৰ কন্যাৰ পোষ্ট
0
SHARES
788
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কন্যাৰ ধৰ্মেন্দ্ৰ প্ৰধানৰ বিৰুদ্ধে কৰা এটা পোষ্টক লৈ বিপদত পৰিছে ওড়িশাৰ ভুবনেশ্বৰৰ বিজেপি সাংসদ অপৰাজিতা সাৰংগী। প্ৰকৃততে অপৰাজিতা সাৰংগীৰ কন্যা অৰ্চিতা শচীন ৰাহৰ এটা ছ’চিয়েল মিডিয়া পোষ্টক কেন্দ্ৰ কৰি একপ্ৰকাৰ বিপদত পৰিছে সাংসদগৰাকী। দিল্লীত হোৱা CJPৰ প্ৰতিবাদ আৰু ছোনম ৱাংচুকৰ অনশনক সমৰ্থন কৰি ছ’চিয়েল মিডিয়াত কেতবোৰ পোষ্ট কৰিছিল সাংসদগৰাকীৰ কন্যা অৰ্চিতাই। অৰ্চিতাৰ পোষ্টটোৰ পিছতে ওড়িশা বিজেপিৰ দলীয় নেতা-কৰ্মীসকলৰ মাজত তীব্ৰ ক্ষোভৰ সৃষ্টি হৈছে।

কি আছিল আৰ্চিতাৰ পোষ্টটো

দিল্লীৰ দুমাহজোৰা প্ৰতিবাদৰ অন্তত যেতিয়া শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰে তাৰ পিছতেই এটা বিশেষ পোষ্ট কৰিছিল বিজেপি সাংসদ অপৰাজিতা সাৰংগীৰ কন্যা আৰ্চিতাই। ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতে আৰ্চিতাই উদযাপনসূচক ইমোজিৰে এটা পোষ্ট কৰে। তাৰ পিছতে পুনৰাই এটা পোষ্টৰ জৰিয়তে আৰ্চিতাই লিখে যে ‘পোষ্টটো ডিলিট কৰিবলৈ মোৰ ওপৰত প্ৰচণ্ড হেঁচা পৰিছে, কিন্তু যিমান হেঁচা পৰিলেও মই পোষ্টটো ডিলিট নকৰোঁ।’

ডিলিট হ’ল ইনষ্টাগ্ৰামৰ একাউণ্ট

বিজেপি সাংসদ অপৰাজিতা সাৰংগীৰ কন্যা অৰ্চিতাই ধৰ্মেন্দ্ৰ প্ৰধানক লৈ দিয়া পোষ্টটোৰ পিছতে সম্প্ৰতি নিষ্ক্ৰয় কৰা হৈছে আৰ্চিতাৰ ইনষ্টাগ্ৰাম একাউণ্ট। অৰ্চিতাই অন্য এটা পোষ্টত সদৰী কৰা অনুসৰি-অৰ্চিতাই ইনষ্টাগ্ৰামত পোষ্টটো দিয়াৰ পিছতে ধৰ্মেন্দ্ৰ প্ৰধানৰ কাৰ্যালয়ৰ পৰা অপৰাজিতা সাৰংগীলৈ ফোন আহিছিল। ধৰ্মেন্দ্ৰ প্ৰধানৰ PA-ই অৰ্চিতাৰ পোষ্টটো ডিলিট কৰাৰ বাবে ফোনত অনুৰোধ কৰিছিল। কিন্তু ধৰ্মেন্দ্ৰ প্ৰধানৰ PAৰ ফোনৰ পিছতো অৰ্চিতাই ধৰ্মেন্দ্ৰ প্ৰধানক লৈ কৰা পোষ্টটো ডিলিট নকৰে বুলি স্পষ্ট কৰি দিছিল। এই সকলো কথা ইনষ্টাগ্ৰামত অন্য এটা পোষ্টৰ জৰিয়তে অৰ্চিতাই সদৰী কৰাৰ কিছু সময় পিছতে নিষ্ক্ৰিয় হৈ পৰে অৰ্চিতাৰ ইনষ্টাগ্ৰাম একাউণ্ট।

অৰ্চিতাৰ পোষ্ট সন্দৰ্ভত সাংসদ মাতৃৰ কাৰ্যালয় সহায়কে কি কয়?

ভুবনেশ্বৰৰ বিজেপি সাংসদ তথা অৰ্চিতাৰ মাতৃ অপৰাজিতা সাংৰগীৰ কাৰ্যালয়ৰ সহায়ক ধনেশ্বৰ বাৰিকে কয় যে-সকলোৰে মতামত প্ৰকাশ কৰাৰ অধিকাৰ আছে। অপৰাজিতা সাৰংগীৰ কন্যাৰো নিজৰ মত প্ৰকাশ কৰাৰ সম্পূৰ্ণ অধিকাৰ আছে। অৰ্চিতাৰ ছ’চিয়েল মিডিয়া পোষ্টে ভুবনেশ্বৰ সাংসদগৰাকীক বিপদত পেলাইছে নেকি বুলি সোধা প্ৰশ্নতো বাৰিকে কয় যে- সেয়া সময়েহে ক’ব।

এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24CJPdharmendra pradhan
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অক্ষয় তৃতীয়াত লক্ষ্মী নাৰায়ণ ৰাজযোগ, লক্ষ্মীৰ কৃপাত ধনসুখ লাভ কৰিব এই ৫ৰাশিৰ জাতক জাতিকাই
জীৱনশৈলী

উদয় হ’ব ভাগ্য, ১১ ছেপ্টেম্বৰত স্বাতী নক্ষত্ৰত শুক্ৰই কৰিব গোচৰ!

September 8, 2026
8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ
বাণিজ্য

8th Pay Commission: শীঘ্ৰে বৃদ্ধি পাব চৰকাৰী কৰ্মচাৰীৰ দৰমহা! শেহতীয়া আপডেটৰ সৈতে

September 8, 2026
8th Pay Commission: ১৮ হাজাৰৰ মৌলিক দৰমহা হ’ব পাৰে ৬৮ হাজাৰ ক্লাবৰ অংশ! সম্পূৰ্ণ হিচাপ জানি লওক
অসম

পুনৰ ভূমিকম্পৰ জোকাৰণি, ৰিখটাৰ স্কেলত প্ৰাৱল্য কিমান?

September 8, 2026
Mercury Transit 2026: আজিৰে পৰা জিলিকিব এই ৬টা ৰাশিৰ ভাগ্য, সলনি হৈছে বুধৰ গতি
জীৱনশৈলী

Mercury Transit 2026: আজিৰে পৰা জিলিকিব এই ৬টা ৰাশিৰ ভাগ্য, সলনি হৈছে বুধৰ গতি

September 8, 2026
Next Post
অৱশেষত টীম ইণ্ডিয়াৰ প্ৰশিক্ষকক বিদায় দিলে BCCI-এ

অৱশেষত টীম ইণ্ডিয়াৰ প্ৰশিক্ষকক বিদায় দিলে BCCI-এ

বাইক-চাৰিচকীয়া বাহনৰ মালিকৰ বাবে সুখবৰ!

বাইক-চাৰিচকীয়া বাহনৰ মালিকৰ বাবে সুখবৰ!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.