• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
তেলেংগানাত ভয়ংকৰ দুৰ্ঘটনা, লাইনচ্যুত ১১ টাকৈ ডবা, যাৰ ফলত বাতিল ৩০ খন ট্ৰেইন

তেলেংগানাত ভয়ংকৰ দুৰ্ঘটনা, লাইনচ্যুত ১১ টাকৈ ডবা, যাৰ ফলত বাতিল ৩০ খন ট্ৰেইন

2 years ago
Vijay-Trisha: ইংলেণ্ডত একেলগে বিজয়-তৃষা, সত্য হ’ব নেকি প্ৰেমৰ উৰাবাতৰি?

Vijay-Trisha: ইংলেণ্ডত একেলগে বিজয়-তৃষা, সত্য হ’ব নেকি প্ৰেমৰ উৰাবাতৰি?

25 minutes ago
বিধায়ক হ’ল ভিক্ষাৰী! কিয় ৰাজপথত এইদৰে দেখা গ’ল দেশৰ ধনী বিধায়কজনক?

বিধায়ক হ’ল ভিক্ষাৰী! কিয় ৰাজপথত এইদৰে দেখা গ’ল দেশৰ ধনী বিধায়কজনক?

52 minutes ago
ডাম্পাৰৰ দৌৰাত্ম‍্য, তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত দুই ছাত্ৰ নিহত

ডাম্পাৰৰ দৌৰাত্ম‍্য, তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত দুই ছাত্ৰ নিহত

2 hours ago
ৰামানুজৰ মৃতদেহ চমজি নলয় পৰিয়ালে! ক’লে- ‘ৰাইজে যি কৰে কৰিব’

ৰামানুজৰ মৃতদেহ চমজি নলয় পৰিয়ালে! ক’লে- ‘ৰাইজে যি কৰে কৰিব’

2 hours ago
Beltola Case: প্ৰকৃততে কেনেকৈ মৃত্যু ঘটিল ৰামানুজৰ? কি সঁচা কি মিছা জানি লওক

Beltola Case: প্ৰকৃততে কেনেকৈ মৃত্যু ঘটিল ৰামানুজৰ? কি সঁচা কি মিছা জানি লওক

4 hours ago
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু, আৰক্ষীৰ গাড়ীৰ পৰা পলাবলৈ চেষ্টা কৰি পালে সিপুৰী

পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু, আৰক্ষীৰ গাড়ীৰ পৰা পলাবলৈ চেষ্টা কৰি পালে সিপুৰী

6 hours ago
সোঁফাল নে বাওঁফাল? কোনদিশত গণেশৰ শুঁৰ থকা মূৰ্তি ক্ৰয় কৰিলে ভাগ্য উদয় হয় জানক

সোঁফাল নে বাওঁফাল? কোনদিশত গণেশৰ শুঁৰ থকা মূৰ্তি ক্ৰয় কৰিলে ভাগ্য উদয় হয় জানক

6 hours ago
আজি গণেশ চতুৰ্থী, কেতিয়া পূজা কৰিলে সন্তুষ্ট হ’ব বাবা গণেশ?

আজি গণেশ চতুৰ্থী, কেতিয়া পূজা কৰিলে সন্তুষ্ট হ’ব বাবা গণেশ?

6 hours ago
আজি কোন ৰাশিৰ কেনে যাব দিনটো? জানক কাৰ কাৰ ভাগ্যই কৰিব সহায়

আজি ৪ ৰাশিৰ জীৱনত আহিব পৰিৱৰ্তন, ঘূৰিব ভাগ্যৰ চকা!

7 hours ago
প্ৰেমেই হ’ল কাল! মহানগৰীৰ হোটেলত প্ৰেমিকে কৰিলে ভয়ংকৰ কাণ্ড

প্ৰেমেই হ’ল কাল! মহানগৰীৰ হোটেলত প্ৰেমিকে কৰিলে ভয়ংকৰ কাণ্ড

19 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

কাইলৈ ৫ ৰাশিৰ বাবে আহিব শুভ সংবাদ, কোনে কোনে হ’ব সতৰ্ক?

19 hours ago
সঘনাই হিকটি অহাৰ সমস্যা, এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

সঘনাই হিকটি অহাৰ সমস্যা, এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, September 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

তেলেংগানাত ভয়ংকৰ দুৰ্ঘটনা, লাইনচ্যুত ১১ টাকৈ ডবা, যাৰ ফলত বাতিল ৩০ খন ট্ৰেইন

editor by editor
November 13, 2024
in বিবিধ, বিশ্ব, ভাৰত
0
তেলেংগানাত ভয়ংকৰ দুৰ্ঘটনা, লাইনচ্যুত ১১ টাকৈ ডবা, যাৰ ফলত বাতিল ৩০ খন ট্ৰেইন
0
SHARES
69
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

তেলেংগানাত ভয়ংকৰ দুৰ্ঘটনা, লাইনচ্যুত ১১ টাকৈ ডবা, যাৰ ফলত বাতিল ৩০ খন ট্ৰেইন

তেলেংগানাত ভয়ংকৰ দুৰ্ঘটনা, লাইনচ্যুত ১১ টাকৈ ডবা, যাৰ ফলত বাতিল ৩০ খন ট্ৰেইন

আজি ১৩ নৱেম্বৰ তাৰিখ বুধবাৰে তেলেংগানাৰ পেড্ডাপল্লী জিলাত সংঘটিত হয় এক ৰে’ল দুৰ্ঘটনা। ৰাঘৱপুৰম আৰু ৰামাগুণ্ডামৰ মাজত ৰেললাইনৰ পৰা বাগৰি পৰে এখন মালবাহী ৰে’ল। মুঠ ১১ টাকৈ ডবা লাইনচ্যুত।

দুৰ্ঘটনাত পতিত এই ৪৪ ৱেগন ৰে’ল খনৰ ১১টা ডবা ৰেলপথৰ পৰা ওলাই বাগৰি পৰে। এই ৰেলখন গাজিয়াবাদৰ পৰা কাজিপেটলৈ গৈ আছিল লোহাৰ অক্সাইড কঢ়িয়াই। যোৱা নিশা সংঘটিত এই দুৰ্ঘটনাটোৰ বিষয়ে আজি পুৱা পোহৰলৈ আহে।

ৰে’ল বাগৰি পৰাৰ ফলত সেই ৰেল পথত বহু ৰেলৰ যাতায়তত বাঘ্যাত জন্মিছে। সেই পথত চলি থকা ৩০খনতকৈও অধিক ৰে’ল বাতিল কৰিছে ৰেল বিভাগে। বহু ৰে’লৰ পথ সলনি কৰা হৈছে।

এই দুৰ্ঘটনাটোৰ ফলত বিশেষভাৱে ক্ষতিগ্ৰস্ত হৈছে দিল্লী-চেন্নাইৰ মাজত ৰে’ল যাতায়ত। দুৰ্ঘটনাটোৰ বাবে ছুপাৰফাষ্ট এক্সপ্ৰেছ ৰে’ল, যাত্ৰীবাহী ৰে’ল আৰু অন্যান্য মালবাহী ৰে’লসমূহো ট্ৰেকত আবদ্ধ হৈ থাকে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: accidentTelenganaTelengana Accidenttrain accident
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Vijay-Trisha: ইংলেণ্ডত একেলগে বিজয়-তৃষা, সত্য হ’ব নেকি প্ৰেমৰ উৰাবাতৰি?
বিনোদন

Vijay-Trisha: ইংলেণ্ডত একেলগে বিজয়-তৃষা, সত্য হ’ব নেকি প্ৰেমৰ উৰাবাতৰি?

September 14, 2026
বিধায়ক হ’ল ভিক্ষাৰী! কিয় ৰাজপথত এইদৰে দেখা গ’ল দেশৰ ধনী বিধায়কজনক?
ভাৰত

বিধায়ক হ’ল ভিক্ষাৰী! কিয় ৰাজপথত এইদৰে দেখা গ’ল দেশৰ ধনী বিধায়কজনক?

September 14, 2026
ডাম্পাৰৰ দৌৰাত্ম‍্য, তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত দুই ছাত্ৰ নিহত
অসম

ডাম্পাৰৰ দৌৰাত্ম‍্য, তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত দুই ছাত্ৰ নিহত

September 14, 2026
ৰামানুজৰ মৃতদেহ চমজি নলয় পৰিয়ালে! ক’লে- ‘ৰাইজে যি কৰে কৰিব’
অপৰাধ

ৰামানুজৰ মৃতদেহ চমজি নলয় পৰিয়ালে! ক’লে- ‘ৰাইজে যি কৰে কৰিব’

September 14, 2026
Next Post
৭২ ঘণ্টাৰ পাছত শনিয়ে সলাব নিজৰ স্থান, সমস্যা বাঢ়িব ৩ ৰাশিৰ

৭২ ঘণ্টাৰ পাছত শনিয়ে সলাব নিজৰ স্থান, সমস্যা বাঢ়িব ৩ ৰাশিৰ

সন্তান জন্ম দিয়ক আৰু টকা লাভ কৰক, পুটিন চৰকাৰৰ নতুন আইন

সন্তান জন্ম দিয়ক আৰু টকা লাভ কৰক, পুটিন চৰকাৰৰ নতুন আইন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.