• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কথা ক’লেই হৈ যাব পেমেণ্ট, গুগল পে আনিছে ভয়েছ ফিচাৰ, কেনেকৈ কাম কৰিব এই ফিচাৰে?

কথা ক’লেই হৈ যাব পেমেণ্ট, গুগল পে আনিছে ভয়েছ ফিচাৰ, কেনেকৈ কাম কৰিব এই ফিচাৰে?

9 months ago
কাইলৈৰ ৰাশিফলঃ বছৰৰ প্রথম ৰবিপুষ্য যোগ, সকলোকে হৰুৱাই সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

কাইলৈৰ ৰাশিফলঃ বছৰৰ প্রথম ৰবিপুষ্য যোগ, সকলোকে হৰুৱাই সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

7 hours ago
আজি সন্ধিয়াৰ আকাশত ২০২৬ বৰ্ষৰ প্ৰথম ছুপাৰমুন, আপুনি দেখা পালেনে?

আজি সন্ধিয়াৰ আকাশত ২০২৬ বৰ্ষৰ প্ৰথম ছুপাৰমুন, আপুনি দেখা পালেনে?

7 hours ago
ধনিষ্ঠা নক্ষত্ৰত গোচৰ হ’ব শুক্ৰৰ, প্ৰেম, সম্পদ বাঢ়িব এই ৫ৰাশিৰ জাতক-জাতিকাৰ

ধনিষ্ঠা নক্ষত্ৰত গোচৰ হ’ব শুক্ৰৰ, প্ৰেম, সম্পদ বাঢ়িব এই ৫ৰাশিৰ জাতক-জাতিকাৰ

8 hours ago
অকাৰণে মন বেয়া হৈ থাকে, মূৰত দুশ্চিন্তাৰ পাহাৰ! আপোনাৰ দৈনন্দিন জীৱনৰ এই ৫অভ্যাস আজিয়েই ত্যাগ কৰক

অকাৰণে মন বেয়া হৈ থাকে, মূৰত দুশ্চিন্তাৰ পাহাৰ! আপোনাৰ দৈনন্দিন জীৱনৰ এই ৫অভ্যাস আজিয়েই ত্যাগ কৰক

8 hours ago
২০২৬ চনত নিজ ঘৰত গ্ৰেণ্ড এন্ট্ৰী ৰাহুৰ, হঠাৎ এই ৩ ৰাশিৰ কেৰিয়াৰত বৃহৎ সালসলনি

২০২৬ চনত নিজ ঘৰত গ্ৰেণ্ড এন্ট্ৰী ৰাহুৰ, হঠাৎ এই ৩ ৰাশিৰ কেৰিয়াৰত বৃহৎ সালসলনি

9 hours ago
অক্সিজেনৰ অভাৱত ভুগিব পৃথিৱী, নেপথ্যত কি কি কাৰণ?

অক্সিজেনৰ অভাৱত ভুগিব পৃথিৱী, নেপথ্যত কি কি কাৰণ?

10 hours ago
মাত্ৰ ৩০দিনতেই সৌন্দৰ্যৰে আপুনি উজলি উঠিব, এই তিনি ভিটামিনতেই পাব অবিশ্বাস্য ফলাফল

মাত্ৰ ৩০দিনতেই সৌন্দৰ্যৰে আপুনি উজলি উঠিব, এই তিনি ভিটামিনতেই পাব অবিশ্বাস্য ফলাফল

10 hours ago
ভেনিজুৱেলাৰ মাদুৰো চৰকাৰ ওফৰাই পেলাব পাৰে আমেৰিকাই, কি প্লেন ট্ৰাম্প চৰকাৰৰ?

ভেনিজুৱেলাৰ মাদুৰো চৰকাৰ ওফৰাই পেলাব পাৰে আমেৰিকাই, কি প্লেন ট্ৰাম্প চৰকাৰৰ?

11 hours ago
জুবিন গাৰ্গৰ সৈতে এনে কাম কৰিও তেওঁলোকৰ মুখত মই কোনো অনুশোচনা দেখা নাই, অসুৰ বধ হ’বই লাগিবঃ গৰিমা শইকীয়া গাৰ্গ

জুবিন গাৰ্গৰ সৈতে এনে কাম কৰিও তেওঁলোকৰ মুখত মই কোনো অনুশোচনা দেখা নাই, অসুৰ বধ হ’বই লাগিবঃ গৰিমা শইকীয়া গাৰ্গ

12 hours ago
শনিদেৱৰ কৃপাত ৫ৰাশিৰ অৰ্থসুখ বাঢ়িব, বছৰৰ প্ৰথম শনিবাৰৰ পৰাই সুখৰ মুখ দেখিব কোন কোন ৰাশিৰ জাতকে?

শনিদেৱৰ কৃপাত ৫ৰাশিৰ অৰ্থসুখ বাঢ়িব, বছৰৰ প্ৰথম শনিবাৰৰ পৰাই সুখৰ মুখ দেখিব কোন কোন ৰাশিৰ জাতকে?

12 hours ago
বাংলাদেশী ক্ৰিকেটাৰ মুস্তাফিজুৰ ৰহমানক KKRয়ে দলত ৰাখিব নোৱাৰিব! শ্বাহৰুখ খানৰ KKRক কাঢ়া নিৰ্দেশ BCCIৰ

বাংলাদেশী ক্ৰিকেটাৰ মুস্তাফিজুৰ ৰহমানক KKRয়ে দলত ৰাখিব নোৱাৰিব! শ্বাহৰুখ খানৰ KKRক কাঢ়া নিৰ্দেশ BCCIৰ

13 hours ago
বুধাদিত্য ৰাজযোগত বছৰৰ আৰম্ভণিতেই ঘূৰিব ভাগ্যৰ চকা, আগন্তুক সপ্তাহ কাৰ কাৰ বাবে শুভ হ’ব?

বুধাদিত্য ৰাজযোগত বছৰৰ আৰম্ভণিতেই ঘূৰিব ভাগ্যৰ চকা, আগন্তুক সপ্তাহ কাৰ কাৰ বাবে শুভ হ’ব?

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, January 4, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home Uncategorized

কথা ক’লেই হৈ যাব পেমেণ্ট, গুগল পে আনিছে ভয়েছ ফিচাৰ, কেনেকৈ কাম কৰিব এই ফিচাৰে?

কথা ক'লেই হৈ যাব পেমেণ্ট, গুগল পে আনিছে ভয়েছ ফিচাৰ, কেনেকৈ কাম কৰিব এই ফিচাৰে?

editor by editor
April 18, 2025
in Uncategorized, প্ৰযুক্তি
0
কথা ক’লেই হৈ যাব পেমেণ্ট, গুগল পে আনিছে ভয়েছ ফিচাৰ, কেনেকৈ কাম কৰিব এই ফিচাৰে?
0
SHARES
400
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ডিজিটেল পেমেণ্টৰ জগতত আন এক ডাঙৰ পৰিবৰ্তন। ব্যৱহাৰকাৰীসকলৰ বাবে বাবে আন এক সুবিধাজনক ফিচাৰ আনিছে গুগল পেই। শীঘ্ৰেই গুগল পেত ভয়েছ ফিচাৰ যুক্ত হব। তাৰপাছত কেৱল মুখেৰে কৈয়েই পেমেণ্ট কৰা সম্ভৱ হব। প্ৰযুক্তিৰ সৈতে চলিবলৈ, যিসকলৰ টাইপ কৰিবলৈ অসুবিধা তেওঁলোকৰ বাবে এই ফিচাৰ উপযোগী হব। কোম্পানীৰ দাবী, এই ফিচাৰৰ মাধ্যমেৰে অনলাইন লেনদেন পূৰ্বতকৈ আৰু সহজ হৈ উঠিব।

নতুন ভয়েছ ফিচাৰে কেনেকৈ কাম কৰিব?

উল্লেখ্য যে গুগল পেই কেৱল তাৰ নতুন ফিচাৰেই আনিছে তেনে নহয়, ভাৰত চৰকাৰৰ সৈতেও গুগল পে বিশেষ চুক্তি কৰিছে। ৰিপৰ্ট অনুসৰি গুগল পে চৰকাৰৰ সৈতে হাত মিলাই স্থানীয় ভাষাত পেমেণ্ট পৰিসেৱা উন্নত কৰাৰ কাম কৰিব। কোম্পানীয়ে জনোৱা অনুসৰি তেওঁলোকে মেছিন লাৰ্নিং আৰু এ আই বা কৃত্ৰিম বুদ্ধিমতা ব্যৱহাৰ কৰি ডিজিটেল পেমেণ্টক আৰু নিৰাপদ কৰিব। অনলাইন জালিয়াতি ৰোধ কৰা আৰু ব্যৱহাৰকাৰীসকলক সহজ আৰু দ্ৰুত পেমেণ্টৰ সুবিধা দিবলৈকে এই উদ্যোগ লৈছে গুগল পেই।

১. যিসকলৰ লিখাত সমস্য়া হয় বা যিসকলে নিজৰ মাতৃভাষা হিন্দি, তামিল, বাংলা, অসমীয়াৰ দৰে আঞ্চলিক ভাষাহে জানে তেওঁলোকে কেৱল মুখেৰে কৈ এই ফিচাৰত কাম কৰিব পাৰিব।

২. এ আই বা কৃত্ৰিম বুদ্ধিমত্তা মেছিন লাৰ্নিঙৰ সহায়ত এই ফিচাৰে কেৱল অনলাইন পেমেণ্টেই উন্নত কৰিব তেনে নহয়। নিৰাপত্তাও উন্নত কৰিব।

৩. এ আই আৰু মেছিন লাৰ্নিঙৰ সহায়ত এই ফিচাৰ কেৱল অনলাইন পেমেণ্টেৰেই উন্নত হব তেনে নহয়। নিৰাপত্তাও পূৰ্বতকৈ উন্নত কৰিব।

অৱশ্যে এই ফিচাৰে কেনেকৈ কাম কৰিব সেয়া এতিয়াও স্পষ্টকৈ জনোৱা হোৱা নাই। কিন্তু এটা কথা কবই লাগিব যে ভাৰতৰ ইউপিআই পেমেণ্ট ছেগমেণ্টৰ তিনিটা ডাঙৰ নাম হৈছে গুগল পে, ফোন পে আৰু পে টি এম। আৰু ২০২৪ চনৰ নৱেম্বৰৰ ৰিপৰ্ট অনুসৰি ভাৰতত গুগল পেৰ ইউপিআইৰ বজাৰৰ শ্বেয়াৰ প্ৰায় ৩৭শতাংশ। ফোন পেৰ শ্বেয়াৰ ৪৭.৮শতাংশ। পেটিএমৰো ভাল শ্বেয়াৰ আছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বছৰৰ প্ৰথম মাহত এটাৰ পাছত আনটো ৰাজযোগ, কোন ৰাশিৰ জাতকৰ বাবে কেনে হ’ব জানুৱাৰী ২০২৬?
Uncategorized

বছৰৰ প্ৰথম মাহত এটাৰ পাছত আনটো ৰাজযোগ, কোন ৰাশিৰ জাতকৰ বাবে কেনে হ’ব জানুৱাৰী ২০২৬?

January 1, 2026
আই পি এলৰ ইতিহাসত সকলোতকৈ দামী বিদেশী ক্ৰিকেটাৰ কেমৰণ গ্ৰীণ! ২৫ কোটি ২০ লাখত KKRয়ে ক্ৰয় কৰিলে কেমৰণক
Uncategorized

আই পি এলৰ ইতিহাসত সকলোতকৈ দামী বিদেশী ক্ৰিকেটাৰ কেমৰণ গ্ৰীণ! ২৫ কোটি ২০ লাখত KKRয়ে ক্ৰয় কৰিলে কেমৰণক

December 16, 2025
২৭ ঘণ্টীয়া দিল্লী যাত্ৰাত এবাৰো ভাৰতীয় বাথৰুম ব্যৱহাৰ নকৰে পুটিনে, নাখাই ভাৰতৰ খাদ্যও, কাৰণ জানিলে অবাক হ’ব আপুনি
জীৱনশৈলী

২৭ ঘণ্টীয়া দিল্লী যাত্ৰাত এবাৰো ভাৰতীয় বাথৰুম ব্যৱহাৰ নকৰে পুটিনে, নাখাই ভাৰতৰ খাদ্যও, কাৰণ জানিলে অবাক হ’ব আপুনি

December 5, 2025
ফাইটাৰ জেট,  S-500, Su-57 যুদ্ধবিমান…! পুটিন-মোদীৰ বৈঠকৰ পাছত কি কি অস্ত্ৰ পাব ভাৰতীয় সেনাই?
জীৱনশৈলী

ফাইটাৰ জেট, S-500, Su-57 যুদ্ধবিমান…! পুটিন-মোদীৰ বৈঠকৰ পাছত কি কি অস্ত্ৰ পাব ভাৰতীয় সেনাই?

December 5, 2025
Next Post
দৈনিক ৰাশিফল- আজি কৃষ্ণা ষষ্ঠীত শিৱ যোগ, এই শনিবাৰে আনিব অপাৰ সুখ

দৈনিক ৰাশিফল- আজি কৃষ্ণা ষষ্ঠীত শিৱ যোগ, এই শনিবাৰে আনিব অপাৰ সুখ

নিশা শুই থাকোতেই খহি পৰে চাৰি মহলীয়া অট্টালিকা, বহু সমাধিস্থ, ৪ নিথৰ দেহ উদ্ধাৰ

নিশা শুই থাকোতেই খহি পৰে চাৰি মহলীয়া অট্টালিকা, বহু সমাধিস্থ, ৪ নিথৰ দেহ উদ্ধাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.